চৰকাৰৰ নতুন SOP প্ৰকাশ - কি কি খোলা থাকিব? কি কি বন্ধ থাকিব ?

চৰকাৰৰ নতুন SOP প্ৰকাশ - কি কি খোলা থাকিব? কি কি বন্ধ থাকিব ?
Like the official facebook page of News Live: newslivetvofficial/
Follow News Live on twitter: NewsLiveGhy
Connect to our instagram account: newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 986

  • @ramengogoi3876
    @ramengogoi38763 жыл бұрын

    হাজিৰা কৰা মানুহে ঘাঁহ খাব নে কি

  • @digitalvisionforyoureyesol2884

    @digitalvisionforyoureyesol2884

    3 жыл бұрын

    Imaan dinor pisot ki val sop dil..

  • @prasanta11227

    @prasanta11227

    3 жыл бұрын

    বালৰ নিয়ম বনাই আছে

  • @chinmoykalita9258

    @chinmoykalita9258

    3 жыл бұрын

    হয় দে হিমু মামাৰ ঘৰত ভাত খাৱ গলে হব

  • @subharajsaha2746

    @subharajsaha2746

    3 жыл бұрын

    @@digitalvisionforyoureyesol2884 aku Val nhoo

  • @ilovemybharat9508

    @ilovemybharat9508

    3 жыл бұрын

    @@chinmoykalita9258 kenekoi jabo bhai helicopter loi jabo lagibo😄😀😃

  • @tapanrajbongshi2704
    @tapanrajbongshi27043 жыл бұрын

    আমাৰ কথা কোনে ভাবিৱ ...আমাক এদাল ৰচি দিলে হল আমি ফাচি লাগি মৰি জাম ...মোৰ এখন বাছ আছে আজি ২ মাহ হল চলা নাই মই কি কৰিম সেইখন এ মোৰ জিবন চলা এতা ওপাই

  • @gunajitsarma5579

    @gunajitsarma5579

    3 жыл бұрын

    Bankt Emi dibo lage mi 18000.ki korim buja nay aru

  • @kboro476

    @kboro476

    3 жыл бұрын

    Koronar namat kio Rajniti beleg kono dekhat korona nsi amar India henu kio kumbha Mela ses,voter meeting ses vote r pisat iman korona kar para aahil haa.Bharat jowa basar r para bahut aartikat dawn t aase bole natak sage Tex kintu tamam barhai bastyr dam dable,so ai basar to sarkaare kono dukhiya pariyalat haharjya dia nai.vote hole mitha mitha kotha koi vikha magise.aami din hajira kori khowa aru midil pariyalat lok kenekoi Salim haa.morba to ek din aasei kintu rastat olai biradh kori rastar joli marile koronar ses hobo neki????upay diyak Maamaa.aamar sarkary kono sakory nai TET sakkri nai bujis.mamar family to Rani rajkumar hoi moja luti aase nirloj.PM g kya bhail re desh dubail baa!!!!!

  • @Ridip498

    @Ridip498

    3 жыл бұрын

    Axomte corona bsi ..elct ata corna nsl

  • @mousumiborthakur3425

    @mousumiborthakur3425

    3 жыл бұрын

    😭😭😭bohut dukh lagise jani ..hosa manuh morib besi din nai .aru atia mnuh khab napai morib coronat nomore

  • @jiitofficial3131
    @jiitofficial31313 жыл бұрын

    কৰুণা নামত ৰাজনীতি চলি আছে 😂।। আগবেলা কৰুণা নাহে পিছবেলা হে আহে।।😂

  • @rajjjunior3925

    @rajjjunior3925

    3 жыл бұрын

    aro bona bjp sorkar

  • @akislamicstatus4533

    @akislamicstatus4533

    3 жыл бұрын

    monor kotha koise

  • @amanishakalita9939
    @amanishakalita99393 жыл бұрын

    সাধাৰণ মানুহৰ কথাও ভাবিব লাগে।

  • @karunabarman6382

    @karunabarman6382

    3 жыл бұрын

    Amak he mari felaba

  • @ganpatirahul9087

    @ganpatirahul9087

    3 жыл бұрын

    Hoi

  • @mrinmoychakraborty8426

    @mrinmoychakraborty8426

    3 жыл бұрын

    BJP sorkar maniboi lagiboi sob kotha ne ki koi 😁😁

  • @JANTATECHSUPPORT

    @JANTATECHSUPPORT

    3 жыл бұрын

    সাধাৰন মানুহৰ Covid হলে Problem হব,,,so

  • @dhananjayray1539

    @dhananjayray1539

    3 жыл бұрын

    Lyi Pc a

  • @hiranyakumardas7766
    @hiranyakumardas77663 жыл бұрын

    দিনৰ পিছত দিনে দিনে নতুন নতুন SOP জাৰি কৰি চৰকাৰে ৰাইজক চলাই আছে।এফালৰ পৰা চালে বস্তুটো অতি সুন্দৰ পদক্ষেপ ।কিন্তু দকৈ ভাবি চালে এইটো সম্পূৰ্ণ ৰূপে কেতিয়াও গ্ৰহণযোগ্য নহয় কাৰণ চৰকাৰী কাৰ্যালয় বন্ধ কৰিছে বিনিময়ত চৰকাৰী চাকৰীয়ালে ঘৰত বহি টুপনী মাৰি দৰমহা লৈ আছে।তেওলোকৰ একো অসুবিধা নাই।কিন্তু SOP জাৰি কৰা সকলে এবাৰো ভাবি চাইচেনে যে বেচৰকাৰী খণ্ডত কাম কৰা সকলে যে কাম নকৰিলে মালিক পক্ষই কেতিয়াও দৰমহা নিদিয়ে হাজিৰা কৰা জনে কাম নাপাই ঘৰতে থাকে পদক্ষেপ পথত ব্যৱসায় কৰা সকলে দোকান দিব নোৱাৰে কেব অটৰিক্সা চালক সকলে গাড়ী উলিয়াব নোৱাৰে।যদি চৰকাৰে বন্ধ দি এই সকলৰ পেটৰ ভাত বন্ধ কৰে তাৰ আগতে এই সকলৰ পেটৰ বাবেও চিন্তা কৰাটো চৰকাৰৰ দায়িত্ব নহয় জানো ? যোৱা বাৰ লক দানৰ সময়ত যি সকলে কৰ্ম সংস্থান হেৰুৱাই নিবনুৱা হল সেই সকলৰ বাবে চৰকাৰে কিবা চিন্তা কৰিলে নেকি যে এই সকলে এতিয়া কেনেকৈ পৰিয়াল চলাই আছে ? বন্ধ যিমান মন যায় সিমানে দিয়ক কিন্তু তাৰ আগতে ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকৰ পেটৰ কথাটোত এবাৰ চিন্তা কৰক নহ'লে কৰোবাত নকৰিলেও কিছুমান মানুহে ভোকত মৰিবলৈ কাৰণ ৰাজত্ব হোৱা মূল্য বৃদ্ধি ৰোধ কৰিবলৈ যেন অসমত একো আইন।নাই।আছে মাত্ৰ যোগান বিভাগৰ বুলি বিভাগৰ এটা।

  • @rdentertainment2773
    @rdentertainment27733 жыл бұрын

    দুখীয়াৰ কথা ভাৱিব লাগে

  • @ganpatirahul9087

    @ganpatirahul9087

    3 жыл бұрын

    Hoi

  • @barnalibordoloi9914
    @barnalibordoloi99143 жыл бұрын

    আচাৰ আছে বিচাৰ নাই ,,আমাৰ নিচিনা সাধাৰণ মানুহক এনেকৈ মাৰিব,,খাবলৈ নাপাই বেমাৰী হম তাৰ পিছত কৰুণা হৈছে বুলি মাৰিব থাকোঁ ভাড়া ঘৰত । job বন্ধ আমাৰ কথাও অলপ ভাৱক ।

  • @user-hj3vy2wv4h

    @user-hj3vy2wv4h

    3 жыл бұрын

    krisno

  • @minaboruah1600
    @minaboruah16003 жыл бұрын

    আমাৰ নিচিনা মধ্যবিত্ত পৰিয়ালবোৰৰ কথাও এবাৰ ভাবিব ।

  • @SahidKhan-jx3nq

    @SahidKhan-jx3nq

    3 жыл бұрын

    Hello

  • @PM-gw1ou
    @PM-gw1ou3 жыл бұрын

    এইখিনি কথা ত ই নিজে কব নোৱাৰা,দুজন লাগে।

  • @mr_moon_08

    @mr_moon_08

    3 жыл бұрын

    😂😂😂

  • @pinkunath2064

    @pinkunath2064

    3 жыл бұрын

    🙄

  • @bhairabdas7959

    @bhairabdas7959

    3 жыл бұрын

    Val kotha kole he apuni

  • @rohulamin3487

    @rohulamin3487

    3 жыл бұрын

    You are right

  • @Daytodaylife1993

    @Daytodaylife1993

    3 жыл бұрын

    ওম

  • @purnasonowal9717
    @purnasonowal97173 жыл бұрын

    দুখিয়া সকলৰ বাৱেহে চিন্তা কৰিব লাগে ।

  • @hridoydeka2150
    @hridoydeka21503 жыл бұрын

    সান্ধ্য আইন মানে দুপৰীয়াও যে পৰি যায়...এতিয়া হে বুজি পাইছোঁ....🤔

  • @basudevassam4023
    @basudevassam40233 жыл бұрын

    আমি কি খাদ্য খাই জীয়াই থাকিম

  • @barmandeep8814
    @barmandeep88143 жыл бұрын

    নতুন sop নিদিলেও হলে হৈ আৰু

  • @gunindrachutia8885
    @gunindrachutia88853 жыл бұрын

    আগত ১১টা এতিয়া ১২বজালৈকে ১ঘন্টাত কি কাম কৰিব জনসাধাৰনে

  • @subharajsaha2746

    @subharajsaha2746

    3 жыл бұрын

    Hei2 a 2 loik dle Val asil

  • @goutamdasd3263

    @goutamdasd3263

    3 жыл бұрын

    এঘন্তা বৰাই দি কিদালনো হব? কোন মূৰ্খয়ে বুজিব নে বুদ্ধি জিবি বুজিব?

  • @labakumar4494

    @labakumar4494

    3 жыл бұрын

    Income beta Income

  • @rijuhazarika9757

    @rijuhazarika9757

    3 жыл бұрын

    Bal buki ase

  • @rubulahmed4042

    @rubulahmed4042

    3 жыл бұрын

    Bal kariso

  • @surajlifestyle4000
    @surajlifestyle40003 жыл бұрын

    2022 maybe anekei jabo lockdown lockdown k .. Amar nisina manuhr he prblm hoi

  • @hackerboyxam3030

    @hackerboyxam3030

    3 жыл бұрын

    hoi vaii....Middle class manuhor kimn problem hy axe ihote nubuje.....Dhoni manuh Bure nu ki bujibo.....

  • @naturalworld5597

    @naturalworld5597

    3 жыл бұрын

    @@hackerboyxam3030 hackeror karone kiba problem hoi neki😅😂

  • @naturalworld5597

    @naturalworld5597

    3 жыл бұрын

    Bhuyan bhai 2021 bosor tuwei jabo diya kor 2022

  • @hackerboyxam3030

    @hackerboyxam3030

    3 жыл бұрын

    @@naturalworld5597 Name t he hacker vaii kam t nhy 😂😂😂

  • @motalipali7806

    @motalipali7806

    3 жыл бұрын

    @@hackerboyxam3030 !!

  • @Storycreatormotivational
    @Storycreatormotivational3 жыл бұрын

    Rip assam government, manuh khabo napai moribo atia

  • @digitalvisionforyoureyesol2884

    @digitalvisionforyoureyesol2884

    3 жыл бұрын

    Sure maribo Iman dinor pisot val sop dil

  • @joy5320

    @joy5320

    3 жыл бұрын

    Heituye to. Ki je SOP bonaise ebur. Enekua expect kora nasilu dey. Just 1 hour bohai ki labh hbo. Dhei...

  • @rakeshdaimary5674

    @rakeshdaimary5674

    3 жыл бұрын

    @This Gmail account no longer exists. Aah gaont gom paaba coronat more ne khabo nepai manhu pagol kukur dore hoi uthise

  • @taingindia234

    @taingindia234

    3 жыл бұрын

    @This Gmail account no longer exists. Ac roomot humai aso neki, Maksuda

  • @Hirenkashyab

    @Hirenkashyab

    3 жыл бұрын

    @@rakeshdaimary5674 Gaon khonor name to jonabo nki ?

  • @kulangphangchokphangcho2610
    @kulangphangchokphangcho26103 жыл бұрын

    কুকুৰ হত তহতে কেলা Lok Sabha electionat ভোট সোজিৱ আহিবি তহতক পূদুলি মুখৰ পৰায়ে খেদিম নাটক বাজহত

  • @simantanaginisimantanagini6780
    @simantanaginisimantanagini67803 жыл бұрын

    ১২/১বজালৈ বজাৰ হাত কৰিব পাৰিব। কিন্তুু বজাৰ হাত কৰিবলৈ কোনে পইছাঁ দিব।কোম্পানী,দিন হাজিৰা কৰা বোৰে কি খাব ন।

  • @RatanDas-sc4by
    @RatanDas-sc4by3 жыл бұрын

    Bjp sorkar Down ⬇️ 🔻 Discasting 😠 Those who work in the government do not have tension . If there is lockdown for 12 months, they do not have tension..

  • @BCreationYT
    @BCreationYT3 жыл бұрын

    RIP Assam Government

  • @ganpatirahul9087

    @ganpatirahul9087

    3 жыл бұрын

    😭

  • @allmixhindisong895
    @allmixhindisong8953 жыл бұрын

    Sir যিবোৰ মানুহে ৰেলত বাহিৰৰ পৰা আহি আছে তেওঁ লোকক কী ব্যৱস্থা কৰা হব

  • @joy5320
    @joy53203 жыл бұрын

    Didn't expect this from the govt. We were hoping for more relaxation. Just Ek ghonta di ki labh hbo? Horu hari dukani, bus salok, din hazira kra shromikor kimn kosto hoise governmente olop bujibo lage. Akha kru 16th Juneor pist governmente covid niym olp hithil kribo. Dear govt I hope you are understanding our problems and hardships. Please relax covid restrictions after 16th June.

  • @mindmasterabacusvedicmaths7020
    @mindmasterabacusvedicmaths70203 жыл бұрын

    Summary of SOP- Servicemen moja and Common men saja.

  • @shahazahanakand9808
    @shahazahanakand98083 жыл бұрын

    আমি দুখীয়া মানুহবোৰৰ কথা অলপ ভাবিব লাগে। Dear Mama

  • @abinashmedhi7453
    @abinashmedhi74533 жыл бұрын

    Kam kori khowa bilakor ki hbo

  • @manavll6856
    @manavll68563 жыл бұрын

    Mozaa❤️❤️😍😍👌 but sorkare jodi olp amar dore dukhiya manuh khinik hohay korile val palu hoi 🙏🏻🙏🏻

  • @maheshsarmah6073
    @maheshsarmah60733 жыл бұрын

    গাওঁ অঞ্চলৰ কি নিয়ম হ'ব?

  • @aliasaikia4530
    @aliasaikia45303 жыл бұрын

    GOOD মানুহক গুলিয়াই মাৰিব আৰু নালাগে..এনে মৰি জাব..॥ বিজেপী জিনদাবাদ

  • @user-rz4sy8ls9c
    @user-rz4sy8ls9c3 жыл бұрын

    সোমবাৰে ১ pm বজাত গুৱাটিত hyd ৰ পৰা guwahati যোৱা Guwahati weekly special farc sf specialৰ যাত্ৰী সমূহ কেনেকৈ ঘৰমোৱা হব .

  • @satyajitdutta9969
    @satyajitdutta99693 жыл бұрын

    কৰোনাত বেছি মানুহ মৰা নাই আৰু নমৰে মানুহ মৰিব ল'কদাওনত খাব নাপাই,আৰু এটা কথা ইলেক্টছন হোৱাৰ আগত একো নাই ইলেক্টছন হৈ যোৱাৰ পাছত কৰোনা নামত পলিতিস্ক কৰিব লাগিগৌল আমি জনসাধাৰণ বোৰ পোতলাহে আমাৰ লগত খেলিছে আৰু খেলক মোৰ ফালৰ পৰা এটা কথা কওঁ মোৰ নিছিনা দিন সাজিৰা কৰি খোৱা জনসাধাৰণ লোকে অহা বছৰৰ পৰা ৬মাহ দিনে ৰাতিয়ে কাম কৰিব লাগিব তেতিয়াহে ২০২২ চনৰ লকদাওনত ৬মাহ বহি বহি খাব পাৰিব। আমিযে sms বিলাগ লেখি দিওঁ কোনোবাই ছাই নে ইনেই লিখো.?

  • @bhargavsarma7541
    @bhargavsarma75413 жыл бұрын

    খুজিবও নোৱাৰো কৰিবও নোৱাৰো 🙂

  • @rilizahmed7812
    @rilizahmed78123 жыл бұрын

    চাকৰি বাকৰি আমাৰ নাই ভাই আমি কেনেকৈ চলিম। পেটত ভুখ লাগিলে তহঁতে কি জানিবি,আমিহে জানো।তহঁতে এ চি ৰুমত থাকি মজ্জা মাৰি খাবি আৰু হাঁহিবি। চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ ভিতৰত থকা জনসাধাৰণৰ কথাও ভাবিব লাগে ।অকল কোন সময়ত খোলা কোন সময়ত বন্ধ এয়াই হৈ থাকিব নেকি?মানুহে শুকাই শুকাই মৰিব বাপ্পেকে।

  • @hemenpegu3107

    @hemenpegu3107

    3 жыл бұрын

    Bhaijan 👍, kintu aphuni himu mamar youTube cnlot comment kor tetiyahe h gom pabo

  • @baeti.....4900
    @baeti.....49003 жыл бұрын

    Totally bondh dib lage jadi Iman beya poristiti hoise, enekoi manuhor bohut prblm hoise

  • @ganpatirahul9087

    @ganpatirahul9087

    3 жыл бұрын

    Hoi

  • @somachoudhury7899
    @somachoudhury78993 жыл бұрын

    Ya ya ya ki moja lagise nutun nutun niom. Kiman fantastic govt. Nobel prize pabo

  • @Sneha_kropi
    @Sneha_kropi3 жыл бұрын

    Rip Assam board students plz help us🙏🙏🙏🙏 Justice for Assam board students🙏🙏😭😭😭😭😭😭😭😭😭

  • @sahilbarb
    @sahilbarb3 жыл бұрын

    Sir #DEE Assam geade 4th 3rd & driver post's Exam Held On 15 September 2019 Nearly 1.5 laks Candidates Appeared for that exam 21 months passed till date fails to declare Results & Sir please publish #APDCL or all the pending results... Please Look after The Matter.

  • @monalishadevi1039
    @monalishadevi10393 жыл бұрын

    Lockdown dile pura dib lage..nohole pura xuli diok..11tar pist he mane corona ahe niki .......

  • @bishwabora6110
    @bishwabora61103 жыл бұрын

    Ki niom uliae ase he solibo upae nuhua hoise poisa diok sorkare 10.000 toka ke poti ghore ghre mahli

  • @KitchenSewali
    @KitchenSewali3 жыл бұрын

    এফালে মূল্যবৃদ্ধি আৰু আনফালে লকডাউন। মৰি আছে সাধাৰণ জনতা।

  • @labakumar4494

    @labakumar4494

    3 жыл бұрын

    aifale sadharon manuhor kitchen khali aru kitchen t Jui.

  • @priyambty9569thar

    @priyambty9569thar

    3 жыл бұрын

    Kio apuniye2 Mini lockdown buli tetu fali ashila but what happened now???😂😂😂

  • @labakumar4494

    @labakumar4494

    3 жыл бұрын

    @@priyambty9569thar Atia Sewali r Kitchen t o Jui lagil

  • @rinkusaikia3417

    @rinkusaikia3417

    3 жыл бұрын

    Kitchen sewali.b.j.p.sarkar

  • @Hirak_JT

    @Hirak_JT

    3 жыл бұрын

    Hi sewali.....

  • @TasfiaAssam
    @TasfiaAssam3 жыл бұрын

    সকলো মানুহ মাৰি পেলাওক

  • @indianpanorama303
    @indianpanorama3033 жыл бұрын

    আধা মৰিব,,,বেমাৰত,,,আৰু এচাম মৰিব ভালকৈ খাবলৈ নাপাই,,,,to increase immunity..we should consume health food 🥑🥝🥝🥝

  • @silimabegom554
    @silimabegom5543 жыл бұрын

    Government job kora hokolor salary kati din hajira kora manuhok reson dibo lagey... Respected CM Sir(Mama) please grand my request.

  • @merajulhoque5666
    @merajulhoque56663 жыл бұрын

    2022 loi lockdwon kri dle besi vl hle heten kijani 😂😂

  • @AbdulAli-dj6dt
    @AbdulAli-dj6dt3 жыл бұрын

    Private kam Kori khua manhu bilak moriba....

  • @amarswapna1133
    @amarswapna11333 жыл бұрын

    চৰকাৰে আমাৰ নিচিনা দুখীয়া মধ্য বিটি লোক সকলৰ মাজত আহি এবাৰ চাবলৈ চেষ্টা কৰক,,ভোট বিচাৰি টো গাওঁ সোমাই সোমাই সভা আহ্বান কৰিছিল

  • @OldLearner
    @OldLearner3 жыл бұрын

    Notun notun SOP AC gharat bohi di ase.....ami dukhiya bilakhe bhugibo logiya hoise sob fale luksaan......

  • @akonrabha6640
    @akonrabha66403 жыл бұрын

    Din hajira kora manu bilake ki koribo aneke hole

  • @subharajsaha2746
    @subharajsaha27463 жыл бұрын

    Atlst dukan aesb 2 ta loik kribo lgisil 3 tr pora curfew dibo lgisil

  • @hemantabora8660
    @hemantabora86603 жыл бұрын

    চৰকাৰৰ নিয়ম আদৰনীয় এই জটিল সময়ত , কভিড-19 চেইন চিঙাৰ বাবে ।এই সময়ত ধনী দিব পৰা মানহে দুখীয়া পৰিয়ালক কিছু সহায় কৰক , চৰকাৰেও সহায় কৰক, নিয়ম থাকিব লাগিবই কিছুদিন লৈ,নহ'লে আকৌ একে অবস্থা হ'ব।

  • @avijitsaikia3229
    @avijitsaikia32293 жыл бұрын

    বেলেগ কাম নাই নি আৰু কৰিব এনেকুৱা অৰ্থ নথকা কাম বোৰ কৰি থকাত কৈ । পাৰিলে 23 ঘণ্টা এই সান্ধ্য আইন দি দিয়ক 1 ঘণ্টা খোলা দিয়ক কিন্তু লক ডাউন নিদিব আমাৰ অসমত আগত কৈ কভিড ৰোগীৰ সংখ্যা কমিছে নহয় । এনেকৈ এই নতুন নতুন Sop জাৰী কৰি থাকিব তেতিয়া হে সাধাৰণ শ্ৰেণী লোকসকলে দুখ যন্ত্ৰণা ত ভুগী থাকিব। 😣👊👊

  • @AkDas-kd4lk
    @AkDas-kd4lk3 жыл бұрын

    Need complete lock down... and once the chain of transmission will break... then there will be no need of circular new SOP.

  • @deepgaming5989
    @deepgaming59893 жыл бұрын

    1 বজাৰ পৰা 5 বজালৈ কৰণা আহে ঘূমে গেইৰা এ হব চাগে মোৰ দৰে 🤣

  • @ashiquitanu3682

    @ashiquitanu3682

    3 жыл бұрын

    Mokkel...😆😆 tetiahole toi nu covid hsptl.t goi lengta hoi service nidioge kio

  • @deepgaming5989

    @deepgaming5989

    3 жыл бұрын

    @@ashiquitanu3682 bohot tej ho raha he beta

  • @abzalhussainbarbhuiya1752
    @abzalhussainbarbhuiya17523 жыл бұрын

    All assam Government Employees salary Bondo kori bo lagey urgent, All Assam Employees Dormaha 1000 corer oprot lagey. Ebur poisa sorkarey Middle class r ou dukia manuhor Bank ACCOUNT ot joldi 10000 k dibo lagey. Stop Govt Employees salary

  • @MizanurRahman-df2zh
    @MizanurRahman-df2zh3 жыл бұрын

    মানুহক যদি মাৰিব খুজিছে তেনেহলে একেবাৰেই মাৰিব লাগে। অলপ অলপ কৈ মাৰিব নালাগে।আৰু দুখীয়া মানুহে কি কৰিব কি খাব। চৰকাৰে সকলো দুখীয়া পৰিয়ালক মাহিলী 5,000কৈ দিব লাগে।

  • @yohanientertainment6815
    @yohanientertainment68153 жыл бұрын

    মোৰ বালেৰ Lockdown মোই কি বাল খাই জীয়াই থাকিম তাকেই চিন্তা কৰি আছু

  • @janathanrajput4645
    @janathanrajput46453 жыл бұрын

    কি যে হব ছাৰ, বাইক কৰ কিস্তি আছে কাম বন নাই আৰু ইফালে সদাই ফোন আহি আছে যে আপোনাৰ কিষ্টি নিদিলে জৰিমনা দিব লাগিব কি কৰিম এতিয়া ছাৰ আপুনি কক মোক মই কি কৰিম?

  • @sanatandekababu1965

    @sanatandekababu1965

    3 жыл бұрын

    Kune bike kinibo dise income nai jodi tumak

  • @rajatupadhyaya7341

    @rajatupadhyaya7341

    3 жыл бұрын

    @@sanatandekababu1965 bhai muru eke condition hoise bike loisu emi dibo pora nai....lockdownor agot job asile bhai ...atiya job nai ....keneke gm pau lockdown hoho buli

  • @susmitadas4924
    @susmitadas49243 жыл бұрын

    Exmr kiba news diyak he sir..🙏🙏plzz

  • @lakhyajitkhataniar4579
    @lakhyajitkhataniar45793 жыл бұрын

    হাজিৰা কৰা মানুহক অহা যোৱা কৰিব দিব লাগে

  • @pabitrabania2413
    @pabitrabania24133 жыл бұрын

    হে প্ৰভু .... ..আৰু দীঘলীয়া ...😟😟😟

  • @baponrock6343
    @baponrock63433 жыл бұрын

    এনেকৈ নতুন নতুন নিয়ম বনাই যোৱা আৰু আমাক মাৰি থাকা কাম বন নোহোৱা হৈ গল।

  • @kaushikmedhi2611
    @kaushikmedhi26113 жыл бұрын

    Money thakile he home delivery hb

  • @devajyotiborah8672
    @devajyotiborah86723 жыл бұрын

    One hour unlocking is essential for bargaining in the costly vegetable and fish market.

  • @bibekdas4425
    @bibekdas44253 жыл бұрын

    কেনা - কেনা নিয়ম এ🤐 পৃথিৱীত 🤕 ভাবিলে বা 😓👼👶😨😬💀☠️👹👺👿😈😱মই পাগল যা ।

  • @abzalhussainbarbhuiya1752
    @abzalhussainbarbhuiya17523 жыл бұрын

    Government employees gorot bohai kini kio dormaha disey sorkarey, ebur kar poisa desey employs, urgent bondo kori bo lagey. Logotey, Minister, MLA , Emergency Department badhe baki gutey bondo kori bo lagey

  • @Mr_rocky776
    @Mr_rocky7763 жыл бұрын

    Please cancel exam.

  • @baeti.....4900
    @baeti.....49003 жыл бұрын

    Inter district khuli nidie mane aru 16 jun Loike neki?

  • @subharajsaha2746

    @subharajsaha2746

    3 жыл бұрын

    Hm

  • @assamesesuwalipriya1060
    @assamesesuwalipriya10603 жыл бұрын

    Amar kenekowa obosta hoise sarkare bujibo lge rom vara dukan vara dibo pora ni ru dukan khulie bikri e nhoi kenekoi solim olp vbibo lge enkoi hole corona hoi mora to badei nkhay moribo lgibo😭😭😭😭😭

  • @sureshdas1157
    @sureshdas11573 жыл бұрын

    Mojaa, covidot nahai atia toka poisar sintat moribo lagibo, ji kaita aasil solilu, kam kaj akebare nai kia hoi gol, zero income, bostur ji he dam, aibar mora Tu pura pakka....

  • @probingogoi9573
    @probingogoi95733 жыл бұрын

    Thanks to honourable ministers of Assam about the norms of S.O.P. wef. O6/06/2021 (Crossing the District), but it is not understood that inter state communication is open(i.e. by Train/Air)....

  • @mcugroot8541
    @mcugroot85413 жыл бұрын

    Aru exam ki hb 😭😭😭 Please cencel korok exam 🙏

  • @hemantalukdar4250
    @hemantalukdar42503 жыл бұрын

    Lock. Dawn khuli. Dibo lgy mnuhe khbo Ki mnuhk khbor krone poisa sarkare dibo nki 😭😭😭😭😭

  • @ranaone2389
    @ranaone23893 жыл бұрын

    Sir bohut. Kosto hoi ase sola fira...sir amak corona A namre. Bhuk ru Obhabe amar jaan lobo sir.pls. pls news live. Help us.

  • @AtikurRahman-lk9fj
    @AtikurRahman-lk9fj3 жыл бұрын

    HSLC exam cancel korib lge

  • @abhishpadutta5053
    @abhishpadutta50533 жыл бұрын

    1st comment 🌚❤️

  • @__w4r.m4chin3__

    @__w4r.m4chin3__

    3 жыл бұрын

    😇😂

  • @gamingzone4816

    @gamingzone4816

    3 жыл бұрын

    Mklami

  • @SUMAN-cn9yg

    @SUMAN-cn9yg

    3 жыл бұрын

    gift tu pothai dibo de tuk..1st comment korsa je

  • @ajayvlogs2962
    @ajayvlogs29623 жыл бұрын

    সান্ধ্য আইন যে নাম দিলে গুৱাহাটীত কিমান মানুহে মানিছে আৰু প্ৰশাসন এনেহে কঠোৰ বুলি কৈছে দুই এক জাগাত তালাচি কৰিলে কি কঠোৰ হৈ গল...মানুহ গাড়ীৰ অহা যোৱা হৈয়ে আছে এইটো কি সান্ধ্য আইন...দুজন তিনিজন মটৰ চাইকেলত ঘুৰিয়ে ফুৰিচে দুভাগ ৰাতিলৈ এইটো সান্ধ্য আইন....নিয়ম কৰিছে ভালদৰে চকুওঁ দিব লাগিব...ধন্যবাদ

  • @utpalnathcreation7784
    @utpalnathcreation77843 жыл бұрын

    Exam cancel koribo lage 🙏

  • @permushsurin2566
    @permushsurin25663 жыл бұрын

    Same things no change only time has changed.... What will happen for the poor people of Assam..... Government is not thinking for poor people.... Government is only thinking for rich people..... Everything is going fine according to rich people....

  • @hiranyarabha9844
    @hiranyarabha98443 жыл бұрын

    এতিয়া যি বেমাৰ হলেও কৰুণা Medical টো যাব নোৱাৰা এতিয়া গলে কৰুণা

  • @ranaone2389
    @ranaone23893 жыл бұрын

    Sir lock down 15 tarikhor pisot khuli diok.bohut kosto hoise.sola fira.news live pls help us.pls.

  • @mukaramkhanmedico6918
    @mukaramkhanmedico69183 жыл бұрын

    Inter district transport ketia khuliolbo 😢😢😢 moi ghort Jam 😢😢🤧🤧🤧 ......

  • @mukaramkhanmedico6918

    @mukaramkhanmedico6918

    3 жыл бұрын

    @@rubinakhanam6872 😭😭😭moi phasi gaisu guwahati t

  • @FFgaming-uz3pw
    @FFgaming-uz3pw3 жыл бұрын

    Sarkare dukhiya manuhok hohai korok jibilake hajira kori khai moiu tar major ejon dukiya lora hoi 😭😭

  • @animeshdas671
    @animeshdas6713 жыл бұрын

    HSLC exam r বিষয়ে pare jodi Kiba ata সোনকালে News diok

  • @gitashreedas5803
    @gitashreedas58033 жыл бұрын

    Ajiloi Bank bilakok olopu rehai nidile,bank kormochari bilakor sashthyor chinta kunu nokore la ge teuluk bemarot morok.

  • @nabadas6818
    @nabadas68183 жыл бұрын

    Mur lgote mur industry t kam kora employee khinir abostha bahot bea hoyse,plz hlp karok amak...

  • @abzalhussainbarbhuiya1752
    @abzalhussainbarbhuiya17523 жыл бұрын

    Bosor ot 12000 corer oprot korsa korey sokarey Employees domahar namot, a tia ebur bondo kora val

  • @dipankarentertainment206
    @dipankarentertainment2063 жыл бұрын

    Amar nisina Kam Kori khuwa manuh borok Mari pelale vl asil anekoi sasti diyatkoi😭😭😭

  • @harunkhan3205
    @harunkhan32053 жыл бұрын

    We request for Assam government Please help poor day earns people .😭😭

  • @avlogs6064
    @avlogs60643 жыл бұрын

    এই বিলাকে দুখীয়া মানুহক মাৰিৱ যে এইটো সচা কথা

  • @pranabbhuyan3395
    @pranabbhuyan33953 жыл бұрын

    Anekoi sop bonai thakile hajira kari khowa manoh bor khabale napai marib.karan sarkari aasoni besivagei toka poisa thaka manohe pai.

  • @remixassamprakashbezbaruah2183
    @remixassamprakashbezbaruah21833 жыл бұрын

    এতিয়া দেখিছো কৰুণাকৈ খাৱলৈ নাপাইহে মৰিৱ দুখিয়া মানুহখিনি।কৰান কৰুনা বেমাৰতো হল ভাল ভাল খাদ্য খাৱ লাগে বেমাৰ লাই নাপাই যাতে।প ইছাৰ অভাৱত কত চি ডি ভিটামিন আহাৰ বা ঔষধ খাৱ পাৰিম।

  • @princegk5710
    @princegk57103 жыл бұрын

    Assamr tea garden bilaku tu besorkari kajyaloi hoi sob bondho hole heiblk kiyo bon dya nai, tahatr ki corona nhbo ne,,, adibashi r hurokhya karone aku bebostha nai,,,,😢

  • @MofidulIslam-dj4gz
    @MofidulIslam-dj4gz3 жыл бұрын

    Khulile pura tai khuli diyok ne dile nai aru,aibur aru kun drnor Lockdown, ami he buji aso kosto kake koi, Lockdown pura di diyok,aru nohole val ke khuli diyok, please, ane koi aru kosto di kiyo baribo lage,marile ekbare mark na,

  • @mrs.phukan4834
    @mrs.phukan48343 жыл бұрын

    Ajiloik sallary hua nai tinsukia arm branchr...eman din kenekoi solim aami jodi bank bondhoi thak???

  • @pankajtamuli8970
    @pankajtamuli89703 жыл бұрын

    Mori goisu aru Amar Dore khadharon manuh , moi jalukbari khomosti hoi dada apunak koisu , Ami bohut kostot jiyai asu , bohut dukhot din kotai asu , nahole bikh di guli Kori Mari pelawok ,

  • @krishbiswakarma6329
    @krishbiswakarma63293 жыл бұрын

    Amar dore dukhiya manuhor ki hobo?,😔😔😔😔... Dhoni hokole tu bohi bohi khabo but amar dore hajira kora bure ki koribo😔😔

  • @madhurjyadas2533
    @madhurjyadas25333 жыл бұрын

    When will inter district bus transport will be open we want to know

  • @bapasmood1381
    @bapasmood13813 жыл бұрын

    2nd wave finish huwai nai 3rd wave starting hobo asei .. Muthote unlock huwa akha nai..

  • @user-bs9zo5ol7k
    @user-bs9zo5ol7k3 жыл бұрын

    নাটক বন্ধ কৰক আৰু খাব নাপায় মানুহ মৰিব এতিয়া...কৰ পৰা খাব মানুহে ...দিবলৈও কাৰো নাই এইবাৰ...আগৰ বাৰ দিছিল জিখিনি পাৰে কিন্তু কৰ পৰা খাব মানুহে চিন্তা কৰক...আপোনালোকৰ টো একো চিন্তা নাই খাব পায় থাকিব ৰজাৰ খানা 🙏

  • @pompytalukdar6483
    @pompytalukdar64833 жыл бұрын

    1ghonta ki habo...buja nai...retyl dukan bure Sawol tel..nibole ahe manuh bur derike...ami time mote matileu nahe ki korim..kot morim ami...nidile bahut kotha xunu ami manuhor pora...ultae amak hei complen diye ki korim kouk ami

  • @surajitdeymagicshow8105
    @surajitdeymagicshow81053 жыл бұрын

    Guwahati bohi dadagri ,lock down kulibo vhoi korise,,Hisab hobo 2024 Ot গছৰ গুৰি উঠাই দিব লাগিব,,