বিয়াৰ এখন পেণ্ডেল, সজা হৈছে কলগছৰ পাত, পটুৱা আদি বিভিন্ন প্ৰকৃতিপদত্ত উপকৰণেৰে!

বিয়াৰ এখন পেণ্ডেল, সজা হৈছে কলগছৰ পাত, পটুৱা আদি বিভিন্ন প্ৰকৃতিপদত্ত উপকৰণেৰে!
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 228

  • @ajitneog7659
    @ajitneog76592 жыл бұрын

    এয়া আমাৰ পৰম্পৰা আছিল, কিন্তু আমাৰ আধুনিক যুগৰ আধুনিকতাই এইবোৰ শেষ কৰি দিলে। এতিয়া এয়াই কৌতুকৰ দৰে হৈ পৰিল, ধন্যবাদ হেমন্ত দাদা 🙏 ❤️ 🙏

  • @dhirajdas3701
    @dhirajdas37012 жыл бұрын

    বৰ ভাল লাগিছে , এনেকুৱা ৰভা এতিয়াও কামৰূপ মহানগৰ জিলাৰ মাজিৰ গাওঁৰ এখন সভাত সজোৱা হয় ।

  • @pankajtamuli8970
    @pankajtamuli89702 жыл бұрын

    বৰ ভাল কথা পুৰণা সংস্কৃতি বজাই ৰাখিছে , ধন্যবাদ দাদা , আৰু আমি সকলো মানুহে যাক জীয়াই ৰখা চেষ্টা কৰিব লাগে

  • @jusafmarak741

    @jusafmarak741

    2 жыл бұрын

    Ekdom right da eautu puroni niyom hoi eataiu amar tat diya hoi

  • @deepborah2088

    @deepborah2088

    2 жыл бұрын

    Ghanta

  • @jusafmarak741

    @jusafmarak741

    2 жыл бұрын

    @@deepborah2088 tur maror ghnta

  • @Xangsing

    @Xangsing

    2 жыл бұрын

    @@deepborah2088 sdmarni

  • @karengvixon5905
    @karengvixon59052 жыл бұрын

    সুন্দৰ। ভবিষ্যত প্ৰয়োজনীয়তাৰ কথা চিন্তা কৰি(বিয়া বাৰু) এনেয়ে পৰি থকা বাৰীৰ চুক কোণ বোৰত ভীমকল জাতীয় পুলি ৰুই থোৱাৰহে কথা।

  • @bhesojbaruah6265
    @bhesojbaruah62652 жыл бұрын

    পুৰণি নীতি নিয়ম ঘূৰি আহিছে নতুন ৰূপত । দেখি ভাল লগিছে । কিন্তু এখন ৰভাত (পেণ্ডেলত)যিমানখিনি কলগছ দৰকাৰ হব তাৰ পিছত আকৌ আৰু এখন ৰভা সাজিবলৈ আকৌ নতুনকৈ কলগছৰ দৰকাৰ হব । সেয়া সম্ভৱ হবলৈ হলে গাঁৱৰ সকলো মানুহেই তিনিশ ষাঠি জোপা কলগছ ৰুব নোৱাৰিলেও এখন কলগছৰ বাৰী থাকিবই লাগিব। এই ভিডিঅটিৰ পৰা এটা কথা মই অনুভৱ কৰিছো যে হেমন্ত কোঁৱৰৰ এই সৃষ্টিশীল কামে পুৰণি পৰম্পৰা নতুন প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ উপৰিও মানুহক কলগছ ৰোপণ কৰিবলৈ অনুপ্ৰাণিত কৰিব। ★মই ভবাৰ দৰেই আপোনালোকে ও বাৰু ভাবেনে ?

  • @binodbora9551

    @binodbora9551

    2 жыл бұрын

    নিশ্চয় । ইতি সত্য ।

  • @banjitchangmai4047
    @banjitchangmai40472 жыл бұрын

    কিমান কল গছ কাটিলে.. কথা বহুত.. কলে কি হব.. কল নালাগিলে.. পেণ্ডেলৰ ক'ত পলিথিন ব্যৱহাৰ হয়. ভাল্ লাগিল দিয়ক... পাৰিছেঃ জে আপুনি ধুনীয়াকে বনাব

  • @RlachitNorthEastVlogs
    @RlachitNorthEastVlogs2 жыл бұрын

    এইয়া আধুনিক নহয়.....পৰম্পৰা..... নেদেখা জনেহে আধুনিক বুলি কব পাৰি।

  • @dimpysaikiaofficial
    @dimpysaikiaofficial2 жыл бұрын

    আমিও সৰুতে দেখিছিলো ।।।আজি কালি আধুনিকতাৰ বেছি প্ৰভাৱ পৰিছে

  • @Nature-ue3ud

    @Nature-ue3ud

    2 жыл бұрын

    Amar gaon ot xaje

  • @minakshibezboruah3128
    @minakshibezboruah31282 жыл бұрын

    সুন্দৰ ও প্ৰশংসনীয় পদক্ষেপ...

  • @mylife-eg7rh

    @mylife-eg7rh

    2 жыл бұрын

    Tumi dhukoakha r nki.

  • @bijitsaikia1491
    @bijitsaikia14912 жыл бұрын

    অতি সুন্দৰ হৈছে।গুৰি ধৰোতাৰ লগতে সকলো কৰ্মকতালৈ অশেষ ধন্যবাদ জনাইছো।

  • @rameshbaglari8876
    @rameshbaglari88762 жыл бұрын

    এখন গাওঁত এখন বিয়া যোয়াৰ পিচতে 2য় খন পাতিবলে হলে, মই ভাবো হাহাকাৰ কৰিবলগীয়া হব কল গছৰ বাবে, ই সহজলভ্য নহব বুলিয়ে অনুমেয়।

  • @hollywoodtime5359

    @hollywoodtime5359

    2 жыл бұрын

    Absolutely right

  • @mikuschannel7188

    @mikuschannel7188

    2 жыл бұрын

    Hoy thik koise

  • @jusafmarak741

    @jusafmarak741

    2 жыл бұрын

    Hoi thik koise kintu amar gaon t eatiyau deye kintu rovha haje bahor kami d uport de diye kol pat khub ghon koi nohoi kitu mane deboi lagibo

  • @sunitavlog632
    @sunitavlog6322 жыл бұрын

    বহুতো ভাল লাগিল। সৰুতে আমি এনে বিয়া খাইছিলো।

  • @LakshmanKrRay
    @LakshmanKrRay2 жыл бұрын

    এতিয়া খৰাং বতৰ কাৰনে পাৰিছে, বৰষুনৰ বতৰত নোৱাৰিব ॥ বাৰু দেখি ভাল লাগিল , আমাৰ হেৰাই যোৱা পুৰনা কিছুমান আগৰ দিন বোৰৰ বিষয়ে মনত পেলাই দিলে ॥

  • @bloodhero48
    @bloodhero482 жыл бұрын

    বৰষুণ ৰ বতৰ নহয় বাবে হে পৰিছে। আৰু তেনে হলে কলগছ নাইকীয়া হৈ যাব।

  • @hollywoodtime5359

    @hollywoodtime5359

    2 жыл бұрын

    You are right...

  • @Studyholicme

    @Studyholicme

    2 жыл бұрын

    @@hollywoodtime5359 right👍👍.kintu jimane ji houk teu kiba eta beleg krible sesta krise babe val lgise

  • @prasannabora7644

    @prasannabora7644

    2 жыл бұрын

    Kolgos hekh nohoi......kheti korilei hol

  • @mikuschannel7188

    @mikuschannel7188

    2 жыл бұрын

    Hoy aapuni thikei koise anekoi jdi lakh lakh manuhe anedre kl gos nstu kare adin sn kl gos nhwa hoi jabo...aneei ajikali bjart oukht diya kl khabo lagat parise

  • @user-mh3ql6wz7l
    @user-mh3ql6wz7l8 ай бұрын

    বহুত ভাল লাগিছে। পুৰণি অসমীয়া সঙসকিতিক জিয়াই ৰখাৰ বাবে বহুতো ধন্যবাদ।

  • @kondas8618
    @kondas86182 жыл бұрын

    আমাৰ গাঁওত আজিও আছে

  • @hemolatavlogs
    @hemolatavlogs2 жыл бұрын

    এইয়া বেটিক্ৰমিক নহয়, এইয়া আমাৰ হেৰাই যোৱা ইতিহাস.

  • @Shreeb17

    @Shreeb17

    2 жыл бұрын

    Hoi

  • @jishnusofficial5311
    @jishnusofficial53112 жыл бұрын

    আগতে কলপাতৰ ৰভা খনেই ৰাইজ গিয়াতীৰ বাবে পৱিত্ৰ বুলি বিবেচনা কৰা হৈছিল...আমিও দেখিছো...এতিয়া কইনা ঘৰৰ এচুকত সজাই পৰাই ৰখা চাইকেল লাগিবই মানে...😂😂😂😂

  • @manashbaruah5800
    @manashbaruah58002 жыл бұрын

    Amar Baideo r Biyat ank disilo... Aji dekhi akou mn2 bhuttttttttttttttt bhuttttttttttttttt vl lagise 🤗🤗🤗💕💕💕😍😍😍💐💐💐🤗🤗🤗😎😎😎💕💕💕

  • @sushmitapal22
    @sushmitapal222 жыл бұрын

    Great news! Brilliant !!!

  • @hemalatachetia3765
    @hemalatachetia37652 жыл бұрын

    আগৰ দিনত বিয়া ৰভাথলী এনেকুৱাই আছিল।।আমাৰ বিয়া ও এইদৰে ৰভা সাজিছিল ।।।বৰ ভাল লাগিল দেই ভাই ।।।আগৰ কথা বোৰ ,,নীতি নিয়ম বোৰ সমাজৰ সকলোৱে জানিব লগীয়া পুৰণি অসমীয়া স ্স্কৃতি বোৰ সোৱৰাই দিয়া বাবে বহুত ধন্যবাদ জনালোঁ।।

  • @bituponhazarika1021
    @bituponhazarika10212 жыл бұрын

    বহোত.....ভাল.....লাগিছে.....

  • @rosiloutha2351
    @rosiloutha23512 жыл бұрын

    Good job it's assamese wonderful creativity so nice🤣🤣🤣

  • @axomakashgaming3384
    @axomakashgaming33842 жыл бұрын

    Imanei jodi sinta korise tenehole baloon tu kio dile. baloon tu jui logai dile polithinr pora besi hanikarok gas ulai. Aru eta kotha gos gosoni kati poribesh ketiyau unnot nohoi. dekhiboloi val hbo pare. kintu kotha tu olop nijei vabi sabo olop apunaluke. jodi kiba vul kolu tene maaf koribo🙏🙏🙏

  • @anurajkhowa2855

    @anurajkhowa2855

    2 жыл бұрын

    😁😁😁

  • @binodbora9551

    @binodbora9551

    2 жыл бұрын

    আপুনি জানেনে কল গছ শাল গছ নহয় । কলগছ এবাৰ ফল দিয়েই মৰি যায় । ইয়াৰ ফলত ইয়াৰ গুৰিৰ পৰা আকৌ নিজে নিজে চাৰি পাচটা পুলি ওলায় গছ হৈ আকৌ ফল দিয়ে। উৎসাহ দিয়ক ।

  • @anurajkhowa2855

    @anurajkhowa2855

    2 жыл бұрын

    @@binodbora9551 hae kota kol gas bur kijani pregnant a asil😁😁 kune jane

  • @mrdrajuvlogsmajuli8113
    @mrdrajuvlogsmajuli81132 жыл бұрын

    Bohut val lagil video 2 Sai Mojaa 👌

  • @asharjyavlogassam
    @asharjyavlogassam2 жыл бұрын

    সুন্দৰ হেমন্ত কোঁৱৰ

  • @divishakayshap1842
    @divishakayshap18422 жыл бұрын

    Khub xundor amar parampara je apuni dhori rakhile tar babe dhanyabad. Ami nije nijor ostitto xex nakorai rakhatu dorkar.

  • @anowara.begum23
    @anowara.begum232 жыл бұрын

    বহুত ভাল লাগিছে। ধন্যবাদ

  • @lakhimidevi4006
    @lakhimidevi40062 жыл бұрын

    অতি সুন্দৰ

  • @putulgayan648
    @putulgayan6482 жыл бұрын

    বঢ়িয়া,,খৰচো কমিছে ।

  • @amardeepsarma1464
    @amardeepsarma14642 жыл бұрын

    Excellent dada,apunak sahasra namaskar jonalu apuni sasai viswakarma

  • @ilovebodoland249
    @ilovebodoland2492 жыл бұрын

    Bhut din agor porai cholisil ai niyom amar Boro jonogostir majot 🙏

  • @manashborgohain2290

    @manashborgohain2290

    2 жыл бұрын

    Boro bulie nhoi. Puroni kalot axomot hokolue enekoi e bia hokam patisile

  • @ashatopno5509
    @ashatopno55092 жыл бұрын

    Motivational,Thank you dada

  • @bodoremembercreations7535
    @bodoremembercreations75352 жыл бұрын

    Dhei kol gos kelei dhongkho koribo lagei.... gaon ekhonot jodi dukhon tinikhon charikhon eke rahe emah dumahor bhitorot biya hobo tetiya dekhun kol gos pabole naai... kol gos bahut mulyaban xompod hoi BABA hot...kol gose Phol diye,aru kol gosor pora khowa xaar bonowa hoi... so, ajikali okoman bujatoh ushit...... Dhanyabaad🙏

  • @putulgogoi3136

    @putulgogoi3136

    2 жыл бұрын

    Kotha tu thikei koisa kintu dewali namot kiman lakh lakh nosto hoi vabisa ne...agote enedorei bonaisil ru ful dia bilak nakate

  • @hiranmayeenath1027
    @hiranmayeenath10272 жыл бұрын

    ভাল লাগিছে ৰভা খন

  • @rahulchannel3255
    @rahulchannel32552 жыл бұрын

    Good but so many Banana tree they have cutten 🥺🥺🥺

  • @DhruvaJyoti112
    @DhruvaJyoti1122 жыл бұрын

    পৰম্পৰা ❤️

  • @nituhazarika5899
    @nituhazarika58992 жыл бұрын

    Bhut dhuniya hoise o

  • @pranabbordoloi6939
    @pranabbordoloi69392 жыл бұрын

    Bhaal lagil.... pise aaji Kali kol gos paboloi Nai....

  • @bitupandas3267
    @bitupandas32672 жыл бұрын

    সুন্দৰ দাদা। আচলতে এনেকুৱা ব্যক্তিক সমাজৰ আগত সন্মান যাচিব লাগে, সেয়া চৰকাৰ বা দল সং গঠনয়েই হওঁক। কিয়নো তেনে কৰিলে এওঁক দেখি আৰু বহুতে এনে পদক্ষেপ লবৰ বাবে আগবাহি আহিব।

  • @dipenmurmu6126
    @dipenmurmu61262 жыл бұрын

    Bohut bohut dhanyawad.

  • @dilipdas8112
    @dilipdas81122 жыл бұрын

    ভাল লাগিল

  • @lakhiboruah1148
    @lakhiboruah11482 жыл бұрын

    Wahhh moja aa geya

  • @mouchumidaimaryrabhavlog290
    @mouchumidaimaryrabhavlog2902 жыл бұрын

    Valai hol kolgoj bor rovar pisot paylai dibo nalagay eary orgynik soda, kol khar bonabo pari. Good👍 job

  • @Shreeb17

    @Shreeb17

    2 жыл бұрын

    Yes, prakitik khampador goon khodai besi

  • @hemantasaikia1104
    @hemantasaikia11042 жыл бұрын

    সুন্দৰ।

  • @safikulislam2998
    @safikulislam29982 жыл бұрын

    সৰু থাকোঁতে দেখিছিলোঁ কলপাতৰ ৰভা। আৰু আজি দেখিলোঁ দেখি ভাল লাগিল।

  • @ruhinitantabai8925
    @ruhinitantabai89252 жыл бұрын

    Good work.. i am so proud of him ...🙏👍

  • @bijoygupta6720
    @bijoygupta67202 жыл бұрын

    Oti xundor.

  • @iramunuvlog8460
    @iramunuvlog84602 жыл бұрын

    Bahut val lagesa

  • @brojenkhargharia15
    @brojenkhargharia152 жыл бұрын

    Good job very good

  • @jyotiprosadgogoi9557
    @jyotiprosadgogoi95572 жыл бұрын

    সুন্দৰ পদক্ষেপ

  • @hemangaboruah6073
    @hemangaboruah60732 жыл бұрын

    Bohut dhuniya. Val sinta kori sy.

  • @Abinash935
    @Abinash9352 жыл бұрын

    Welcome Hemanta Da

  • @paresh3829
    @paresh38292 жыл бұрын

    Nice

  • @ANUPAM908
    @ANUPAM9082 жыл бұрын

    ধন্য বাদ

  • @bantimarabha4458
    @bantimarabha44582 жыл бұрын

    Xundor prokitir poribekh

  • @rukiabagum6524
    @rukiabagum65242 жыл бұрын

    good work

  • @debananboro2998
    @debananboro29982 жыл бұрын

    Very nice

  • @hiteshsarma8516
    @hiteshsarma85162 жыл бұрын

    Well...

  • @bhargavborah4258
    @bhargavborah42582 жыл бұрын

    মূল্যবৃদ্ধিৰ ওপৰত বিতৰ্ক হৈছেনে নিউজ লাইভত । নে এইবোৰ টুলুঙা কথা পাতিয়েই সময় কটাই দিব নিউজ লাইভে । এটা কথা বুজি নাপাওঁ , আপোনালোকে আপোনাৰ সন্তানক কি শিক্ষা দিয়ে ?

  • @jatingogoi1538
    @jatingogoi15382 жыл бұрын

    A Dada nice....

  • @suro2702
    @suro27022 жыл бұрын

    Good 👍 work Sir

  • @mahadevassam683
    @mahadevassam6832 жыл бұрын

    👍👍👍

  • @pallabidas7786
    @pallabidas77862 жыл бұрын

    God job 👍👍

  • @sibangisishtha1640
    @sibangisishtha16402 жыл бұрын

    Nice 😀👍

  • @monichetia9628
    @monichetia96282 жыл бұрын

    Good

  • @rajibdas8732
    @rajibdas87322 жыл бұрын

    Nice villages is always good

  • @jyotirajbongdshi5915
    @jyotirajbongdshi5915Ай бұрын

    So nice

  • @raneeestherchungkrang420
    @raneeestherchungkrang4202 жыл бұрын

    Great

  • @pobitroherenz2085
    @pobitroherenz20852 жыл бұрын

    Mojaa bro

  • @Stutasvideo3307
    @Stutasvideo33072 жыл бұрын

    Val lagise

  • @next7769
    @next77692 жыл бұрын

    Very nice ❤️

  • @lenasarma8918
    @lenasarma89182 жыл бұрын

    👌🏼👌🏼👌🏼👌🏼😍😍

  • @sumansahusumansahu8900
    @sumansahusumansahu89002 жыл бұрын

    👍👏👏

  • @parismitachutiavlogs9530
    @parismitachutiavlogs95302 жыл бұрын

    ❤️❤️❤️❤️❤️❤️❤️

  • @sanjibsaikia6978
    @sanjibsaikia69782 жыл бұрын

    Hundar

  • @babonsarania2908
    @babonsarania29082 жыл бұрын

    Wow

  • @harishrabba3824
    @harishrabba38242 жыл бұрын

    Nice 👍

  • @rme4945
    @rme49452 жыл бұрын

    Anekuwa robha amar gaon tu biyat bonaisilu ami 2006t amar agore pora bonai ahi asil gaon r manuhe ..Karon tetya amar manuhor poisar ovab tu besi asil.

  • @imprabin1066
    @imprabin10662 жыл бұрын

    present day it is also a FASHION not a cultur

  • @jasmabegum1188
    @jasmabegum11882 жыл бұрын

    So beautiful

  • @nsmastebharat561
    @nsmastebharat5612 жыл бұрын

    beautiful . Amiu try korim.

  • @dipalibora9247
    @dipalibora92472 жыл бұрын

    আদৰণীয় পদক্ষেপ 🙏🙏

  • @ranjanagogoi531
    @ranjanagogoi5312 жыл бұрын

    Very Good

  • @ashisrabha7438
    @ashisrabha74382 жыл бұрын

    আমাৰ গাঁওত ত আছে

  • @Nabinofficial11
    @Nabinofficial112 жыл бұрын

    Boroxhun dile gom pabo

  • @santonutrt7282

    @santonutrt7282

    2 жыл бұрын

    Japi loi lobe

  • @hammergamingcoc2375

    @hammergamingcoc2375

    2 жыл бұрын

    🤣

  • @jyotidutta3154
    @jyotidutta31542 жыл бұрын

    👌👌👌👌

  • @ai_ki_
    @ai_ki_2 жыл бұрын

    Bor val lgise deii.....

  • @adityanirmolia449
    @adityanirmolia4492 жыл бұрын

    Val lgl

  • @advocateparikshit3889
    @advocateparikshit38892 жыл бұрын

    Sobe jodi anekoi kol gos houk ba paat potua Kate tetia hole kol gos nathakiboi Assamot..

  • @assamorsowali790
    @assamorsowali7902 жыл бұрын

    👌

  • @herovlogs4360
    @herovlogs43602 жыл бұрын

    Mojjj

  • @uttambaro9976
    @uttambaro99762 жыл бұрын

    Xundar

  • @himasreeborah415
    @himasreeborah4152 жыл бұрын

    De forestation as well as boruxun ahele Tu ses a hol ru..

  • @mylife-eg7rh

    @mylife-eg7rh

    2 жыл бұрын

    Tumr bleg kotha nai.

  • @user-st7qr6sl7b
    @user-st7qr6sl7b4 ай бұрын

    ❤❤❤

  • @dimpyrai1103
    @dimpyrai11032 жыл бұрын

    vl lagise kintu jdi borokhun diye ki hb?

  • @jayantaborgohain1383
    @jayantaborgohain13832 жыл бұрын

    Bohut bhal karise ami akhomiya hoi jiyai thakibole hole aenekura hoi asol rup

  • @momiboruah355
    @momiboruah3552 жыл бұрын

    Positive news

  • @jaijawanagrifarm2416
    @jaijawanagrifarm24162 жыл бұрын

    Moja

  • @anurajkhowa2855
    @anurajkhowa28552 жыл бұрын

    Gosot janu jio nathake ne... Kimn jio hoitiya korile akhon biya babe.. pape sob 😔😔

  • @Shreeb17

    @Shreeb17

    2 жыл бұрын

    😂😂😂

Келесі