ভাত কেৰেলা খেতি কৰোঁ আহঁক|| TEASEL/SPINE GOURD FARMING IN ASSAM |VATKERELA KHETI||
#TEASEL_GOURD_FARMING
For any help regarding cultivation process
Contact-8638286902
Please do like share and subscribe my channel
Keep supporting guys
Thank you 🙏
@AssamAgriFarm
Пікірлер: 95
Bohut dhuniya video Val lagil
Sundar video frm Tinsukia
গোলাঘাটৰ পৰা মৰম যাচিলোঁ দাদা😊
Good job
মই মূল লম অহাবাৰ খেতিয়ক জনক লগ ধৰাই দিব।
ধন্যবাদ
ভাতকেলা কেতিটোত বৰ ধুনীয়া ফলটো ধৰিছে কিন্তু!
Moi abar spine gourd keti test kori saisu bahut profit hoi. Taman pol lage
Dhanyabaad dada
sir. vat kerela tu gutir pora nohoy neki baru
God job
Very nice
মূলটো গোটাকে নে টুকুৰা কৰি দিব লাগে
ভাতকেৰেলা ডাল বা লতাৰ পৰাও কৰিব পাৰি। এহাতমান আগ ৰুই অকণমান পানী দিব লাগে আৰু ৰ'দ-বতাহত নুশুকাবলৈ খেৰ, শুকান ঘাঁহ-বনেৰে ঢাকি দিব লাগে। গুটিৰপৰাও ভাত কেৰেলাৰ খেতি কৰিব পাৰি, কিন্তু গুটিৰপৰা হোৱা বোৰৰ জাত সলনি হোৱাৰ সম্ভাৱনা থাকে।
Bhat kerelar mul bosori thai kholabo lage neko?
Can we get seeds or roots ?
Sar te kenekoi diye
খেতিৰ শেষত মূল বিলাক উলিয়াই কিদৰে ৰাখিব লাগে। বহলাই কব চোন।
@sb2k10
2 ай бұрын
গা-গছ মৰাৰ পাছত মূল বিলাক মাটিৰ তলতেই থাকে। যেতিয়া অন্য ঠাইত ৰুব লগীয়া হয় মূল বা আলুবিলাক খান্দি নিলেই হয়।
সুন্দৰ উপস্থাপন
মইও এনেকুৱা খেতি কৰাত লাগি আছোঁ
@momandheart10
2 жыл бұрын
Jat tu ki jane neki
ৰাইজ উপকৃত হ'ব ভিডিওটোৰ পৰা;সুন্দৰ হৈছে। মোক সঁচ খাটাং লাগিব কিন্তু;দিবানে?
@AssamAgriFarm
3 жыл бұрын
নিশ্চয় দাদা
@momandheart10
2 жыл бұрын
Jat tu koboi ninidile betai
Krikhok bondhu holok nichoy upokrito hobo
@AssamAgriFarm
3 жыл бұрын
Thanx brother
Hood
Bhat kerela aru potol r bij kor pora pam.
Mota vaatkeroola tu kiba prakare faal pabo pari neki jonabosun uncal.
@AssamAgriFarm
Жыл бұрын
Ami jona mote napay..
মূল কেনেকৈ ক'ত পাম।সময়টো কেতিয়া ৰোপন কৰিব লাগে
Vat kerela moi bhut val pau
Dipak assam
Tarun,nath
Dada muk bidhantu dibosun
Bondu khokol aai prokira r pora kosto besi hoye
Dada pulie laga
Mur 1viga mati batkerala kheti ase
@Mr.Shorts---
10 ай бұрын
Ghor kot?
Hopta saridin nhoi oo,2 din ha uthabo paru
Dada pule lage
Next year mul lagile kot jogajog korile pam kindly jonabo....
@AssamAgriFarm
3 жыл бұрын
Nichoy
@dhaneshbarman3822
3 жыл бұрын
Jonabo sun etsa ase vatkerela kheti kora but val mul powa njay.. i m from bongaigaon..
@AssamAgriFarm
3 жыл бұрын
Im from chirang, Panbari... Contact koribo Nichoy diya jabo
@dhaneshbarman3822
3 жыл бұрын
@@AssamAgriFarm ok cntct tu di dibo
@AssamAgriFarm
3 жыл бұрын
8638286902
গুটিৰ পৰা ভাত কেৰেলাৰ পুলি ওলায় নে?
@CapPlanet9
Жыл бұрын
ওলায় কিন্তু প্ৰথম বছৰ ফল নধৰে।
Guti ruyene tolor alu ruye kobsun
@boikunthabori1519
4 ай бұрын
Alu r pora rubo lage
Donyabad
Very nice vedio .
Nc.bt dada alop agotiya koi bonale basi bhal hl hoi
@AssamAgriFarm
3 жыл бұрын
Next year koribo khetitu..
Bris. Lagisil
ভাত কেৰেলা বিজ পাই নেকি জনাবচোন দাদা
@AssamAgriFarm
2 жыл бұрын
Pabo
Sar diya mal khowahe koth.,.....😂
Kun thai... Alp briz lgisil
@AssamAgriFarm
2 жыл бұрын
8638286902 contact koribo
@axomiyaloraprince
2 жыл бұрын
Kun thai hoi..?
সঁচ পোৱা ব্যৱস্থা কৰা হয় নেকি
Contact number to লাগিছিল খেতিয়ক জনৰ
ভাতকেৰেলাৰ মটাফুল আৰু মাইকীফুল কেনেকৈ চিনাক্ত কৰিব?
@AssamAgriFarm
Жыл бұрын
মতা গছেই বেলেগ হয়||
@damodarchetry-dy9wo
Жыл бұрын
@@AssamAgriFarm assam agriffarm ক ধন্যবাদ জনালোঁ।ভাত কেৰেলাৰ মটা আৰু মাইকী চিনি পোৱা কৌশলটো অলপ বিতৎভাৱে জনাবলৈ অনুৰুধ জনালোঁ।
ভাত কেৰেলা পুলি বা মূল কত পাব? কোনে দিব পাৰিব জনাবচোন?
@AssamAgriFarm
Жыл бұрын
8638286902 contact koribo
দাদা ফোন no tu diba ne
পুলিৰ বাবে আলু কত পাম
@AssamAgriFarm
2 жыл бұрын
Late hol olp....alu ase
😢😢😢🎉🎉🎉🎉HN
পানী লাগিব নেকি বাৰু
মুল বা পেতা ক'ত পোৱা যাব?
@AssamAgriFarm
3 жыл бұрын
সময়ত যোগাযোগ কৰিব নিশ্চয় দিয়া যাব
@saikialemongarden5445
2 жыл бұрын
muk u lagisile..pam nki
এইটো উন্নত জাত নহয়।
@AssamAgriFarm
Жыл бұрын
উন্নত জাতৰ নামটো কবচোন দাদা?
এই ভাতকেৰেলা সছ এতিয়া পামনে?
@AssamAgriFarm
2 жыл бұрын
পাব... কিন্তু অলপ পলম হল.. আগতীয়া ফলন নাপাব
ভাতকেৰেলা খেতিয়ক জনৰ Ph no তো দিব চোন
দেউতা ভাত কেৱেলা বিজতো কেনেকৈ পাম ।আপোনাৰ ফোন নম্বতো দিব নে দেউতা ।
@gampatir513
2 ай бұрын
Moi dim Tumi phone number tu diya
Eibilak khai manu asusto he habo
Apunar phone Number to dibason .
Apunar please phone number too diba nki
Very nice
সঁচ পোৱা ব্যৱস্থা কৰা হয় নেকি
@AssamAgriFarm
Жыл бұрын
এইবছৰ আৰু নাপাব... অহাবছৰ জানুৱাৰী ৰ আগতে যোগাযোগ কৰিব