অসুখী আৰু অসন্তুষ্ট নেতা অশোক শৰ্মা আৰু ৰাজেন গোহাঁই

অসুখী আৰু অসন্তুষ্ট নেতা অশোক শৰ্মা আৰু ৰাজেন গোহাঁই।ৰাজেন গোহাঁই আৰু অশোক শৰ্মাতকৈ দলৰ বাবে মই অধিক ত্যাগ স্বীকাৰ কৰিছোঁ।মই ২০১৫ চনৰ পৰা এতিয়ালৈ ২৪ ঘণ্টাই সময় দিছোঁ বিজেপিক।মোৰ পিছফালে বিজেপি আছে বাবে মই শক্তিশালী মন্ত্ৰী,মোৰ গুৰুত্ব আছে।দলীয় ত্যাগ স্বীকাৰৰ ওপৰতে নিৰ্ভৰ কৰে দলৰ জ্যেষ্ঠতা।মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

Пікірлер: 10

  • @dipankarsonowal5382
    @dipankarsonowal538226 күн бұрын

    জয়ন্ত চাৰ ইমান ত্যাগ স্বীকাৰ কৰিছে যে তেওঁ এতিয়া ডাল দৰিদ্ৰ অৱস্থা আৰু ৫ কেজি চাউল জয়ন্ত চাৰক দিবলৈ মামাক অনুৰোধ জনালো ।

  • @SimilarAhmed
    @SimilarAhmed27 күн бұрын

    জয়ন্ত মল্ল,এটা।,বি জে পি,ৰ কাৰণে জাবৰ হ্য়।

  • @user-uy8fy4pl1d
    @user-uy8fy4pl1d26 күн бұрын

    চিন্দিকেটৰ লীডাৰ কেইজনে পদুম গেলাই দিছে।

  • @paniramtisso2509
    @paniramtisso250926 күн бұрын

    Tene ke montoitbo dyatu hubho nohoi apunar karone aru B J P dolorbabe.

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx27 күн бұрын

    Jayanta malla Baruah da, bhal manuh hoi ne nohoi janata he parishay dibo. Teu nije nijak parishay di labh nai.

  • @chandanbora9040
    @chandanbora904027 күн бұрын

    😂😂😂😂😂😂

  • @dipankarsonowal5382
    @dipankarsonowal538226 күн бұрын

    জয়ন্ত চাৰ ইমান ত্যাগ স্বীকাৰ কৰিছে যে তেওঁ এতিয়া ডাল দৰিদ্ৰ অৱস্থা আৰু ৫ কেজি চাউল জয়ন্ত চাৰক দিবলৈ মামাক অনুৰোধ জনালো ।

Келесі