Atula Xunere | Bihu Song | Krishnamoni Nath | Deeplina Deka | 2019 |এতোলা সোণেৰে
Atula xunere, assamese Bihu song,2019,
producer: krishnamoni nath
singers:krishna moni nath & deeplina deka
lyrics&tune:Rubul Bora
music:Deepkesh Borguhain
recorded at studio Dreams by ripunjoy,mastered by jintu Bordoloi
vdo Director: Bimal bora
camera: prithvi raj
Makeup :jaan, nanu
editor:moni rajkunwar
Пікірлер: 1 000
2024 Ot koney gan tu xonisey eyta like koriba 😊 love From Assam ❤❤
Krishno daa apunak lakh lakh Akhomiya akou morom dibo ...akou bhal bhal kam hatot louk...ajir dinot Akhomiya kristeek bosaboloi apunar proujon bohut besi...😍😍
আহ্হা… পুৰনি বিহুৰ সোৱাদ বিছাৰি পালোঁ। অতিতলৈ গুছি গ'লো অলপ। কিমান যে ধুনিয়া বিহু গীত আছিল এইবোৰ।
বহুত সুন্দৰ হৈছে দেই নাচি দিও নাচি দিও লাগিছে ইমান সুন্দৰ হৈছে keep it up দেই আমাৰ অন্তৰত সদায় এই গান টো থাকিব! দিন হৈ গৈ থাকে এই গান টোৰ লগত প্ৰেমত পৰি পৰি গৈ এই থাকিম proud to be Assamese #Assamese🤍 Like if u are proud to be Assamese tooo
@anisya__creation__6896
Жыл бұрын
V
অতীব সুন্দৰ...বাৰে বাৰে চাই থাকিব পাৰি...কৃষ্ণমনি নাথ দাৰ কণ্ঠত বিহুৱে এটা বেলেগ মাত্রা পায়...দিপলীনা এগৰাকী প্ৰতিভাবান শিল্পী..
কৃষ্ণমণি দা আপোনাৰ গান আকৌ শুনিবলৈ নাপাম বুলিয়েই ভাবিছিলোঁ। বহুত সুন্দৰ হৈছে। আৰু যাতে এনেকৈ শুনি থাকিবলৈ পাওঁ। আৰু আপোনাৰ গানটো শুনি বিহু বিহু লাগি গৈছে।😊😊
@midulborah139
2 жыл бұрын
P
বহুত দিনৰ বিৰতিৰ পাছত আপোনাৰ গান শুনিব পালো.. শব্দৰে বুজাব পৰা নাই.. মাথো এটাই ক'ব বিচাৰিম,, অতি সুন্দৰ
Xosay....de moja lagesiiii...enikowa lagesiiii ako axomya bihu gan ovote ahesiii...old is guld
nice krishnamoni da apunr gaan huni vl lage. deeplina baa you are amazing.
Eaak he gaan buli koi.xuni thakile xuni thakibor Mon jai.xundor geet.aru axa koru krisno Da apunar pora
@pronamikadutta8406
5 жыл бұрын
Angshuman Borah bv vi vi vi vi vi so so vi
Krishnamoni Daa apunk akou eneke dekhe khub vl lagese enke hodai gai jaok..... Big fan of yours..... #NC'an....
বহুত ভাল লাগিছে এইবাৰ কৃষ্ণমণিদা অনুপমদাহত ওলাই আহিছে। ইমান ধুনীয়া lyrics আপোনালোকৰ। আমাক আৰু গান লাগে
@sivasivag7919
4 жыл бұрын
Hii
@sanjipdas3472
3 жыл бұрын
😘🇮🇳😘🐱😃🌲
কেঁচামাটিৰ সুগন্ধি তথা অসমীয়া-অসমীয়া অনুভৱ কৃষ্ণদাৰ গীতত সদায়েই থাকে । পুনৰ সেই নিভাঁজ গীতবোৰৰ দৰেই গীত ধাৰাৰ কণ্ঠত শুনিবলৈ পাম বুলি বহুত আশাৰে বাট চাই ৰ'লো ।
borhiyaaaaaa......😍😍
Krishna daa aji apunak morigaon t log paisilu...katha pati vl lgil...apuni madhuri aam kini asil je...
কৃষ্ণ দাৰ বিহু বিলাক বহুত বহুত ভাল পাওঁ।।কিন্তু বিহু সদায় বিহুৱে।।।।।ইয়াত আধুনিকতাৰ প্ৰয়োজন নাই।।।।।
বৰ সুন্দৰ হৈছে,,,,,,,,নাচনী কেইগৰাকীৰ নাচ বহুত ভাল লাগিল
কৃষ্ণমনি দা, নতুন ৰূপত বিৰাট ভাল লাগিল |
আপোনাৰ বিহু গান বৰ ভাল লাগে | দাদা "মইনাজান"২০১১ Vcd খনৰ মৰমী মইনাজান বুলি গান এটা আছে upld দিবচোন | শুনিবলে মন গৈ আচে গানতো পোৱা নাই |
Bohut bhal a gan tu👍💫💫
Bihu is incomplete without The Legend ♥️♥️
বহুত দিনৰমূৰত বিহু শুনিলোঁ।।।ধৈনবাদকৃষ্ণ দা
বহুত বহুত ভাল হৈছে.. 😍😘
অতি সুন্দৰ দীপলিনা বা
val lagil krisnumoni da...... bhut mza lagise
ভাল লাগিল দেই বহু দিনৰ অন্তত কৃষ্ণমণীৰ বিহুগীত । বিহু বিহু লাগে কেৱল আপোনাৰ বিহু গীতত ।
Highest handsome man in Assamese Music Industry.
কৃষ্ণমণি দা, জিতুল সোনোৱাল দা, অনুপম শইকীয়া দা আপোনালোকৰ গানবোৰ খুব মিছ কৰো । আকৌ ওলাই আহক আৰু আমাক এনেকুৱা ধুনীয়া ধুনীয়া গানৰ উপহাৰ দিয়ক ।
@nitulkalita9333
5 жыл бұрын
Very nice
@pabankoiri1265
5 жыл бұрын
Rabend
@pabankoiri1265
5 жыл бұрын
Rabendra Deka
@mmahaw8941
5 жыл бұрын
Your right ... Yeah agree
@apurbachy8718
5 жыл бұрын
legend of assamese bihu
কৃষ্ণ মুনি নাথ আপোনাৰ কন্ঠ মোৰ বৰ ভাল লাগে। বৰ ধুনীয়া হৈছে অনুষ্ঠান টো আটাইৰে।
Krishna da back, 2005 r bihu gaan bur uvoti ohar dore lagise mozza...
@nijuborah3902
3 жыл бұрын
0 po p000a11100000a0000pppPplpllpl11aaa1 hello
@bikashmudoi7954
3 жыл бұрын
2nd of a bit bit more
@SimpiNeha19
3 жыл бұрын
@@nijuborah3902 q
@mcmsquad8362
2 жыл бұрын
Xosake❤❤
Mojjja lagisa Lovely songs
আকৌ ওলাই আঁহক দাদা.. সকলোৱেই মৰম দিম.. 👌👌👌
@doligaming8027
5 жыл бұрын
Very nice song
@doligaming8027
5 жыл бұрын
💞💞💞💞💞💞💞💞💞💞💞💞💞👌👌👌👌👌👌👌👌👌👌👌👌👌🤩🤩🤩🤩🤩🤩🤩🤩🤩🤩🤩🤩🤔🤔🤩🤩🤩🤩🤔🤔
@alamali4007
4 жыл бұрын
@@doligaming8027 w
@suryakantasethy2781
4 жыл бұрын
@@doligaming8027 xxxcz
@suryakantasethy2781
4 жыл бұрын
@Pallabi Boruah ewtxxxli
Wow eman dhuniya hoise gan tu aru video tu lovely song 😍😍😍😍
@nabadeka2341
5 жыл бұрын
K Dada nice video.👌👌👌👌👌
@kasturi654
4 жыл бұрын
😋😋😋😋😋😋😋
বহুত ভাল হৈছে দাদা👌👌👍👍
Bihu geettor logote videotu soondar hoise bhal lagil saai
আকৌ আহিবা দাদা ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছো
বহুবছৰৰ আগতেই এইটো কথা চিন্তা কৰা হৈছিল। কৃষ্ণদাৰ তাহানিৰ বিহুবোৰৰ ভাল ভিডিঅ' নিৰ্মান কৰা হওঁক । এতিয়া বাস্তৱত দেখি বহুত ভাল লাগিছে । ২০-২৫ বছৰ আগৰ দিনবোৰৰ কথা মনত পৰি গ'লগে । ভাল লাগিল সঁচাই । আৰু আশা কৰিলোঁ । গুড লাক ।
@najirulislam6886
5 жыл бұрын
Dibyajyoti Saikia Deeplina and Zubern dar songs my favorite.
@Suk809
5 жыл бұрын
Hxa ktha
@bedantaassamesemultimedia8664
5 жыл бұрын
Vl na dada
@siddharthabaruah7837
5 жыл бұрын
Moja... apuni real singer hoi
@bikidas940
5 жыл бұрын
Hi😁
বহুত ভাল লাগিছে দাদা
Dislike diya bor a gan huna bad diok.. krishna moni da ... Deeplina... Mozaaaaaaaaaaaaa 😍
Krishnamoni da bht miss kro aponar geet bor... bht a val lagil aponar ai upohar, last year apuni program kora sixmile sosol r bihu sai bor val paisilu
আপুনাৰ পুৰৰণী যিমান গান আছে সকলো শুনিব বিচাৰো।বহুত ভাল লাগে আপোনাৰ গান
@Spondonborthakur
5 жыл бұрын
₹20
@musaddikamin2042
4 жыл бұрын
Dhonamika Assam t rd tt6trt
@pinkukuch5046
3 жыл бұрын
Happy bohag Bihu
@susantamalakar977
3 жыл бұрын
❤
Es mon utola Hoi goise 😍
@togorkakati6987
4 жыл бұрын
Mojja disa video tu
@togorkakati6987
4 жыл бұрын
Tumar nam ber tu diyasu
বাহ 😁 কি বঢ়িয়া গান ৰে কৃষ্ণমনি নাথ দা 😁 কি বঢ়িয়া গান ৰে এইটো হা হে 😁
বহুত বহুত বহুত বহুত বহুত বহুত ধুনীয়া হৈছে...তাতে লগত মৰমৰ দীপলিনা
@comedycrazy7470
5 жыл бұрын
Nice video 🏃🚄💨💨💨
ধুনীয়া হৈছে গীতটো দাদা
দাদা বহুত দিনৰ পিছত ❤️❤️
👎এইটো দিয়াবোৰক মানিছো দেই... কৃষ্ণদা বেক...বহুত ভাল লাগিছে
@saraswatimajhi43
5 жыл бұрын
're
@doligaming8027
5 жыл бұрын
I love you song
@queenbhuyan...2583
5 жыл бұрын
। চশদতকষক
Omg what a song ..so lovely music ....great culture and lovely people..❤️... Respect from Nepal 🙏🇳🇵
@user-ly2pw5cz4h
2 жыл бұрын
Thank you ❣️ from Assam
আপোনাৰ গান শুনি বহোত ভাল লাগে আৰু এইটো মোৰ অতিকে প্ৰিয় গান
A majaaaa krishno da deeplina ba😘😘
Xoxai beautiful song..bht dnr murot krishna dak dekhi bht vl lgil...2uiojonoloi xuvessa thakil
Awesome bihu .... Aru lagise gat bihu bihu ... Ei bihur homoyot enekoi bihu ganor proyujon..
অতি সুন্দৰ । বিহুৰ মঞ্চতো কণ্ঠশিল্পীসকলক এনেকোৱা এটা বিহুদলৰ সৈতে দেখা পালে আৰু ভাল লাগিব ।
@Bopijitrabha789
5 жыл бұрын
তিক কই চাঃ
বহুত ভাল লাগিল গানটো ৷ কৃষ্ণমণি দা আৰু দিপলীনা বা ❤️😍🙏
Akou notunkoi xunibo palu..mojja lagile..superhit song....
সচাকৈয়ে সুন্দৰ গীত কৃষ্ণামণি দা
কৃষ্ণ দা আপুনি ক'ত নোহোৱা হৈ গৈছিল। আপুনি নথকাত বিহু বজৰুৱা হৈ পৰিল। বিহুক বচাওক কৃষ্ণ দা।
@sumiborasumibora349
4 жыл бұрын
Right
@jituborgohain9017
4 жыл бұрын
Roha t mod khai thake
@tilaknath2340
3 жыл бұрын
@@jituborgohain9017 😂😂😂...savage Dia dei vaai😂😂
@puspalatadowrah4152
3 жыл бұрын
@@sumiborasumibora349 jiiikjn oiyf(TT
@parthaprotim2365
2 жыл бұрын
Right
deeplina ba . 👍👍👍👍...... dhuniya
গীতটো বৰ ধুনীয়া হৈছে ।আশাৰে বাট চাই থাকো এনেকুৱা সুমধুৰ গীত শুনিবলৈ ।
Krishna da bohut dinor murot akou tholua gaan hunilu apunar konthor.... vl lagil... aru diok enekua gaan.....
গীতটো বৰ ভাল লাগিছে শত শত নমন আপোনালোক দুয়োজনক; থলুৱা গীতক বেছি আধুনিকীকৰণ নকৰি ইয়াৰ সুবাস বিয়পোৱাৰ বাবে ।
মোৰ প্ৰিয় গায়ক আৰু প্ৰিয় গীতবোৰ শুনিবলে পালে বৰ ভাল লাগে।সচাঁই বৰ ভাল লাগিল শুনি
ইমান ভাল লাগিল গীত টি শুনি। কোনে 👎 কৰিব পাৰিছে ।
bht vAl jodi ..dhunia lgise...mind blwng..xclnt
Aei bihu geet tu 1990-91 manor hobo.. Rubul Borai gaisil.. 80-90 bihugeet bur enedore uliai dile aru bhal paam. Mahananda Majinder Barua, Biman Das, Khogen Gogoi, Bipul Chetia Phukan puroni bihubur ako uliai anok
@realsonger5991
5 жыл бұрын
Hoi sge Dada 1993 mnt. Moi tetia horu asilu kintu dibrugarh chowkidingi field't Rubul Borai eta bihu dolor logt bihu Tu gua mur etiau khub valkoi monot ase
Bihu king Krishna Moni daa is always my heart throb
Bohut dinor pisot original bihu hunibo palu tq KM DAA
আপোনাৰ বিহুৰ পুৰণি মোৰ বৰ ভাল লাগে
i love krisnamoni 's voice...plz give us more songs like this
"BIHU" ..its unique culture&songs, Preserve it without polluting others I like age old musics like flute, dhol ,pepah,gogona etc.From Arunachal.
@palashnath584
2 жыл бұрын
Qq
Wow Deeplina baideo gaantu eman dhuniya hoise aru video tu ❤❤❤❤❤
So sweet voice Krishn Da bohut bohut.........dhuniya apunar Matu i like your
বহুত ধুনীয়া লাগিছে দাদা আকৌ নতুন নতুন গান শুনিৱলৈ পাম বুলি আশা ৰাখিছো....
so beautiful song deeplina madam & krishnamoni sir deepkesh sir...vry nice music direction
Bihu buli kle somuh axomiya raij boliya... Aei gan tu bhut duniya lgise oo xuni
bohut bohut val hoise...krisna da and dipleenaba
Really very good song it has taken me to my pretty teenage thanks to both singers i hope we will listen this kind of song again
ati hundr hoise Dada👌apunar bihu vl lge bhut,,, akdm bihu bihu lgi goise gat💃💃
Mur fvrt singer..
Kirsna moni da bohut dinor murt apunar gaan huniboloi pai bohut val lagil...agoloiu eidore pam buli akha korilu....
Bohut bhal lagil krisno da
দাদা, বহুত অপেক্ষা আছিল আপোনাৰ। বৰ ভাল লাগিল আপোনাক দেখি। গান টিৰ বিষয়ে কি লিখিম। আগৰ নিচিনাই, এবাৰ শুনিলে এশ বাৰ শুনিব মন যায়। সঁচা কবলৈ গলে বিহু আপোনাৰ মুখত হে আছে।
@rinadevroy4160
Жыл бұрын
Gb
এনেকৈ আৰু আশা কৰো লগতে যোজনাৰ ছোৱালী জনীৰ ভংগীমাও ভাল হৈছে
বহুত ভাল লাগিল কৃষ্ণ দা
bohut bohut bohut bohut bohut vl lagil......
@dibyajyotigogoi6423
3 жыл бұрын
Hii
@dibyajyotigogoi6423
3 жыл бұрын
🙋🙋🙋🙋
বাহ ভাল লাগিল ,,ধমেন্দ্র দা ধুলীয়া সাজত ভাল লাগিল ,সুন্দৰ হৈছে
যোৱা কালি উৰুকা নিশা বহুত শুনিলোঁ বহুত ভাল লাগিল
Bhut dhuniya lgse. 😍😍😍
A moja bht hundor hoise Krishnamani daa & Deeplina ba 😌😌
বৰ সুন্দৰ হৈছে, হৃদয় চুই গৈছে
Nice song aivar bihut hitttt gan hobo
Eman dhunia song atia new song ulauk
Ultimate song ❤❤👌👌🤘🤘
welcome back krishna da. 🙏
আজি সুনিলো ককাই আকৌ গানটো। জুই, ফালা ফালি হৈ গৈছে ৰাতি ভেলাঘৰ।
Bohut dinor muroit Apunar gan khunibo pai bohut val lagise Krishna moni da.....Apunar Akhah audio tuh hunisilu bohut favourite mur...👌👌👌aru anekoi aag bahi jaok....
সুন্দৰ 👌
Moja lagisa dai.....😘, Dada next aru ata gan laga apunar pora....
Khub val lgil Krishna dak bhut dinor murt dekha palu.
krishna da, diplina ba owsm song...too good.. love u..