বনস্মিতা বুঢ়াগোহাঁইৰ মৃত্যু সন্দৰ্ভত মুখ খুলিছে ৰাজু ৰিয়াজে

▶️বনস্মিতা বুঢ়াগোঁহাইৰ মৃত্যুত মই দুখ পাইছোঁ। মোৰ পাৰ্লাৰত চুলিৰ কাটিঙৰহে প্ৰশিক্ষণ দিও। মেক-আপ বা বিউটিচিয়ান কৰ্চৰ প্ৰশিক্ষণ দিয়া নহয়। মোক মিছাতে বদনাম কৰা হৈছে, ছোৱালী জনীক মই চিনিয়ে নাপাওঁ বুলি দাবী ৰাজু ৰিয়াজৰ।

Пікірлер: 9

  • @bhabengogoi4634
    @bhabengogoi463421 күн бұрын

    অ বোপাই টোৰ নাম টো কিয় আহিল

  • @basisthaacharya6590
    @basisthaacharya659021 күн бұрын

    Somebody behind your profession.

  • @gaganborah8907
    @gaganborah890721 күн бұрын

    Tumar afale bad luck aanfale good luck bhai news tu ulabo paisa 😳😳😳😜

  • @jupango460
    @jupango46021 күн бұрын

    Why you published such news

  • @amitavdey2346
    @amitavdey234621 күн бұрын

    Geda

  • @Ramraj13333
    @Ramraj1333321 күн бұрын

    Suali okl kate ne blg u sole

Келесі