বিপদসীমা স্পৰ্শ ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ

বিপদসীমা স্পৰ্শ ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
#asomlive24digital
#assamlive24digital
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Пікірлер: 175

  • @momi866
    @momi8662 жыл бұрын

    অসমীয়া উচ্চাৰণ বৰ সুন্দৰ হৈছে। হেমকোষ খন নতুন কৰিবৰ হৈছে। অসমীয়া channel কেইটা এ আগ ভাগ লওক আৰু

  • @puspa___devi
    @puspa___devi2 жыл бұрын

    আমি স্কুলত পঢ়িছিলোঁ দশমিক থাকিলে তাৰ পিছৰ সংখ্যাটো এটা এটাকৈ পঢ়িব লগে বুলি মোৰ যদি ভুল হোৱা নাই।। কোনোবাই জানে যদি হয় নে নহয় কব চোন

  • @dr.sanjibdeka7402
    @dr.sanjibdeka74022 жыл бұрын

    সাতচল্লিছ দশমিক ন দুই, বিৰানব্বৈ বুলি নকয় । মেট্ৰিক পাছ কৰিছে বা নাই!!!

  • @ashokhatibaruah7535
    @ashokhatibaruah75352 жыл бұрын

    জল স্তৰ এইদৰে পঢ়িব লাগে ৷ দশমিকৰ পিচৰ digit বিলাক এটা এটাকৈ পঢ়িব লাগে ৷

  • @stephenhawking7992
    @stephenhawking79922 жыл бұрын

    অসমীয়া অভিধান সলনি কৰিব লাগিব।

  • @birurabha6210
    @birurabha62102 жыл бұрын

    ভালে হৈছেদে অকল গাৱৰ মানুহে দুখ পাব লাগেনে ৰজাঘৰীয়া মানুহেও অলপ অনুভৱ কৰিব পাব লাগে । গুৱাহাটী দুবিলেহে ভাল হব

  • @bishnukamaldas3059
    @bishnukamaldas30592 жыл бұрын

    বানত মানুহ নমৰিলেও ইহঁতৰ কথাৰ ভয়ত যে মৰিৱ সেইটো খাটাং 😂

  • @nipulsaikia8671
    @nipulsaikia86712 жыл бұрын

    বাতৰি বচননে ভাওনা বচন।

  • @skfaruk7259
    @skfaruk72592 жыл бұрын

    Nature for each and every one....

  • @attitudeboy2570
    @attitudeboy25702 жыл бұрын

    thanks Nature

  • @theas01rider2
    @theas01rider22 жыл бұрын

    O Moja 😍😍

  • @gautamdas2933
    @gautamdas29332 жыл бұрын

    Nice reporting by ranjan 👍

  • @nilutpalboruah3520
    @nilutpalboruah35202 жыл бұрын

    দশমিকৰ পিছৰ সংখ্যাটোৰ অংক কেইটা এটা এটাকৈ পঢ়িব লাগে দেই

  • @raptorgaming5389
    @raptorgaming53892 жыл бұрын

    A moja

  • @Herbyonwheelsshubhayu14
    @Herbyonwheelsshubhayu142 жыл бұрын

    News reader voice so funny 🤣

  • @rajibsaikia4684
    @rajibsaikia46842 жыл бұрын

    Ai mojjahh

  • @flwratul0981
    @flwratul09812 жыл бұрын

    Pray for Assam

  • @janardankaman6824
    @janardankaman68242 жыл бұрын

    ভাওনাৰ বছন গালে ভাল লাগিব ।From Bangaluro

  • @bhanudeka4359
    @bhanudeka43592 жыл бұрын

    মামাই , কৰ। পাপৰ ফল এইবিলাক ।

  • @dsyker2962
    @dsyker29622 жыл бұрын

    Borhia..pani komileu hahakar barhileu hahakar 👍

Келесі