No video

ভোট জলকীয়াৰ ফল পঁচা বেমাৰ । নিয়ন্ত্ৰণ Fruit rot disease of Bhut jolokia Control tips in Assamese

VIDEO CONTENT:
1) Symptoms of chilli dieback and fruit rot
2) Causes
3) Favourable climatic conditions for disease development
4) Source of pathogen
5) Control practices
আমাৰ অন্য video সমূহ -
১) জলকীয়াৰ ভাইৰাচ জাতীয় ৰোগ আৰু নিয়ন্ত্ৰণ
• How to Control Chilli ...
২) ধান খেতিৰ উৎপাদন কম হয় কিয় আৰু নিৰাময়ৰ উপায়
• ধানৰ উৎপাদন বঢ়োৱাৰ উপা...
৩) এজন সফল খেতিয়কৰ পৰামৰ্শ
• এজন সফল খেতিয়কৰ পৰামৰ্...
To ask farming related questions follow us on:
খেতি বিষয়ে কিবা প্ৰশ্ন সুধিব বিচাৰিলে তলত দিয়া page তগৈ সুধিব পাৰিব-
Instagram: krishi.aru.vigyan
Facebook: Krishi aru Vigyan
#Krishiaruvigyan

Пікірлер: 125

  • @samiranchetia5062
    @samiranchetia50623 жыл бұрын

    ইমান সুন্দৰকৈ বুজাই দিয়া বাবে অশেষ ধন্যবাদ ।

  • @axom_edit_avi
    @axom_edit_avi Жыл бұрын

    Thank you❤🌹🌹🌹 so much❤❤

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    Жыл бұрын

    Always welcome

  • @swagotomaluminum7436
    @swagotomaluminum74363 жыл бұрын

    বৰ সুন্দৰ ভাৱে বুজায় দিছে আশা কৰোঁ পাছলৈ এনেকোৱা ভিডিঅ' পাম বুলি ,, ধন্যবাদ

  • @user-gz2eu6hh4y
    @user-gz2eu6hh4y11 ай бұрын

    Hundar bohu kotha gom palu thanks sir

  • @jyotishmanassamvlog1889
    @jyotishmanassamvlog18893 ай бұрын

    ধন্যবাদ ইমান সূন্দৰ ভাবে বুজাই দিয়া বাবে।

  • @lakhichayavlog7519
    @lakhichayavlog7519 Жыл бұрын

    নজনা কথা শিকিলো বহুত বহুত ধন্যবাদ জনালো ।

  • @puronpayeng9776
    @puronpayeng97763 жыл бұрын

    👍 খেতিয়ক ৰাইজক নিশ্চয় উপকৃত কৰিব

  • @bikashborah7446
    @bikashborah7446 Жыл бұрын

    Hundor

  • @khringputaraborsonowal8040
    @khringputaraborsonowal80403 жыл бұрын

    ভাল লাগিল

  • @rebotaye9561
    @rebotaye95613 ай бұрын

    Great news sir

  • @pallabisaikia6617
    @pallabisaikia66173 жыл бұрын

    Very helpful

  • @TeraPanging
    @TeraPangingАй бұрын

    ❤Bor val palu

  • @fictiontom..5558
    @fictiontom..55583 жыл бұрын

    Dhunia kotha thanks

  • @beautydas8914

    @beautydas8914

    3 жыл бұрын

    আমাৰ গছজোপাত এনেকুৱা ৰোগ হৈআছে

  • @pranjalpdeka6111
    @pranjalpdeka6111 Жыл бұрын

    ধন্যবাদ

  • @sodaborgohain7805
    @sodaborgohain7805 Жыл бұрын

    ধন্যবাদ দাদা

  • @irennath1411
    @irennath1411 Жыл бұрын

    Bhal lagil Dada

  • @riturajneog10
    @riturajneog10 Жыл бұрын

    Vl lagil

  • @nabadeepbhat9436
    @nabadeepbhat94363 жыл бұрын

    উপস্থাপন পদ্ধতি বৰ সুন্দৰ হৈছে।

  • @nabadeepbhat9436
    @nabadeepbhat94363 жыл бұрын

    কৃষি দৰ্শন চাই থকা যেন লাগিছে।

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    3 жыл бұрын

    ধন্যবাদ ডাঙৰীয়া ।

  • @paddeswarthakuria3145
    @paddeswarthakuria3145 Жыл бұрын

    Vl kotha koise

  • @rabiramnarzary4769
    @rabiramnarzary4769 Жыл бұрын

    Very good sir, Thanks.

  • @kamaldas7418
    @kamaldas74184 жыл бұрын

    Aponar explain kora tothho xomuh aru explain kora style bohut bhal. Simple and informative. Please make more agriculture related videos like this.

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    4 жыл бұрын

    নিশ্চয় বনাই যাম । Video বোৰ চাই ভাল পোৱা বুলি জানি ভাল পালো । ধন্যবাদ ।

  • @mdmukhtarulhussain2054
    @mdmukhtarulhussain2054 Жыл бұрын

    Well explained vdo 💐

  • @rajenm3777
    @rajenm37773 жыл бұрын

    Explaination tu mooja hoiche. Future ane video di thakibo shon.

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    3 жыл бұрын

    অশেষ ধন্যবাদ । আমি প্ৰচেষ্টা কৰি আছো ।

  • @bhadrabrahma5460
    @bhadrabrahma54603 жыл бұрын

    Thanks 👍

  • @rathinsarma3053
    @rathinsarma30533 жыл бұрын

    dada mr votjalkiar gas dalr patbor kos khai gaisr ki karile val hab janab son.

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    3 жыл бұрын

    পাতৰ ৰস শুহি খোৱা পোক লাগিব পাৰে নহয় ভাইৰাছ জাতীয় বেমাৰ লাগিব পাৰে । আমাৰ এইটো চেনেলতে এই বিষয়ে video এটা আছে চাব পাৰে ।

  • @arga2z438
    @arga2z4383 жыл бұрын

    Sir please aruu olp valke ati guri bojai diyoksun ata video

  • @lakshmanrabha8687
    @lakshmanrabha86873 ай бұрын

    🎉

  • @monjorisaikia7448
    @monjorisaikia7448 Жыл бұрын

    Nemu Tenga gosot Gandhi puke bindhi pholbur xukuwai pelai aru halodhiya pori jai ki upai ase jonabo

  • @heimangshumedhi9057
    @heimangshumedhi90574 жыл бұрын

    👌👍

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    4 жыл бұрын

    ধন্যবাদ ।

  • @rajenm3777
    @rajenm37772 жыл бұрын

    Sir, patbur okora,okora , hoi patbur kus khai , khai jai . upai ata dibo shon.

  • @arhan910
    @arhan9103 жыл бұрын

    জলকীয়া বুৰ সৰি পৰি আছে আৰু জলকীয়াৰ ভিতৰত পোক আচে কি কৰিব লাগিব

  • @rupamborgohain615
    @rupamborgohain6154 жыл бұрын

    Bhut jolokiya kheti knekuwa prodhotit krile vall hoi bru..?

  • @gogoipinku7847
    @gogoipinku78473 жыл бұрын

    Dada vutjolokiya2 kihobai kahi disa tatiya ki madicine use koribo lagibo,, please reply dibo,,

  • @mitalidas9755
    @mitalidas97553 жыл бұрын

    Dada mor vutjokiya asile 4 Dal k..pat bilak muja Pori goise ajiloi atao loga nai kio baru

  • @ratulphukan4294
    @ratulphukan42942 жыл бұрын

    Acrobat spy karibo parim ne sir.

  • @r.p7883
    @r.p78834 жыл бұрын

    Drumstick xati bixoya video bonab sun

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    4 жыл бұрын

    ধন্যবাদ আমাক নতুন এটা বিষয় দিয়াৰ বাবে । আমি যত্ন কৰিম আপোনালোকক অতি সোনকালে video টো আগবঢ়াই দিব'লৈ ।

  • @manashpratimvloge537
    @manashpratimvloge5373 жыл бұрын

    Ki medisen use karim dada ai nemar tut🙏

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    3 жыл бұрын

    Video টোৰ শেষৰ ফালে দিয়া হৈছে নামবোৰ ।

  • @santonookhataniar1238
    @santonookhataniar12383 жыл бұрын

    ভোট জলকীয়া কুমলীয়া হৈ থাকোতেই সৰি গৈছে।কেনেকৈ নিৰাময় কৰিব পাৰিম জনাবচোন

  • @pareshdas900

    @pareshdas900

    Жыл бұрын

    এওঁলোকৰ সময়ৰ অভাৱ, reply পাব বুলি আশা নকৰিব

  • @shreyadutta9732
    @shreyadutta97324 жыл бұрын

    Sir, bengena gos or rug or kotha jonabo neki ? moi bengena gos ruisu. paat bur bisa e khai pelua nisina hoise. bisa e khaise ne kio hoise dhoribo pora nai.

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    4 жыл бұрын

    Mam, আপুনি আমাৰ facebook page ত দিয়া ফটোবোৰ দেখা পালোঁ । তাৰ দিহা মই তাতে দিছোঁ । অনুগ্ৰহ কৰি আমাৰ চেনেল Subscribe আৰু Share কৰিব ।

  • @darshankumar2237
    @darshankumar22373 жыл бұрын

    Boga sondan guti kene dhorane poshai pls jonabosun.

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    3 жыл бұрын

    আমি অন্য বীজ যেনেকৈ poly বেগত বা মাটিত পচাওঁ একেদৰে কৰিলেই হ'ল । খালি পুলি যেতিয়া 4-5 পতিয়া হ'ব তেতিয়া পুলিৰ গুৰিত ৰহৰৰ গুটি এটা গুজি দিব । পিছলৈ ৰহৰৰ পুলি যেতিয়া গজিব তেতিয়া চন্দন পুলিটোক বাঢ়ি অহাত সহায় কৰিব ।

  • @BirajBora-sv9ve
    @BirajBora-sv9ve3 ай бұрын

    Mur ake obostha hoi Ase

  • @ranjitchetry6083
    @ranjitchetry60832 жыл бұрын

    What s call fall Pusa Rog ?????

  • @hifzulhoque9323
    @hifzulhoque93234 жыл бұрын

    Good work.. Keep going

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    4 жыл бұрын

    Thank you Dost 😃

  • @pinkumoran498
    @pinkumoran4983 жыл бұрын

    Atira ami hei bemaror pora mukta kriboloi ki dorob bibhai korim.....

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    3 жыл бұрын

    Video টোৰ শেষৰ ফালে দৰববোৰৰ নাম দিয়া হৈছে ।

  • @kobitabora8279
    @kobitabora8279 Жыл бұрын

    ধন্যবাদ মোৰ ভোত জলকীয়াৰ বোৰ পোক খাইছে

  • @mmalakar9312
    @mmalakar93123 жыл бұрын

    আপোনাৰ ভলিয়ামটো কমিছে বুজি পোৱাত অসুবিধা হৈছে

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    3 жыл бұрын

    পিছলৈ মন কৰিম ।

  • @knowledgetv3821
    @knowledgetv38213 жыл бұрын

    pat bur ronosua hoi horise ru koli bhut horise ki drm dim plzz kouk

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    3 жыл бұрын

    গছজোপাৰ আৰু সৰা পাত, ফুলবোৰৰ ভাল ফটো দুখনমান আমাৰ ফেচবুক পেজ Krishi aru vigyan ত পথাওক । ফুল সৰা বন্ধ কৰিবলৈ Planofix নামৰ দৰবটোৰ ১ মিলিলিটাৰ এক লিটাৰ পানী হিচাপত মিহলাই ফুল ফুলাৰ সময়ত স্প্রে কৰক ।

  • @dibyajyotibhuyan4711
    @dibyajyotibhuyan47113 жыл бұрын

    Tebuconazole 12.5%+ azxytrobin12. 5% technical use korok.

  • @vlogss14
    @vlogss143 жыл бұрын

    Jolokia gosor paatbur sirili sirili hoi jai aru tetia jolokia nalage. Ki medicine dibo lagibo. Please jonabo sun.

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    3 жыл бұрын

    আমাৰ এইটো চেনেলতে এই বিষয়ৰ ওপৰতে video এটা আছে । আপুনি চাব পাৰে ।

  • @monujitmahanta3505
    @monujitmahanta35054 жыл бұрын

    সেউজ গৃহ কেনেকৈ নিমান কৰে , কি কি বস্তু ব্যৱহাৰ কৰে জনাব

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    4 жыл бұрын

    হয়, আমি ইতিমধ্যে প্ৰস্তুত কৰি আছোঁ এটি video । তাতে আপোনাৰ প্ৰশ্নৰ উত্তৰ পাব । ধন্যবাদ ।

  • @kamalboro452
    @kamalboro4523 жыл бұрын

    Dada ata muk help koribo lagisil...plz reply

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    3 жыл бұрын

    হয় কওকচোন ।

  • @dilipchetry232
    @dilipchetry2324 жыл бұрын

    Nyc

  • @angaragburagohain3515
    @angaragburagohain35153 жыл бұрын

    Eigita bemarot indofil m45 use kribo pari nai

  • @shyamkowar3229
    @shyamkowar32293 жыл бұрын

    Organic upaye nai na ki

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    3 жыл бұрын

    Organic উপায় আছে, আপুনি ভাল কোম্পানীৰ ট্ৰাইক'ডাৰমা ব্যৱহাৰ কৰিব পাৰে স্প্রে হিচাপে ।

  • @chandanmudoi4961
    @chandanmudoi49613 жыл бұрын

    চাৰ মোৰ ৰুঙালাও গছ বোৰ হালধীয়া বৰণৰ হৈ পৰিছে ইয়াৰ প্ৰতিকাৰৰ উপায় দিয়কচোন....

  • @GK-compititive_exams
    @GK-compititive_exams Жыл бұрын

    Amar hoi ase aibar

  • @moneswarikonwar3987
    @moneswarikonwar39873 жыл бұрын

    জলকীয়াত পোকে খালে কি দিব লাগে

  • @runumasaloi9200
    @runumasaloi9200 Жыл бұрын

    বজাৰৰ পৰা আনা পুলি আছিল কি কৰিলে ভাল হব

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    Жыл бұрын

    কিবা বেমাৰৰ লক্ষণ দেখা দিছে নেকি ?

  • @pujabaruah9619
    @pujabaruah96193 жыл бұрын

    Amar votjolokiya ase kinto posa bemar hoise

  • @PriyaDas-yb5it
    @PriyaDas-yb5it3 жыл бұрын

    Amar bhut jolokia bor o posi goise😭😔

  • @roshansoreng8308
    @roshansoreng83083 жыл бұрын

    ফল পচা ৰোগ পৰা কি দৰব দিব লাগে

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    3 жыл бұрын

    Video টোৰ শেষৰ ফালে দিয়া হৈছে দৰব বোৰৰ নাম । আপুনি তাৰ যিকোনো এবিধ দৰব পৈণত জলকীয়াবোৰ চিঙাৰ পিছত স্প্রে কৰিব । আৰু মাটিত পঁচি পৰি থকা জলকীয়াবোৰ দূৰৈত নষ্ট কৰিব ।

  • @guninborah6852
    @guninborah68523 жыл бұрын

    মোৰ ভোট জলকীয়াবোৰ অলপ পৈণত হওঁতেই লেৰেলি সৰি পৰিছে কি কৰিব লাগিব বাৰু?

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    3 жыл бұрын

    মাটিত পানী বেছি আছে নেকি ?

  • @NIYAR-DIKHOW12
    @NIYAR-DIKHOW12 Жыл бұрын

    জলকীয়া ভিতৰত পোক হলে কি দৰব দিব লাগে

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    Жыл бұрын

    পোক লাগিলে ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰাতকৈ নিম জাতীয় কীটনাশক ব্যৱহাৰ কৰিব।

  • @dilbil1515
    @dilbil15153 жыл бұрын

    Dada mur gos bur kekura kokuri hru hoi goise moi aapunak photo Mari sms dim please answer diba sun

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    2 жыл бұрын

    আপুনি আমাৰ Krishi aru vigyan নামৰ ফেচবুক পেজটোত মেচেজ কৰি দিয়ক, আমি চাই answer দিম ।

  • @narayandey108
    @narayandey108 Жыл бұрын

    Bat bhal

  • @hempradhan2388
    @hempradhan23883 жыл бұрын

    आमलकु गसर डलंत बोगा बोगा होई हुखाई जा किव

  • @manipanging
    @manipanging Жыл бұрын

    Newly subscribe krilu

  • @leenamahanta3326
    @leenamahanta33262 жыл бұрын

    জলকীয়া পচিলে কি কৰিম মোৰ পচিলে

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    2 жыл бұрын

    গছত পচিছে নেকি ?

  • @golapbhuyan58
    @golapbhuyan582 жыл бұрын

    Puke.khua.dorobe.sprey.koru

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    2 жыл бұрын

    পোক লগা দেখা পালে মাৰিব । দৰব মৰা আগতে পৈণত জলকীয়াবোৰ ছিঙি ল'ব । আকৌ দৰব মৰা কমেও ৭ দিনলৈ জলকীয়া নিছিঙিব ।

  • @lakheswarhazuary7673
    @lakheswarhazuary76733 жыл бұрын

    Ball khurua moor satdal koi thak moor kjatito sabi toi sootmarani kala.

  • @knowledgetv3821
    @knowledgetv38213 жыл бұрын

    kitap phi thoka jn lgise

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    3 жыл бұрын

    উৎসাহ পালোঁ জানি, ধন্যবাদ ।

  • @hkaou198
    @hkaou1983 жыл бұрын

    b' H

  • @monujitmahanta3505
    @monujitmahanta35054 жыл бұрын

    দাদা মোৰ ৰবৰ আৰু গমাৰি গছৰ বাগান আছে নতুন পুলি ৰুইছো পুলি বিলাক সোনকালে ডাঙৰ হৱৰ বাবে কি সাৰ আৰু কেনেকে দিন লাগে জনাৱ 9859600595

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    4 жыл бұрын

    পুলিৰ বয়স কিমান হৈছে ? ৰোৱা সময়ত পুলিবোৰ সুস্থ আছিল নে ?

  • @monujitmahanta3505

    @monujitmahanta3505

    4 жыл бұрын

    @@krishiaruvigyan1464 ২ মাহ হৈছে , সুস্থ আচিল

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    4 жыл бұрын

    দুমাহ হৈছে যেতিয়া চিন্তা কৰিব নালাগে, পুলিবোৰক অলপ সময় প্ৰয়োজন হয় নতুন ঠাই এটুকুৰাত adjust হবলৈ । তাৰপিছত লাহে লাহে বাঢ়িব ধৰিব । দুমাহ হৈছে যেতিয়া আপুনি সাৰ দিয়াৰ সময় হৈছে । ৰবৰ খেতিত বছৰত দুটা সময়ত সাৰ দিব লাগে, প্ৰথম এপ্ৰিল- মে আৰু দ্বিতীয়তে ছেপ্টেম্বৰ -অক্টোবৰত । আপুনি প্ৰতি জোপা গছৰ কাৰণে ইউৰিয়া 70-80 গ্ৰাম, চুপাৰ 70-80 গ্ৰাম আৰু পটাছ প্ৰায় 40-50 গ্ৰামমানকৈ লৈ পুলিৰ গুৰিৰ পৰা আধা পৰা একফুট দূৰত মাটিত ছটিয়াই দিব । আৰু একেবাৰে পাতলকৈ কোৰ মাৰি মাটিত মিলাই দিব । চাব যাতে সাৰবোৰ গছজোপাৰ গুৰি বা অন্য অংশত direct নপৰে । অধিক জানিবৰ বাবে ওচৰৰ Rubber Board ৰ অফিচৰ লগত যোগাযোগ কৰিব পাৰে নতুবা আমাৰ পৰাও জানিব পাৰিব । ধন্যবাদ ।

  • @monujitmahanta3505

    @monujitmahanta3505

    4 жыл бұрын

    @@krishiaruvigyan1464 গমাৰি ৰো নিশ্চয় একে ?

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    4 жыл бұрын

    গমাৰি গছত তেনেকে সাৰ দিয়াৰ বিধান নাই, তথাপি আপুনি দিব পাৰে একেধৰণে ।

  • @pabankumar4461
    @pabankumar4461 Жыл бұрын

    ঔষধৰ নাম কেইটা ইমান লৰালৰি কৈ কৈছে যে লিখা নহলেই ।

  • @krishiaruvigyan1464

    @krishiaruvigyan1464

    Жыл бұрын

    ক্ষমা কৰিব, আগলৈ মনত ৰাখিম ।

  • @Lizadutta255
    @Lizadutta255 Жыл бұрын

    Dada amr jolokiya sob anekua hoi goise 😢

  • @harunahmed7176
    @harunahmed71763 жыл бұрын

    Ghorua upai dibo.. Pls

Келесі