বলিউডত জিলিকিছে অসম কন্যা তমন্না চৌধুৰী। অটকন ছটকনত অভিনয় তমন্নাৰ। ৫ ছেপ্টেম্বৰত মুক্তি পাব ছবিখনে।

#NewsLive #AssamNews #Tamanna
বলিউডত জিলিকিছে অসম কন্যা তমন্না চৌধুৰী। এ আৰ ৰহমান পৰিৱেশিত ছবি অটকন ছটকনত অভিনয় তমন্নাৰ। ৫ ছেপ্টেম্বৰত মুক্তি পাব ছবিখনে। পূৰ্বৰে পৰাই বলিউডত নিজ প্ৰতিভাৰে চিনাকি দি আহিছে অসমৰ কিশোৰী তমন্নাই।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер

    Келесі