বৰ্তমান যুদ্ধবিৰতিত থকা আলফাৰে কেন্দ্ৰৰ আলোচনা কি পৰ্যায়ত?

আলফা সংগঠনৰ অন্যতম জন্মদাতা গোলাপ বৰুৱা
জেৰাই গাঁৱৰ গোলাপ বৰুৱা কেনেকৈ অনুপ চেতিয়া হ’লগৈ?
আলফাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল তেওঁ
ম্যানমাৰত ১৯৮৩ত আলফাৰ শিবিৰ স্থাপনত লৈছিল মুখ্য ভূমিকা
বাংলাদেশ-ভূটানতো আলফাৰ শিবিৰ স্থাপনৰ দিহা কৰিছিল তেওঁ
স্বাধীন অসমৰ পৃষ্ঠভূমি তৈয়াৰ কৰাৰ বাবে ঘূৰিছিল দেশ-বিদেশ
আফগানিস্তানতো তেওঁ কৰিছিল আলফাৰ বিশেষ প্ৰশিক্ষণ ব্যৱস্থা
মুজাহিদ্দিনৰ সৈতে কি চুক্তিত আবদ্ধ হৈছিল আলফা?
কোন কোন দেশ ঘূৰি ফুৰিছিল তেওঁ?
জেনেভাত ৰাষ্ট্ৰসংঘৰ সভাত উত্থাপন কৰিছিল স্বাধীন অসমৰ প্ৰসংগ
জেনেভাত গ্ৰেপ্তাৰ হোৱাৰ পৰাও কথমপি ৰক্ষা পৰিছিল চেতিয়া
আলফাৰ আদৰ্শৰ প্ৰতি সমৰ্থন গোটোৱাৰ চেষ্টাত ঘূৰিছিল বহু দেশ
বিভিন্ন নামত ভুৱা পাছপ’ৰ্টেৰে কেনেকৈ গৈছিল দেশ-বিদেশলৈ?
মুছলমান নামত পাছপ’ৰ্ট উলিয়াই বিপদত পৰিছিল তেওঁ
খ্ৰীষ্টান নাম লৈ ভুৱা পাছপ’ৰ্টেৰে গৈছিল কোন কোন দেশলৈ?
জেনেভাৰ সভাত ভাষণ দি বাংলাদেশলৈ আহোঁতে হৈছিল গ্ৰেপ্তাৰ
১৯৯৭ চনৰ ২১ ডিচেম্বৰৰ দিনা ঢাকাত হৈছিল গ্ৰেপ্তাৰ
তেওঁৰ বিৰুদ্ধে ভুৱা পাছপ’ৰ্ট, অবৈধ আগ্নেয়াস্ত্ৰ ৰখাৰ অভিযোগ
গোচৰ ৰুজু বিভিন্ন দেশৰ বৃহৎ পৰিমাণৰ ধন লগত ৰখাৰ বাবেও
অসম আৰক্ষীতো আছিল হত্যা, অপহৰণ, ধন লুণ্ঠনৰ গোচৰ
একেৰাহে ১৮ বছৰ বাংলাদেশৰ কাৰাগাৰত কটাইছিল চেতিয়াই
চেতিয়াক লৈ ভাৰত আৰু বাংলাদেশৰ মাজতো হৈছিল সংঘাত
ভাৰতে চেতিয়াৰ প্ৰত্যৰ্পণ বিচাৰিছিল যদিও বাংলাদেশে দিয়া নাছিল
বাংলাদেশৰ অভিযোগ, ভাৰতৰে নাছিল দেশখনৰ বন্দী প্ৰত্যৰ্পণ চুক্তি
২০১৫ৰ ১১ নৱেম্বৰত বাংলাদেশে ভাৰতক গতাই দিয়ে চেতিয়াক
বাংলাদেশত ৰাজনৈতিক আশ্ৰয়ৰ বাবে কিয় জনাইছিল আবেদন?
আলফা সংগঠন জন্ম দিয়াত তেওঁৰ কি ভূমিকা আছিল?
NSCNৰে তেওঁ কিদৰে আলফাৰ যোগাযোগ স্থাপন কৰিছিল?
বৰ্তমান যুদ্ধবিৰতিত থকা আলফাৰে কেন্দ্ৰৰ আলোচনা কি পৰ্যায়ত?
পৰেশ বৰুৱাৰ সৈতে তেওঁ এতিয়া কথা-বতৰা হয় নে?
আলফালৈ আহি মৃত্যু হোৱা হাজাৰ হাজাৰ যুৱকৰ মৃত্যুৰ দায়িত্ব ল’বনে?
আজিৰ ‘দৰবাৰ’ত সবিশেষ জনাব অনুপ চেতিয়াই
প্ৰণয় বৰদলৈৰ সৈতে ‘দৰবাৰ’ত অনুপ চেতিয়া- EXCLUSIVE

Пікірлер: 33

  • @Funny_Factory805
    @Funny_Factory805 Жыл бұрын

    ধন্যবাদ বহু নজনা কথা গম পোলো 🙏🏻 জয় আই অসম ✊♥️

  • @anilkumardas7814

    @anilkumardas7814

    6 ай бұрын

    9😊9oo

  • @rinimahoque6912
    @rinimahoque6912 Жыл бұрын

    হ'লেও মহাশয়ৰ ছোৱালী জনী বাঙলাদেশীৰ হাতত গতাই দিব নালাগিছিল।

  • @bijoydeka9134
    @bijoydeka9134 Жыл бұрын

    Ulfa thakile asom thakibo. Atia open vabe asomor sarthot kam karile val. Val kam karile atiao Bahu asomiyai jogdan karibo.

  • @user-pt7bn9ps6s
    @user-pt7bn9ps6s Жыл бұрын

    ulfa longlive

  • @bishnuprasaddeka8800
    @bishnuprasaddeka880011 ай бұрын

    You are pure Assamese.

  • @himanshudutta609
    @himanshudutta609 Жыл бұрын

    long live ulfa

  • @dipakdas9518
    @dipakdas9518 Жыл бұрын

    Historical Background of ULFA ...!

  • @elugogoi2697
    @elugogoi2697 Жыл бұрын

  • @arundeori8142
    @arundeori8142 Жыл бұрын

    Jai aai Assam form sadiya

  • @xokaloaxoman9954
    @xokaloaxoman9954 Жыл бұрын

    ❤❤

  • @noobvsproo9748
    @noobvsproo9748 Жыл бұрын

    মোৰ খুৰা প্ৰবিত্ৰ গগৈ নাম শুনি ভাল লাগিল

  • @mrsrikanttiwari1439
    @mrsrikanttiwari1439 Жыл бұрын

    M.r rajukumarr interview to upload korbo sn plz

  • @langkesarborolangkesarboro1127
    @langkesarborolangkesarboro11276 ай бұрын

    Ugro ponti ki manuhog koi sir

  • @prodippayeng2615
    @prodippayeng26156 ай бұрын

    Jnm rabhar kes to ki hol??? Mur prosna nktv loi?

  • @manashkumar1888
    @manashkumar188811 ай бұрын

    salute sir

  • @thenortheastnb8852
    @thenortheastnb88526 ай бұрын

    NDFB ULFA Baap asil kionu 1967 ote NDFB gorthith hoisil,Amar logot kunu MLA,MP, Minister or nai tar karonei amar kunu strong effect nai.

  • @mukutathakuriya5532
    @mukutathakuriya55326 ай бұрын

    Assamar karane aict 71 a liga vumi hodhikar lage aru koila tee hodhikar sakore hodhikar

  • @pallabjyotisenapatisenapat3775
    @pallabjyotisenapatisenapat37756 ай бұрын

    অনুুপ চেতিয়া অসমীয়াৰ অভিভাবক নহয়!

  • @bhaskarj4700
    @bhaskarj4700 Жыл бұрын

    Johra ketak dekhli a khong uthe

  • @himanshudutta609
    @himanshudutta609 Жыл бұрын

    nagalendot nscn ajio ASE kintoo ulfa aji nai

  • @saminhazarika4505
    @saminhazarika4505 Жыл бұрын

    Ulfa hb pare teur kotha botorar ji standard teur ji knowledge xosakoi otulonio

  • @digantaanthony27
    @digantaanthony27 Жыл бұрын

    ছাঙলত ফেনলাৰ মূল নায়ক দিগন্ত ৰ আচল নাম কি আছিল , কোনো বাই জানে যদি জনাবচোন

  • @himanshudutta609
    @himanshudutta609 Жыл бұрын

    Anup chetialoi baya lage😢

  • @99hotoi

    @99hotoi

    10 ай бұрын

    kiyo

  • @SatyajitBorchetia-bq5vo
    @SatyajitBorchetia-bq5vo Жыл бұрын

    কিবা লাভ হ'ব জানো?

  • @langkesarborolangkesarboro1127
    @langkesarborolangkesarboro11276 ай бұрын

    Sukti kari kenokoi jibon kara dondo hol D.r Ronjon dwimari 14 jell

  • @thenortheastnb8852

    @thenortheastnb8852

    6 ай бұрын

    Nwg ma lwdwi khalamfwidnqg beohai. Ranjan Daimari ya dwnwisim jebbw Sukti Sign khalamakhwi bini selafwrasw khalamdwng dwnwisim Ranjan Daimari sir ya jenablanw Jailaosw.dong,Janla manla Respected Mancini mungkhou gubunni sigang yao dekhai naga jamba.

  • @jitudas5617
    @jitudas5617 Жыл бұрын

    Kam nai

  • @nabajyotichetia51
    @nabajyotichetia51 Жыл бұрын

    News নাইকীয়া হ'ল হবলা। কাম নাইকীয়া কেইটাক আকৌ দেখুৱাইছে

  • @bkp9774

    @bkp9774

    Жыл бұрын

    Thik koisa. Ki Kam eahotor.

Келесі