ভালপাওঁ তোক // Assamese short film //Pansurika Bora // Saurabh sagar Borah // Valentine day spacial

Пікірлер: 1 000

  • @pansurikabora5011
    @pansurikabora50114 ай бұрын

    শুভ সন্ধ্যা বন্ধু-বান্ধৱী সকল ❤ মোৰ এই সামান্য প্ৰচেষ্টাক আপোনালোকে বহুখিনিয়েই মৰম দিছে মই সঁ‌চাই বহুত সুখী এনেদৰেই মৰম আৰ্শীবাদ দি যাব আগলৈ । কিন্তু আজি মই এই Comment টো এটা কাৰনেই লিখিছো কাৰন You tube জগত খনৰ লগত যি সকল জড়িত প্ৰত্যেকেই নিজৰ নিজৰ এটা নাম কৰি ব্যক্তিগত হিচাপে চেনেল এটা খুলে আৰু নিজৰ ভাল লগাবোৰ অকণমান ৰাইজৰ মৰমৰ আকলুৱা হৈ video সমূহ upload কৰি থাকে আৰু এইখিনি কথা এটা কাৰনেই আজি আপোনালোকক কৈছো মোৰ সৌৰভ দাদা ( মন ) ৰ লগত যি দুখন চুটি ছবিত আমি প্ৰেমিক প্ৰেমিকা হিচাপে অভিনয় কৰিছো তাত মই বহুতৰে বহুত comment পাইছো যে মই তাৰ লগত মিলা নাই । হয় মই মিলা নাই মইও মইনাৰ লগত ( আকাংক্ষা ) বা ৰ লগতেই তাক ভাল দেখোঁ কিন্তু এইটো মোৰ ব্যক্তিগত চেনেল যিহেতু ইয়াত মই মোৰ দাদাৰ লগত অভিনয় কৰাত আপোনালোকৰ আপত্তি ক'ত মই বুজি পোৱা নাই । হয় মই দেখিবলৈ বেয়া মো ৰ চেহেৰা ভাল নহয় ইশ্বৰে মোক এনেকৈয়ে স্বজিছে ইয়াত মই দোষী নহয় । গতিকে অনুৰোধ কৰিছো মোৰ চেহেৰা বেয়া বুলি কওঁক কথা নাই কিন্তু অবাবত এনেকৈও নকব please 🙏 ( বি:দ্ৰ= সকলোকে কোৱা নাই মোক বেয়া নাপাব please বহুতে মানে কয় আছে সৌৰভ দা ছোৱালী জনী মিলা নাই কিয় লৈছে মইনা দেখিবও ধুনীয়া তাই লগত হে ভাল লাগে কিন্তু চেনেল টো কাৰ সেইটোৱে লক্ষ্য কৰা নাই আচলতে আবেগিক হৈ হে মই এনেকৈ লিখিলো ভুল হব পাৰে ক্ষমা কৰিব 🙏 )

  • @ChiranjibDehingia

    @ChiranjibDehingia

    4 ай бұрын

    দেখিবলৈ ধুনীয়া হোৱাত কৈ নিজৰ নিজৰ মনবোৰ ধুনীয়া কৰিব লাগে ৰূপে সংসাৰ নতৰে গুণেহে সংসাৰ তৰে আপোনি নিজৰ বাবে নিজে আগ বাঢ়ি যাওক বেলেগৰ বাবে নহয় ।ধুনীয়া বেয়া মিলা নিমিলা কথা নাহে ইয়াত ।আপোনি আগবাঢ়ি যাওক ।

  • @Bhaskar123.

    @Bhaskar123.

    4 ай бұрын

    👍You are the best ❤tumi bhaal acting korisa muk vl lage tumar acting baa dada r logot aru vl lage I Love you baa❤ Tumar bhaity from Tezpur ❤❤👍👍

  • @pansurikabora5011

    @pansurikabora5011

    4 ай бұрын

    @@Bhaskar123. Thank you so much 🥰 kintu kisumane bor kiba vbi kothabur koi o😒😔

  • @gayatrisaikia2462

    @gayatrisaikia2462

    4 ай бұрын

    Sourabh Sagar dar lgt tumak mile Bhut....❤ June ji koi koi .... Thakibo diya 2mii matha Mari nathakiba😊

  • @pansurikabora5011

    @pansurikabora5011

    4 ай бұрын

    @@gayatrisaikia2462 Thank you dr❤️ মিলেও নিমিলিলেও সি মোৰ দাদা হয় আৰু আমি অভিনয় হে কৰিছো ন😔

  • @manasray7621
    @manasray76214 ай бұрын

    সকলোৰে ভাগ্যত এনেকুৱা এজনী জীৱন সংগী থকাতু বহুত প্ৰয়োজন ❤😢

  • @JyotishmoyUraon

    @JyotishmoyUraon

    4 ай бұрын

    Umm😢

  • @kuldeepdas760
    @kuldeepdas7604 ай бұрын

    এনেকুৱা এজনী ছোৱালী পালে সকলো লৰায়ে জীৱনত আগবাঢ়ি যাব পাৰিব❤ বহুত ভাল লাগিল দাদা❤

  • @awkatiwaboy8167

    @awkatiwaboy8167

    4 ай бұрын

    Hoi

  • @BichedBordoloi
    @BichedBordoloi4 ай бұрын

    ইয়াৰ পৰা এইটো শিকিলো যে এজন বেয়া মানুহকো ভাল দিশত লৈ যাব পাৰে love it dada ❤❤❤

  • @Robi-music-creation10361

    @Robi-music-creation10361

    4 ай бұрын

    Bro tumar video bur bohut mojjja lage abar muru sai dibasun....❤

  • @pritomgogoiflute
    @pritomgogoiflute4 ай бұрын

    ছোৱালী জনীয়ে বহুত কষ্ট কৰি কষ্ট বোৰৰ বুটলি পাইছে দেই ৰাইজৰ পৰা 😢❤ আশীৰ্বাদ কৰক ছোৱালী জনীক 🎉 ❤ ৰাইজ👍 চেল্যুট 🫡

  • @pansurikabora5011

    @pansurikabora5011

    4 ай бұрын

    Thank you

  • @jugantamoran8033
    @jugantamoran80334 ай бұрын

    চেহেৰাটোত কৈ মনটো গুৰুত্ব দিয়ক, অভিনয় চাওক... চব মানুহৰ অন্তৰখন ধুনীয়া আৰু পবিত্ৰ হব লাগে

  • @jontiroy6979

    @jontiroy6979

    4 ай бұрын

    Right😊

  • @Mridultamuli8753

    @Mridultamuli8753

    4 ай бұрын

    Hii ​@@jontiroy6979

  • @pansurikabora5011
    @pansurikabora50114 ай бұрын

    Perfect কিমান কৰিব পাৰিছো নাজানো কিন্তু মই চেষ্টা কৰিছো এইবাৰ আমাৰ চুটি ছবিখন যিহেতু Valentine Day Spacial হয় সেইবাবে প্ৰেমৰ লগত সংগতি ৰাখি এটা সৰু মৰম লগা মেচেজ দিব বিচাৰিছো "প্ৰেমত সদাই পৱিত্ৰতা থাকিব লাগে" আমাৰ কাহিনীটোত এইবাৰ আমি দুটা কাল্পনিক চৰিত্ৰৰে এজন নিজৰ জীৱনৰ মূল্য দিব নজনা অৰ্থাৎ নিজক শেষ কৰিব বিচৰা ব্যক্তিৰ ক্ষেত্ৰত প্ৰেমে সপোন দেখিব শিকোৱাৰ লগতে প্ৰেমে যে নিজক ভাল পাবলৈ শিকাই তাৰে এটি আভাস দাঙি ধৰিলো । আশা কৰো সকলোৰে ক্ষেত্ৰত প্ৰেম এনেকুৱাই হওঁক সুখী হওঁক সকলো । এতিয়া আপোনালোকে কেনে পাই আমাক জনাব❤️🙏 ধন্যৱাদ

  • @DhurbajyotiBorah-hy5bq

    @DhurbajyotiBorah-hy5bq

    4 ай бұрын

    Love you ba and dada ❤❤❤❤❤❤❤ Ena koi agoloi pai thakim buli axa thakil ❣️❣️❣️🫴🫴🫴

  • @hiramoniboro323

    @hiramoniboro323

    4 ай бұрын

    Bujabo nuwara 1k onubhab bohut val lagile sai xosakoi soku pani rakhib nuwarilu ba 🥲😘🥰

  • @pansurikabora5011

    @pansurikabora5011

    4 ай бұрын

    @@hiramoniboro323 aoiuu dehi nakandiba pai😘

  • @pansurikabora5011

    @pansurikabora5011

    4 ай бұрын

    @@DhurbajyotiBorah-hy5bq um sure🥰

  • @hiramoniboro323

    @hiramoniboro323

    4 ай бұрын

    @@pansurikabora5011 😥mur lgt mili goise o baa kahini tu😞😓

  • @HoritkumarRay-nc4ki
    @HoritkumarRay-nc4ki4 ай бұрын

    Kun kun emotional hoise like kora

  • @MousamDas-dq6dr
    @MousamDas-dq6dr4 ай бұрын

    Coment porhibo oha xokole like kori jua

  • @chimpeedas6722
    @chimpeedas67224 ай бұрын

    এজনী ছোৱালীয়ে এটা ল'ৰাক ভাল কৰিব পাৰে।❤❤ ভাল লাগিল বহুত আগবাঢ়ি যোৱা সদায় 😊😊

  • @roshangupta-gq6kc
    @roshangupta-gq6kc4 ай бұрын

    সছা অন্তৰেৰে কাৰোবাক ভাল পালে তেতিয়াও এৰি জাব নোৱাৰি লাগিলে সি বেয়াই হক❤❤❤❤❤

  • @Mwnswm

    @Mwnswm

    4 ай бұрын

    Right bro ❤❤❤😢

  • @user-nq6ky2di8o
    @user-nq6ky2di8o4 ай бұрын

    এনে এজনী ছোৱালী যিমান লৰা আছে গোটেই লৰা বিচাৰে আৰু এনে ছোৱালী পালে লৰা নিজে success হ ব পাৰে So sweet love❤❤❤

  • @pobongogoi2767
    @pobongogoi27674 ай бұрын

    বৰ মৰম লাগিল।ভালে থাকা আৰু আশা ঠাকিল🤍

  • @simpleboy8398
    @simpleboy83984 ай бұрын

    Amazing💕😍ইমান ধুনীয়া হৈছে story Tu 😍

  • @assameseboysagarbora9176
    @assameseboysagarbora91764 ай бұрын

    Moi Modahi aou raijj😊

  • @munumunu6108

    @munumunu6108

    4 ай бұрын

    😂

  • @bishnupapuofficial7812

    @bishnupapuofficial7812

    4 ай бұрын

    8:Pm main nki😅😅

  • @hiramoniboro323

    @hiramoniboro323

    4 ай бұрын

    Emankoi nakhaba ako shootingt khaotei besi hoi jabo

  • @manobjyotisonowal9410
    @manobjyotisonowal94104 ай бұрын

    চব মানুহৰ অন্তৰখন ধুনীয়া আৰু পবিত্ৰ হ'ব লাগে 🥰🥰❤️❤️

  • @RipuPatar-ei7tn

    @RipuPatar-ei7tn

    4 ай бұрын

    ❤❤❤❤

  • @monojbarman1855

    @monojbarman1855

    4 ай бұрын

    Right

  • @user-eo9jy4cy1k
    @user-eo9jy4cy1k4 ай бұрын

    Anekoi prem kora suwali muk lage oo 🥺🥺🥺🥺dukhiya holeu bohut 😢😢hukhot raakhim 🥺🥺🥺kintu aamar kopalei beya aaji kaali suwali bure okol dhoni lorak he sai 🥺🥺 aanar dukiya billakok nasai ooo maajoni 🥺🥺🥺🥺🥺🥺🥺ji ki nohok video tu sai bor vhal lagil dei .... Dada 🥰🥰 baideo ♥️♥️♥️

  • @bopaibora1116

    @bopaibora1116

    3 ай бұрын

    😊😅❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😮😮😮😢😢😢😢🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉 14:51 🎉🎉😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😮😮😅🎉🎉😮😅😊ল্a

  • @bopaibora1116

    @bopaibora1116

    3 ай бұрын

    Te😊😊😊😊😅😮😢🎉😂

  • @bopaibora1116

    @bopaibora1116

    3 ай бұрын

    Vall Hmm

  • @Montu_gameig_assam

    @Montu_gameig_assam

    3 ай бұрын

    Same to you 🥹💫😔

  • @AKSonar-ql7st

    @AKSonar-ql7st

    2 ай бұрын

    Ana kuwa suwali bisak koribo Lage tene hole thakibo Val lagibo 👍👍👍🙂🙂😄😄😄😄

  • @pranjalhazarika7547
    @pranjalhazarika75474 ай бұрын

    You are both amazing 😊, keep it up, God bless you and your team,i missing moina ❤,

  • @devpratimnath4602
    @devpratimnath46024 ай бұрын

    Last sence tu sad tone tu ultimate nd videography ❤

  • @LovelyCrocodileHiding-gm8js
    @LovelyCrocodileHiding-gm8js4 ай бұрын

    Hosai valpau tuk new short film khan sai bahut bahut val lagil ..aru aguqai juqa agloi..dada nd ba ❤❤❤

  • @user-zx2je7rm4d
    @user-zx2je7rm4d4 ай бұрын

    হচাকে বহুত ভাল লাগিলে ❤❤❤

  • @Bhaskar123.
    @Bhaskar123.4 ай бұрын

    It's the best story 👍👍👍

  • @Hunu124
    @Hunu1244 ай бұрын

    Mon aru moina best partnerships

  • @jayantapayeng4690
    @jayantapayeng46904 ай бұрын

    বহুত ধুনিয়া হৈছে ❤️আৰু তোমাৰ voice তো ভাল লাগিছে

  • @ashikrahman2776
    @ashikrahman27764 ай бұрын

    Bohut val lagil

  • @loknathrayl5266
    @loknathrayl52664 ай бұрын

    So Amezing😢💖💝

  • @dolinath9142
    @dolinath91424 ай бұрын

    Val lagil video Tu sai baa 🥰😘

  • @Raju-go2xm
    @Raju-go2xmАй бұрын

    Oh bohut vl lagil ❤

  • @Dsquarevlogs
    @Dsquarevlogs4 ай бұрын

    মন দা বহুত বহুত...... ভাল লাগিল আৰু এটা এনেকুৱা video বনাব please মন দা I love you ❤

  • @mignagkopegu6672
    @mignagkopegu66724 ай бұрын

    Next level 🎉🎉

  • @user-sc3sv3hy6q

    @user-sc3sv3hy6q

    4 ай бұрын

    Bikas daa kor pora ahil akooo😅😅😅

  • @jyotimoni362
    @jyotimoni3624 ай бұрын

    Amezing ❤💓

  • @hemagogoi
    @hemagogoi4 ай бұрын

    বহুত বহুত মৰম আৰু শুভকামনা থাকিল আগবাঢ়ি যোৱা

  • @kumudsaikia9660
    @kumudsaikia96604 ай бұрын

    Very nice pansurika ba 😊😊❤❤

  • @ranadeka4666
    @ranadeka46664 ай бұрын

    Mojja ❤🎉

  • @pranaybordoloi6504
    @pranaybordoloi65044 ай бұрын

    Bohut bhal laga tuma lukor video sai

  • @user-pz9et3em1s
    @user-pz9et3em1s3 ай бұрын

    ভাল লাগিছে দাদা❤❤❤

  • @Monepayeng
    @Monepayeng26 күн бұрын

    Moja❤

  • @tapankalita9454
    @tapankalita94543 ай бұрын

    Dada tumar video bur sai taku 😊 bohut vl lage muku loba naki muru mon ase moy সৰুপথাৰৰ suwali hoi please dada 😢

  • @covershortvideosyt9371
    @covershortvideosyt93714 ай бұрын

    So amazing 😢

  • @user-yo2kq4eh6t
    @user-yo2kq4eh6t4 ай бұрын

    বহুত মৰম থাকিল তোমালোকলৈ দাদা আৰু মৰম লগা বা জনী❤❤❤

  • @chutiadeepshikha
    @chutiadeepshikha4 ай бұрын

    Tumalukor short film sabole bohut val pua ❤❤❤❤❤🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰 so beautiful

  • @chutiadeepshikha

    @chutiadeepshikha

    4 ай бұрын

    Tumar logat millsa❤❤❤

  • @chutiadeepshikha

    @chutiadeepshikha

    4 ай бұрын

    Tumar logat millsa❤❤❤

  • @mistarhborah233
    @mistarhborah2334 ай бұрын

    Moja 🎉🎉❤❤

  • @bitupongogoi1990
    @bitupongogoi19904 ай бұрын

    First view . ❤

  • @RahulKonwar-ww9rh
    @RahulKonwar-ww9rh3 ай бұрын

    কাকাই বাই ভাল লাগিল ভিদিঅটো 2ND PART তো দিব দেই ভাল লাগিল বহুত ৷ বহুত বহুত মৰম দিলোঁ ৷ মোৰ লিখা কেইখনমান এনেকুৱাই কাহিনী ৷

  • @user-bb6mf3is5s__
    @user-bb6mf3is5s__4 ай бұрын

    ❤❤❤moja mon da ❤❤🤭😇

  • @Bodmas__lora__0.2
    @Bodmas__lora__0.24 ай бұрын

    Amazing story ❤❤❤

  • @hey__sweetheart
    @hey__sweetheart4 ай бұрын

    Dhunia lgil bru saii❤. Tumlok Anedoree Aguwaii jwa😊💗..

  • @Bikashpuwali4k
    @Bikashpuwali4k4 ай бұрын

    Bohut dhunia hoise tumalukor short film khon akha koru jate aru ag barhi jua ❤❤❤❤

  • @pratishidevisarmah1583
    @pratishidevisarmah15834 ай бұрын

    Lovely ❤

  • @DhurbajyotiBorah-hy5bq
    @DhurbajyotiBorah-hy5bq4 ай бұрын

    Ki bonaisa dada tumi jui bro love you

  • @richaborgohain6351
    @richaborgohain63514 ай бұрын

    বহুত সুন্দৰ হৈছে ভন্তি৷৷তোমাৰ প্ৰতিভা ভবিষ্যতে আৰু উজ্জ্বলি উঠক৷ কামনা কৰিছো৷মৰম লগা ভন্তি জনী৷

  • @pansurikabora5011

    @pansurikabora5011

    4 ай бұрын

    Thank you ❤️

  • @vaitvlog
    @vaitvlog4 ай бұрын

    Aguwai juwa dhuniya hoise❤️❤️👍🏿👍🏿

  • @user-nw7kh8wd3f
    @user-nw7kh8wd3f4 ай бұрын

    Val lagise Sai lastolekoi sale aru Val lagibo dada❤❤❤🎉🎉🎉🎉🎉❤❤❤❤❤❤

  • @user-bx7bi5jy2c
    @user-bx7bi5jy2c4 ай бұрын

    So beautiful ❤️❤️❤️❤️❤️❤️❤️❤️

  • @dipjyotimedhi1032
    @dipjyotimedhi1032Ай бұрын

    Mojaa vii❤🎉

  • @frefirmax3418
    @frefirmax34184 ай бұрын

    ❤❤ মোৰ লগৰীয়া হয় সাগৰ ❤ dpp খনচোৱা এবাৰ ❤🎉

  • @dhanjitnath9478

    @dhanjitnath9478

    2 ай бұрын

    Lga hoine log powa t uthisa photo khn

  • @frefirmax3418

    @frefirmax3418

    2 ай бұрын

    Amar clg ora hoi

  • @ss-rp3cj
    @ss-rp3cj4 ай бұрын

    Suwali joni tumr logot mila niii

  • @HoritkumarRay-nc4ki

    @HoritkumarRay-nc4ki

    4 ай бұрын

    Mili see Dada bya pabo nooo nimila kole

  • @ss-rp3cj

    @ss-rp3cj

    4 ай бұрын

    @@HoritkumarRay-nc4ki jitu xosa xitu a kom no viii

  • @Black_SG

    @Black_SG

    4 ай бұрын

    Akansha toka hol val lagil hatan yat besi

  • @PonkajJyotidas-zy1yv

    @PonkajJyotidas-zy1yv

    4 ай бұрын

    Umm milisa ❤

  • @kankananathmunu7293

    @kankananathmunu7293

    4 ай бұрын

    Um ni Mila😒

  • @__dimpiii._____
    @__dimpiii._____Ай бұрын

    বৰ ধুনীয়া অভিনয় কৰিছাঁ দেই 🧿♥️

  • @Raju-go2xm
    @Raju-go2xmАй бұрын

    Bohut vl lagil video tu Sai ❤

  • @SomanSoman-ck1et
    @SomanSoman-ck1etАй бұрын

    A mojaa

  • @SUNU_PALLABI_LOVE
    @SUNU_PALLABI_LOVE4 ай бұрын

    বহুত বহুত ভাল লাগিচে দেই আৰু আগলৈ আগ বাঢ়িবা দেই 🙏❤️

  • @anujgogoi4586
    @anujgogoi4586Күн бұрын

    Mojja❤🎉😮😅😊

  • @mahtabahmed7233
    @mahtabahmed72333 ай бұрын

    Natok tu mojja lagise dea 👌

  • @user-qt7vu9nx5z
    @user-qt7vu9nx5z3 ай бұрын

    Bohout vl lagase sai❤

  • @beauchetia1820
    @beauchetia18204 ай бұрын

    Bor dhunia hoisey short vedio bilak ....

  • @misskalyaniofficial5956
    @misskalyaniofficial5956Ай бұрын

    Dhuniya accting 💗🌚

  • @karishma2577
    @karishma25774 ай бұрын

    Bhut dhunia hoise ❤

  • @pranabjyotihazarika7145
    @pranabjyotihazarika71454 ай бұрын

    সুন্দৰ❤

  • @biswajitgogoi8895
    @biswajitgogoi88954 ай бұрын

    Bohut val lagil dei vonti,aru guwai juwa❤

  • @Charlierabha777
    @Charlierabha7774 ай бұрын

    Love it ❤😊

  • @RahulBoruah-fu6hr
    @RahulBoruah-fu6hr4 ай бұрын

    So cute suwali jine 😘😘 so cute video to ❤❤❤

  • @randevhajong1041
    @randevhajong10414 ай бұрын

    ভাল লাগিছে চাই সুন্দৰ❤❤ অনুভৱ

  • @Dimpi_chutia
    @Dimpi_chutia4 ай бұрын

    Dhuniya lagise love story tu pansurika baa ❤❤❤

  • @BichedBordoloi
    @BichedBordoloi4 ай бұрын

    বহুত ভাল লাগিলে love it dada ❤❤

  • @user-uc4bb7pf7p

    @user-uc4bb7pf7p

    4 ай бұрын

    Moja ❤

  • @dhananjaysdaxom9594
    @dhananjaysdaxom95944 ай бұрын

    Moza lagise ❤️❤️ সঁচাকৈ

  • @Injamulhaque-qb1wl
    @Injamulhaque-qb1wl4 ай бұрын

    Baite nijok katio kom bule nava be ba ❤❤❤❤😊😊😊😊😊kunu Bai tumak vll pai napai xai tu bad dia nejai xosai vll Manu hoi jua🎉🎉🎉🎉❤❤❤

  • @abdulkadirofficial9604
    @abdulkadirofficial96044 ай бұрын

    A Wonderful love story' ❤❤❤❤

  • @MejongKo-gi4we
    @MejongKo-gi4we4 ай бұрын

    Bor morom lagil de❤❤❤

  • @Buddhinathvoice
    @Buddhinathvoice4 ай бұрын

    Vl lagila video 2 sai❤❤❤

  • @mintunath9670
    @mintunath96704 ай бұрын

    ভাল লাগিল বহুত ❤

  • @ffbikram7177
    @ffbikram71774 ай бұрын

    Gulli hoise bro❤

  • @junakaccopany
    @junakaccopany4 ай бұрын

    Dhuniaa concept..vl lagil dai all always be saport..

  • @bijoyborobbvlog1578
    @bijoyborobbvlog15784 ай бұрын

    সুন্দৰ অভিনয় আগলৈ আগবাঢ়ি যোৱা

  • @NabaSarma-oq4xe
    @NabaSarma-oq4xe4 ай бұрын

    ভাল লাগিল,,এনেকৈ আৰু ভাল ভাল কাহিনীৰে ভিডিও দি থাকিবা👌👌

  • @kumudsaikia9660
    @kumudsaikia96604 ай бұрын

    Nice story ❤

  • @phukon822
    @phukon8224 ай бұрын

    Val lagil ❤Nice 👌

  • @SukhamjitDas
    @SukhamjitDasАй бұрын

    Mojaaa❤🎉🎉

  • @user-go4ww3yf3d
    @user-go4ww3yf3d4 ай бұрын

    Dada aru maa moja lagise tumalu aru aguwai juwa ❤❤❤

  • @pritishteron8388
    @pritishteron83884 ай бұрын

    Mon moyina aru bohut moja

  • @mayurimayurihatiboruah7936
    @mayurimayurihatiboruah79364 ай бұрын

    Short film khn sai bohot bohot vl lagise❤❤❤

  • @geetanjolidevi1033
    @geetanjolidevi10334 ай бұрын

    Dhuniya lgise ❤❤❤❤

  • @ultimatecreation....
    @ultimatecreation....4 ай бұрын

    ❤Bohut Vall lagil... Ungotable❤❤... Nice concept.. Aru aguwai juwa anekoi...🎉

  • @lakhiboro9530
    @lakhiboro95304 ай бұрын

    Bht vl lgesa ❤❤

  • @Axomiya55
    @Axomiya554 ай бұрын

    Vl hoise da Ba aguwai juwa 🎉🎉🎉

  • @_true_love_44_
    @_true_love_44_4 ай бұрын

    ❤❤ mojja bonaisa dei

  • @gayatrisaikia2462
    @gayatrisaikia24624 ай бұрын

    Acting so perfect......... ❤ Bhut val lagil vedeo 2 saii☺️

  • @KapilSunuwal
    @KapilSunuwalАй бұрын

    Val lagil moiu biaaru moiu enekuwskoi val pua suwali ajoni pau

  • @user-lr7ru3sg9c
    @user-lr7ru3sg9c4 ай бұрын

    Dhunia lagise nice❤❤❤😢😢

  • @BikiBora23
    @BikiBora234 ай бұрын

    ❤ story2 khub val lagil Pansurika Baa.. Aru val val video upload kribaxun Baa❤❤

  • @prativagogoi5084
    @prativagogoi50844 ай бұрын

    Sai bohut val lagil baa agbahi jua❤aru sourav dada ahbahi jua❤🥰

Келесі