বিচাৰকৰ প্ৰশ্ন বিহুৱতীৰ উত্তৰ শিতান|Question and answer at ongc sivsagar bihu2024|
Музыка
বিচাৰকৰ প্ৰশ্ন বিহুৱতীৰ উত্তৰ
স্থান-তেল আৰু প্ৰাকৃতিক গেছ নিগম,শিৱসাগৰ
বসন্ত উৎসৱ-২০২৪
ONGC, SIVSAGA R
#Bihuwati#questionanswer#ongcbihu2024
#bihu
#bihu2024
#bihudance
#bihuwati_questions
#sumitsaikia_official
Пікірлер: 49
Val lagil amar dhakuakhana fat bihu r khota uposthapn kora babe Ans tu dhakuakhana moughuli sapori ❤
কিচুমান প্ৰশ্নৰ মান উপযুক্ত হোৱানাই। ঢোলৰ শব্দ মেঘৰ গাজনিৰ অনুকৰণত সৃষ্টি নহয়, ঢোলৰ জন্মপটল আছে। গতিকে সদাশয় বিচাৰক সকলে এইবিষয়ে অলপ অধ্যয়ন কৰিব। জীতেন বৰা ( ওজা )
Nirjuma ba ❤❤
❤
talented
❤❤❤❤
Pasfalor pora koi dela😅😅 gogona ,bisabor sakia buli😅😅
Dhokuakhoma jamoguri mohghuli sapori
Dhakuakhana moughuli sapori
It is not Phaat Bihu, even the judge doesn't know,. It is pronounced Phaato Bihu, in Mohghuli Sapori of Dhakuakhona, Lakhimpur District.
Aaji Kali bihu nasile nohobo civil service karone prepare hoi jabo laage.
প্ৰশ্নৰ উত্তৰ শুনি আচৰিত হলো বিহুৰ ঢোল কঁঠাল আৰু আম কাঠৰে বনাই বুলি কোৱাত বিচাৰকে হৈছে বুলি কলে । মোৰ মতে আম কাঠৰ ঠাইত চাম হব লাগে।ৰাইজে কি কয়?
Mur hasotit long, jira, kaju, red chilli ase goroi tu 😮😮
Dhakuwakhana r amar fat bihur question to pai hukhi holu... answer hol dhakuwakhana sarikoriya nodi parot mohghuli saporit hoi fat bihu
এগৰাকীৰ বাহিৰে আন সকলোৱে প্ৰশ্নৰ কাগজ টুকুৰা লৈ মাইকলৈকে ওভোটোতে বিচাৰক আৰু ৰাইজৰ ফাললৈ পিঠি দেখুৱাই গৈছে। বিষয়টো দৃষ্টিকটু হোৱাৰ লগতে সমাজৰ আচাৰ আচৰণৰ ক্ষেত্ৰত অপৰিচিত হোৱাতো স্পষ্ট হৈ পৰে।
@horenjyotijyotigogoi9075
Ай бұрын
rituporna bak hai karone vall lge hokolu mne sole🙂☺
নং 1 এই টো প্ৰশ্ন বিহুৰ লগত কি সঃগতি আছে
Dujoniman nasonik kintu pisfalor pora dhuliai koi disile.
@ajaymoran8692
Ай бұрын
ঠিক কৈছে আপুনি।।
@karabigogoi2541
Ай бұрын
@@ajaymoran8692 umm
Judge jon k ki judge r logote anchoring o koribo matisil nki nonstop je boki asil blg judge r proshnot o
dhukuwakhana t
সকলোৱে নাচ চাই ভাল লাগিল কিন্তু নিজুমা বাইদেউও নাচৰ পাছত অকনো ভাগৰা অনুভব দেখা নাই বাকীসকলৰ ভাগৰা অনুভব অলপ. বেছিকৈ দেখা পালো তেওঁকে বেছি ভাল লাগিল ধেমাজী পৰা চাইছো
@pankajdutta9131
Ай бұрын
এগৰাকীৰ বাহিৰে আন সকলোৱে প্ৰশ্নৰ কাগজ টুকুৰা লৈ মাইকলৈকে ওভোটোতে বিচাৰক আৰু ৰাইজৰ ফাললৈ পিঠি দেখুৱাই গৈছে। বিষয়টো দৃষ্টিকটু হোৱাৰ লগতে সমাজৰ আচাৰ আচৰণৰ ক্ষেত্ৰত অপৰিচিত হোৱাতো স্পষ্ট হৈ পৰে।
@user-vk9qp5dc9g
Ай бұрын
বহুত দুৰৰ পৰা চাইছে। চকুৰ পাৱাৰ তেতিয়া হলে থিকে আছে। ধেমালী দেই ।
Long Mane nu ki 😮😮😮
চিৰতা তিতা,নাীম,তিতা কেৰেলা,ভেকুৰী তিতা, বেট
Pahari bai same question duliajanotu paisil....tat nuarile ...tat answer tu gom pai eyat kobo parile....bhl lgil....coincidence 😅😅😅....baki pahari baa hodai juiiiiiii
@jupitaraboruah6115
Ай бұрын
ভুল হ'লে হে শিকিব পাৰে ❤️🤗 আগুৱাই যোৱা বা❤❤
@simisonowal171
19 күн бұрын
Ry6dha hjf it's it's 😢@@jupitaraboruah6115
প্ৰত্যেক প্ৰশ্নৰ পিছফালে বিচাৰকৰ নামটো ক'ব লগাটো জৰুৰী নেকি বাৰু মোৰ সিমিত জ্ঞানৰে কথাটো ভাল দৰে নুবুজিলো আৰু নাচনী কেইগৰাকীয়ে দৰ্শক আৰু বিচাৰকৰ ফালে পিঠি দি যোৱাটো ভাল দেখা নাই ।
Bisarok joni kio emn pek pekai ase.bor ustad sun.
পিছ ফালৰ পৰা কৈ আছে
Besi lebaise nasoni joni a
Vl koi kotha 2 kobo najne ki suwli km ni fut
Sirola buli koi buli enei koi dle tengor ase😂
@juribhuyan7403
Ай бұрын
Ami sirata bulihe likhita roopt paisu.😂😂
@zeal6360
Ай бұрын
@@juribhuyan7403 eijoni tengor ase bohut
@juribhuyan7403
Ай бұрын
@@zeal6360 umm.😂😂
@ankurkalita7577
Ай бұрын
Nimikhai bhal naase kintu kisuman timot olop besi over koribole jai
Fat bihu kot pate njne😅😂
এইকেইতা বিচাৰকে বিহু সম্মাট ৰ বিচাৰক নি ? ? ? 😂😂😂 তেওলোকক সুধা বিহু সামগ্ৰি নাম বোৰ সুধা ।
Bisark jonor nam ki likha aase tu besi hudhi aase ..Bisarok jone besi lebel dise ne
কিছুমান বিহুৱাই শিকাই আছিল
Aru ata ase totia tita😂😂
Bet gaj Amar fale gat hane 😮 lage ni fokotia nim pate Jen sini hea napai... Fotua judge..