বান পৰিদৰ্শন কৰিবলৈ গৈ ৰাইজৰ ৰোষত বিজেপি বিধায়ক
বান পৰিদৰ্শন কৰিবলৈ গৈ ৰাইজৰ ৰোষত বিজেপি বিধায়ক। ‘মম এডাল আৰু ধূপৰ পেকেটৰ বাহিৰে আপুনি কি আনিছে? আমি আপোনাক ওলোটাই কিনি দিম সেই বস্তু’।
#mla
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx
Пікірлер: 157
সাহসী মহিলা আৰু পুৰুষ জনক ধন্যবাদ থাকিল জনতা জাগিছে আৰু জাগিব
বিজেপি য়ে মাত্ৰ কঙগেছ গালি পাৰিব জানে । আৰু কি জানে ?
ঠিক হৈছে।ইহতক এনেকৈয়ে দিব লাগে!২০২৬ত এই জনক ভালকৈতএসেকা দিব।ৰাইজক ধন্যবাদ দেই।এনেকুৱা"হলে ভাল"পাও।ৰাইজে মাত্ৰ কথাবোৰ মনত ৰাখক।২০২৬ ত যাতে ভোট বিচৰাৰ ৰাস্তা নাথাকে।
বিধায়ক ডাঙৰীয়াই যম লৈ আহিছে । ৰাইজে পহুখেদা দিলে
ৰাইজে আকৌ ইয়াকে ভোট দিয়ে।
Piton দে ইহঁতক।
Khub val korise Raije....❤❤
গা-মূৰ মোহাৰি মৰমেৰে কওক হেৰৌ এনেই মূৰত চুলি নাই ।
Aitu pagol hol eak khedok মানুহে মম আৰু ধুপ খাব নেকি বনাধ্যই ইয়াক মম আৰু ধুফ মুখত সুমুৱাই দিয়ক
সাংবাদিকে আকৌ এইবিলাক প্ৰছাৰ কৰিছে যে বিজেপি বুলি এনেইটো প্ৰছাৰ নকৰেই।
এনেকুৱা মানুহ আমাৰ সমাজত খুবেই জৰুৰী তেতিয়াহে আমাৰ সমাজ উন্নতিৰ ফালে যাব
এওঁঁ ঘৈণীয়েৰক লগত ৰীল বনাই থাকোতেই সময় যায় । বৰ ধুনীয়া ৰীলষ্টাৰ এওঁঁৰ ঘৈণীয়েক ।
Good...
ছাৰে মম আৰু ধূপ বিলাবলৈ গৈছে ভোকাতুৰ ৰাইজক ইমান সুন্দৰ কাম কৰিছে
Moja dise
মজা
Good
Hosa kotha koise. Aku kam nai Kora. Next vote dibo nalage 2026 .
এওঁ পান দোকান দিয়ে বহু কোটি টকীয়া মানুহ হ'ল বুলি বহুতে কয়। এওঁৰ কায়দা - কিটিপ বোৰ শিকি ল'লে আমাৰ বহু নিবনুৱা উপকৃত হ'ব পাৰে।
@iamwhatiam8261
12 күн бұрын
😂
Public jaagise 2026't khedebo lagibo Himanta bahinik.
এ মজা সঁচাকৈ সাহস, এইদৰে খেদন দিব লাগে কাম নাইকিয়া বিধায়ক বিলাক,ভাল পাইছো।
বি ধায়ক এজনৰ চৰিত্ৰ দেখিলো !২৬ ত মৰাণ ৰ ৰাইজে বিচাৰ কৰিব ! আশা ৰাখিলোঁ -------+!
@mintukalita8164
14 күн бұрын
পাহৰি যাব
@pradipkalita3161
13 күн бұрын
নতুন প্ৰাৰ্থী দিব, আকৌ বিজেপিক ভোট দিব ,জিকি যাব
বানপিৰীতৰ ওপৰত বিধায়ক ৰ হিৰোগিৰি অসমৰ মুখ্য বাতৰি হব লাগে -------+--+++
ৰাইজৰ সিদ্ধান্তই প্ৰকৃত সিদ্ধান্ত🤘।
বিধায়কেই নহয়, জন প্ৰতিনিধি ও.. জন প্ৰতিনিধি এ জনতাৰ কি খবৰ ৰাখিছে...??? এই বিলাক জন প্ৰতিনিধি হোৱাৰ যোগ্য নেকি..??? আপোনালোকৰ ভোট লৈ হৈছে জন প্ৰতিনিধি... অৰ্থাৎ আপোনালোকৰ সুখ, দুখ, উজৰ আপত্তি, সমস্যা সকলোবোৰ তেওঁ আপোনালোকৰ হৈ চৰকাৰৰ ওচৰত ৰখাৰ দায়িত্ব লৈছে... কিন্তু খবৰ লব লৈকে নাহে দেখোন...🤔🤔🤔🤔 গতিকে বুজাই দিয়ক জন প্ৰতিনিধি হোৱাৰ অৰ্থ কি....🤔🤔🤔🤔 জন প্ৰতিনিধি হলে কি কাম কৰিব লাগে ৰাইজৰ বাবে... বহু দিন হল এনেই ধাক ঢোল বজাই মন্ত্ৰী বিধায়কৰ দৰমহা খাই বৈ শুই বহি থকাৰ... কাম লাগে ৰাইজক 🙏🙏🙏🙏
বঢ়িয়া😀😀😊 এনেকুৱাই হব লাগে
এইয়া ৰাইজ নহয় ৫০০ টাকা দিলে ভোটৰ সময়ত সকলো পাহৰি যাব আকৌ এবাৰ বিজেপি চৰকাৰ
নাকটো চাওক চোন, আছেনে নাই?
Raaij hojaag hoise hahokhi hoise.. aru hoboi lagibo..👍Joi Aai Axom🙏
Goood vai
Good news
Apunalukoloi dhonabad
Best' channel of dy 365
Xunder 👌👍
Bjp kisuman MLA okol nijor poisa gotibo babe MLA hoise. Raijor babe nohoi. Hihoti raijor vote di jike ru raijor uporote dadagiri dekhai.
Good job
Laj noha MLA sendal pindai diok kela
Bahut bhal
নিলাজি বিধায়ক ।
Mojja
বঢ়িয়া❤️
পৃথিৱীত মানুহক সুখী কৰিবলৈ অলপ যতিল আছে , ইয়াৰ উত্তৰ স্বয়ং ভগৱানেও বুজি নাপায় ,
Right❤❤❤😎🤣😂
👏👏👏👏👍👍
Moja dise 😂😂😂😂😂
My like news channel
Flood-hit people are seething in wrath. Their reactions are pretty natural.
Mama যে গম পালে নে নাই।
Laj Naikia Aibur Mla .
BJP is going to loss by 2026
সময়ত সকলো পাহৰি তেওঁকেই আমি ভোট নিদিম জানো? চৰকাৰে দুটামান ভাল লগা কথা কৈ দিলেই আমি দেখোন সকলো পাহৰি যাও। নেতা বোৰে এইবিলাক ভালদৰেই জানে।
Mjaa
Good 👍
RUKMA GOGOI IS A GOOD FRIEND OF RANUJ PEGU.😂😂 A HERO MLA.😂😂
খং কৰী লাভ নাই , BJP লীডাৰ বোৰক পহু খেদা দি মাৰিব লাগে।
লাগিলে বিজেপিক ভূত দিব কিন্তু ইয়াক নিদিব
নেপাই কিন্তু এই সময়ত এনেকোৱা কৰিব।মম দি ঠগিছ ।ছি লাজ লাগিব লাগিছিল। এই খিনি মানুহে তোক নেতা বনোৱা নাই জানো
Moja dise vidhayak tuk 😂😂😂😂😂
👍🔥
Barnatya nohoi baideu banyarto
সুন্দৰ পদক্ষেপ
Amak dise fenail aru blising aru kosuwa.. atia kotha2 hol je blising kham ne fenail kham?? Kaliabor gutai khon ote ban Pani kn2 aikhon sorkare manuh ok khuwar sinta Kora ny.. fenail aru blising mnuh e khabo ne ki???
Vot diboi nelage anekoya manohk
অহাবাৰ বিজেপিয়ে নতুন প্ৰাৰ্থী দিব ,আকৌ পুনৰাই জিকিব 😂😂😂😂
Mama aapuni saouk sun ki j hobo aari,
Great
Himanta e jiman ji nokouk , ujonit saafa hoi jabo BJP Vidhansabha t
Evar kolew buji paw ami kua k bare vare kiio koi thako bohut amoni lage ene newsbur sai
Mojja disy.....khadibo lgy.....
Kita mn piton he dibo lagisel😂😂
banpani t thaka raije jane kak kun samayat ki sanman diba lage
B j p মম ও বি লা ই কি কাৰবাৰ হে😂😂
Thikai koise
Khowang r Roja hei bengoli manuhjon je।।। college r fishary tu মাছ।।জীৰে
Bhoy nokoribi mla k thik korisa
Mozaaaaaa, ako ebar modi sorkar
Good 👍👍👍👍👍👍👍👍👍
এইজন,,,, নকওঁ আৰু,,এদিন হে দেখি পালোঁ আমাৰ ফালে,,
Iman boki thake
মম দিয়া বিধায়ক।
Government kar BJP ne congress r !
Moja 😂😂😂😂
Right BJP Sarkar very go back BJP Modi
Tekhetok.moi..1.peket.dhup.dim
Khub val korise
BJPr din ukilise
Piton dia nai to... Mediat ako sab katha nakai naaa
Fota sendal nasil ne baru????
Atia ban pani kintu raije 26 ot ei kotha pahorile nohob.
Haha..raize BJPr dui numberi buji paise 😂
Nice 👍👍👍
Bodmas minister
Dhori bandhi panit pelai de
Jutadi marok .
Kiman baki thaka ata kathake
🙏🙏🙏👍👍👍🤣🤣🤣
Akou abar😂😂 # 6th Community #
Not a like Moran MLA
M L.A tuk alukapatha jaise Lakta hai 😁😁
Yahi BJP ka khasiyat hai