Bhakti || Borgeet - jukebox || Zubeen Garg - Tarali Sarma || JG's

Музыка

Bhakti
Singer - Zubeen Garg, Tarali Sarma
music - Prasant Bora
Direction - Parthjeet Dutt , Tarali Sarma
#assamese #bhakti #borgeet #zubeengarg

Пікірлер: 41

  • @pranjalkrnath5359
    @pranjalkrnath535915 күн бұрын

  • @Godservant0487
    @Godservant04879 ай бұрын

    Hare Krishna hare Krishna Krishna Krishna hare hare, hare Rama hare Rama Rama Rama hare hare

  • @nayanmonidas5812
    @nayanmonidas58125 ай бұрын

    Joi sankardev probhu jonar kripa vikha magilo probhu pranam ❤❤❤❤❤

  • @manoranjandutta997
    @manoranjandutta997Ай бұрын

    Nice song

  • @rinadeka8529
    @rinadeka852911 ай бұрын

    কৃষ্ণ 🙏🙏🙏🙏🙏🙏 কৃষ্ণ

  • @saratmedhi3923
    @saratmedhi3923 Жыл бұрын

    কৃষ্ণ 🙏

  • @rinadutta7598
    @rinadutta7598 Жыл бұрын

    জুবিন কৃষ্ণ কৃষ্ণ

  • @prasannadaimary7872
    @prasannadaimary7872 Жыл бұрын

    🙏🙏🙏

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr9 ай бұрын

    ❤🎉 জুবিনৰ বৰগীত আজি সম্পূৰ্ণ শুনি বহুত ভাল লাগিছে, সকলো গীতৰ কণ্ঠ নিতান্তই স্বাভাৱিকতে প্ৰশংসনীয় ।।🎉❤।।

  • @user-sl9wh6dr7d
    @user-sl9wh6dr7d11 ай бұрын

    কৃষ্ণ কৃষ্ণ

  • @JaanBorah-mr4yn
    @JaanBorah-mr4yn8 ай бұрын

    🙏🙏🙏❤❤❤ krishana.

  • @mridusmitakonwargogoi5702
    @mridusmitakonwargogoi57024 ай бұрын

    কৃষ্ণ 🙏🙏🙏

  • @runusaikia6315
    @runusaikia6315Ай бұрын

    N. Blnut😊❤

  • @purnimadas7779
    @purnimadas7779 Жыл бұрын

    বহুতো ভাল লাগিল শুনি 🙏🙏💞🙏🙏জয় গুৰু শংকৰদেৱ মাধৱ মাধৱ 🙏🙏💞🙏🙏

  • @proudtobeanassamese
    @proudtobeanassamese10 ай бұрын

    Guru dujonar obodaan🥰😍💓🙏🏻

  • @Trishna80
    @Trishna8010 ай бұрын

    Oti xundar gan bur...deh mon xaat pori jai..puwai xunile khub val lage

  • @bhanupriya2019
    @bhanupriya2019 Жыл бұрын

    বহুত ভাল লাগে গীতবোৰ সুন্দৰ কৃষ্ণ গুৰু🙏🙏🙏🙏🙏

  • @chandrakumarchandra3887

    @chandrakumarchandra3887

    11 ай бұрын

    ❤❤❤😊😊😊😊😊❤❤

  • @bharatzg25
    @bharatzg25 Жыл бұрын

    হিয়াৰ আমঠু জন যিজনৰ গানৰ অবিহনে দিনটো পাৰ নহয়।। কৃষ্ণ গোবিন্দ মাধৱ 🙏🙏🙏🙏🙏

  • @jitub762
    @jitub76210 ай бұрын

    ❤❤❤❤❤❤❤❤❤❤

  • @bedishnath2988
    @bedishnath29889 ай бұрын

    মন জুৰ পৰি যোৱা ভকতি গীত,দুয়োৰে কণ্ঠ অতুলনীয় মধুৰ ❤❤

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr7 ай бұрын

    ❤❤🎉🎉🎉❤❤ এই সমুহ বৰগীত ৰচনা কৰা গুৰু দুজনালৈ কুটি কুটি প্ৰণাম জনাই অশেষ কষ্ট পৰিশ্ৰমেৰে পৰিবেশন কৰি আমাৰ মাজত বিতৰণ কৰা বাবে আপোনালৈ অন্তৰৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।। শুভ সন্ধ্যা বন্ধু বৰ।। MAAp.❤🎉❤

  • @BontePanging

    @BontePanging

    9 күн бұрын

    এই জন মানুহৰ কাৰণে এটা like কৰি দিব। ❤❤🎉🎉

  • @padmakalita5205
    @padmakalita5205 Жыл бұрын

    🙏🙏🙏❤

  • @user-xr8yt2pv4y
    @user-xr8yt2pv4y10 ай бұрын

    Krishna

  • @user-fn3xn8rj8d
    @user-fn3xn8rj8d6 ай бұрын

    Guru dujaner apurugia xompad

  • @bhanupriya2019
    @bhanupriya2019 Жыл бұрын

    গীতবোৰ সুনিলে মনত সানতী লাগে,,🙏🙏🙏🙏🙏🙏

  • @BontePanging
    @BontePanging9 күн бұрын

    জুবিনৰ বৰগীত সম্পূৰ্ণকে শুনিব আৰু like কৰি দিব। ❤❤🎉🎉

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr9 ай бұрын

    ❤🎉 আপোনাৰ সকলো গীতৰ কণ্ঠদানেই সুন্দৰতাৰে উপচি পৰা। তৰালীৰ কণ্ঠত বেছিকৈ শুনিবলৈ সৌভাগ্য হোৱা নাই, তথাপিও আজি বৰগীত শুনি ভাল পালোঁ কণ্ঠদান সুন্দৰ, হৈছে।। সুপ্ৰভাত ।।🎉❤।। ।

  • @kalpananath3301
    @kalpananath3301 Жыл бұрын

    Love you Tarali ba

  • @dipjyotihazarika2879
    @dipjyotihazarika2879 Жыл бұрын

    তোমালোক আমাৰ জাতিটোৰ বাবে এক অমূল্য সম্পদ। সঠিক ভাৱে নৱ প্ৰজন্মৰ হৃদয়ত এই বৰগীত সমূহ আৰু ভক্তিৰ বীজ ৰোপন কৰি অসমত পুনৰ শংকৰী যুগৰ সূচনা কৰিবা বুলি আশা কৰিলোঁ।

  • @jgmusicassam

    @jgmusicassam

    Жыл бұрын

    ❤️

  • @jgmusicassam

    @jgmusicassam

    Жыл бұрын

    Apunar he morom ashirwad Hodai amar uporote thake heyai kamona Korilu 🙏

  • @user-hv1ny5bp7g
    @user-hv1ny5bp7g Жыл бұрын

    Zubin touches the heart by his soulful singing

  • @rinakutumpegu1427
    @rinakutumpegu1427 Жыл бұрын

    🙏 Krishna.

  • @kushalsarma6568
    @kushalsarma6568 Жыл бұрын

    O Ssw

  • @rekhahandique4576
    @rekhahandique4576 Жыл бұрын

    Madhuri album khon dibo

  • @jgmusicassam

    @jgmusicassam

    Жыл бұрын

    kzread.info/dash/bejne/c6mozdumlbPIaZM.html Rest will be uploaded soon

  • @rekhahandique4576

    @rekhahandique4576

    Жыл бұрын

    @@jgmusicassam thankyou very much

  • @sanjaybarman1561
    @sanjaybarman15618 ай бұрын

    🙏🙏🙏

  • @dipsikhagoswami1252
    @dipsikhagoswami12526 ай бұрын

    🙏🙏🙏

Келесі