বিহুৱতী বোৱাৰীয়ে কি এনেকুৱা কথা কলে বিচাৰকে কান্দি দিলে

Ойын-сауық

##bihuwatibowari#nbnews#viralvideo#jayapayeal

Пікірлер: 188

  • @bilahkonwar5865
    @bilahkonwar586528 күн бұрын

    এই বোৱাৰী গৰাকীয়ে কোৱা কথাবিলাক আমাৰ সমাজত প্ৰয়োজন আৰু ভাল বাৰ্তা এটা দিয়াৰ বাবে ধন্যবাদ থাকিল

  • @kornaldas8192

    @kornaldas8192

    27 күн бұрын

    Bohut Val lagil video tu

  • @user-nn6tm9li6y

    @user-nn6tm9li6y

    25 күн бұрын

    🙏🙏🙏bhal Lagil

  • @hiranyarajkhowa4119
    @hiranyarajkhowa411916 күн бұрын

    অতি সুন্দৰ আৰু কুইনৰ পৰিৱেশন শৈলীও ব্যতিক্ৰম। কুইনৰ সুন্দৰ কথাবোৰে আমাৰ সমাজলৈ এক নতুন বাৰ্তা প্ৰেৰণ কৰিব। আগুৱাই যোৱা সদায়। মনৰ হেঁপাহেৰে সুখী হৈ থাকক আজীৱন। এয়েই কামনাৰে। শেষত তোমাৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।‌❤❤❤ ধন্যবাদ সহকাৰে। ❤❤❤

  • @BarsaRuhi
    @BarsaRuhi29 күн бұрын

    আমাৰ টেঙাখাতৰ ছোৱালী দুলীয়াজানৰ বোৱাৰী গৌৰৱ অনুভৱ কৰিছোঁ আগুৱাই যোৱা কুইন❤❤❤

  • @krishnogaming5225

    @krishnogaming5225

    29 күн бұрын

    মাক জনি আমাৰ গাওঁ

  • @queenkonwar4939

    @queenkonwar4939

    28 күн бұрын

    Thank you

  • @krishnogaming5225

    @krishnogaming5225

    28 күн бұрын

    @@queenkonwar4939 জামিৰা গজাই গাওঁ শাহুমা

  • @arunkalita2562
    @arunkalita256228 күн бұрын

    ধন্যবাদ তোমাৰ লগতে, তোমাৰ সেই পৰিয়ালটোলৈ। আগলৈ এনেকৈ সহায় উৎসাহ মৰম দি থাকিব বুলি আশা ৰাখিলোঁ।

  • @rupaliboruah9311
    @rupaliboruah931129 күн бұрын

    বহুত ভাল লাগিল।আৰু তাইৰ সংসাৰৰ কথা ইমান ভাল লাগিছে ।মোৰো চকুপানী ওলাই গৈছে।সকলোৰে এনেকুৱা সংসাৰ এখন হলে কিমানযে ভাল লাগিব।

  • @swaranasonowal3507
    @swaranasonowal3507Ай бұрын

    শুভেচ্ছা থাকিল। মাতৃ গৰাকীক 🙏🙏🙏।

  • @queenkonwar4939
    @queenkonwar493929 күн бұрын

    Thank you so so much hokoluke muk eman morom diar babe

  • @jayapayeal

    @jayapayeal

    28 күн бұрын

    ❤❤❤❤

  • @karabiboruah2662
    @karabiboruah266226 күн бұрын

    শাহু শাহু মৰম পালেও কিছু বোৱাৰী বুলিও নুবুজে, কেৱল বোৱাৰী প্ৰতিক টো কেৱল জন্মদাতা কহে জ্ঞান কৰে। এইয়া বহুত সুখৰ পৰিয়াল জন্মদাতা আৰু শাহু শাহু এটা মুদ্ৰা হিচাবে গ্ৰহণ কৰিছে । সঁচাই দুখ লাগিল শুনি,বিপৰিতে বহু লগ পাইছো

  • @dhrubajyotirajkonwar1046
    @dhrubajyotirajkonwar104625 күн бұрын

    অতি সুন্দৰ উপস্থাপন, আৰু আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ 👍

  • @MamoniBora
    @MamoniBora29 күн бұрын

    শাহুৰ ঘৰখন এনেকুৱাই হ'ব লাগে।

  • @nkofficialvideo3800
    @nkofficialvideo38006 күн бұрын

    এনেকুৱা শাহু শহুৰ স্বামী পাবলৈ ভাগ্য লাগিব আৰু মই ভাবো তেওৰ সেই ভাগ্য খন সচাই ভাল সমাজত এনেকুৱা মানুহ লাগে জাতে নতুন প্ৰজন্মই ভাল খিনী শিকী বেয়া খিনী উলিয়াই দিয়ে তেতিয়াহে ভাল হব সমাজৰ চিন্তা ধাৰা বোৰ

  • @onlymilitary4995
    @onlymilitary499527 күн бұрын

    সুন্দৰ এক বাৰ্তা সমাজলৈ।

  • @oliborpatragohain711
    @oliborpatragohain71126 күн бұрын

    এই চকু পানী আচলতে সুখৰ।পৰিয়ালটিলৈ সুভকামনা কৰিলো।

  • @ajitkumarphukan9736
    @ajitkumarphukan973627 күн бұрын

    Very nice suveswar জনালোঁ আগ বাঢ়ি যাওঁক ঘৰৰ এটাই লৈ সেৱা জনালোঁ 🙏

  • @dipabaruah3532
    @dipabaruah353229 күн бұрын

    শাহু ভালেই বোৱাৰী ভাল বুলি কথা এষাৰ আছে, শাহু গৰাকীয়ে বোৱাৰী চলাব জানিছে সেই কাৰণে বোৱাৰীগৰাকীয়েও ভাল আদৰ্শ লৈছে

  • @manabjyotidas6756
    @manabjyotidas675626 күн бұрын

    We looking from Hyderabad tq you so much God bless your all family members 🙏

  • @user-yd8kz2sw5g
    @user-yd8kz2sw5g26 күн бұрын

    Val lagil.

  • @GNPrasent
    @GNPrasent4 күн бұрын

    Xosai vl lgil

  • @rupalibaruah7079
    @rupalibaruah707925 күн бұрын

    সুন্দৰ । আশীৰ্বাদ থাকিল ,আগুৱাই যোৱা।

  • @sgogoi459
    @sgogoi45929 күн бұрын

    So beautiful ❤️❤️ So proud moment ❤❤ বহুত ভাল লাগিল অনুষ্ঠানটো, emotional kori dile alop🎉🎉

  • @damayantisaikia2177
    @damayantisaikia217729 күн бұрын

    Best Performance ❤❤❤ val Lagil Aru Aguwai Juwa

  • @sandhyaborsaikia1750
    @sandhyaborsaikia175026 күн бұрын

    Hundor video hundor berta Dipar kotha ktai aru mon sui gole all the best ❤❤❤

  • @adproduction9121
    @adproduction912125 күн бұрын

    Dhoinyobad. Aru agbarhi juwa bonti

  • @NaijumanesaikiaNaijumanesaikia
    @NaijumanesaikiaNaijumanesaikia27 күн бұрын

    Bohut val lagile dai

  • @AchyutHandique-td8xj
    @AchyutHandique-td8xj25 күн бұрын

    Most beautyfull and very cute Assamese lovable buari,thank you

  • @digantasarmah6748
    @digantasarmah674817 күн бұрын

    আজিৰ সমাজৰ বাবে এইখন ঘৰ আজি আদৰ্শৰ ঘৰ হওঁক । মই সকলো পুত্ৰ সন্তানৰ মাতৃকেই অনুৰোধ জনাওঁ যে এইগৰাকী মাৰ দৰে হৱলৈ চেষ্টা কৰে যেন 🙏 ।

  • @TulikaDeka-el6cr
    @TulikaDeka-el6cr27 күн бұрын

    Khub val lagile video to Sai. Moro sakupani olai gol.

  • @user-ru3so7sh1q
    @user-ru3so7sh1q22 күн бұрын

    ❤❤❤ bhal lagil agoloi aguai jaok.

  • @hiranyarajkhowa4119
    @hiranyarajkhowa411916 күн бұрын

    Heart touching video. We're proud of you queen. Go ahead way to your journey. All the best wishes to you and your family.God bless you and your family. With thankful regards ❤❤❤

  • @MoyuriBorah-ox3eo
    @MoyuriBorah-ox3eoАй бұрын

    Hosakoi val lagil bihu nas sai ,hosa valpuar homan aku hobo nuware .

  • @user-gn5cb6sp9g
    @user-gn5cb6sp9g29 күн бұрын

    Love you sister logote ma papa and bro eyai moram ❤❤❤

  • @reenadihingia4312
    @reenadihingia431229 күн бұрын

    Val lagil

  • @himangshu.protim.dutta133
    @himangshu.protim.dutta13329 күн бұрын

    Bor dhunia nasoni.

  • @junaliborborah3737
    @junaliborborah373724 күн бұрын

    Val lagil ba

  • @DipankarBhatta-vp7uw
    @DipankarBhatta-vp7uw24 күн бұрын

    Kotha keita bohut guruttopurno,sokolury mon koribologiya d,,,,,

  • @tutulahan5416
    @tutulahan541624 күн бұрын

    ❤❤❤

  • @renuborah6005
    @renuborah600526 күн бұрын

    শাহুৰ ঘৰখন এনেকুৱাই হব লাগে। আপোনালোক সকলোকে ধন্যবাদ জনালোঁ 🙏

  • @user-vf2zv1ud7s
    @user-vf2zv1ud7s5 күн бұрын

    তোমালোকৰ জিৱনতো সোমায় হৌক আৰু এনেদৰে আগুৱাই যোৱা

  • @user-vf2zv1ud7s

    @user-vf2zv1ud7s

    5 күн бұрын

    সোখময় হৌক

  • @ratuldas4335
    @ratuldas4335Ай бұрын

    বহুত ভাল লাগিল❤

  • @minotichetia9972
    @minotichetia997228 күн бұрын

    বহুত ভাল লাগিল কথা কেইটা। শাহু গৰাকীক 🙏🙏🙏

  • @moonmoonbegum8870
    @moonmoonbegum887029 күн бұрын

    Salute 🎉🎉🎉🎉

  • @JadavBaruah-ex6mr
    @JadavBaruah-ex6mr23 күн бұрын

    Bahut val lagil.tumaluke hodai hukhere thaka.

  • @gunmunvlogs198
    @gunmunvlogs198Ай бұрын

    Wow bohut dhuniya ❤

  • @SimiGogoi-tp8kz
    @SimiGogoi-tp8kzАй бұрын

    Hundor poribekhon

  • @litugogoi9565
    @litugogoi9565Ай бұрын

    Very very nice most beautiful

  • @ranjanagogoi4569
    @ranjanagogoi4569Ай бұрын

    Very nice

  • @dwijensaikia9396

    @dwijensaikia9396

    Ай бұрын

    Einuurha bihu gan maju nnasani ai majuu

  • @animaboruah6275
    @animaboruah627529 күн бұрын

    All the best

  • @bilatigogoi6114
    @bilatigogoi611426 күн бұрын

    Very very nice .Val lagil.

  • @3722..
    @3722..Ай бұрын

    Nice

  • @himantahatibaruah1676
    @himantahatibaruah1676Ай бұрын

    10

  • @tulsibora2127
    @tulsibora212729 күн бұрын

    It's very nice❤

  • @dipanjalidutta2454
    @dipanjalidutta245428 күн бұрын

    Rimpik buhut val laga

  • @user-mp2vi7ho2t
    @user-mp2vi7ho2t29 күн бұрын

    Good

  • @user-hb9up8ij3g
    @user-hb9up8ij3gАй бұрын

    VERY... NICE.

  • @user-vr8qv5lx5o
    @user-vr8qv5lx5o27 күн бұрын

    So nice.. Love from Tengakhat

  • @SafiqulHaqueChoudhury-is8nc
    @SafiqulHaqueChoudhury-is8nc25 күн бұрын

    বৰ মৰম লগা এটা পৰিয়াল ভাল লৰা

  • @manojborah5230
    @manojborah523029 күн бұрын

    Bojut bhal lagil ,aguyai jua .Hubhesha thakil. Thanks

  • @swapanboro9178
    @swapanboro917815 күн бұрын

    Good 👍

  • @JogendraPrasadSarma
    @JogendraPrasadSarma29 күн бұрын

    Best performance

  • @user-os5gb5xn7x
    @user-os5gb5xn7xАй бұрын

    Mja

  • @bulbulchetia1324
    @bulbulchetia1324Ай бұрын

    ❤❤❤❤❤

  • @menakadeuri2163
    @menakadeuri216325 күн бұрын

    বহুত ভাল লাগিল

  • @user-hj4vo4td8n
    @user-hj4vo4td8nАй бұрын

    Nice sharing ❤

  • @Bontigogoi-gy6ww
    @Bontigogoi-gy6ww28 күн бұрын

    Bohot bohot val lagese

  • @babitasaikia3869
    @babitasaikia3869Ай бұрын

    মাক গৰাকীক🙏🙏🙏🙏🙏🙏🙏

  • @cricketshorts9312
    @cricketshorts931225 күн бұрын

    বহুত ভাল লাগিছে সকলোখিনি।নাছ কথা বতৰা।

  • @user-oi9kd2yt5e
    @user-oi9kd2yt5e29 күн бұрын

    Hahu ma tumar Dora hokolu haha tumar 😘😘😘🙏🙏🙏🙏😘😘

  • @BharatiRaibarman-nm9ee
    @BharatiRaibarman-nm9ee28 күн бұрын

    বহুত বহুত ধুনীয়া লাগিল

  • @puronpayeng7151
    @puronpayeng715129 күн бұрын

    Saityabadi Buwari , Morom Loga Hanhi ; Kune Gali Paribo Baru ? Bhal Lagil , Sokur Pani Hosai Musibo Loga Hol 😢 Logote Maak aru Potidevatak 🙏 Jonalu ; Dhainiyabad 🙏🙏🙏

  • @mrinalchetia9180
    @mrinalchetia918026 күн бұрын

    অতি সুন্দৰ হৈছে

  • @arunpathak2120
    @arunpathak2120Ай бұрын

    বৰ ভাল লাগিল।

  • @user-jb5lf7fp5e
    @user-jb5lf7fp5e29 күн бұрын

    Maoja lagise

  • @user-bt9bv6np9y
    @user-bt9bv6np9y28 күн бұрын

    Xokulu olai gol god bless you happy family thank you

  • @nirupoma80
    @nirupoma8026 күн бұрын

    Nice sharing new friend holu dei

  • @mnath7444
    @mnath744428 күн бұрын

    সুন্দর, অতি সুন্দৰ

  • @tilutammaborah6620
    @tilutammaborah6620Ай бұрын

    ❤❤❤❤

  • @madhabhaloi8962
    @madhabhaloi8962Ай бұрын

    All the best❤.

  • @anjanadevi8371
    @anjanadevi837128 күн бұрын

    ❤❤❤❤❤❤❤ bohut Sundar val lagise

  • @kakumonilaskar4303
    @kakumonilaskar430326 күн бұрын

    বহুত সুন্দৰ

  • @ratikantamili.5442
    @ratikantamili.544228 күн бұрын

    All the best n happy journey

  • @songkapilupadhyay
    @songkapilupadhyayАй бұрын

    Nice sharing beautiful

  • @utpalsaikia1024
    @utpalsaikia102426 күн бұрын

    Hahu gorakik dirghayu kamona Kori hewa jonaloo

  • @user-ju3ol9yf5t
    @user-ju3ol9yf5t28 күн бұрын

    বহু বছৰ আগতে এটা কৌতুক শুনিছিলোঁ। ___মোৰ ছোৱালী জনি ইমানেই ভাগ্যৱতি_ জোঁৱাই মোৰ ছোৱালী জনিক একো কামেই কৰিৱ নিদিয়ে।বাচন ধোৱা, কাপোৰ ধোৱা সৱ কাম জোঁৱাই কৰে। পাছে বোঁৱাৰী জনিহে ভাল নাপালো তাই ঘৰখনৰ এটা কামও নকৰে সৱকাম লৰাই কৰিব লাগে। 😢😢😢😢😢😢😢😢😢😢😢

  • @allone2175

    @allone2175

    26 күн бұрын

    Very good interview, thanks

  • @mrigankabora2.0
    @mrigankabora2.026 күн бұрын

    ভাল লাগিল❤❤❤

  • @user-on2kc7uh5u
    @user-on2kc7uh5u28 күн бұрын

    😊😊

  • @ratnaphukangogoi1049
    @ratnaphukangogoi1049Ай бұрын

    Bhal lagil

  • @user-zj7di1rk9r
    @user-zj7di1rk9rАй бұрын

    ❤❤❤❤❤❤❤

  • @binaprovasaikia8555
    @binaprovasaikia855528 күн бұрын

    বহুত বহুত ধন্যবাদ

  • @golnaharbegum2198

    @golnaharbegum2198

    27 күн бұрын

    f

  • @sdkgaming4893
    @sdkgaming489329 күн бұрын

    💯

  • @priyankasonowal9967
    @priyankasonowal996729 күн бұрын

    আমাৰ টেঙাখাতৰ ছোৱালী দুলিয়াজানৰ বোৱাৰী ভাল লাগিল।

  • @DiptyDoley
    @DiptyDoleyАй бұрын

    Very nice❤

  • @runimaskitchenandvlog9140
    @runimaskitchenandvlog9140Ай бұрын

    Dhuniya bihu nasese👍👍

  • @user-ed5ns7ls6d
    @user-ed5ns7ls6d28 күн бұрын

    সছা বহুত বেছি ভাল লাগিল বিহুৰ যোৱা

  • @Gandhi-op7ms
    @Gandhi-op7ms9 күн бұрын

    Bohut khundor hoise nas aguai jaok tare kamna krisu

  • @panchamirabhadas23
    @panchamirabhadas2328 күн бұрын

    Bht Thanks

  • @bubulgogoi358
    @bubulgogoi358Ай бұрын

    😢😢

  • @user-hl1bp8xd2v
    @user-hl1bp8xd2v28 күн бұрын

    Val hoisa

  • @hemontahazarika1676
    @hemontahazarika167629 күн бұрын

    Hahu ma joni bohut val ❤❤❤❤

  • @runutahbildar8681
    @runutahbildar868127 күн бұрын

    বৰ ধুনীয়া নাচিছে

  • @mrigankabora2.0
    @mrigankabora2.026 күн бұрын

    মোৰ শাহু এই গৰাকী এনেকুৱাই❤❤❤

Келесі