বিহুৱতী বোৱাৰীৰ মঞ্চত ৰাইডাৰ বোৱাৰী || Bihuwati Buwari || Round-1, Ep-9, P-1
বিহুৱতী বোৱাৰীৰ মঞ্চত ৰাইডাৰ বোৱাৰী
NB NEWSৰ মেগা ৰিয়েলিটী শ্ব' 'বিহুৱতী বোৱাৰী'ৰ প্ৰথম ৰাউণ্ডৰ নৱম খণ্ডৰ প্ৰথম অংশ
#nbnews #nbnewsdigital #bihuwatibuwari #realityshow #bihu #rider
Facebook: nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
Пікірлер: 172
Bahut besi Val lagile 👏🙏
এগৰাকী সফল নাৰী । সকলো নাৰীৰ বাবে আদৰ্শ হৈ ৰওক বাইদেউ। ভাল লাগিল। ভগৱানে আপোনাৰ সকলো ভাল ইচ্ছা পুৰ্ণ কৰক।অনাগত দিনত আপোনাৰ যি সংগ্ৰাম সেইয়া যাতে অতি সুন্দৰকৈ পাৰ হৈ যায় তাৰ বাবে ভগৱানে লগ দিয়ক তাকে কামনা কৰিলো। বহুত বহুত শুভেচ্ছা জনালোঁ।অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ। কুশলে থাকক সদায়।
কি কম আৰু।। বৰ ভাল লাগিল দেই।।আপোনাক ঈশ্বৰে সদায় কুশলে ৰাখক।।🙇♀️❤।।
Pranam janaisu
❤❤❤❤
🙏🙏
With best wishes. Thanks to you. God bless you.
এওঁ হে ভাইৰেল হব লাগে 😊😍🥰😘
নামষাৰ পুৰণি বৰ ভাল লাগিল❤
❤❤❤❤আপোনাৰ সপোন পূৰণ হওক। আন্তৰিকতাৰে কামনা কৰিছোঁ।🌹🌹🌹
@khirodakonwar9585
2 ай бұрын
ইমান সাহসী বোৱাৰী ৷ইমান বয়সতো সাৰ মনানাই ৷
বাইদেউ আপোনাৰ সহসক ধন্যবাদ। জনাইছো ❤❤❤❤
Salute 🙏
❤❤❤ aku noko kobola vakha ni
Ati hundar
Best of luck বাইদেউ। আপুনি এগৰাকী আদৰ্শ নাৰী। আপুনি বহুমুখী প্ৰতিভাৰ অধিকাৰী। শ্ৰদ্ধাৰ বিচাৰক দ্বীপজ্যোতি দাদাৰ বক্তব্য ৰ লগত সহমত প্ৰকাশ কৰিছোঁ।
Mur namu Ritamoni.moiu bohut Kam koru.baik gari nachLau baru.kinto mota manuhe kam.bah kati tati diya ,dangari bandhi nijei ana ,barit kur mora,pothart Ali diya ,barit kheti kora sob Kam koru.lagote sakoriu kori asu.majoni bortaman advocate.bupaiye IMI JE complete kori akoo ITI Fitter porhi ase.apunar dore agoraki mohila Mur babe anuprerona sahos hoi baideu.maje maje proggram Burt fastfood r dukan diu.bhal lagil apunar kathabur jani.agbarhok baideu.bihu monchat nachib muru mon ase kinto akolshariyaje ,manuh jone duronit sakori kore,apunar dadar sompurno sahari ase.mur manuh joneu muk agborhai diye ,Moi Rash utsabot abhinoy koru ,gaonr mohilar lagot jeng bihu maru.moiye gaonr mohila Burk uliyai anu.bihu sundor nachile bhal lagil.
❤️❤️❤️❤️ bohut val lagil 🔥
হিয়াভৰা শুভকামনা জনালো ৰীতা । তুমি সকলোৰে বাবে আদৰ্শ ।
Wow ,,,
স্বাধীন জীৱন, মুক্ত নাৰী সদায় সফল হ'বই!❤❤❤❤
God bless
🙏🏻🙏🏻
Bohut val lagil 11:00
God bless you
Salute🙏
God bless you ❤❤
Waww
Godbless..youu.
Val lagil
God bless you.
ধন্য ধন্য জীৱন। আগবাঢ়ি যাওক।বহুত মৰম শুভাশীষ যাচিলো।❤❤
💝💝
Gret
খুব সুন্দৰ বাইদেউ,,,, মহান 🙏🙏💖
❤❤
❤️❤️❤️
বহুত ভাল লাগিল
❤
ভাল লাগিল
Bohut xundor baideo.
Bhut vl lagil baidwk dekhi
Bhal. Lagil
Bohut val lagile ❤❤❤❤❤❤❤❤
❤❤❤❤❤
Congratulations baideu
আন্তৰিক শুভ কামণা থাকিল ৰীতা বা ❤
🙏🙏🙏
Deepjoti da aaponi val kotha koise bhut val lagise
ৰিতা বাইদেউ জিন্দা বাদ আপোনাৰ দৰে মোৰো এগৰাগী প্ৰতিভা বান মহিলা হবলে মন যায় 😊 নোৱাৰো আৰ্থিক অভাৱৰ বাবে । বাইদেউ লগতে ময়ো আবেগিকক হ'লো অলপ সময়ৰ বাবে 😢 বাকী আপোনাৰ নাচ ছাই ভাল লাগিল ।
আপুনি সকলো মহিলাৰ বাবে আদৰ্শ। আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ। আগবাঢ়ি যাওক ,আপোনাৰ অনুকৰণত আৰু দহগৰাকী মহিলা আগবাঢ়ক।
Rita ba mojaa hoise❤❤
Xundar hoise
আপোনালৈ আন্তৰিক শুভকামনা জনালোঁ ৷ ভগৱানে নিৰোগী ও দীৰ্ঘায়ু কৰি জীৱন যাত্ৰাত সফলতাৰে আগুৱাই সপোনবোৰ পূৰণ কৰি লৈ গৈ থাকক ৷
সুন্দৰ অপূৰ্ব ৷
নাৰীযে দুৰবল নহয় তাকেই ৰীতা বাইদেউ পমান ৷দেখুৱালে ধন্যবাদ বাইদেউ ৷
সুন্দৰ ❤
Bohut bohut vl lgise baideu aguway jaok 🙏🥰
Super ❤❤❤❤
Nice
নাৰী তুমি অনান্য
Amiu buari kintu hokolure kopalot ajon val sami napai apuni aguai jauk bahu dur narir hokti ketiau kom nohoi
Bohut vl lagi .best of luck baidew
Mojja
বাইদেউ আপুনি মহান ।
Apuni juuii😊❤
❤❤❤❤❤❤❤
❤❤❤❤❤❤❤❤
Pronam jonaisu🙏🙏🙏🙏🙏
👌👌👌❤️
Pranam❤pranamjanalu
মন্তব্য দিবলৈ ভাষা নাই। এটাই কওঁ সকলো দুৰ্বলী নাৰীৰ বাবে ৰীতা শইকীয়া বাইদেউ আদৰ্শ আৰু সাহস হওঁক
ভাল লাগিল আগুৱাই যাওক ❤
🙏🙏🙏🙏🙏
এগৰাকী সফল নাৰী ।ভাল লাগিল।
Super ❤❤❤
❤❤❤❤star apuni
Best of luck baidew
Good❤❤👍👍👍
Agoraki সফল নাৰী আপোনাক সহস্বৰ প্ৰণাম ।।
Val nasise ❤
ৰীতা বালৈ অন্তৰৰ পৰা সেৱা জনাইছোঁ।মনৰ আশা পূৰণ হয়।
সাহসী আৰু নিকা মনৰ সফল নাৰী।আগুৱাই যাওঁক।মংগল কৰক ভগৱানে
Bhut Val lagil manuh gorakir kotha huni ❤❤❤ ru agbahi jauk ❤❤
Superb 👍🙏💐
Apuni wonderful God bless you 🙏❤️🙏
Pronam jonsisu🙏🙏🙏🙏🙏
আপোনাৰ সকলো সপোন পূৰণ হওঁক। ।।।ভগৱানৰ ওচৰত প্ৰাৰ্থনা 🙏 জনাইছো বাইদেউ। সুস্বাস্থ্য কামনা কৰিছো 🙏
Bo dhuniya lagil kotha keita xuni apuni sofol hok vogobane asibad diyok
Vogoban ho hai houk apunar... Apuni hokolu narik hahokh aru preronar utkho.. Apunar hopun puron houk... God bless You
আপোনাৰ আশা পূৰণ হ'ব
Nari tumi annanya kothakhar kintu apunar lgt pura mili goise🙏🙏
Bhagabane apunar manar akha puran karak.
We're proud of you . Grand salute to Rita baa. God bless you and your family. Go ahead way to your journey. All the best wishes. Thanks.❤❤❤
❤🎉
Woww congratulations borma...
Bohut vl lagil 💕soku Pani ulai gol ...vle thakok
Congratulations rita baideu❤
বহু ত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো আপোনালৈ ৰীতা বাইদেউ
Energetic and powerful female women. Grand salute Rita baa
আপোনালৈ প্ৰনাম বাইদেউ 🙏 🙏❤❤