"বিনামূলীয়া ধাবা" কাৰ কাৰ বাবে বিনামূলীয়া ?
"বিনামূলীয়া ধাবা"ত বিনামূলীয়াকৈ এসাঁজ...
"বিনামূলীয়া ধাবা" কাৰ কাৰ বাবে বিনামূলীয়া ? "বিনামূলীয়া ধাবা"ত "আম্বানী ৰ ব্ৰেকফাষ্ট" আৰু বহুতো...
CONTACT NO. - 6900333064
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#binamuliyadhaba #nagaon #dhaba #assamesfood #assamesetreditionalfood #assam #food #assamfood
Пікірлер: 426
মই এজন গ্ৰাহক হিচাপে ক'ব খুজিছোঁ মে মোৰ বিনামূলীয়া ধাবাৰ অভিজ্ঞতা খুবেই বেয়া।
Waw
Nice ❤❤❤
Nice .......
সুন্দৰ প্ৰয়াস | '' বিনামূলীয়া ধাবা ও ৰেষ্টুৰেণ্ট" ৰ উজ্বল ভৱিষ্যত কামনা কৰিলো |
@phanindrakishorekumarvoice7660
Жыл бұрын
Great
A moja
Lovely
বঢিয়া।
❤️❤️❤️❤️
আমি গৈছিলো বহুত ধুনীয়া লাগিল 🥰🥰🥰
চক্ৰপাণি , বিনামূলীয়া ধাবা বিষয়ে কথা খিনি বৰ সুন্দৰ কৈ উপস্থাপন কৰা বাবে ধন্যবাদ জনালো । এদিন গৈ ওলাব লাগিব পৰিয়াল সহিতে ।
Dhunia many lal mohon.khub misti 😱😱😱
হয় চক্র দা ছোৱালী জনী বৰ মৰম লগা হয় ❤😍 বাকী তেওঁলোকৰ প্রচেস্টাক শলাগ লৈছো আৰু অনাগত দিনবোৰলৈ শুভেচ্ছা থাকিল |
ধাবাখনৰ বিষয়ে যেনে ধৰণে সুন্দৰকৈ বৰ্ণনা কৰিছে মই কিন্তু তেনে ধৰণৰ সেৱা দেখা নাপালোঁ।
🔥🔥🔥🔥বোলিহে কলো আৰু
হয় । কেতিয়াবা ভালকৈ এসাঁজ খাবলৈ ইচ্ছা যায় । কেতিয়াবা নিশ্চয় বিনামূলীয়া ধাবাত এসাঁজ খোৱা ইচ্ছা থাকিল । ধন্যবাদ পৰাশৰ । সময় লৈ যাব লাগিব ।
এনেকুৱা ধুনীয়া ছোৱালী এজনী পাওঁ নি বুলিয়েই আজি লৈকে বিয়া পতা নাই।মৰিবলৈ হলোঁ আৰু, নাপাম আৰু চাগে😂😂😂
সুন্দৰ উপস্থাপন 👌❤️
❤️💕🔥💕
সুন্দৰ গোটেই কথা খিনি বহুত ভাল লাগিল এজন অসমীয়া ছোৱালী হয় ।। I also like business...
Uninic idea. All the best wishes jonaloo
গুৱাহাটী গলে এদিন সোমাই মজাকে এসাজ খাই আহিব লাগিব,কাৰন আমি যোৰহটীয়া,চক্ৰ দা আৰু প্ৰিয়াংকীলৈ ধন্যবাদ জনাইছো ইমান সুন্দৰকৈ বুজাই দিয়াৰ কাৰনে ।
Pokoror binamulua, karubar jodi lingotha hobo asy jodi jabo. Motton 6 pcs 580, chicken, 6 ps 480, aru etc etc
যাম কেতিয়াবা love from dhemaji আগুৱাই যোৱা ❤️❤️
Jabo lagibo
Priyanki ba joni bhut cute dekhibole
Nice
Dada apunar sob vidio sao,aru kiba ata xiku,aitu vidio misa misa lagise, motivational video bonalu buli axa korilu
Api tuk val lagsi..
সুন্দৰ প্ৰয়াস।বিনামূলীয়া ধাবা এণ্ড ৰিজৰ্ট ৰ স্বত্ত্বাধিকাৰীক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
Val lagile sai
পদপথৰ মানুহ এজন তেনেকুৱা এখন ধাবাত খুউব কমেই যাব।। ফটাছিটা কাপোৰ পিন্ধি যোৱা মানু্হ এজনক সেই একেখিনি আলপৈচান ধৰিবনে যিখিনি ধনৱন্ত এজনৰ ক্ষেত্ৰত কৰে।। বাকী শুভেচ্ছা আৰু শুভকামনা থাকিল।।
নগাওঁ গলে নিশ্ছয় খাম ।
Very good work 👍
Val lagil, , , jam sure
সুন্দৰ
ভাল লাগিল দেই । বিশেষকৈ প্ৰিয়াংকী । সুন্দৰ ব্যক্তিত্ব । নিশ্চয় কেতিয়াবা লৈ সোমাম বিনামূলীয়া ধাবা ত 😊👌 ধন্যবাদ সুন্দৰ ভিডিঅ এটিৰ বাবে চক্ৰপানি পৰাশৰ 🙏 বিনামূলীয়া ধাবাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।
Really good job
সুন্দৰ প্ৰয়াস,ধন্যবাদ৷
Sakrapani dada xosai bht bhal lagil sai adin tat khbole nishyay jam,akha karu aru bht aguwai jauk piyankhi,God bless you piyankhi.Jai hind,jai aai axom
Long live binamulia dhaba.god bles
Best wishes.. Will try for sure
Great! বাকি একো নকওঁ,,, খালী বিচাৰোঁ এই প্ৰক্ৰিয়া যাতে সদাই থাকে
Very good
আমাৰ ঘৰ ওচৰতে আহিলে ককাইদেউ গমে নাপালোঁ,,,এবাৰ লগ পাব বহুত আশা থাকি গল,,,বাকী ভিদেও টু চাই বহুত ভাল লাগিল ককাইদেউ
Thank you for your valuable sharing ❤️🙏🌹💕🌷
amar usort a ghor
ধন্যবাদ জনাইছো আপোনাক, আপোনাৰ এই অনুষ্ঠানটো লগতে বিনামূলীয়া ধাৰাৰ স্বত্বাধিকাৰীক। বাৰ্তালাপ অনুষ্ঠানটো দীৰ্ঘস্থায়ী হওঁক, সকলোকে কুশলে থাকক।
ভাল লাগিল
সুন্দৰীৰ ইংৰাজী অলপ বেছিকৈ হল
আমাৰ লখিমপুৰৰ ছোৱালীবোৰ ধুনীয়াই
Val lagil
val lagil priyangki ba
Marketing 2 val lagil. Ag bahi jawok.
Khub Hundor lagise Aru Binamoilya Resturant khonor Khub bhal lagil.... So proud... Priyangki Baa and family 💙🧡💛💚💗💛🧡💜🌷🌹🙏🇮🇳
সুন্দৰ প্ৰয়াস👌
এই অতুলনীয় সুন্দৰ অসমীয়া ধাবাখনৰ অগ্ৰগতি কামনা কৰিলো ।
Priyanki bar mon tu bht xorol ❤️
Luv from Kakojan. JORHAT❤❤🙏🙏🥰
Intention is good towards low income people. But the main thing is the poor people won't go and ask for food as it would awkward for them. So I dnt think The object is for welfare of the people would be successful. But the business will definitely grow as it is near the NH.
Bohut val loga
Dhuniya baa joni
Nice steps
Great vabibo nuwara prokolpo..
Very very nice
Same
Dhuneya
Kotha bur jani bohut bhal lagil
Me v ja raha hu
Good 👍👍
"Congratulations "Bahut hundar dhaba dey👌👌!!,Priyanki baa. Aami Arunachal Pradesh r para edin hosakoi apunar dhabakhonat aehaaj khaboloi aru dhaba khon saaboloi aahim.
bhagwan aapko bohut kripa kare aur aapko bohut kush rakhe
Good
ভিডিঅ'টো চাই বহুত ভাল লাগিল
Eman morom loga dhunia swali dakhilai morom lagi jai pai🤗. Val lagil aru aaguai jua . Adin sure entry marim .
Baa joni cute 🥰 hoi. Best of luck baa
Bohut ucchhoo sinta dhara bydeu apunar.. Moi Borghat r usorte ghor.. Nitchoy jam apunar Dhaba t
Authentic ethnic assamese foods were cooked by our beloved Aitas long ago. These tastes are unforgettable. In the name of Assamese food lots of eateries are opened but not actual. And also in assamese foods mustard oils is used not refine oil
Moja
Bohut val lagil ...
নিশ্চয় এদিন যাম আৰু খাম
Concept is really beautiful
বহুত ভাল লাগিল চাই......
God consep
Bhal lagil
Concept tu val lagil
Sir aponar kothabor eman besi val loga xuni thakiboi mn jai.......💐💐💐❤️
🔥🔥🔥🔥
😍😍👏
Very good.
Mojja
Ba.. great👍
অভিজ্ঞতা ফালৰ পাৰ কৈছো বেয়া হয় বিনামূলীয়া ধাবা
Thank you so mosh👌👌👌👌💐🏵️
Dada video tu sai comment nokra ke rob nuwarilu val lagil বিনামূলীয়া ধাবা bikhoye jani tekhet luke bhut val kam krise hundhar prodkhep bikhekh ke dukhiya manuh r karne free diya r hobdo tu huni val lagil Mur jibont moi prothom dekhisu dhukiya মানুহৰ karneu j kunuba restaurant r মালিকে free diya kotha val lagil dukhiya holeu tu manuh so dukhiya manuhru tu mon Jai restaurant bohi abar khai sable apuanr video sai janib pra mote eman free free kotha bur janib pari abar nitsoi jable mon goise tale parile abar jam apuni eman dhuniya ke jonuwa karne bhut bhut dhainyabad বিনামূলীয়া ধাব r satyadhikarik dhainyabad বিনামূলীয়া ধাবা bhabitshyat ujal kamana korilu
so cute
Tamam concept 🔥🔥🔥🔥
বহুত ভাল লাগিল দাদা love from Archipathar
Congratulations
সুন্দৰ পদক্ষেপ ।নাহৰকটীয়াৰ পৰা কেতিয়াবা গুৱাহাটী গ'লে নিশ্চয় সোমাব পাৰিম।
@gopalchangmai9448
Жыл бұрын
নোসোমাবি ঐ, ---- বৰ লোতে,,,, আজি পাই গলো মজ্জা এমাহ মান মাংস নাখাও ৰো।