বীৰাংগনাৰ কিছু মনৰ কথা জানো আহক ।।

Пікірлер: 1 500

  • @kuhi33
    @kuhi333 жыл бұрын

    Thank you everyone...🙏🏼🙏🏼

  • @pushpakkumar6247

    @pushpakkumar6247

    3 жыл бұрын

    Khiyma diva

  • @DigantaDas-in9jc

    @DigantaDas-in9jc

    3 жыл бұрын

    Are you CRPF?

  • @nikhouse3945

    @nikhouse3945

    3 жыл бұрын

    Mro vl hoise police interview... district vtrt 2nd mrk paisu... darrang district......

  • @killeraxom3733

    @killeraxom3733

    3 жыл бұрын

    Crush😍

  • @mohanbori7315

    @mohanbori7315

    3 жыл бұрын

    Mili baa

  • @chinmaybaruah390
    @chinmaybaruah3903 жыл бұрын

    আজিৰ ভিডিঅ'টো বেছি ভাল লাগিল ❤️❤️।ভাল লাগে আমাৰ অসমীয়া ভাষাটো যেতিয়া অন্য ভাষি লোকৰ মুখত ফুটি উঠে,তাতে আকৌ বিহু 🔥🔥। শিকোৱা বাইদেউ জনীলৈ 🙏🙏।

  • @babukalita2262
    @babukalita22622 жыл бұрын

    নিজৰ ঘৰখন এৰি বহুত দূৰৈত তথাপিও তোমালোকে ইমান ধুনীয়াকৈ মিলি জুলি আছা মোৰ ফালৰ পৰা তোমালোক আটাইলৈকে শুভেচ্ছা থাকিল ।

  • @purnimabaruah4826
    @purnimabaruah48263 жыл бұрын

    হওক দিয়া।দুখ নকৰিবা।এয়াও জীবনৰ ৰং।তোমালোকে এনে ভাল কাম কৰি আছা।তোমলোক আটাইকিজনী ইমান ধুনীয়া আৰু হেল্দী।ভালে থাকা।

  • @rahulnarzary8129
    @rahulnarzary81293 жыл бұрын

    সুন্দৰ সুন্দৰ কুহি । তোমালোক সদায় এনেকৈ হাঁহি তামাচাৰ মাজত থাকা ।আৰু সদায় নিজৰ দায়িত্ব পালন কৰি যাবা । তোমালোক সদায় আগবাঢ়ি যোৱা কুহি ❤️❤️❤️❤️

  • @debajaniborgohain6325

    @debajaniborgohain6325

    3 жыл бұрын

    ভাল লাগিল ভিডিঅ'টো চাই.. মোৰ ও ট্ৰেইনিং সময়লৈ মনত পৰি গ'ল। বিহু সময়ত অসমত নাথাকিলে বা বেলেগ অসুবিধাত চুটি নাপালে কেনেকুৱা লাগে ন।কি কম । মোৰও একে অবস্থা ।যি কি নহওঁক দেশৰ বাবে ওলাই আহিছো যেতিয়া অলপ কষ্ট সহ্য কৰিব লাগিবই। তোমাক লগতে তোমাৰ লগত থকা অসমৰ সকলো গাভৰুলৈ লগতে সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ।

  • @motisubba1944

    @motisubba1944

    3 жыл бұрын

    Nice🙏👍

  • @focusbymj9094

    @focusbymj9094

    3 жыл бұрын

    😍

  • @jonakhongwir6901
    @jonakhongwir69013 жыл бұрын

    Proud of you sisters... Love and best wishes from Udalguri.

  • @gakuldeka9303
    @gakuldeka93033 жыл бұрын

    Bhal lagil Aapunaloke alop khamoi Uliyai video to dile Thanks

  • @minkudeka3672
    @minkudeka36723 жыл бұрын

    Proud of you.. Jay hind... Lots of love from assam

  • @rahulborah9274
    @rahulborah92743 жыл бұрын

    U are such a inspiring idol to the upcoming generation......stay blessed....n healthy

  • @explorepartha6932
    @explorepartha69323 жыл бұрын

    বহুত ভাল লাগিল , সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

  • @saraswatiswargiary9945
    @saraswatiswargiary99452 жыл бұрын

    Val lagil apunar tu vedio sai akha koru ketiyaba apunar logot log hom buli🙏🙏🙏🙏

  • @kumardeka7668
    @kumardeka76683 жыл бұрын

    Bht vl lagil bidew.. Happy rongali

  • @nayanahazarika3939
    @nayanahazarika39393 жыл бұрын

    বহুত ভাল লাগিল॥গান কেইটাও ধুনীয়া লাগিছে॥ভালকৈ থাকিবা॥॥

  • @sarbagogoi123
    @sarbagogoi1233 жыл бұрын

    Monipuror baideo jonir gun huni ..moja lagil 😍😍😍baa

  • @debakantarabha9426
    @debakantarabha94263 жыл бұрын

    Birangona vaidu apunar video sai buhut buhut val lagil

  • @luckyhajong4161
    @luckyhajong41613 жыл бұрын

    বাইদেউ আপোনালোকৰ vedioটো চাই কেনে বহুত ভাল লাগিছে অ" । এইটো A হয় Real injoy... Joy Hind❤❤❤

  • @jitenrajbongshi7654
    @jitenrajbongshi76543 жыл бұрын

    আপোনালৈও আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো বা||

  • @upasanas1185
    @upasanas11853 жыл бұрын

    Colourful Northeast... Beautiful languages...

  • @bikashmandal480

    @bikashmandal480

    2 жыл бұрын

    Hi Kuhi. Mam tumor logrjni murlogr

  • @bbfmmusicassam2371
    @bbfmmusicassam23713 жыл бұрын

    Khup bhal lagil....bihu tu kamor bastotar majote kora utsob.....thanks...and....thanks..

  • @nabajittalukdar9206
    @nabajittalukdar92063 жыл бұрын

    Video tu sai val ligc baido

  • @mintudeka1056
    @mintudeka10563 жыл бұрын

    Fouji life is the most heart work life and enjoying life ❤

  • @munu2110
    @munu21103 жыл бұрын

    বা আপোনাৰ ভিডিও চাই বৰ ভাল লাগে আৰু আপোনাক মৰমৰ লাগে বা miss you baa

  • @shashankasaikia
    @shashankasaikia3 жыл бұрын

    সুন্দৰ উপস্থাপন শৈলী 👏 👏 👏 শুভেচ্ছা থাকিল সকলো বিৰাংগনালৈ💐 আপোনালোক আমাৰ অসমৰ গৌৰৱ 🙏🏻

  • @sumiartndcraftcreation4024
    @sumiartndcraftcreation40243 жыл бұрын

    Eman dhuniakoi gaise baaye

  • @dhanjitpathak9324
    @dhanjitpathak93243 жыл бұрын

    ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ তোমাৰ লগতে তোমালোকৰ সকলো সদস্যলৈ ৷

  • @minhazuddin3736
    @minhazuddin37363 жыл бұрын

    I salute you bahanji. Ap lug Assam police mai ha kia. Reply me. So I am from Silchar bengali. But I am Indian Army lives in Assam Silchar joint in Jammu Kashmir. Duwa aur Ashirwad rakna meri liya allha hamri sobi desh rokshi ko Shurakshit rakna. Jay hind, jay bharat, Jay Ahom..

  • @mriduhazarika2931
    @mriduhazarika29313 жыл бұрын

    Bht vl lgil ba.vedio 2 sai bht inspire paisu

  • @rahuldixitassam651
    @rahuldixitassam6513 жыл бұрын

    Mon tu val lgi gole video tu sai tumar monipur suwali joni dhunia koi gaise gaan tu

  • @doligogoi5039
    @doligogoi50393 жыл бұрын

    সচাঁই বা বহুত ভাল লাগিছে ইমান কামৰ মাজটো তুমি ভিডিও বনাইছা সদায় সুখী হোৱা তুমি

  • @doligogoi5039

    @doligogoi5039

    3 жыл бұрын

    মইয়ো তোমাৰ দৰে হবলৈ চেষ্টা কৰিম

  • @lunarabha3902
    @lunarabha39023 жыл бұрын

    বাইদেউ আপোনালোকক আমাৰ ফালৰ পৰা আগন্তক ৰঙালি বিহুৰ বহুত বহুত শুভেচ্ছা জনালো

  • @pinkubora4121
    @pinkubora41213 жыл бұрын

    ভাল লাগিছে তোমাৰ লগৰ পৰিয়ালতো জত আছা ভাল দৰে থাকিবা ভগবানৰ উছৰত পাথনা কৰিচো

  • @shyamolirabha
    @shyamolirabha3 жыл бұрын

    Xosakye aaponar videoti sai bohut val lagile aru aponalok xoklke bohag bihur agotiyakoi subhesa jonalu

  • @silpidasgonok3605
    @silpidasgonok36053 жыл бұрын

    Emn kosto r majotu hdai tumr mukh t hahi tu dekha pau... Hodai anek hahi thakiba 🤗♥️😘

  • @commandoSJ
    @commandoSJ3 жыл бұрын

    আপোনাৰ লগত ডিউটি কৰা সপোনতো সপোন হৈয়ে ৰব যেন লাগিছে।।। 😥😥😥😥আপুনি বহুতৰ Inspiration 💓💓💓💓

  • @sunitahajong2351
    @sunitahajong23513 жыл бұрын

    Ur just awsome... Nice video

  • @dijenvlogs5461
    @dijenvlogs54613 жыл бұрын

    VL lagil video tu🤗✌️ aguai jawk apuni👍

  • @abirmalikkhan9546
    @abirmalikkhan95463 жыл бұрын

    Really vall lagil baidew

  • @deepjyotibora1119
    @deepjyotibora11193 жыл бұрын

    আপোনালৈ ৰঙালী বিহুৰ আগতিয়াকৈ শুভেচ্ছা থাকিল বা❤️

  • @kandarparay5685

    @kandarparay5685

    3 жыл бұрын

    Apolokok ham bohot bohot ba t k ba

  • @rustomraagsaikia1590
    @rustomraagsaikia15903 жыл бұрын

    এইয়াই আমাৰ অসম বিভিন্ন জাতি জনগোষ্ঠীৰ সম্মিলিত অসম বুকু ফুলি উঠে যেতিয়া সকলো জাতি জনগোষ্ঠীক একেখন অসমী আইৰ বুকুৰ মাজত দেখো আশা কৰো আপোনি আগলৈয়ো আমাৰ অসমীয়া ভাষা কলা সংস্কৃতি ক সকলোৰে আগত বিস্তাৰিত কৰিব আৰু সকলো জনগোষ্ঠীৰ বাইদেউ সকলৰো ভাষা সংস্কৃতিক আগুৱাই আনিব কাৰণ আমি সকলোৱে প্ৰতিটো ইতোৱে সিটোৰ জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি ক সন্মান কৰিব লাগে তেতিয়াহে আমাৰ অসম খনি চিৰদিন ৰঙীন আৰু ধুনীয়া হৈ থাকিব। আপোনাৰ ভিডিও বিলাক বৰ ভাল লাগে চাই। শেষত আপোনালোক সকলোৰে সু স্বাস্থ্য আৰু দীৰ্ঘায়ো কামনা কৰিলো। সদাই কুশলে থাকক হাঁহি থাকক। জয় আই অসম।। ❤❤❤

  • @pranjaldaimary5250
    @pranjaldaimary52503 жыл бұрын

    Bohag Bihur huvessa thakil Tumi aru Tumar logoriya birangana borolay.....

  • @m.p1598
    @m.p15983 жыл бұрын

    Bhut val lagil akhirbad kribo jate moiyo defence ot jabo paru jay hind

  • @simantaloying26
    @simantaloying263 жыл бұрын

    love you kuhi baaa বিহু লৈ মাথো মাজত কেইটামান দিন। ৰঙালী বিহু বহুত বহুত সুভেচা থাকিল।

  • @watchandagain968
    @watchandagain9683 жыл бұрын

    সচাঁকৈ বা অতুলনীয় পৰিৱেশ,জীৱন টো উদযাপন কৰিব জানিলে সকলো মুহূৰ্ত এক সুখৰ হৈ ৰয়,যি কি নহওঁক আপোনালোক সকলো বীৰংগনালৈ বহাগ বিহুৰ শুভকামনা জনালোঁ,

  • @Sanjay-oj9hs
    @Sanjay-oj9hs3 жыл бұрын

    বহুত ভাল লাগিল আৰু আগন্তুক ৰঙালী বিহুৰ তোমালোক সকলোলৈকে হিয়াভৰা শুভেচ্ছা জনালোঁ

  • @anubhutideka8656
    @anubhutideka86563 жыл бұрын

    Bhal lagil video tu sai ba

  • @risharisha690
    @risharisha6903 жыл бұрын

    Garo baidojonir kotha hoise.bohu bhal lagise bhal joga kintu aji 6.7mah sutiye puwanai ghore dekhanay. So akebare sample 👍

  • @atulkumarbora8234
    @atulkumarbora82342 жыл бұрын

    দেশ আৰু জাতিৰ স্বাৰ্থৰ সেৱাত ব্ৰতী সেনানীলৈ নমস্কাৰ জনাইছো ।

  • @birubirajsaikia5973
    @birubirajsaikia59733 жыл бұрын

    তোমাৰ লগতে আৰু বাকী সকলৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ । Jai Hind ,jai juwan , jai aai axom .

  • @xunpahi
    @xunpahi3 жыл бұрын

    Eishh🔥🔥❤️❤️❤️

  • @ddas7208
    @ddas72083 жыл бұрын

    Pushpanjali ba😍🔥🔥🔥💥

  • @oldnewmovie7168
    @oldnewmovie71683 жыл бұрын

    Good job I proud of u all commando I am a indian army boy thnk u

  • @swarnalimissong5010
    @swarnalimissong50103 жыл бұрын

    Hokoluke vl lagise . Amar Missing Bai joniloi dhonybad thakil

  • @vallegeassam3717
    @vallegeassam37173 жыл бұрын

    Aji prothom Saisu bohut bhal lagile dei ba

  • @rahuldas7778

    @rahuldas7778

    3 жыл бұрын

    moiu aji prothom...

  • @garimanath6318
    @garimanath63183 жыл бұрын

    বা আপোনালৈও ৰঙালী বিহুৰ আগতীয়া কৈ শুভেচ্ছা থাকিল ♥️

  • @sknamanunique2489
    @sknamanunique24893 жыл бұрын

    Kuhi tumar video first time salu,,,khub a dhuniya ,,,u hv a big family ,,various types of peoples all together ,,,

  • @ranjansingha40
    @ranjansingha403 жыл бұрын

    Bohut2 val lagil..an eta video loi apekhya korilu

  • @hiramanipresents1271
    @hiramanipresents12713 жыл бұрын

    Mzzaaa papori baaa

  • @missbhargabisarma..9100
    @missbhargabisarma..91003 жыл бұрын

    তোমাৰ ভিডিঅ' চাই মোৰ ছোৱালীয়ে বৰ ভাল পাইছে দেই । আজিহে দেখিছো ভিডিঅ'টো ।

  • @dignataboruva6673
    @dignataboruva66733 жыл бұрын

    বাইদেউ বহুত ভাল লাগিল। ৰঙালী বিহু শুভেচ্ছা জনালোঁ।

  • @gitaboro2830
    @gitaboro28303 жыл бұрын

    Sima aji tomak dekhi Val lagil veeranga suwali saboke mur falor pora bohut bohut morom jasilu

  • @jintikalitakk7305
    @jintikalitakk73053 жыл бұрын

    আপোনালোক সকলোলৈ ও মোৰ ফালৰ পৰা আগন্তুক ৰঙালী বিহু ৰ হিয়া ভৰা শুভেচ্ছা থাকিলে বা

  • @lxbiswajitdas9272
    @lxbiswajitdas92723 жыл бұрын

    আপোনালক সকলোলৈকে আগতীয়াকৈ ৰঙালী বিহুৰ আান্তৰিক শুভেচ্ছা জনালো কুহিঁ বা ।।

  • @ratnakalita3020
    @ratnakalita30203 жыл бұрын

    বহুত ভাল লাগিল ভিদিওটো চাই । তোমালোকে সকলোয়ে ভালে কুশলে থকা

  • @monigayan8135
    @monigayan81353 жыл бұрын

    তুমালোক আটাইলৈকে মোৰ ফালৰপৰা বহুত বহুত মৰম দিলো ভনিহত । Farom---নেপাল

  • @juniordefense7916
    @juniordefense79163 жыл бұрын

    Apuni mur crush hoi😍😍😍

  • @lalitkachari5303
    @lalitkachari53033 жыл бұрын

    Joi Hind 🇮🇳 mur মৰমৰ বাইদেউ

  • @dipanjalimurah2392
    @dipanjalimurah23923 жыл бұрын

    Val lagil sai video 2 baideww. Nijor kamot agbahi jawok.agotiyakoi rongali bihu r huvesha jonaisu. Love u 2 baideww 😘

  • @Amulyo298
    @Amulyo2983 жыл бұрын

    Love from Assam,, very nice gud job,,,dear kuhi ,,,,old best 👍👍👍

  • @troilukyadewraja2430
    @troilukyadewraja24303 жыл бұрын

    Nagao r suwalie 🔥🔥🔥🔥🔥🔥

  • @user-bp1zo9zk5p
    @user-bp1zo9zk5p3 жыл бұрын

    আগন্তক ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। গৌৰৱান্বিত আপোনালোকৰ বাবে আজি। মোৰ ভন্টীকো এদিন এনেকৈ চাব খুজো, তাই H.S পৰীক্ষা দি আজৰি হলেই মোৰ লগত দৌৰ মাৰিব লৈ যাম শাৰীৰিক ভাবে তাইক ইয়াৰ উপযুক্ত কৰিম। ভগৱানে আপোনালোকক কুশলে ৰাখক বা।

  • @purnimaadhikary3381
    @purnimaadhikary33812 жыл бұрын

    Somoy besi napao Baideo jetiya mbil toh pao video bor sao love you Ba ❤❤❤ I really love force

  • @nabajyotiniku
    @nabajyotiniku3 жыл бұрын

    Bahut bhal lagile sai. And respect to u all.

  • @tikendeka5688
    @tikendeka56883 жыл бұрын

    1st view

  • @bilsonbasumatary2786
    @bilsonbasumatary27862 жыл бұрын

    🙏🙏🙏

  • @santoshlimbu8393
    @santoshlimbu83933 жыл бұрын

    Superb commando👍👍👍👍👍....

  • @proladtaid119
    @proladtaid1193 жыл бұрын

    Baidew bohut val lagil apunalokk dekhi

  • @bhagyajyotineog597
    @bhagyajyotineog5973 жыл бұрын

    গান এটা ভালেই হওঁক বা বেয়াই হওঁক, কেনেকৈ গাইছে সেইটো আচল কথা নহয় । তেওঁৰ বাবে একেবাৰে নতুন ভাষা এটাত গানটো গাবলে যে চেষ্টা কৰিছে সেইটোহে আচল কথা । সকলো লৈকে শুভেচ্ছা, সকলোৰে ভাল হওঁক 👍👍

  • @mayadevirabha7807
    @mayadevirabha78073 жыл бұрын

    কুহি বা আপোনাৰ নিচিনা হ'ব বহুত বহুত বহুত মন যায় কিন্তু কি কৰিম hight সৰু আৰু Assam police এতিয়া লৈ ৩বাৰ কেনচেল হ'ল ।।

  • @MoniramTimung
    @MoniramTimung3 жыл бұрын

    বহুত ভাল লাগিছে আপোনাৰ ভিডিঅ' চাই 👍👌 Juiii🔥🔥

  • @pulingogoi4531
    @pulingogoi45313 жыл бұрын

    Good very nice so much God jop,,

  • @anildas9723
    @anildas97233 жыл бұрын

    Mojjja baaa

  • @babuff8373
    @babuff83733 жыл бұрын

    Share koribo parim ne

  • @lefarinmarak1597
    @lefarinmarak15973 жыл бұрын

    Bohut bhal lagise koise kitu 6mah hole suti puana holeo bohut bhal Lage logor hokolor logot buli koise.God bless to all of you.

  • @prodipsonowal1576
    @prodipsonowal15763 жыл бұрын

    Kuhi baaa🥰 anekuwa videoo ru bonab sun bhut vll lagile

  • @troilukyadewraja2430
    @troilukyadewraja24303 жыл бұрын

    Mur life partner hobaa ne. 🔥

  • @pranjalboruah1444
    @pranjalboruah14443 жыл бұрын

    বা আপুনাৰ ঘৰ লখিমপুৰত নেকি

  • @swapnachamua2213

    @swapnachamua2213

    3 жыл бұрын

    Darrang or

  • @pranjalboruah1444

    @pranjalboruah1444

    3 жыл бұрын

    @@swapnachamua2213 ou ou. Moi lakhimpur r buli bhabisilo

  • @swapnachamua2213

    @swapnachamua2213

    3 жыл бұрын

    @@pranjalboruah1444 oo

  • @pujasvlog7675
    @pujasvlog76753 жыл бұрын

    Dhuniya lagise vidio tu ❤️❤️

  • @dhon639
    @dhon6393 жыл бұрын

    Baidew apunk bhut vl lga 😘😘💘💘 Keep up 😍 kosto fol hodai mitha 💪💪💓💓☺️☺️💝💝

  • @lilimiliofficial5043
    @lilimiliofficial50433 жыл бұрын

    Mili baa odokke nog appi'ng ajonope agontuk rongali bihur bhut bhut huvokamona🙏🙏🙏

  • @bituponchutia3770
    @bituponchutia37703 жыл бұрын

    Baidew rongali bihur huveishya thakil. Hdai tumaluk hahi dhemali kori aguwai jua..👍

  • @janmoniboraofficial248
    @janmoniboraofficial2483 жыл бұрын

    Bhut vl lgl baa video Tu sai

  • @yubrajkonwar1364
    @yubrajkonwar13643 жыл бұрын

    Magnificent example of women empowerment.

  • @mainigogoi4578
    @mainigogoi45783 жыл бұрын

    বা তোমাৰ মাতটো বহোত ধুনীয়া ! শুনি থাকিবলৈ মন যায় ! 🥰🌹

  • @parinitagogoi6512
    @parinitagogoi65123 жыл бұрын

    Bhut val lagil vdotu sai tumalukr dre muru man jai ane jibn ktable

  • @arupmixvlogs8681
    @arupmixvlogs86813 жыл бұрын

    Bohut bohut xundor lagil I love foji

  • @bontisonowal8736
    @bontisonowal87362 жыл бұрын

    Bht vl lagil huni.aru apunalug vle thake jn tare kamona

  • @moon-tf9oi
    @moon-tf9oi3 жыл бұрын

    Bhut vl lagil kuhi ba aponar video sai

  • @miduldas5302
    @miduldas5302 Жыл бұрын

    আজি ভিডিঅ'টো ছায় বহুত বহুত ধুনীয়া লাগিছে বা

  • @JYOTISHMASAHARIAH
    @JYOTISHMASAHARIAH27 күн бұрын

    Bohut val lagil video to sai❤❤

  • @rubideka1944
    @rubideka19443 жыл бұрын

    Kuhi Baideo video sai bhal lagil aru anekuwa video aagoloi bonai jaok

Келесі