বৃদ্ধাশ্ৰমৰ বিবাদে ঠিকনাহীন কৰিলে আইতাসকলক ! চকুলো টুকি MOTHER OLD AGE HOME এৰি গুচি গ'ল আইতাসকল

বৃদ্ধাশ্ৰমৰ বিবাদে ঠিকনাহীন কৰিলে আইতাসকলক ! চকুলো টুকি MOTHER OLD AGE HOME এৰি গুচি গ'ল আইতাসকল
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 386

  • @sankardevroy3683
    @sankardevroy36833 жыл бұрын

    বহুত দুখ লগা কথা। অতিসোনকালে আইতা হতৰ কাৰণে , অসম চৰকাৰে কিবা এটা সঠিক ব্যৱস্থা কৰিব লাগে।

  • @devikagogoi2898
    @devikagogoi28983 жыл бұрын

    মনিকা ইমানবোৰ আইতাই তোমাক অভিশাপ দিলে জীৱনত কেতিয়াও শান্তিত থাকিব নোৱাৰিবা। আশীৰ্বাদ থাকিলেহে আগুৱাই যাব পাৰিবা ।

  • @keshabchborgohain1581
    @keshabchborgohain15813 жыл бұрын

    আইতা সকলে আশ্ৰমত হোৱা কন্দলৰ বাবে আৰু দুইবাৰকৈ পুলিছ অহাৰ বাবে আইতা সকলৰ মনত খুৱেই দুখ গতিকে এদিন কলে উতপল তুমি কলৈ যােৱা আমিও তোমাৰ লগতে থাকিম বুলি ,ৰাইজ চাওকঁ কিয় এই কথাশাৰ আইতা সকলে কব লগাত পৰিল অলপ চিন্তা কৰি চাওকঁ |

  • @linasonowal1376
    @linasonowal13763 жыл бұрын

    উৎপল ভগবানে তোমাক সহায় কৰিব। আইতা সকলক মনত কস্তু নিদিয়াকৈ শান্তি থকা।

  • @nanghunpha
    @nanghunpha3 жыл бұрын

    এগৰাকী ডাইনী ওচৰত থকাতকৈ সচাকৈ অন্য এঠাইত শান্তিয়ে থকাইয়েই ভাল ।কোনোবা মানৱীয়তা লোকে সহায় কৰে যেন ।

  • @archanagoswami9502
    @archanagoswami95023 жыл бұрын

    অতি দুখ জনক কথা ।আইতা সকলে যিমান দুখ পাইছে এই ছোৱালীজনীয়ে তাৰ ফল ভোগ কৰিব ।

  • @nikunjaalbartassam5982
    @nikunjaalbartassam59823 жыл бұрын

    বহুত দুখজনক 🥺 অসম চৰকাৰক বিশেষকৈ হিমন্ত মামাক তেখেত সকলৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনালোঁ 🙏

  • @architaborah3432
    @architaborah34323 жыл бұрын

    আইতা সকলৰ সুখৰ কাৰণে ভালে কৰিছা উৎপল । তোমাৰ লগত আইতা সকল আছে ভগৱান আছে তুমি চিন্তা নকৰিব া

  • @user-ci2ki5ew3p
    @user-ci2ki5ew3p3 жыл бұрын

    উৎপলা মহান তোমাক ভগবানে সহায় কৰক মনি নতুন কণি

  • @ashapurnadas3748

    @ashapurnadas3748

    3 жыл бұрын

    Utpola nhoi Lora hoi Utpol.

  • @rajudas8357

    @rajudas8357

    3 жыл бұрын

    মনি নতুন কনি । ফাতিলে গম পাবি

  • @Raja-lt6hq
    @Raja-lt6hq3 жыл бұрын

    প্রায়ে ফেচবুকত মাডাৰ অ'ল্ডএজ হোমৰ লাইভবোৰ চাই থাকো ইমান ধুনীয়াকৈ ৰাখিছিল আইতা সকলক।। উৎপল মনিকাৰ এই সৎ কামৰ মাজত তৃতীয় ব্যক্তি সোমাই চব খেলি মেলি লগাইছে বুজিবলে বাকী নাই।।আইতা সকলক যদি বেয়া ব্যৱহাৰেই কৰে উৎপলে তেন্তে তেওঁলোক আজি কিয় উৎপলৰ লগত য়াবলে ওলাইছে এবাৰ ভাবি চাওঁকচোন।।

  • @bijoyasaikia8632
    @bijoyasaikia86323 жыл бұрын

    আই সকলৰ লগতে উৎপল ডাঙৰীয়া সুখ তথা শান্তিৰে থাকিবলৈ ঈশ্বৰৰ ওচৰত শতকুতি পাৰ্থ না কৰিছো।

  • @mitaligogoi7241
    @mitaligogoi72413 жыл бұрын

    উৎপল তুমি ভালেই কৰিলে মানবতা ধন্ম‌ সবাতোত উওম

  • @tonmoyborahsaikia2745
    @tonmoyborahsaikia27453 жыл бұрын

    মনি বহুত বেয়া মাইকী

  • @bikiboro5429

    @bikiboro5429

    3 жыл бұрын

    YES

  • @nabadutta2897
    @nabadutta28973 жыл бұрын

    কেৰুণ কত, উচিত তদন্ত হওঁক। old age home ত শান্তি বিৰাজ কৰে, তাৰ বাবে চৰকাৰৰ হস্থ খেপ কৰক।

  • @riyamogar1568
    @riyamogar15683 жыл бұрын

    আইতামকলে ভালে থাকক 🙏

  • @manuborah4135
    @manuborah41353 жыл бұрын

    অতি দুখ জনক কথা । ইয়াৰ প্ৰতিফল পাব সেই জনীয়ে

  • @samendeka4735
    @samendeka47353 жыл бұрын

    উৎপল ভাল লৰা ।

  • @kabitauniquekitchen1770
    @kabitauniquekitchen17703 жыл бұрын

    Bohut dhuk lagi gol khosakoi soku Pani ulai gol ita hotok dakhi.hey porom pita pormesor apunar sree soronot kuti kuti pronam ita hotok vhal k rakhibo🙏🙏🙏🙏.

  • @bipulnath9430
    @bipulnath94303 жыл бұрын

    আইতা সকলক ভাল দৰে ৰাখিব ভগৱানে আপোনাক ভালে ৰাখিব।

  • @parbinsultana5644
    @parbinsultana56443 жыл бұрын

    মণিৰ কথা মিছা যেন অনুভৱ হয়।

  • @mrinalibora7197
    @mrinalibora71972 жыл бұрын

    দ।দ। আপোনাৰ মনৰআশা পূৰণ হয়ক।আইত। সকল ভালে কুশলে থাকক

  • @mridudas5388
    @mridudas53883 жыл бұрын

    দুই ম'হৰ মাজত বিৰিণাৰ মৰনৰ দৰে হৈছে আইতাহঁতৰ।অতি দুখজনক কথা।

  • @dilipgogoi3682
    @dilipgogoi36823 жыл бұрын

    আইসকলে শান্তি বিচাৰি ওলাইছে ভাল কথা। তেখেতসকল শান্তিত থাকক।

  • @anowara.begum23
    @anowara.begum233 жыл бұрын

    মানি মাৰুৱালীৰ ডিঙিৰ মনি হৈ আইতাসকলক বৰ কষ্ট পাইছে ।

  • @alimulelem7059
    @alimulelem70593 жыл бұрын

    News Live ৰ বাতৰি শুনিলো তথা KZread ভিডিও চালো । Mothers Old Age Home ৰ বূদ্ধ আইতা সকলৰ মতে উৎপল হষবৰধনেই ঠিক আৰু নিৰ্দোষী । মনিকা শৰ্মাই প্ৰকূততে দোষী আৰু বদমাছ বুলি আইতা সকলে কান্দি কান্দি কোৱা পৰিলক্ষিত হল । বৰ দূখ লাগিল । এই বয়সত ইমান হাৰাশাস্তি । এই সময় আৰু পৰিস্থিতিত আইতা সকলৰ এই অবস্থা কৰাটো মুঠেই ঠিক আৰু উচিত হোৱা নাই । হাতী- মহ ৰ যুজ হয় নল-খাগৰাৰ মৰণ হয় । গতিকে ,, মনিকা শৰ্মা ক জোতাৰ মালা পিন্ধাই ঘূৰাব লাগে । উৎপল হষবৰধনেই ভাল কাম কৰিছে । ধন্যবাদ ।

  • @llnm4891
    @llnm4891 Жыл бұрын

    God. Bless. You. Utpal

  • @rphukan3403
    @rphukan34033 жыл бұрын

    আইতা সকল সুখত থাকক শান্তিত থাকক তাৰেই কামনা কৰিলো , আইতা সকললৈ সেৱা জনাইছো 🙏🙏

  • @nabajyotideka2314
    @nabajyotideka23143 жыл бұрын

    ছোৱালী জনী ধোঁৱা তোলসিৰ পাত

  • @barnalibhuyan1634
    @barnalibhuyan16343 жыл бұрын

    মনী বোলা জনী কাৰণে হৈছে

  • @alimulelem7059
    @alimulelem70593 жыл бұрын

    মাননীয় অসম চৰকাৰে এই ক্ষেত্ৰত নজৰ ,, উচিত বিহীত ব্যবস্থা আৰু হস্তক্ষেপ কৰাটো দৰকাৰ বুলি ভাবো ।

  • @rmsadhubri1317
    @rmsadhubri13173 жыл бұрын

    কোন মনিকা ? সুবিচাৰ এটা কৰক চৰকাৰে ।

  • @DearSir2
    @DearSir23 жыл бұрын

    Utpal da... Ur great man

  • @krishnamonivlogs5611
    @krishnamonivlogs56113 жыл бұрын

    বহুত বেছি দুখ লাগিল আইতা সকললৈ।। ভগৱানে আৰ্শিবাদ কৰক আইতা সকলক।।

  • @champakdas169
    @champakdas1693 жыл бұрын

    Bahut dukh Laga situation...

  • @maithilibarua2670
    @maithilibarua26703 жыл бұрын

    Good job Utpal

  • @jyotidipyoutubechannel4045
    @jyotidipyoutubechannel40453 жыл бұрын

    এই মনিকা বোলা জনি মস্ত হাৰামি তাইৰ কথা বোৰতে গম পোৱা যায়

  • @aparicit9247
    @aparicit92473 жыл бұрын

    নিউজ লাইভৰ সাংবাদিক মিলাই লাভ নাই,ফটা বাঁহ জোৰা নালাগে

  • @chandanadeka8599
    @chandanadeka85993 жыл бұрын

    উফ! বহুত দুখ পালো।শেষত গৈ এনেকুৱা হে হ'লনে?

  • @rajibkashyap9813
    @rajibkashyap98133 жыл бұрын

    না উৎপল না মণিকা চৰকাৰে আৱাসগৃহৰ দায়িত্ব লৈ চৰকাৰী লোক নিয়োগ কৰক।

  • @poriraniburagohain1073
    @poriraniburagohain10733 жыл бұрын

    সচাঁকে বহুত দুখ লগা কথা 😒🥺

  • @RojitaDas
    @RojitaDas3 жыл бұрын

    Bidha ashram..uporot bohut lubh ase..Luvhia joni ..Monika..

  • @budheswarnath2764
    @budheswarnath27643 жыл бұрын

    Bahut dukh paisu manot

  • @kirandeka213
    @kirandeka2133 жыл бұрын

    আইতা হয় যেন সান্তি থাকিব পাৰে ধুনীয়া কৈ

  • @gopalbordoloi1004
    @gopalbordoloi10043 жыл бұрын

    Good bless you utpol da

  • @RojitaDas
    @RojitaDas3 жыл бұрын

    Hao Lagibo..💯💯💯 person..Monikak johora joni...

  • @girindasarmah8003
    @girindasarmah80033 жыл бұрын

    তাইৰ শেষ জীৱন এনেকুৱা দুখ হ'ব

  • @rabitaengleng1285
    @rabitaengleng12853 жыл бұрын

    Monika toi Luvia hoi

  • @user-ni2iy7pt1h
    @user-ni2iy7pt1h3 жыл бұрын

    দাদা তুমি একো ভুল কৰা নাই দাদা আইতা সকলক এৰি নিদিবা দাদা মই বৰ দুখ পালো দাদা🙏🙏🙏

  • @flamingsaber5938
    @flamingsaber59383 жыл бұрын

    তাই হাৰামী আৰু কুকুৰনী হয় । ইয়াত কৈও বেছি কষ্টত দিন পাৰ কৰিব লাগিব

  • @geetashrikaushik7433
    @geetashrikaushik74333 жыл бұрын

    Moni e. Enekua koribo buli voba nasilu ty u jibonor hekh homoyot bohut kosto pabo...

  • @queenbegum6079
    @queenbegum60793 жыл бұрын

    Sad

  • @bijubokatial429
    @bijubokatial4293 жыл бұрын

    aitu boyokhot aaita hokolok kosto dibo nalagisil

  • @subhkalita5096
    @subhkalita50963 жыл бұрын

    Bahut dukh lagise ....utpal da 2mi aaita sokolok valdore rakhiba ....god bless u utpal da ....tai val kam nokorile ....poisar karone aibur koribo napai ....aaita sokolor asirbad dangor bastu ...

  • @NeelimBordoloi
    @NeelimBordoloi3 жыл бұрын

    God bless Utpal.

  • @sambhuchoudhury4602

    @sambhuchoudhury4602

    3 жыл бұрын

    Sokare kiba ata nakarile upai nai amar mukhaymantri mamai kiba padakhep lale val hoi aru .

  • @manuborah4135
    @manuborah41353 жыл бұрын

    এই জনীৰ মাত শুনিব মন নাযায়

  • @theraj5108
    @theraj51083 жыл бұрын

    Monika joni mat2 hunib mn najai

  • @rashmigogoi8700
    @rashmigogoi87003 жыл бұрын

    Napai ankoi ainiai kari bola aita hokalr lagat mili takibo lagano.

  • @RojitaDas
    @RojitaDas3 жыл бұрын

    Monikak kotha 💯💯💯 person ..misha...

  • @lxkrishna7897
    @lxkrishna78973 жыл бұрын

    বহুত বেয়া লাগিছে দেই কথা বোৰ খোনি ,,,,এজনী ছোৱালী কায়ণে এইবোৰ হৈয়ছে

  • @hemaprabhadasnath840
    @hemaprabhadasnath8402 жыл бұрын

    I'm Sikha

  • @nivadevi606
    @nivadevi6063 жыл бұрын

    মনিকাই মিছা কোৱা যেন লাগিল

  • @monkeylovers3688
    @monkeylovers36883 жыл бұрын

    Utpol tamam ovinoi kribo pare

  • @simantadeka407
    @simantadeka4073 жыл бұрын

    Great Utpal da

  • @pubalikalita5845
    @pubalikalita58453 жыл бұрын

    Sorkare Utpolok olp help korile hoi aru

  • @dipankarpathak6615
    @dipankarpathak66153 жыл бұрын

    govtment should do something please

  • @explorewithdiggu
    @explorewithdiggu3 жыл бұрын

    So sad😔😔

  • @user-hg3di5bz7w
    @user-hg3di5bz7w2 жыл бұрын

    মনিকা জনি অলপ খতৰনাক আছে।

  • @ranjanbarman1612
    @ranjanbarman16123 жыл бұрын

    Honorable CM Sir please look into this mater as soon as possible. They are all ready in trouble and now this. Please help them Sir.. 🙏🙏🙏🙏🙏

  • @kansonowalofficial4433
    @kansonowalofficial44333 жыл бұрын

    Monika I sob misa koise

  • @manjukalita5714
    @manjukalita57143 жыл бұрын

    এইজনীক উলিয়াই দিলে সমস্যাৰ সমাধান হব।

  • @bhaskaraamshi475
    @bhaskaraamshi4753 жыл бұрын

    monika aru utpol moi kaku sini napao kintu apunalukr personal kothat aita sakalk kiyo dukh dise.aru ata kotha aji 11basor hol agote monikai ki kori asil tetiya ki saku keitai dekha puwa nasil neki atiya belegr logt biya hoi saku keita dekha puwa hol neki monika ata kotha kun val kun beya aita sokole buji pai monikai jimn sahai naluok jare aita sokole buji pai utpoldaa logt jabo bisarise.agote poisa hisap nuhuwake solaisil kintu atiya biya hoi gol j taik atiya poisa hisap lage luviya jat great utpoldaa.aijoni kothaburte dhoribo pora goise kimn socha kimn misa.nijor personal matter nije solve koribo lagisil.kiyo police matibo loga hol iyate bujibo baki nathakil

  • @dipaksaikia5674
    @dipaksaikia56743 жыл бұрын

    Utpal e jodi byake koisilei tetia hole Aayta hokol kio Utpal r logt gol..aapunr(manika) logt kio nthakile ...?

  • @subhkalita5096

    @subhkalita5096

    3 жыл бұрын

    Dhuniya question ....

  • @subhkalita5096

    @subhkalita5096

    3 жыл бұрын

    Aita sokole utpalor dukh nai buli kiyo koise ?

  • @rinima1181
    @rinima11813 жыл бұрын

    আইতা হতক অসম চৰকাৰে সহায়ৰ হাত বঢ়ালে ভাল হব

  • @atlantabhuyan9979
    @atlantabhuyan99793 жыл бұрын

    Its so sad to see this Stay Blessed Maa hokol❤️ bhal k thkok moi dangor hoi apnr lukor usrt jam buli akha thoisu😊

  • @irennath1411
    @irennath14113 жыл бұрын

    Utpal da great

  • @Ashokkachary8839
    @Ashokkachary88393 жыл бұрын

    Aaita hote val dise kin2...khosa ktha koise Monika kenkua..

  • @gitakotoky733
    @gitakotoky7332 жыл бұрын

    Utpal bahut Val lots.

  • @gitakotoky733

    @gitakotoky733

    2 жыл бұрын

    Mo Nika bahut bodmas tiruta

  • @inugogoi797
    @inugogoi7973 жыл бұрын

    মনিকা কথা বোৰেই মিছা যেন অনুভৱ হয়,,

  • @manaswitabaruah1266

    @manaswitabaruah1266

    3 жыл бұрын

    Muru tenekuai laagise, social welfare or d.c.r aagot dugoraakimaan aaitai kiba kotha logalei Utpole aru sokoluke maati aani kotha sunai aatmohatya korim buli kobo ne?

  • @uttarabaruva3461
    @uttarabaruva34613 жыл бұрын

    Very sad, authority should take the matter seriously, the house belongs to old age home, why are they shifting? Please help them. Why are they interfering public money?

  • @moon-tf9oi
    @moon-tf9oi3 жыл бұрын

    Oh

  • @bidyutdekavlogs7695
    @bidyutdekavlogs76953 жыл бұрын

    🙏🙏🙏

  • @mainugogoi3228
    @mainugogoi32283 жыл бұрын

    Bohut dukh lagise , valkoi thakok apunaluk

  • @himaniroybordoloi4381
    @himaniroybordoloi43813 жыл бұрын

    Plz look into the matter CM sir.🙏🙏🙏🙏

  • @chetia847
    @chetia8473 жыл бұрын

    মণিকা তুমি এতিয়া কেনেকুৱা পাইছা । তোমাৰ দুখ লগা নাই । কিয় এনে কৰিলা ।উৎপল তুমি ভাল ধৰনে আইতা সকলক ভালে ৰাখিবা ভগবানে সহায় কৰিব ।

  • @mrinalmixvlogs7023
    @mrinalmixvlogs70233 жыл бұрын

    Very sad ...... Help them

  • @tinkuali5885
    @tinkuali58853 жыл бұрын

    utpal da 🙏

  • @jaanmonichetia2503
    @jaanmonichetia25033 жыл бұрын

    😭😭

  • @arfanjaber450
    @arfanjaber4503 жыл бұрын

    So sad

  • @shortsvideocreatorlova6629
    @shortsvideocreatorlova66293 жыл бұрын

    😥😥😥😥😥

  • @RojitaDas
    @RojitaDas3 жыл бұрын

    Utpal ami apunar logot asu... don't wari..Utpal..daaaaa..

  • @dibavlogs2665
    @dibavlogs26653 жыл бұрын

    Sob soali joni khela

  • @dbyt7581
    @dbyt75813 жыл бұрын

    তেওলোকক সামৰি লব পাৰা মানুহ নাই নেকি আৰু..বেলেগে চলাব নোৱাৰে নেকি সেইখন.চৰকাৰে কিবা এটা নতুন কৰক

  • @makibarrahman9093
    @makibarrahman90933 жыл бұрын

    😔😔

  • @freefireshortvideo4841
    @freefireshortvideo48413 жыл бұрын

    Great uttpal da

  • @parthagogoi8219
    @parthagogoi82193 жыл бұрын

    Monika misa kuwa Jen lage

  • @basantahira8645
    @basantahira86453 жыл бұрын

    দুখ জনক খবৰ চেহ!! বৰ বেয়া লাগিছে অ

  • @babysaikia8380
    @babysaikia83803 жыл бұрын

    Utpol dada ru aaita hokolok vogobane hohai kore Jen..moni 2mr atiyar pora bya din ahi jbo Mur obihap ase 2mr uporot🙏🙏🙏hasti pua 2mi ushit🙏🙏🙏

  • @padumibaro3628
    @padumibaro36283 жыл бұрын

    মনিকা এই পাপৰ ফল গোটেই জীৱন আশীৰ্বাদ হিচাপে লব লাগিব

  • @bhubannortheast4615
    @bhubannortheast46153 жыл бұрын

    Utpalok maruwari tuk lole sualijoniye thik nohoi

  • @niraj8221
    @niraj82213 жыл бұрын

    উৎপল ভাল লৰা । তেওঁলোকৰ আভ্যন্তৰীণ কিবা খেলিমেলি আছে যদি সেইবোৰ নাজানো । কিন্তু উৎপল দা সঁচাই ভাল মানুহ । গুৱাহাটীৰ কৰবাত নিঠৰুৱা মানুহ যদি আছে বুলি উৎপল ক ফোন কৰা হয়, তেতিয়া ১০ মিনিটৰ ভিতৰতে উৎপল গৈ সেই ঠাইত উপস্থিত হয়গৈ ।

Келесі