Bauli Fagun [ বাউলী ফাগুন ] || Ep - 337 || 30/03/2024 ||
Ойын-сауық
ফুটফুটিয়া ফ্ৰ'ক পিন্ধি, মূৰত দুডাল বেণি গাঁঠি দেউতাকৰ কোলাত উঠি কোনোবা শিশুৱে গোঁসানী পুজা চাবলৈ যোৱা দেখিলে কুঁহিৰ মনটো সেমেকি উঠে । কুঁহিৰ মনলৈ আহে তাইৰ শৈশৱটোৰ কথা । কত যে ধুমুহা পাৰ হৈ গ'ল জীৱনৰ মুধচৰে .....। ক'ত বাৰ তাইৰ সপোনৰ বালি ঘৰ ভাঙি থান বান কৰি থৈ গ'ল । কেতিয়াবা জীৱনৰ দুখৰীয়া ছৱি বোৰৰ কথা ভাবি ভাবি কঁপি উঠে । কুঁহি কিন্তু এতিয়াও ভাগৰি পৰা নাই । তাই জীৱনটো এদিন সঁজাৱ । হেৰাই যোৱা জীৱনৰ ৰংবোৰ এদিন বুটলি আনিব । এখন সপোনৰ ঘৰ সাজিবলৈ তাই সংগ্ৰাম কৰিব । কাৰণ তই মাকক কথা দি থৈছে ।
Follow Rengoni TV :-
Facebook: / rengonitv
KZread: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#RENGONITV #BauliFagun #ENTERTAINMENT #assameseviralvideo
Пікірлер: 77
Mojja ❤️
বাউলী ফাগুন ভাল লাগিচে ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
মোৰ প্ৰিয় ধাৰাবাহিক 💞💓💞
কাৰো কথা নুশুনিবা কুহি তুমি ধেমাজীলৈ যোৱা গে ধেমাজী বহুত ভাল ঠাই দিগন্ত ৰ সংসাৰৰ কথা নাভাৱিবা ❤❤❤❤
কুহিয়ে নতুন থাইত দিগন্ত ক লগ পাব
Hokolu val hoise jatya..Bauli fagun hekh hbo jn lgise
কুঁহি ধেমাজিলৈ যোৱাগৈ তেতিয়াহে সকলো বোৰ ঠিক হব আৰু সকলোৱে তোমাক বুজি পাব❤❤
@user-hr6dn4pw7x
2 ай бұрын
❤WW
জগতে ঘোৰ কলি
শুভ ৰাতি জনালোঁ সকলোকে 🌃🌠🌌
জগতৰ নিচিনা আচল কলি সেইখন পৃথিৱীত আৰু দ্বিতীয় জন মানুহ নাই
Bahut.val.lage
কুঁহিয়ে নতুন ঠাইত অংকিতক লগ পাব ছাগে
@monalisha2351
2 ай бұрын
Right muru feel hoi ase
@user-dp8yt9lu8i
2 ай бұрын
হয় যেন লাগিছে
@mofidasultana1197
2 ай бұрын
Hoi sage..😊
@jibangogoi5389
2 ай бұрын
@@monalisha23514:37 4:37
@mrinalkalita7442
2 ай бұрын
@@monalisha2351 আপোনাৰ ঘৰ কত নো বাইদেউ মই নৱম শ্ৰেণীত পঢ়ি আছোঁ
Nice ❤️
অংকিতক কুহিয়ে লগ পালেই হল ধেমাজীত. তেতিয়াহে ভাল লাগিব 😊
মই এই ধাৰাবাহিক খনিৰ এজন নিয়মীয়া শ্ৰোতা। মই যেন নিজকে এজন অভিনেতা লৈহে পৰিনত হৈছো সদায় উপভোগ কৰি!! পাৰিলে নম্বৰ এটা দিলে কথা হব পাৰিমনে??
Good night all friends ❤❤❤❤❤
❤❤❤❤❤❤❤❤❤
😊😊
Dhemajit Amar ghor.
Good night ❤
Nice to
❤❤❤❤
জগতেই আচল কলি।
Welcome to dhemaji kuhi
❤❤❤❤❤❤❤
Ba tumaloi bat sam moi dhemajir porai sai asu 😮
❤❤❤
❤❤❤😂😂😂
Good night all friends ❤❤❤❤❤😂😂🎉🎉😢😢
মই ও ধেমাজিৰ হয় লগ পাম দেই কুঁহি
কুহি বা ময়ু ধেমাজী
Kuhi jibonat ghat protighat thakei hoigya kori juwa, dekhiba bhal din ahi ase.
Ai konu hek hoboloi loise aru
কূহিৰ ধেমাজী তেছপাৰ অফিচ
❤😂🎉❤
👍👍👍
আই ঔ দিগন্ত মৰাটো..যাব লাগে runjun ৰ ওচৰলৈ গৈছে আক তাৰ one sided ex প্ৰেমিকা ৰ ওচৰলৈ 😂😂😂
@Tales_of_Pinki
2 ай бұрын
Akou runjune hosa kole tair ei honskar loi tarle biya hoise😂😂
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Welcome to dhemaji 🎉🎉 @kuhi
অংকিত আহিৱ হল হৰিপ্ৰসাদ ভাল হল
❤❤
All time my favorite kuhi❤
🎉🎉🎉
ধেমাজি লৈ গলে সকলো ভাল হল কুহিৰ
মোৰ ঘৰ দৰং জিলাৰ দেওমৰনৈ অঞ্চলত
জগতৰ কৰিলে😂😂😂
Thanks for o like
Dhemajit Amar ghar
কুহীক ভগৱানে সহায় কৰক
❣️💟🎀🎐🧸 So nice Baa❤kuhi baa❤❣️
দিগন্ত নহল
Horiprohad saliha val manuh huwar babe deka hoi hoise neki bru😂😂
Kuhi. Manobota khatirot tumi Angkitor Ghar Khan Akuali Lua . Ankitor Maak dewtakor. Harothi hua ,Ankit ghuri Ahibo ,tumar vaal hobo
So nice ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
ৰুনজুনৰ আগৰ লভাৰৰ এটা লৰা সন্তান মাকৰ ঘৰত এৰি আহিছে !কিন্তু দীগন্তই একো নাজান।
@Tales_of_Pinki
2 ай бұрын
Kuntu khondo t dekhuwaise heitu
Good,morning,oll,frinds
No Baby
Thanks for 0 like😢
@user-cu7wr1mm7n
2 ай бұрын
Why thanks
@sivasagarlora275
2 ай бұрын
Maro konitu marsudu
@MubidurRohman-wv8fy
2 ай бұрын
@@user-cu7wr1mm7n😂😮😢🎉🎉🎉🎉🎉🎉😮🎉🎉😮🎉🎉IN
@minuprovadeuri
2 ай бұрын
😊
বাউলী ফাগুন ভাল লাগিচে ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Ai konu hek hoboloi loise aru
❤❤❤