বোলছবি গীত 🌹Sadabahar Song 💖অসমীয়া চিনেমাৰ গীত 🌹Purani Geet 💕Filmi Sang 🌹 Super Hits Assamese Song

Музыка

১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মিত ‘জয়মতী’ চলচ্চিত্ৰই মুকলি কৰিছিল এখন নতুন দুৱাৰ। ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ চতুৰ্থখন সবাক চলচ্চিত্ৰ হিচাবে চিহ্নিত ‘জয়মতী’ৰ সমসাময়িকভাৱে দেশৰ অন্যান্য প্ৰান্ততো ঠন ধৰি উঠিছিল বিভিন্ন আঞ্চলিক ভাষাৰ সবাক চলচ্চিত্ৰৰ উদ্যোগসমূহ। সেয়াই আছিল আৰম্ভণি।
চল্লিশৰ দশকত ১৯৩৫ চনৰ পাছত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘ইন্দ্ৰমালতী’, ৰোহিনী কুমাৰ বৰুৱাৰ ‘মনোমতী’, পাৰ্ৱতী প্ৰসাদ বৰুৱাৰ ‘ৰূপহী’, কমল নাৰায়ন চৌধুৰীৰ ‘বদন বৰফুকন’, সুৰেশ চন্দ্ৰ গোস্বামীৰ ‘ৰুণুমী’, ফণী শৰ্মাৰ ‘চিৰাজ’য়ে অসমীয়া চিনেমাৰ ধাৰাটোক আগবঢ়াই লৈ যায়।
পঞ্চাশৰ দশকটোৱে আৰম্ভ কৰিছিল অসমীয়া চিনেমাৰ সাফল্যৰ এক নতুন ধাৰা। ফণী শৰ্মা পৰিচালিত ‘পিয়লি ফুকন’-য়ে পোনপ্ৰথমবাৰৰ বাবে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবি শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে স্বীকৃতি লাভ কৰে। যশস্বী পৰিচালক নিপ বৰুৱা পৰিচালনা কৰা প্ৰথমখন চিনেমা আছিল ‘স্মৃতিৰ পৰশ’। এইটো দশকতে বিখ্যাত সংগীতজ্ঞ ড: ভূপেন হাজৰিকাই পৰিচালিত ‘এৰা বাটৰ সুৰ’-য়ে অসমীয়া চলচ্চিত্ৰ জগতত আৰম্ভ কৰে এক আধুনিক ধাৰা। ১৯৫৯ চনত পশ্চিমবংগৰ চলচ্চিত্ৰ নিৰ্মাতা প্ৰভাত মূখাৰ্জীৰ ‘পূবেৰুণ’-য়ে প্ৰথমবাৰৰ বাবে লাভ কৰে আন্তৰ্জাতিক স্বীকৃতি।
ষাঠি আৰু সত্তৰ দশকত বহুকেইখন জীৱনীমূলক চিনেমাৰ লগতে বিভিন্ন ধাৰাৰ চিনেমাৰ বিকাশ ঘটে। সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ ‘মনিৰাম দেৱান’, নিপ বৰুৱাৰ ‘নৰকাসুৰ’, ড: ভূপেন হাজৰিকাৰ সাংগীতিক সৃষ্টি ‘শকুন্তলা’ৰ লগতে ‘প্ৰতিধ্বনি’, ‘লটিঘটি’, ‘চিকমিক বিজুলী’ আদি চিনেমায়ে ভূমুকি মাৰে। লগতে নিৰ্মাণ হয় প্ৰথমখন অসমীয়া খুহুতীয়া চিনেমা ব্ৰজেন বৰুৱাৰ ‘ইটো সিটো বহুতো’। ব্ৰজেন বৰুৱাৰ প্ৰথমখন অসমীয়া থ্ৰীলাৰ হিচাবে ‘ড: বেজবৰুৱা’ই অসমীয়া চিনেমাৰ বাণিজ্যিক দিশত সংযোজন কৰে এক নতুন ধাৰাৰ। সত্তৰ আৰু আশী দশকত কেইবাখনো অসমীয়া চিনেমাই ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান কঢ়িয়ায়। ১৯৭৬ চনত নিৰ্মিত পদুম বৰুৱাই অসমীয়া চিনেমাত এক নতুন বাস্তৱধৰ্মী চলচ্চিত্ৰৰ সমান্তৰাল ধাৰা এটাৰ সৃষ্টি কৰে। অসমীয়া চিনেমাত পোনপ্ৰথমবাৰৰ বাবে কলাত্মক ধাৰাৰ প্ৰৱৰ্তনেৰে ‘গঙা চিলনীৰ পাখি’ সদায়েই অসমীয়া চিনেমাত এক মাইলৰ খুঁটি হৈ ৰ’ব। আশী দশকতে ড: ভবেন্দ্ৰ নাথ শইকীয়াই ‘সন্ধ্যাৰাগ’ চিনেমাৰ জৰিয়তে চিনেমা জগতত এক সবল খোজ দিয়ে। সত্তৰ আৰু আশী দশকৰ প্ৰায় আটাইবোৰ চিনেমাই আছিল সংগীতমধুৰ। ড: ভূপেন হাজৰিকা, ৰমেন বৰুৱা, জয়ন্ত হাজৰিকা, খগেন মহন্ত আদিৰ সংগীত পৰিচালনাৰে বহুকেইখন অসমীয়া চলচ্চিত্ৰই প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰিছিল। ১৯৮২ চনত ‘অপৰূপা’ চলচ্চিত্ৰৰে অসমীয়া চিনেমাজগতত খোজ দিয়ে জাহ্নু বৰুৱাই। পৰৱৰ্তী সময়ত জাহ্নু বৰুৱাৰ ‘হালধীয়া চৰায়ে বাওধান খায়’, ‘ফিৰিঙতি’, ‘সাগৰলৈ বহুদূৰ’, ‘কণিকাৰ ৰামধেনু’ আদিৰে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বঁটা বুটলিবলৈ সক্ষম হয়। সমান্তৰালভাৱে ড: ভবেন্দ্ৰ নাথ শইকীয়াই অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন আদি চিনেমাৰে কলাত্মক চিনেমাৰ ধাৰাটোকো সমানে আগুৱাই নিয়ে। ইয়াৰ লগতে শিৱপ্ৰসাদ ঠাকুৰ, গৌতম বৰা, সঞ্জীৱ হাজৰিকা, মুনীন বৰুৱা, সান্ত্বনা বৰদলৈ, মঞ্জু বৰা আদি চিত্ৰনিৰ্মাতা সকলে তেখেতসকলৰ অৱদানেৰে অসমীয়া চলচ্চিত্ৰৰ ভঁৰাল চহকী কৰে।
১৯৩৫ চনৰ পৰা ২০১৮ চনলৈ অসমীয়া চলচ্চিত্ৰৰ এই বৰ্ণিল যাত্ৰাত শেহতীয়াকৈ অসমীয়া চিনেমা এক নতুন ৰূপত উদ্ভাষিত হৈ উঠিছে। যুৱ চলচ্চিত্ৰ পৰিচালক ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্চ’-য়ে অসমীয়া চিনেমাৰ গতিধাৰাক দিছে এক নতুন প্ৰাণ। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত স্বৰ্ণকমল বঁটাৰ লগতে দেশে-বিদেশে বিভিন্ন খ্যাতনামা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত উচ্চ প্ৰশংসিত ‘ভিলেজ ৰকষ্টাৰ্চ’ য়ে অসমীয়া চিনেমাক দিছে এক নতুন পৰিচয়। (সংগ্ৰহ-MyGOV)
DISCLAIMER : THIS VIDEO IS MADE ONLY FOR ENTERTAINMENT PURPOSES. THERE IS NO ANY INTENTION OF MISUSE OR MODIFICATION OF THE ORIGINAL SONG. THE CREDIT GOES TO THE OWNER OF THE SONG.
Ei Dhuniya Godhuli Lagan
Asha Bhosle
during: 9:30 - 12:11
Dhou Tuli Nachele
Viren Prajapati, Abhita Patel
during: 0:00 - 4:52
Jonoti Olale Tarati
Khagen Mohanta, Archana Mohanta
during: 27:12 - 30:30
Ki Rong Dila Holu Utala
Biju Phukan, Trishna Devi
during: 12:10 - 16:26
Kalir Krishna
Video uses this song's melody
during: 16:28 - 19:51
Saku Meli Ne Saba
Ridip Dutta, Mahananda Majumdar
during: 33:42 - 37:46
Dehey Jobanmati
Ridip Dutta, Mahananda Majumdar
during: 23:30 - 27:14
Moyna Kon Bidhatai
Dipen Barua, Renu Barua
during: 30:31 - 33:43
Hale Jale O
Viren Prajapati, Ti Rabari
during: 4:52 - 9:32
::::: © ::::
Copyright Disclaimer: Under Section 107 of the Copyright Act 1976, allowance is made for "fair use" for purposes such as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favor of fair use.
#assamesesong #oldsong #music #assamesesongzubeen #zubeengargnewsong #jyotisangeet #assamesesoldsong #assamesekaraoke #treanding #customizedkaraoke #cleankaraoke #viral #status #beharbari #like #musicvideo, #assam, #trending, #danceviral #trending, #reels, #viral, #status, #vlogs, #youtubeshorts, #youtuber, #youtube, #youtubevideo, #tranding, #tending, #assamese, #comedy, #viralsong, #dance, #danceviral, #explore, #entertainment, #reels, #comedy, #cute, #filmsongs #funny #funnyshorts, #geet #highlights, #indianmusician, #india, #krishna, #lovesong, #love, #lovestatus, #lovestory, #music, #masti #newvideo, #online, #onepiece, #popular #relaxing, #romantic, #romanticstatus, #songs, #shortvideo, #status, #subscribe, #support, #instagram,

Пікірлер: 224

  • @RatulDeka-r8b
    @RatulDeka-r8b7 күн бұрын

    Old is gold ❤💞😘😊my love old songs ❤️💞✨🖤kar kar favourite hoi like kara❤❤❤

  • @user-gb2ng7dz4p

    @user-gb2ng7dz4p

    5 сағат бұрын

    Ratul,Putul & Rahul

  • @nilkantasinha2424
    @nilkantasinha2424Ай бұрын

    Old Is gold

  • @smvlogs3463
    @smvlogs34635 ай бұрын

    সচাঁকৈ সৰু কালৰ দিনবোৰ মনলৈ ঘূৰি আহিল। গান ভাল পাওঁ বাবে দেউতাই এটা ৰেডিঅ ঘৰলৈ লৈ অহাৰ দিনটো কিমান যে মনত পৰে ❤

  • @jayantadas3097
    @jayantadas30975 ай бұрын

    মন প্ৰাণ ভৰি পৰে।অতীতলৈ ঘুৰি যাও ক্ষন্তেক সময়ৰ বাবে।

  • @shekharrajbongshi6929
    @shekharrajbongshi692926 күн бұрын

    OLD IS GOLD 💕☺️💕☺️☺️💕💕💕💕💜

  • @saneswardas8543
    @saneswardas85433 ай бұрын

    Eman dint murt akelge gitkita suni bhut val lagil de❤❤❤

  • @basantidas8161
    @basantidas816120 күн бұрын

    সঁচাকৈ পুৰণি গানবোৰ শুনিলে দেহ মন শাত পৰি যায়। অতীতলৈ মনত পৰি যায় ❤🎉

  • @bantidutta5365
    @bantidutta53654 ай бұрын

    শুনিলে বাৰে বাৰে শুনি থাকিবলৈ মন যায়।

  • @babatudip5126
    @babatudip51265 ай бұрын

    দুপৰীয়া শুনিলোঁ.... এনে লাগিল যেন ৰেডিঅহে শুনি আছো. বহুত বহুত ধন্যবাদ

  • @utpalsarma636
    @utpalsarma6363 ай бұрын

    গোটেইকেইটা গীতেই super hit, একেলগে পোৱা বাবে বহুত ভাল লাগিল।

  • @Sadanandasongs

    @Sadanandasongs

    4 күн бұрын

    😊

  • @Sadanandasongs

    @Sadanandasongs

    4 күн бұрын

    😊q

  • @user-ig5ic7wy1s
    @user-ig5ic7wy1s2 ай бұрын

    বহুত ভাল লাগে এই সমূহ তুলনা কৰিব নোৱাৰি ।কি সুন্দৰ।

  • @swapnanalbaria-eo2zm
    @swapnanalbaria-eo2zm6 ай бұрын

    Purani geet xuni bohut Val lage ❤❤❤❤❤

  • @mehektarannum1131
    @mehektarannum11314 ай бұрын

    I always feel nostalgic whenever I listen to these melodious songs.What a soothing feeling ! Remembering my childhood memories , listening to the radio,the Dibrugarh radio center,s Geetimonjuri,Xuror Xaatxori,👌👌👍👍💖💖

  • @samibegum
    @samibegumАй бұрын

    বৰ ধুনীয়া উপস্থাপন ভাল লাগিল ধন্যৱাদ

  • @kusumdutta9463
    @kusumdutta94636 ай бұрын

    These are the best film artist 😁 f Assamese with. Sweet sweet songs in lips

  • @niranjangogoi-br8yp
    @niranjangogoi-br8yp6 ай бұрын

    প্ৰতিদিন হৃদয়ত বাজি থকা গীতবোৰ

  • @user-dn4us9df9x
    @user-dn4us9df9x6 ай бұрын

    এইয়া আমাৰ সেউজীয়া অসমৰ মাটিত বিলীন হৈ থকা সুৰ , পৃথিৱীৰ সূৰ্য থকা লৈকে জীয়াই থাকিব, ❤❤❤❤❤❤❤❤

  • @dipaborah8139
    @dipaborah81392 күн бұрын

    🙏🙏সচাকৈ নিজকে বিলিয়ন হৈ গলো, বহুত কান্দিলো, কাৰন, মোৰ প্ৰিয় মা দেউতা লৈ বহুত মনতপৰিল,কাৰন তেওঁলোক আৰু এই পৃথিৱী নাই 🙏🙏

  • @abuhussainabuhussain3490
    @abuhussainabuhussain34905 ай бұрын

    Dhuniya

  • @deepakrai365
    @deepakrai3655 ай бұрын

    Evergreen Assamese song, Xuni bhal lagil. 🎉🎉

  • @user-ll1qi7vk1t
    @user-ll1qi7vk1t6 ай бұрын

    Sochake puroni gitbor shuni bhal lagise .

  • @kamalsaikia9351
    @kamalsaikia93516 ай бұрын

    Bhal lagise maje 2 sunai Thakibo

  • @dilipsaikia4922
    @dilipsaikia49226 ай бұрын

    Old is always Gold..moi Asomor bahirot thaku Asomiya gaan sunile amar se dhunia gaon khonoloi monot pore..

  • @prasantagoswami1477
    @prasantagoswami14772 ай бұрын

    সুন্দৰ। ধন্যবাদ আপোনাৰ প্ৰচেষ্টাক।

  • @user-lr6ru1cl6e
    @user-lr6ru1cl6e7 күн бұрын

    Bahut bahut Val lagil

  • @AmritSutradhar-jg3cw
    @AmritSutradhar-jg3cw5 ай бұрын

    ❤Moi aru mur mon xei tahanir mitha din bordoloi ura mare...Ah kije mozza xei din bor...ah bhabilei kiba ata ovujon bhal logai abori dhore mon mogoju. Tate aru aibor oxomiya siro xeuji gan bor....

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7rАй бұрын

    Ki sundar git jana man Hari niye

  • @bakulartal

    @bakulartal

    18 күн бұрын

    মতামতৰ বাবে অশেষ অশেষ ধন্যবাদ

  • @polinpk131
    @polinpk131Ай бұрын

    অসমৰ মাটিৰ গোন্ধ থকা সুৰ।বহুত ভাল লাগিল।পুৰণি দিন বোৰলৈ মনত পৰি গ'ল।

  • @bakulartal

    @bakulartal

    18 күн бұрын

    মতামতৰ বাবে অশেষ ধন্যবাদ

  • @mkonwar8207

    @mkonwar8207

    9 күн бұрын

    ​@@bakulartal0

  • @UtpaljyotiRoyMedhi
    @UtpaljyotiRoyMedhiАй бұрын

    Golden songs of past Assamese films. I feel very nostalgic! Those movie's songs, music and celebrities were incredible.

  • @bakulartal

    @bakulartal

    18 күн бұрын

    মতামতৰ বাবে অশেষ অশেষ ধন্যবাদ

  • @dostiloveofficial9001
    @dostiloveofficial90013 ай бұрын

    অসমৰ evergreen গীতবোৰ শুনি মনটো জিপাল হৈ উঠিল কিযে সুন্দৰ লাগে। এনে সুৰীয়া গীতসমূহ যাতে সদায় শুনিবলৈ পালো, ধন্যবাদ।

  • @trishasaikia685
    @trishasaikia6852 ай бұрын

    ইমান মৰম লগা গীত শুনিলেই টোপনি ধৰি আহে। বৰ সুন্দৰ গীত ।

  • @manjudas2349
    @manjudas23494 ай бұрын

    Very...nice....song

  • @GhanashyamNath-jb4po
    @GhanashyamNath-jb4po6 ай бұрын

    Nice song

  • @Poragjyotisaikia.-su1kb
    @Poragjyotisaikia.-su1kb4 ай бұрын

    🎉 ,nice. Thanks. Aamar dinor super hit .

  • @atulchandragogoi7716
    @atulchandragogoi77164 ай бұрын

    ❤❤ Eevergreen Melodious Songs of Mighty Assam🎉🎉🎉Love of Life❤❤

  • @tilakphukan7728
    @tilakphukan77284 ай бұрын

    চিৰসেউজ গানবোৰে শৈশৱৰ দিনবোৰ সোঁৱৰাই দিলে।। দেউতাই অনা ৰেডিঅ'ৰ সেই মধুৰ স্মৃতি আজি ৰোমন্থনত সজীৱ হৈ উঠিল।্

  • @RajumoniRajumonidas
    @RajumoniRajumonidas4 ай бұрын

    বৰ সুমধুৰ সংগীত। তাহানিৰ দিনৰ সেই শৈশৱলৈ মনতো উভতি যায় । ৰেডিঅ' কাষত লৈ এই গীতবোৰ শুনি কিমান যে ভাল লাগিছিল ! এতিয়া নষ্টালজিক হৈ পৰিছো । 🌿🌺🌿

  • @budhaphulkonwar3326
    @budhaphulkonwar33264 ай бұрын

    How can I forget this songs ,Now who worth this type songs.

  • @nazmulkarimborbhuyan6694
    @nazmulkarimborbhuyan66945 ай бұрын

    Songs close to our heart. Grew up hearing these songs. Mesmerising.

  • @bhadeswarbhadeswar4188
    @bhadeswarbhadeswar41883 ай бұрын

    Moi aji kandi goiso dada htor logt avinoi kra mont pori gol bht enjoy krilo de ata homoi

  • @majnurali6520

    @majnurali6520

    3 ай бұрын

    Eibilak geetok ajir geete noware

  • @avjwakif1797

    @avjwakif1797

    3 ай бұрын

    Baidew khosai ontor fali sati jua geet .. aru khopuno2u katiyau nepam aibir ghurai.... Bohut dukh monor majot loi matro jiai asu aru.......

  • @satyajitdas7029
    @satyajitdas70293 ай бұрын

    বহু ‌ত ভাল লাগিল এই বোৰ গান আগবঢ়ায় থাকিব পুৰনি গীত ভাল লাগে ❤️❤️👏🏻

  • @BhogeswsrDas
    @BhogeswsrDas2 ай бұрын

    Bahut, bhal, laga, git

  • @champarabha6609
    @champarabha66093 ай бұрын

    Ganbor shuni mon jurai golde❤❤ dhanybad

  • @bakulartal

    @bakulartal

    3 ай бұрын

    মতামতৰ বাবে ধন্যবাদ

  • @vboys9060
    @vboys90603 ай бұрын

    হ্নদয় শীতল পৰি গৈছে ❤❤❤❤❤❤ গীত কেইটা শুনি ❤❤❤

  • @BipuljyotiDas-ul7yw

    @BipuljyotiDas-ul7yw

    3 ай бұрын

  • @user-pe8st7um4r
    @user-pe8st7um4r3 ай бұрын

    Beautiful song with beautiful voice all of them.too good.

  • @momiburagohain8474
    @momiburagohain84746 ай бұрын

    ভাল লাগে সছাই পুৰনি গাণ বোৰ

  • @bhadrakantadas6101
    @bhadrakantadas61016 ай бұрын

    Old is really gold.

  • @rlaskarkam3616
    @rlaskarkam361628 күн бұрын

    খুউব ভাল লাগিল। কি সুমধুৰ সংগীত 👌👌

  • @bakulartal

    @bakulartal

    18 күн бұрын

    মতামতৰ বাবে অশেষ ধন্যবাদ

  • @user-rw3nd1bj2k
    @user-rw3nd1bj2k4 ай бұрын

    Bohut bohut val laga wah

  • @rebochutia2203
    @rebochutia22035 ай бұрын

    My pleasure ♥️♥️♥️ My heart 💜💜💜💜💜

  • @user-px6qh2xi8w
    @user-px6qh2xi8w4 ай бұрын

    Want to go back to those days and enjoy these movies

  • @swastikaborborah2521
    @swastikaborborah25217 күн бұрын

    সঁচা কৈ পুৰণি গান‌ বোৰে মন প্ৰাণ ভৰাই ❤

  • @pranitatalukdar5734
    @pranitatalukdar57344 ай бұрын

    Bahut bhal lagil

  • @kanaktalukdar2847
    @kanaktalukdar28472 ай бұрын

    সুন্দৰ সংগ্ৰহ ,সচাকে বৰ ভাল লাগিল ।

  • @bakulartal

    @bakulartal

    18 күн бұрын

    মতামতৰ বাবে অশেষ অশেষ ধন্যবাদ

  • @nj-kalita.ASM2319
    @nj-kalita.ASM23194 ай бұрын

    👍👍 sound quality is very good.

  • @khagenbharali6795
    @khagenbharali67952 ай бұрын

    সুন্দৰ গীত

  • @usharanihazarika5176
    @usharanihazarika51765 ай бұрын

    বহুতেই ভাল লাগিল।

  • @nilomonigogoi2121
    @nilomonigogoi21216 ай бұрын

    পুৰণি দিনলৈ ঘুৰি যায়❤

  • @Dibya-jo6pu
    @Dibya-jo6pu2 ай бұрын

    সচাকৈ এনে পুৰণা গান বোৰ শুনিলে দেহা মন যোৰ পৰি যায় ।😂😂❤️❤️❤️📍📍📍

  • @bakulartal

    @bakulartal

    Ай бұрын

    মতামতৰ বাবে ধন্যবাদ

  • @gitikadowerahdutta6602
    @gitikadowerahdutta66022 ай бұрын

    khub bhal lagise xuni❤

  • @advika...8603
    @advika...86034 ай бұрын

    বহুত ধূনীয়া গীত

  • @tamimborah6503
    @tamimborah65036 ай бұрын

    বহত ধুনীয়া গান

  • @advika...8603
    @advika...86034 ай бұрын

    বহু সুন্দৰ গীতটো

  • @sarbanandabora5842
    @sarbanandabora58426 ай бұрын

    Val laga sune

  • @KumudSaikia-cq5pm
    @KumudSaikia-cq5pm6 ай бұрын

    পুৰণি অসমীয়া গীত বোৰ শুনি সচাই ধুনীয়া লাগে। শৈশৱকাললৈ উভতি যোৱা যেন লাগে।

  • @gobindanath7964

    @gobindanath7964

    6 ай бұрын

    Op

  • @bbrahma7891
    @bbrahma78916 ай бұрын

    I am speechless, so melodious... OLD IS GOLD. 👍👍👍👍

  • @bakulartal

    @bakulartal

    6 ай бұрын

    ধন্যবাদ

  • @junmonidas1910
    @junmonidas19103 ай бұрын

    সৰু কাললৈ মনত পৰি গল🤗🥰🥰🥰💖💖💖💖💖

  • @bakulartal

    @bakulartal

    3 ай бұрын

    মতামতৰ বাবে ধন্যবাদ

  • @mausamraj0000
    @mausamraj0000Ай бұрын

    ❤❤❤

  • @hiranmaychakravarty24
    @hiranmaychakravarty243 ай бұрын

    Immortal songs indeed.

  • @dhujurivlogs9477
    @dhujurivlogs94775 ай бұрын

    Superb collection with sound quality

  • @InamulHoque-pl6zl
    @InamulHoque-pl6zl5 ай бұрын

    My favourite super hits song thank you so much 😮😮😮😮

  • @nandeswarlahkar1725
    @nandeswarlahkar17256 ай бұрын

    Evergreen songs.

  • @chakrabortyiti
    @chakrabortyiti6 ай бұрын

    বহুত বহুত ভাল লাগে পুৰনি মধুৰ গীতবোৰ ।

  • @BCG0009
    @BCG00094 күн бұрын

    বৰ ধুনীয়া, সুৰীয়া গীতসমূহ। শুনি থাকিবৰ মন যায় ❤❤

  • @MrHasan-Assam
    @MrHasan-Assam4 ай бұрын

    Awesome experience 👌 Horute radio huna din bur monot pori gol.....ki j hundor din asil heibur😥❤️

  • @BubulPatar-kf6tx
    @BubulPatar-kf6tx24 күн бұрын

    Good LaV❤

  • @sangitadas664
    @sangitadas6646 ай бұрын

    Heart touching song thanks for sharing us bro.all time favourite,...

  • @bakulartal

    @bakulartal

    6 ай бұрын

    Thanks for listening

  • @jkloying1995
    @jkloying19955 ай бұрын

    সুন্দৰ সংগ্ৰহ

  • @DharmendraKalita-xw2sg
    @DharmendraKalita-xw2sg4 күн бұрын

    Old is gold ❤😊p❤😊😊❤❤❤❤

  • @poojakaushik6239
    @poojakaushik62395 ай бұрын

    ❤❤ সুন্দৰ ❤❤

  • @PulinesaikiaPulinesaikia
    @PulinesaikiaPulinesaikia6 ай бұрын

    মই পুৰণি অসমীয়া বোলছবি ভাইটি বোলছবি গীত অতি পিয়

  • @sanjibrajkhuwa5140
    @sanjibrajkhuwa51405 ай бұрын

    অতি সুন্দৰ গীত❤❤❤❤❤

  • @Prin__ces
    @Prin__ces4 ай бұрын

    Old is gold 🌹 🌻

  • @rupalibora104
    @rupalibora1045 ай бұрын

    সুন্দৰ ❤

  • @junakilaskar6198
    @junakilaskar61985 ай бұрын

    সুন্দৰ

  • @rubihazarika992
    @rubihazarika9925 ай бұрын

    খুব সুন্দৰ

  • @pulakgogoi2990
    @pulakgogoi299018 күн бұрын

    Mind blowing ❤

  • @bharatgeka9351
    @bharatgeka93516 ай бұрын

    , ভাল লাগিল ধন্যবাদ

  • @MUBALLIgop
    @MUBALLIgop4 ай бұрын

    গান বিলাক একেবাৰে সৰুতে শুনা ।বৰ ভল লাগে।

  • @mikyumpegu4717
    @mikyumpegu47176 ай бұрын

    ❤❤❤ ❤❤❤❤ ❤❤❤🎉

  • @dhrubajyoti5744
    @dhrubajyoti57444 күн бұрын

    এৰি অহা অতীতবোৰ বৰকৈ মনত পৰে গানবোৰৰ মাজত 😢

  • @tanishaasharma791
    @tanishaasharma7914 ай бұрын

    Old is gold.

  • @dalidevi3701
    @dalidevi37014 ай бұрын

    Nostalgic ❤❤

  • @NITUNath-zm7qd
    @NITUNath-zm7qd6 ай бұрын

    মজা ❤❤❤

  • @user-tj5fi3yb9r
    @user-tj5fi3yb9r6 ай бұрын

    Good. Song

  • @user-oz7gh3lg8v
    @user-oz7gh3lg8v6 ай бұрын

    ❤❤❤❤❤Great songs

  • @sarthetaro5641
    @sarthetaro56414 ай бұрын

    বৰ ভাল লাগিল,সৰুতে ৰেডিঅ'ত শুনা পাইছোঁ ।

  • @rajubora8871
    @rajubora88714 ай бұрын

    Very very good👍

  • @jonalidas3534
    @jonalidas35344 ай бұрын

    Bhal lagise maje sunale bhal lagiba

  • @subalsharma.jaishreekrishn3877
    @subalsharma.jaishreekrishn38774 ай бұрын

    Very Nice ❤❤❤❤

Келесі