চলিবলৈ হাতত টকা নাছিল😭

Ойын-сауық

Created by:
Mustaq ahmed
mustaq_h_ahmedd...)
Anchor: Himashree Saikia
( himashree_m_sai...)
Fb:- / manisha.bora.969
Business inquiry: ahmedmustaq233@gmail.com
WhatsApp: 7002237286
Connect with us on Social media.
FB:
profile.php?...
INSTA:
/ jumpingspiderstudios

Пікірлер: 324

  • @rupaliborahrosemajuli1507
    @rupaliborahrosemajuli15078 ай бұрын

    *তথাকথিত* চেলিব্রেটী সকলৰ পিছত নদৌৰি সাধাৰণ মানুহক মনৰ কথাবোৰ কবলৈ এনেকুৱা এখন মঞ্চ দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ। সাধাৰণ মানুহ খিনিৰ কথা বোৰে হৃদয় চুই গৈছে

  • @lilykhanikar8323

    @lilykhanikar8323

    8 ай бұрын

    Val u lagil dukhu lagil

  • @anjumoniburagohain9858

    @anjumoniburagohain9858

    8 ай бұрын

  • @madhuphukan1718
    @madhuphukan17188 ай бұрын

    আপুনি সাধাৰণ মানুহৰ খিনি সুখ দুখ প্ৰকাশ কৰিবলৈ এনেকুৱা এখন মঞ্চ দিছে ধন্যবাদ

  • @pragyanjm
    @pragyanjm8 ай бұрын

    আপোনাক বহুত ধন্যবাদ। সাধাৰণ মানুহ খিনিক এখন ধুনীয়া মঞ্চ দিয়া বাবে

  • @shemimahmedssiddiki9003
    @shemimahmedssiddiki90038 ай бұрын

    Khokoloke bohut dhonnybd,, iman morom dia babe, comments bur pohri moi bohut khahokh paisu❤❤

  • @SwapnaDevi-i5s
    @SwapnaDevi-i5s5 күн бұрын

    চেমিমক বৰ ভাল পাও ।সময় পালে প্ৰায় vdo বোৰ ঢাও ।আৰু হীমাশ্ৰীকো বৰ মৰম লাগে ।আগুৱাই যোৱা ।শুভেচ্ছা থাকিল ।

  • @anupkrdas6798
    @anupkrdas67988 ай бұрын

    দুয়োগৰাকীকে শুভেচ্ছা জনালো । দুয়োগৰাকীৰ প্ৰগ্ৰেম খিনি চাই ৰাইজে ভাল পাইছে । আৰু আগলৈ আগবাঢ়ি যোৱা সেইয়াই আমাৰ তোমালোকলৈ আৰ্শীবাদ থাকিল ।

  • @AbhigyanBaruah-hg4op
    @AbhigyanBaruah-hg4op5 күн бұрын

    ❤❤❤হিমাশ্ৰী ভণ্টি আৰু চেমিম বান্ধবী তোমালোক দুয়ু গৰাকীয়েই মোৰ বহুত প্ৰিয়

  • @arjubegum3104
    @arjubegum31048 ай бұрын

    দুইও গৰাকী মোৰ খুব প্ৰিয়। আগুৱাই যোৱা 💐💐

  • @geetuboro7716
    @geetuboro77168 ай бұрын

    Shemim baa apunakhe dekhisilu bohutor e interview lowa kintu Ulutai apunare interview dekhi val lagil. Apuni Himasree r interview lobo soon .

  • @swapnalitalukdar69
    @swapnalitalukdar698 ай бұрын

    দুয়ো গৰাকীলৈ মৰম আৰু শুভেচ্ছা যাছিলোঁ🌹🌹❤❤

  • @pranpratimbordoloi397
    @pranpratimbordoloi3978 ай бұрын

    বৰ সুন্দৰ অনুষ্ঠান ৷ মন্ত্ৰমুগ্ধকৰ ৷ চেমিম আহমেদ চিদ্দিকিৰ সা্ক্ষাৎ গ্ৰহণ সমূহো তেখেতৰ চেনেলত প্ৰায়েই চোৱা হয় ৷ দেউতাকৰ প্ৰতি থকা তেখেতৰ আৱেগবোৰ পিতাকৰ আশীৰ্বাদ হৈ ঘুৰি আহি জীৱনত আগুৱাই নিয়ক ৷ মই জনাত চেমিম শব্দটোৰ অৰ্থ সুগন্ধি ৷ পৰিশ্ৰমেৰে কৰা তেখেতৰ সুন্দৰ কামবোৰ সুগন্ধিৰ দৰেই দুৰ- সুদুৰলৈকে বিয়পি পৰক ৷ সদায় ভালে থাকক 🙏

  • @dikhowporiyagavoru9839
    @dikhowporiyagavoru98398 ай бұрын

    শ্বেমিম বা'ক কান্দা দেখা নাছিলো আজিলৈকে।।যেতিয়া বা'ৰ ইন্টাৰভিউ চাওঁ সদায় হাঁহি থাকে।।বেয়া লাগে কান্দিলে..

  • @poliboruah3817
    @poliboruah38178 ай бұрын

    Mur dewta dhukuwa 13 years hol ajiw dewta loi mnt pore hodai mnt pore rati puwa godhuli khawate huwte hklu timet dewta loi mnt pore mur dukh hoise krne sage dewta k hopunot dekhu moi obhab puwatu nibisare ji bisaru take diy but biya huwer psr porai husband a bht dukh ksto dise ovb dise bht kandu dewta loi mnt pori ki Korim tnk thakibo lagibo suwali jibontu ai anekuwa semim ba apuni dukh nkribo God ase apuner lgt hodai .

  • @manibankalitanath3648
    @manibankalitanath36488 ай бұрын

    খুবেই ভাল লাগিছে আজিৰ ভিডিঅ টো । খুবেই ষ্ট্ৰং দুজনী ইউটিউবাৰৰ বাৰ্তালাপ। চেমিম খুবেই মৰম লগা , কথাবোৰ কোমলকৈ কোৱা সচাকৈ মৰমলগা ছোৱালী । ঠিক তেনেদৰে হিমাশ্ৰী । দুজনী লৈ অফুৰন্ত মৰম আৰু শুভেচ্ছা সদায় আছে । দুইজনীয়ে সুন্দৰ কামেৰে আগবাঢ়িছা আগুৱাই যোৱা ।

  • @riturajkalita2767
    @riturajkalita27678 ай бұрын

    দুয়ো গৰাকী লৈ আন্তৰিক শুভেচ্ছা তথা বহুত বহুত মৰম যাচিলোঁ। লগতেই তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @123janmoni
    @123janmoni8 ай бұрын

    তোমাৰ video বোৰ চাই বহুত ভাল লাগে। তোমাৰ কথা বোৰ ও মোৰ খুব ভাল লাগে।

  • @user-hb3eu3oe6j
    @user-hb3eu3oe6j8 ай бұрын

    হিমাশ্ৰী বাৰ প্ৰতেকটো ভিদিঅ ভাল লাগে।কিন্ত আজিৰ ভিদিঅ টো মোৰ আটাইতকৈ ভাল লাগিল।কাৰন আজি তুমি চেমিম আহমেদ বাৰ ইনটাৰভিও লৈছে। দুজনীয়ে একে কাম‌ কৰি আছে❤❤।

  • @janulahon9911
    @janulahon99118 ай бұрын

    দুয়ো গৰাকীলৈ আন্তৰিক অভিনন্দন থাকিল ।শুভাশীষ দিলো আৰু আগবাঢ়ি যোৱা।

  • @bitaboruah9736
    @bitaboruah97362 ай бұрын

    বহুত ভাল লাগিল । দুই গৰাকী মোৰ বৰ প্রিয় । দুই গৰাকীৰ ভিডিও বোৰ মই চাওঁ ।

  • @bijumedhi1935
    @bijumedhi19358 ай бұрын

    খুব ভাল লাগিল চাই, এনেকৈৱে দুয়োজনী আগবাঢ়ি যোৱা

  • @dilipchandradas2292
    @dilipchandradas22928 ай бұрын

    তোমালোক দুয়োকে জীৱনৰ বাটত আৰু আগবাঢ়ি যাবলৈ শুভকামনা আৰু আশীৰ্বাদ কৰিলোঁ। অসমীয়া ছোৱালী হিচাবে তোমালোকক লৈ গৌৰৱ অনুভৱ কৰোঁ।

  • @nirmalibarman3863
    @nirmalibarman38638 ай бұрын

    Ai episodto bhut val lagil chemimokto moi khub val pau

  • @mamonigogoi8199
    @mamonigogoi81998 ай бұрын

    দুই গৰাকীক একেলগে দেখি ভাল লাগিল। দুয়োগৰাকীকে আৰ্শীবাদ কৰিছো আগোৱাই যোৱা।

  • @janulahon9911
    @janulahon99118 ай бұрын

    Bohut val lagil .himashree aru semim duyu gorakiyei val Kam kori ase.❤❤

  • @bhuboneswarbhuyan7251
    @bhuboneswarbhuyan72518 ай бұрын

    Very much enjoyable interview _sincere thanks for both of u _go ahead plz with a positive mind _wish u a brighter tomorrow ........

  • @pranitaphukan9197
    @pranitaphukan91978 ай бұрын

    Tumalukar kathbur huni bahut bhal lagise.aguai jua . God bless you

  • @pradipbezbaruah5786
    @pradipbezbaruah57868 ай бұрын

    Shemim go ahead, don't look to back. You are very talented. Nice

  • @kalpanachoudhury3973
    @kalpanachoudhury39738 ай бұрын

    বৰ সুন্দৰ লাগিল দুয়োকে ❤❤

  • @bijoyagogoi6248
    @bijoyagogoi62488 ай бұрын

    দুয়ো গৰাকীৰ প্ৰগেম চাই বহুত ভাল লাগে।দুয়োগৰাকী কে ধন্যবাদ জনালো ।

  • @kalpanadas4409
    @kalpanadas440913 күн бұрын

    দুয়ো গৰাকীৰ প্ৰগ্ৰেম চাই বহু ভাল লাগে দুয়োগৰাকী কে ধন্যবাদ

  • @RinkiBoruah-pz3qu
    @RinkiBoruah-pz3qu8 ай бұрын

    ভাল লাগিল দুয়োগৰাকীকে। আৰু ভাল ভাল কাম কৰি যোৱা।

  • @junugogoi4458
    @junugogoi44588 ай бұрын

    দুয়ো গৰাকীলৈ বহুত শুভেচ্ছা আৰু মৰম জনালেো❤❤

  • @horizonx6180
    @horizonx61808 ай бұрын

    দুই গৰাকী ভিডিও চাই ভাল লাগে সাধাৰণ মানুহৰ মন কথা বিলাক জানিবলৈ চেষ্টা কৰিবা❤❤❤❤

  • @anowara.begum23
    @anowara.begum238 ай бұрын

    সকলোৰে জীৱনলৈ অহা দুখবোৰ যেতিয়া আনৰ আগত প্ৰকাশ কৰিবলৈ ইমান সহজ নহয়। কিন্তু অকলে অন্তৰত দুখৰ বুজা লৈ আগবঢ়ি যোৱা বহুত কঠিন। ভুক্তভোগীয়ে হে বুজিব

  • @mayurikalita4166
    @mayurikalita41668 ай бұрын

    Dhukh lgil gl shemim ba kanda dakhi 2ma ru shemim ba interview sai bht vl lge❤

  • @user-jv4qh8xs2m
    @user-jv4qh8xs2m8 ай бұрын

    Semim and the interviur you go on with positive energy, god bless you

  • @semimasiddiqua3031
    @semimasiddiqua30318 ай бұрын

    Hundor kotha kotha koisa Semim,je hindu muslim okol rajnitee t he sole

  • @user-qk5zd7wx8o
    @user-qk5zd7wx8o8 ай бұрын

    Val lagil video to...2jonik bor val lage❤❤sodai tumalukok sau..anakoi aaguwai juwa...

  • @JitenDeka-fx8xf
    @JitenDeka-fx8xf8 ай бұрын

    Bhut bsi vl lgil interview tu , shemim bak bhut vl pau, duigorakiy mili vl dhuise kintu ksumnok vl lgise xeikrne, xsa ktha kbole ankua xahox sbore thkib lge, love you both sister ❤

  • @molinadas9009
    @molinadas90098 ай бұрын

    Bahut Bahut thanks...dugorakieke..❤

  • @user-gr1yl5lm9s
    @user-gr1yl5lm9s8 ай бұрын

    Korisu baaa❤❤ Love from Tinsukia...

  • @animarajkhowa3216
    @animarajkhowa32168 ай бұрын

    তোমালোক দুয়োগৰাকী সদায় চিম্পল হৈ থাকা বাবে ভাল লাগে , আগবাঢ়ি যোৱা শুভেচ্ছা থাকিল

  • @Arzu029
    @Arzu0298 ай бұрын

    Humanity is above religion ! Assamese society and culture is always rich and will remain forever ! Good presentation !

  • @manjubarman1855
    @manjubarman18558 ай бұрын

    ভাল লাগিল দুয়ো আগুৱাই যোৱা।❤

  • @sufiabegum4864
    @sufiabegum48648 ай бұрын

    খুব সুন্দৰ , তোমালোক দুয়ো আগবাঢ়ি যোৱা । মোৰ ইণ্টাৰভিউ চেমিমে লোৱাৰ সময়ত তোমাৰ কথা পাতিছিলো হিমাক্ষী । ভালে থাকা ।

  • @HasibRahim07
    @HasibRahim078 ай бұрын

    আৱেগিক নহবা,তুমি জানাই নহয় যে,মানুহ মাত্ৰেই মৰণশীল।এই বিন্দনীয়া পৃথিৱীখন এৰি গুচি যাব লাগিব।এয়া চিৰন্তন সত্য;প্ৰত্যেকজন লোকৰ বাবে তেওঁৰ মাক দেউতা সকলোতকৈ আপোন।এই আপোনজন কেতিয়াবা ওচৰৰ পৰা অদৃশ্য লৈ আঁতৰি যায়,তেতিয়া অন্তৰত বৰকৈ বেয়া লাগে।এদিন হয়তো আমিও ইহজগতৰ পৰা চিৰ বিদায় লব লাগিব।মোৰ ফালৰ পৰা তোমালৈ আশীৰ্বাদ থাকিল, তুমি আগবাঢ়ি যোৱা;তুমি জানিবা কৰ্মক্ষেত্ৰত বহুতো বাধাৰ সন্মুখীন হবা;সেই বাধাক নেউচি আগবাঢ়ি যাবা নিশ্চয় সফল সব পাৰিবা ।

  • @monjuboruah894
    @monjuboruah8948 ай бұрын

    Shemmim aru himashree tumalukoloi bohut morom pathalu . Tumalukor video hodai sau Agbarhi jua ei kamonarei ❤❤

  • @hemantiroy8004
    @hemantiroy80048 ай бұрын

    Semim tumi iman dhuniya kotha koa khub val lage duiojonoke val lage tumalokor vdo moi Sai thaku enedore aguai joa

  • @user-my6de4oi3o
    @user-my6de4oi3o8 ай бұрын

    দুয়ো গৰাকীলৈ বহুত বহুত শুভেচ্ছা তথা মৰম যাচিলো

  • @Akash-oh2hk
    @Akash-oh2hk8 ай бұрын

    সুন্দৰলাগিল দুয়োগৰা কীকে❤

  • @tradingisabusines
    @tradingisabusines8 ай бұрын

    Bea nupua jodi ata kotha kou 2mi hantona dibo nijana khali aku nai, nhy janu koi asa so pls olop feelings r lgt kotha milai koba

  • @yodas8646

    @yodas8646

    7 ай бұрын

    5:06 5:11 😢😢🎉🎉

  • @ushasvlog2239

    @ushasvlog2239

    7 ай бұрын

    Right

  • @dmanta5218
    @dmanta52188 ай бұрын

    হিক্ষি আৰু চিমিম তোমালোক দয়োকে বহুত বহুত ধন্যবাদ জনাইছোঁ তোমালোকৰ চেনেলৰ দীৰ্ঘয়ু কামনা কৰিছো । 🙏🙏🙏🙏🙏🙏🙏♥️❤️♥️❤️♥️❤️♥️❤️♥️

  • @vestigehealthiswellth5246
    @vestigehealthiswellth52463 ай бұрын

    Bhout valgia videotu Sai thank you so much both of you Godbless ❤❤

  • @user-ud3bn5ip5k
    @user-ud3bn5ip5k8 ай бұрын

    ❤চেলিম তুমাৰ সকলো ভিডিও চাও ভাল লাগিল

  • @diliptumung9859
    @diliptumung98598 ай бұрын

    বহুত ভাল লাগিলে ❤❤ দুয়োকে দেখিবলৈ পাই❤❤❤

  • @kalyaniborah6550
    @kalyaniborah65508 ай бұрын

    বহুত ভাল লাগিল ।

  • @barnalihazorika6861
    @barnalihazorika68618 ай бұрын

    Semim bar kothabur huni imman val lage ❤❤❤

  • @krishnakhound6354
    @krishnakhound63548 ай бұрын

    চকুপানী ওলাই গল দেউতা মাৰ সমান কোনোৱেই হব নোৱাৰে.

  • @ronjitborah1997
    @ronjitborah19978 ай бұрын

    Duijonie simple and smart,vodro aru open herted

  • @renuborah8910
    @renuborah89108 ай бұрын

    Semim bhonti tumar vidio moi regular saw bohut val lage tumi daily mekhela sador pindhiba bohut val lage aguai jua gog bless you

  • @dulumonihatimuriahatimuria427
    @dulumonihatimuriahatimuria4278 ай бұрын

    চেমিম তোমাক বহুত ভাল লাগে |সদায়ে তোমাৰ ভিডিঅ চাও সদায়ে আগুৱাই যোৱা শুভকামনা যাচিলো |

  • @murchanaswargiary3173
    @murchanaswargiary31738 ай бұрын

    Hosake bohut vaal lage tumar channal tu karon tumi hadharon manuh khinik monor kotha khuli koboloi ata jaga dis😍

  • @runubarman3428
    @runubarman34282 ай бұрын

    Semim tumar personality bht vl lagil . from mukalmua

  • @Manjuara-Begum786
    @Manjuara-Begum7868 ай бұрын

    Semim and Himashree both are my favourite, Mridula Bar interview sai bohut val paisu. Aguwai jowa 🎉🎉

  • @user-fj1mg3ml7e
    @user-fj1mg3ml7e8 ай бұрын

    আপোনালোক দুয়োগৰাকীলৈকে মোৰ আন্তৰিক ধন্যবাদ থাকিল কাৰণ আপোনালোকে আমাক বহুতো অসমৰ জনপ্ৰিয় স্বনামধন্য ব্যক্তিৰ বৰ্তমানৰ লগত পৰিচয় কৰাই দি আছে❤ ❤❤

  • @kakalidas7450
    @kakalidas74508 ай бұрын

    এইটো সচাঁ কথা, ধৰ্ম ৰাজনীতিত থাকে

  • @manuwarahazarika3020
    @manuwarahazarika30207 ай бұрын

    Shemim,tumar intarviewe to bor val lagil.kaam Kori jua ru val hobo. khumalutona bur korok , gothan mulok hobo lage.dukh dayok hobo nalage..2gorakiloi bohut besi Duwa thakil.🤲🤲.

  • @himajyotisvlog
    @himajyotisvlog8 ай бұрын

    বহুত ভাল লাগিলে চেমিম তোমাৰ কথা বোৰ💓💓💓

  • @papuboruah7406
    @papuboruah74063 ай бұрын

    ভাল লাগিল আৰু আগুৱাই যাবলৈ আশিবাদ কৰিছো

  • @tksarmah2632
    @tksarmah26328 ай бұрын

    পৰিৱেশ আৰু পৰিস্থিতি হিচাবে কিছুমান বিশেষ বস্তুৰ দৰকাৰ হয়। আজিৰ পৰিবেশত কি কি প্ৰশ্ন কৰা হব আৰু তেনেকৱা পৰিস্থিতিত বিশেষকৈ এজনী ছোৱালীৰ ব্যৱহাৰ কেনে হব পাৰে আপোনালোকে আগতীয়াকৈ বুজি পাব লাগে আৰু তাৰ বাবে সাজু হৈ থাকিব নালাগে জানো ? সদায় অভ্যাগতৰ বাবে এগিলাছ পানী আৰু তিচু পেপাৰ ৰাখিব লাগে। আপোনালোকৰ podcast prayei চাই থাকো আৰু দুয়ো জনীকে ভাল লাগে । আগুৱাই যাওঁক আমি লগত আছোঁ।

  • @chumjanolotha3332
    @chumjanolotha33328 ай бұрын

    Beautiful interview ❤❤❤❤

  • @Pranamika_Saikia11
    @Pranamika_Saikia118 ай бұрын

    Moi kintu tumar KZread channel tu kotha dimpu da interview pora he janu🥰🥰Mur dore hoitu ru bhut ase dimpu da interview pora tumar video suwa...❤Val Lage tetiya pora e tumar video sau.. love from Jorhat..❤

  • @hiya312
    @hiya3128 ай бұрын

    দুই গৰাকী প্ৰিয় ❤

  • @renubegum3639
    @renubegum36398 ай бұрын

    Wow..... 2joni akeloge 👍

  • @kiransaikia6211
    @kiransaikia62117 ай бұрын

    bohut hundor hoise.aagoloi juwa

  • @AsmaBegum-ql8og
    @AsmaBegum-ql8og8 ай бұрын

    Loved both of you from Baihata Chariali

  • @dharitridas6324
    @dharitridas63248 ай бұрын

    Khub vl lagil duyoke

  • @moviecrime3160
    @moviecrime31608 ай бұрын

    Bhut thanks 2 janik

  • @jonalimdas8242
    @jonalimdas82428 ай бұрын

    বৰ ভাল লাগিছে অনুষ্ঠান টি। দুয়ো জনীকে মোৰ বৰ ভাল লাগে। face to face লগ পাবৰ মন য়ায

  • @pradipmahanta8465
    @pradipmahanta84658 ай бұрын

    U r great keep it up

  • @jatnarabha9323
    @jatnarabha932324 күн бұрын

    বহুত ভাল.লাগিল

  • @MahfujorRahman-eu2jk
    @MahfujorRahman-eu2jk8 ай бұрын

    Best wishes Both of You

  • @herambanath1697
    @herambanath16978 ай бұрын

    Bahut bhal kotha kola thanks

  • @MoidulAli-iw5bb
    @MoidulAli-iw5bb8 ай бұрын

    Val lagese baa ❤❤

  • @Krishnakoch174
    @Krishnakoch1748 ай бұрын

    Beautiful interview❤❤❤❤

  • @amritkotoky9383
    @amritkotoky93838 ай бұрын

    ভাল লাগিল তোমালোকৰ বাতালাপ শুনি

  • @nimnitamahanta7390
    @nimnitamahanta73903 ай бұрын

    Bohut bhal lagil mam

  • @dhurbajitsaikia8903
    @dhurbajitsaikia89038 ай бұрын

    সদায় চাওঁ আপোনাৰ ভিডিঅ', ভাল লাগে আৰু বিশেষ ব্যক্তি সকলৰ জীৱনত ঘটা ঘটনা আৰু তেওঁ লোকে সেইবোৰ ধুমুহাৰ লগত কেনেকৈ যুজি জীৱন আগুৱাই নিছে, সেইবোৰৰ পৰা কিছু এনাৰ্জী পাওঁ ❤️👌 লাইক কমেণ্ট আৰু চাস্ক্ৰাইৱ কৰা নাছিলো, আজি কৰি দিছোঁ 😎😀👍

  • @bijayanandaneog73
    @bijayanandaneog738 ай бұрын

    Khub vall lagil semim

  • @lakhimibora870
    @lakhimibora8708 ай бұрын

    Bor Val lagil Tumaluk ag bahi jua

  • @DiptiGogoi-ob8ux
    @DiptiGogoi-ob8ux8 ай бұрын

    Mojjja ❤❤ you right

  • @BijumoniGogoi-dz3pb
    @BijumoniGogoi-dz3pb8 ай бұрын

    😢 ভিডিঅ টো চাই বহুত দুখ লাগিল

  • @himashreesaikia8759
    @himashreesaikia87598 ай бұрын

    Himashree ba 2mr lifer bikhye kba sun❤❤

  • @jitubikashjitubikash6940
    @jitubikashjitubikash69408 ай бұрын

    Mohan Allah Taalai tekhetok Jannat bakhi korok.asolote tekhetor intekal bohut vaal.Ako nai dukh nokoribo besi besi koi Dowa koribo

  • @jayantibg5041
    @jayantibg50418 ай бұрын

    Shemim tume val kotha kola.

  • @bijumoni9485
    @bijumoni94858 ай бұрын

    Apunaluk duyugorakir video hodai sau, semimor mukhot hodai hahi thake val lage❤

  • @NajiraParbin-yy5vq
    @NajiraParbin-yy5vq8 ай бұрын

    Bhut vl lagie video to sai 👍👌 moi semim baak bhut vl pao aro ❤

  • @monalishasaikiakakoty2049
    @monalishasaikiakakoty20492 ай бұрын

    Khub hundor ❤

  • @hiramonisutradhar7174
    @hiramonisutradhar71748 ай бұрын

    চেমিমক মোৰ বৰ ভাল লাগে ।

  • @rameshchbaishya6
    @rameshchbaishya68 ай бұрын

    Duyo garakire kathabor khub maram laga ,bhal lagil aguwai jowa .

Келесі