Bhagya Kalita and illegal mining

এফালে অবৈধ দখলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ কঠোৰ স্থিতি। অন্যফালে একাংশ বাহুবলী ঠিকাদাৰৰ অবৈধ খনন। বুধবাৰে ঠিকাদাৰ ভাগ্য কলিতাৰ অবৈধ খননৰ বিৰুদ্ধে মাৰ বান্ধি ঠিয় হ’ল একাংশ ৰাইজ। ৰাইজৰ হেঁচাত সেও মানি প্ৰশাসনে বন্ধ কৰিলে ভাগ্য কলিতাৰ অবৈধ খনন।
Watch to know more:

Пікірлер: 2

  • @ninjagaming1631
    @ninjagaming16316 жыл бұрын

    নামেই তাৰ ভাগ্য কলিতা গতিকে ....

  • @pallabborahbabu6206
    @pallabborahbabu62063 жыл бұрын

    আমাক গহপুৰৰ মাগনীৰ মিছিন কেতিয়া উথাব হিমো মামা আমাৰ বহুত দিগদাৰি হৈছে অ মামা

Келесі