ভাগৱত পাঠ// আউনী আটী শাখা সত্ৰ// বান্দৰদেৱা // লক্ষীমপুৰ

Пікірлер: 256

  • @urmilachamuah8785
    @urmilachamuah8785Сағат бұрын

    হে প্ৰভূ আপোনাৰ ভাগৱত পাঠ শুনি আমি কৃত কৃত হলো। প্ৰভূ জনৰ ওচৰত কাতৰ প্ৰাথনা জনাইছো তেও যেন আমাক আপোনাৰ এই ভাগৱত পাঠ শ্ৰৱণ কৰিবলৈ শক্তি দিয়ক ।কৃষ্ণ 🙏🙏

  • @chinukataki4419
    @chinukataki4419Ай бұрын

    কৃষ্ণ ।বাপ জনৰ ভাগৱত বাখ্যা শুনিলে শুনি থাকিব মন যায় ।ইমান গভীৰ ভাবে বুজাই কয় যে জীৱন টো উপলব্ধি কৰিব পাৰি ।সচাকৈয়ে তেখেতে বহুত অধ্যয়ন কৰিছে ।মই সদায় এবাৰ নুশুনিলে নহব ।মধুৰ কন্ঠ বলিষ্ঠ কন্ঠ সুন্দৰ উপস্থাপন বৰ ভাল লাগে দেই ।কিন্চিত শিকিবলৈ ঈশ্বৰে শক্তি দিছে আমাকো ।তেখেতৰ সু স্বাস্থ্যৰ কামনা কৰিলো ।এবাৰ সো শৰীৰে শুনিবলৈ হেঁপাহ আছে কত পাম নাজানো ।কৃষ্ণ ।

  • @dhireswarray8159
    @dhireswarray8159Ай бұрын

    Ram Ram Krishna Krishna probhu joy shree krishnay govindo Hore murari hay natho narayono nomo nomo 🙏🙏 dhyono dhyono probhu aponer aadhyatmik gyanor pora bohut upokrit hoicho dhyono dhyono probhu

  • @user-dh8fr2uk2d

    @user-dh8fr2uk2d

    24 күн бұрын

    Krishna, Krishna, Krishna Ram,Ram Ram Prabhu ,Sewa ,Nebedisu,

  • @lohitdas63

    @lohitdas63

    11 күн бұрын

    Krisna vagawat sraban kkorilu val lagil.apunak moi 13 sonor Sankar sangar adhibesonot log paisilu. Bahut kotha patisilu apuni Diya card khon atiaw Mur logot ase.lohit Das tsk.

  • @KarunaKalita-en6gh

    @KarunaKalita-en6gh

    4 күн бұрын

    Krishna krishna bap

  • @themedicobrain9399
    @themedicobrain93993 күн бұрын

    কৃষ্ণ কৃষ্ণ প্ৰ্ভু জনা সশ্ৰদ্ধ প্ৰ্ণাম জনালো 🙏🙏🙏🙏

  • @junalidas8440
    @junalidas8440Ай бұрын

    Krishan krishan krishan krishan krishan khewa jonalu eyar porai krishan

  • @munindragogoi2586
    @munindragogoi258628 күн бұрын

    OM Namah Bhagavate Basudevay Jay

  • @manasdeka6801
    @manasdeka680114 күн бұрын

    Joy guru Shanker 🙏🙏🙏 Krishna Krishna Ram Krishna Hari Krishna

  • @user-ct2kv3qn1l
    @user-ct2kv3qn1l13 күн бұрын

    কৃষ্ণ বাপ ভাগৱতহে ভাগৱত বিশ্লেষন কৰিব পাৰে আৰু বিশ্লেষন হৃদয়স্পৰ্শী।কৃষ্ণ 🙏🙏🙏

  • @binapanidas6368
    @binapanidas6368Ай бұрын

    কৃষ্ণ কৃষ্ণ প্ৰভূ কৌটি কৌটি প্ৰনাম জনালোঁ ৷ সুন্দৰ ভাগৱত বাখ্যাই হিয়া মন জুৰ পৰি গ’ল ৷

  • @NarmadaPathak-gm4xe
    @NarmadaPathak-gm4xeАй бұрын

    কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত আপোনাৰ চৰনত ভক্তি ভৰা সেৱা নিবেদিচো 🙏🙏🙏

  • @user-kb3dm5gh1i
    @user-kb3dm5gh1iАй бұрын

    হে প্রভু ঈশ্বৰ আপুনিও আমাক দাসৰ দাসক পৰম জ্ঞান সাগৰত অৱগাহন কৰালা ধন্য হে গুৰু ধন্য কোটি কোটি প্ৰণিপাত জনাইছো ৷🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @rimjimhazarika4904
    @rimjimhazarika4904Ай бұрын

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ শ্ৰী চৰণত প্ৰণিপাত জনাই সেৱা নিবেদিছো । কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @daisyrabha2343
    @daisyrabha23435 күн бұрын

    Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 Krishna🙏🙏🙏🙏

  • @DipKumer-ld5sx
    @DipKumer-ld5sx9 күн бұрын

    প্রনাম প্রভূ সেৱা নিৱে দিছো কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @raghunandanroy7788
    @raghunandanroy7788Ай бұрын

    Hare Krishna hare Krishna Krishna Krishna hare hare ,

  • @jatingogoi5721
    @jatingogoi5721Ай бұрын

    কৃষ্ণ কৃষ্ণ, বাপজনাৰ ভাগৱত বাখ্যা অতি সুন্দৰ আৰু মন চিত্ত শান্তিময় কৰি তুলে ।কৃপালো পৰম ঈশ্বৰে বাপজনাক আৰু কৃপা কৰক ,হৰি ৰাম ৰাম ৰাম।

  • @bubulbangthai917
    @bubulbangthai917Ай бұрын

    কৃষ্ণ প্ৰভু কৃষ্ণ প্ৰভু,🙏🙏🙏🙏

  • @juntiborah3548
    @juntiborah354826 күн бұрын

    কৃষ্ণ কৃষ্ণ 🙏 🙏 সুন্দৰ ব্যাখ্যা,বাপজনা গভীৰ ভাবে বুজায় দিয়াৰ বাবে জীৱনটো উপলব্ধি কৰিব পাৰি। বলিষ্ঠ কণ্ঠ সুন্দৰ উপস্হাপন। সদায় শুনো ভাল লাগিল। সুস্বাস্থ্য কামনা কৰিলো।🙏🙏

  • @tarundas3132
    @tarundas3132Ай бұрын

    Krishna Krishna Krishna

  • @madhurjyakashyap2296
    @madhurjyakashyap2296Ай бұрын

    🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿

  • @Rantisaharia
    @Rantisaharia28 күн бұрын

    Om nano bhagawate basudebai namah

  • @kabitakk5245
    @kabitakk5245Ай бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏 প্রভু আপোনাৰ চৰণত কোটি কোটি প্রণাম জনাইছো🙏🙏 আমি যেতিয়া সংসাৰৰ মায়াত সোমাই থাকো তেতিয়া নিজকে বহুত পাপী বুলি ভবো আৰু যেতিয়া এই ভাগৱতৰ সুন্দৰ কথাবোৰ আপোনালোকৰ মাধ্যমেৰে শুনিব পাও তেতিয়া ভাবো আমি বহুত পুণ্যৰ ফলতেহে আপোনাসবৰ এই সুন্দৰ কথাবোৰ শুনিবলৈ পাইছো।

  • @DeepikaChangmai
    @DeepikaChangmaiАй бұрын

    কৃষ্ণ কৃষ্ণ প্ৰভুজী প্ৰণাম কৰো আপোনাৰ কৰকমলত❤❤❤❤

  • @mnath7444
    @mnath7444Ай бұрын

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ, বাপৰ অমৃত কণ্ঠ নিগৰিত ৰস পান কৰি সৌভাগ্যশালী বুলি মনতে স্থিৰকৃত হৈছো। সেৱা যাচিছো।

  • @MonishaChutia-zf4og
    @MonishaChutia-zf4ogАй бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ মোৰ প্ৰভু ঈশ্বৰ

  • @deepabora1865
    @deepabora1865Ай бұрын

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ পদকমলত ভক্তি অঞ্জলি অৰ্পন কৰিছোঁ 🙏 লগতে সমস্ত বাপ আইলৈ সেৱা জনাইছোঁ 🙏🙏🙏🙏

  • @bharatikalita898
    @bharatikalita89826 күн бұрын

    Krishna krishna krishna bap❤❤❤🙏🙏🙏

  • @pddas6427
    @pddas6427Ай бұрын

    Krishna Baap Aapunak Pronam 🙏🙏🙏 Jai Guru Sankar 🙏🙏🙏

  • @shibosaloi8549
    @shibosaloi854923 күн бұрын

    বৈষ্ণৱ পাঠক, ভকত প্রভূ বৃন্দক চৰণত প্রনিপাত। শুনি বহুত আনন্দিত হলো। সেৱা হে।

  • @user-ye1oq3en1f
    @user-ye1oq3en1f22 күн бұрын

    Pronam probhu Krishna Krishna

  • @nirondas6229
    @nirondas6229Ай бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @ranudas4561
    @ranudas4561Ай бұрын

    কৃষ্ণ প্ৰভু 🙏 আপোনাৰ দৰে গুৰু কণ্ঠেৰে আধ্যাত্মিক মহৎ তত্ত্বৰ আমাৰ দৰে মূঢ়মতি সকলক শ্ৰৱণ কৰিবলৈ সুবিধা কণ দিয়া বাবে ধন্য প্ৰভু 🙏🙏🙏

  • @Rantisaharia
    @Rantisaharia28 күн бұрын

    On nano bhagawate basudebai namah

  • @himangshuvlogs470
    @himangshuvlogs470Ай бұрын

    Krishna krishna bap eswar.. ram krishna hari narayan 🙏🏿🙏🏿🙏🏿🙏🏿👌🏽👌🏽🙏🏿🙏🏿🙏🏿

  • @manjulanath2645
    @manjulanath2645Ай бұрын

    কৃষ্ণ বাপজনা ,কোটি কোটি সেৱা জনালোঁ ,মাধৱ

  • @user-fc8iw3qe3n
    @user-fc8iw3qe3nАй бұрын

    Prabhu apunar shree mukhe kritan huni amar hidayat antaragam hoi Krishna Krishna

  • @user-fc8iw3qe3n
    @user-fc8iw3qe3nАй бұрын

    Krishna Krishna amitmoi Bani apunar

  • @itz_himshikhar8610
    @itz_himshikhar8610Ай бұрын

    কৃষ্ণ বাপ! কোটি - কোটি প্ৰণাম! পৰম সন্তোষেৰে অমৃত পান কৰিলোঁ।🙏🙏🙏❤❤❤🌹🌻🌈🪔🪔🪔

  • @sumitradeka3599
    @sumitradeka3599Ай бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @pradipgogoi3182
    @pradipgogoi3182Ай бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰি ৰাম ৰাম ৰাম 🙏🙏🙏।

  • @gunamaidevi4570
    @gunamaidevi4570Ай бұрын

    Krishna Krishna Krishna 🙏🙏🙏 Prabhu sotkowti pranam

  • @UdayBhaskar__
    @UdayBhaskar__Ай бұрын

    Jai Sri Krishna, Jai Sri Krishna

  • @JayantaDhing-py2to
    @JayantaDhing-py2to4 күн бұрын

    কৃষ্ণ কৃষ্ণ বা প জয়গৰু শঙকৰ

  • @promilagogoi9665
    @promilagogoi9665Ай бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ সবাৰো শ্ৰীচৰণত শতকৌটি ভক্তিভৰা সেৱা জনালো গ্ৰহণ কৰিব ।কৃষ্ণ ।

  • @PadumNeog-vx4vr
    @PadumNeog-vx4vr27 күн бұрын

    Krishna krishna krishna krishna ❤bap janar charane pranam🙏🙏🙏🙏👍👍👍👍🙏🙏👍👍👍👍👍👍

  • @mamoninath5845
    @mamoninath5845Ай бұрын

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাক শত কৌটি প্ৰনাম

  • @AnantokumarRay
    @AnantokumarRay12 күн бұрын

    Krishna bap 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @ankurbaishya8809
    @ankurbaishya880916 күн бұрын

    Krishna Gurujona aaponer Sharanot Pronam

  • @Request_motivation
    @Request_motivationАй бұрын

    কৃষ্ণ বাপ অতি সুন্দৰ কৃষ্ণ কথা 🪔🪔🪔🙏🙏🙏

  • @binodbaishya7261
    @binodbaishya726120 сағат бұрын

    KRISHNA KRISHNA 🙏🙏🙏 SANGKAR GURU 🙏🙏🙏

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia520619 күн бұрын

    Krishna Krishna Krishna kripamoy, prabhudev tumar soronot sewa aru pronam nibedisu, aporadh khama koriba.

  • @dwipendas8706
    @dwipendas870618 күн бұрын

    আপোনাৰ ভাগৱত পাঠ বৰ মধুৰ ।

  • @manujdeka
    @manujdekaАй бұрын

    কৃষ্ণ কৃষ্ণ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ🙏🙏

  • @irenicc223
    @irenicc223Ай бұрын

    কৃষ্ণ কৃষ্ণ প্ৰভু বাপ জনা আপোনাৰ জ্ঞানৰ কথা শুনি সুখী হ'লো। আপোনাক সেৱা জনালোঁ 🙏

  • @munindraborgohain6054
    @munindraborgohain605429 күн бұрын

    Krishna. Krishna 🙏🏻 🙏🏻 🙏🏻 🙏🏻

  • @bhumitabora2496
    @bhumitabora2496Ай бұрын

    কৃষ্ণ কৃষ্ণ বাপ ইশ্বৰ শেৱা হে জনাইছোঁ কৃষ্ণ কৃষ্ণ

  • @rupalichetia1747
    @rupalichetia1747Ай бұрын

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ 🙏🙏🙏

  • @kamaleswarswargiary4499
    @kamaleswarswargiary4499Ай бұрын

    ৰাম ৰাম ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ কৌটি কৌটি প্ৰণাম

  • @pallabikagohain5720
    @pallabikagohain5720Ай бұрын

    কৃষ্ণ সত্ৰাধিকাৰ প্ৰভু জনাৰ শ্ৰী চৰনে প্ৰণাম কৃষ্ণ কৃষ্ণ

  • @RatulDeka-ve8ih
    @RatulDeka-ve8ihАй бұрын

    Krishno Prabhu Gurujona

  • @saraswatikalita7301
    @saraswatikalita73018 күн бұрын

    Auniati bhagwat eman bhal laga moi sadai suni prabhu sawa janau bhala thakok krishna

  • @brajakumarsaikia5255
    @brajakumarsaikia5255Ай бұрын

    শতকোটি প্রণাম শুপ্রভাত কৃষ্ণ কৃষ্ণ কৃষ্ণ।।।।।।

  • @ushahazarika137
    @ushahazarika137Ай бұрын

    কৃষ্ণ কৃষ্ণ বাপ । আপোনাৰ শ্ৰীচৰণত সেৱা জনাইছো।

  • @dilip6pesrabha759
    @dilip6pesrabha75927 күн бұрын

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো দুৰৰপৰা হলেও গ্ৰহন কৰিব প্ৰভু ।

  • @archanasaikiadas9058
    @archanasaikiadas9058Ай бұрын

    কৃষ্ণ 🙏 ঈশ্বৰ।বাপ ঈশ্বৰ সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ 🙏🙏

  • @sabitribezbaruah7679
    @sabitribezbaruah767922 күн бұрын

    Krishna Krishna Krishna krishna

  • @NiruDas-qe5nf
    @NiruDas-qe5nf25 күн бұрын

    Krishna Krishna Krishna...

  • @rinakalita927
    @rinakalita927Ай бұрын

    হে গুৰুদেৱ আপোনাৰ পদকযুগলত সতসহস্ৰ প্ৰণাম জনালোঁ

  • @chinugogoi8928
    @chinugogoi8928Ай бұрын

    Krishna Krishna oti hundor bap🙏🙏🙏🙏

  • @rekhadas5058
    @rekhadas5058Ай бұрын

    প্ৰভু ঈশ্বৰ আপোনাৰ চৰণলৈ কৌটি কৌটি বাৰ প্ৰণাম জনালে ও হেঁপাহ নপলাই। আপোনাক কেতিয়া সাক্ষাৎ দৰ্শন পাম সেয়া পৰম ব্ৰহ্ময়ে জানে। 🙏🙏🙏🙏🙏🙏🙏

  • @jamunadeka5494
    @jamunadeka5494Ай бұрын

    কৃষ্ণ কৃষ্ণ হে প্ৰভু সেৱা গ্ৰহণ কৰিব 🙏🙏🙏

  • @mukheswarkonwar9754
    @mukheswarkonwar9754Ай бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏💓

  • @pallabikagohain5720
    @pallabikagohain5720Ай бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🙏🙏🙏🙏

  • @rinachutia3723
    @rinachutia3723Ай бұрын

    কৃষ্ণ কৃষ্ণ প্ৰভু , 🙏🙏🙏🙏 ।

  • @torungogoi6690
    @torungogoi669024 күн бұрын

    প্ৰভু ঈশ্বৰ আপোনাৰ চৰণত সতকুতি প্ৰণাম

  • @jogeswarhaloi3073
    @jogeswarhaloi3073Ай бұрын

    কৃষ্ণ প্ৰভূজনাৰ শৰণতকৌট প্ৰণাম জনালোঁ পৰৱৰ্তী কৃষ্ণ কথা শুনাৰ আশাৰে শেৱা জনালোঁ,

  • @RajkumarNath-wl2im
    @RajkumarNath-wl2imАй бұрын

    Krishna Krishna Bap❤❤❤👏👏👏

  • @pranabjyotibora2342
    @pranabjyotibora2342Ай бұрын

    ৰাম কৃষ্ণ,,,,,,প্ৰণাম জনালোঁ ,,,,,,,প্ৰভু ঈশ্বৰ

  • @pradiptalukdar7798
    @pradiptalukdar7798Ай бұрын

    মুক্তিৰ সময়ত পৰীক্ষিতে গুৰুৰ সঙ্গও এৰি গঙ্গাৰ পাৰ পালে ৷ কাৰণ জীৱৰ মুক্তিত জীৱ সদায় অকলশৰীয়া ৷ এতিয়া বাপ সন্দেহ হয়-কোন এই সেনাই পৰীক্ষিতক আগুৰি ৰাখিলে? তাৰোপৰি পৰীক্ষিতে ৰাজ্য,ধন,পুত্ৰ- পৰিয়াল সকলো ত্যাগ কৰিহে গুৰুত আশ্ৰয় লৈছিল ৷

  • @anjalidas4572
    @anjalidas4572Ай бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @harakantaborah6818
    @harakantaborah6818Ай бұрын

    কৃষ্ণ প্ৰভু... ❤❤🙏🙏🙏

  • @jitannjali
    @jitannjali16 күн бұрын

    আপোনাৰ বাখ্যা য়ে জীৱন ধন্য কৰিছে.. ভাগৱতৰ ইমান সাৰমৰ্মৰ কথা শুনা য়ে নাছিলোঁ.. জীৱন ধন্য হল প্ৰভু... 🙏

  • @dilipbhuyan9908
    @dilipbhuyan990814 күн бұрын

    Joy sri krishna

  • @phirodarabha9647
    @phirodarabha9647Ай бұрын

    Krishna Krishna bap koti koti pranam 🙏🙏🙏🙏❤️❤️❤️🪔🪔🪔🙏🌺🌺🌺

  • @debitadeori7133
    @debitadeori7133Ай бұрын

    Krishna Krishna Krishna 🙏🙏🙏

  • @rahulkahar2221
    @rahulkahar222120 күн бұрын

    Krishna Krishna Krishna.

  • @dolidhekialphukan6194
    @dolidhekialphukan6194Ай бұрын

    হে প্ৰভুআপোনাক কোটি কোটি বাৰ সেৱা জনাইছো।

  • @jogendranath4591

    @jogendranath4591

    Ай бұрын

    Yygy

  • @saradakalita5887
    @saradakalita588722 сағат бұрын

    🙏🙏কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @leenaborah8433
    @leenaborah843314 күн бұрын

    🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼

  • @taralanath3876
    @taralanath3876Ай бұрын

    কৃষ্ণ কৃষ্ণ প্ৰণাম 🙏🙏🙏

  • @jinukakati1589
    @jinukakati1589Ай бұрын

    Bap, lswar, vatbanai, aso, xuni, aso, amrit, ras❤🙏🙏🙏🙏🙏🙏

  • @RiniThakuria
    @RiniThakuria15 күн бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 😊

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr8 күн бұрын

    বাপ বান্ধৱ বান্ধবী সকল কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা কৃষ্ণ ৰাধা কৃষ্ণ ৰাধা কৃষ্ণ ৰাধা কৃষ্ণ

  • @bharatiborah1690
    @bharatiborah1690Ай бұрын

    আপ্লুত হলো প্ৰভূ 🙏🙏🙏

  • @mayushdeka9256
    @mayushdeka9256Ай бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @lipikasaikia1259
    @lipikasaikia1259Ай бұрын

    Pranam Prabhu🙏🙏🙏

  • @MonimaGogoi-ws6fr
    @MonimaGogoi-ws6frАй бұрын

    কৃষ্ণ কৃষ্ণ প্ৰভু

  • @LakhimiGohain
    @LakhimiGohainАй бұрын

    Krishna Krishna Ram Ram

  • @NarmadaPathak-gm4xe
    @NarmadaPathak-gm4xeАй бұрын

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম 🙏🙏🙏

  • @BhaskarJyotiBorah-pb5id
    @BhaskarJyotiBorah-pb5id25 күн бұрын

    কৃষ্ণ! কৃষ্ণ! কৃষ্ণ!

Келесі