Assamese News | জাহাংগীৰ হুছেইনৰ ছিন্ন মুণ্ড বিচাৰি অভিযান। লখিমপুৰ আৰক্ষীয়ে চলাইছে অভিযান।
Assamese News | জাহাংগীৰ হুছেইনৰ ছিন্ন মুণ্ড বিচাৰি অভিযান। লখিমপুৰ আৰক্ষীয়ে চলাইছে অভিযান।
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#dhakuakhana #jahangirhussain #assampolice #news18assamnelive #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk
Пікірлер: 45
জোনমণিৰ ৰাভাৰ ক্ষেত্ৰত কিয় এইখিনি তৎপৰতা দেখা পোৱা নগল?
কাম নাই এইবিলাক কৰি আজি লৈকে চিবিআএ জুনমনি ৰাভা ক কোনে মাৰিলে কবনোআৰিলে
অপৰাধী চিনাক্ত আৰু নিশ্চিত হোৱাৰ পাছত প্ৰশাসনৰ খৰচ হোৱা সকলো ক্ষয় ক্ষতিৰ পৰিমান সুদে-মূলে অপৰাধীৰ পৰা চৰকাৰে আদায় কৰি ল'ব লাগে ।
@Borah8287
Ай бұрын
Val ktha koise apuni 👍
Jonmoni r castu ki hol
নিৰপক্ক্ষ্য তদন্ত আশা কৰিলোঁ। নৃশংস হত্যাকাৰী জোনেই নওক কিয় সেই কাল্পিতটোক অতি শীগ্ৰেই কৰায়ত্য কৰি দৃষ্টান্ত মুলক শাস্থি দিব লাগে।
😊
Axomt ki hoise eibilak😢😢
@anilgoswami2238
28 күн бұрын
"ৰত্নাকৰী কাৰবাৰ " !!!!!!!!!!
শীঘে কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক পুলিচ প্ৰশাসনে জেৰা কৰক। আবোল তাবোল কৈ, চালে বেৰে কোবালে ফল নধৰে।
Aitu political case.... Gogoi vs Muslim kajiya logaboloi korise...
কেমিকেলৰ গেলনটোত ফিঙগাৰ প্ৰিন্ট নবহিল নেকি
@amalthakuria6207
Ай бұрын
Correct question
Hello Dipankar, mur usroloi ahibi,
Atia ai bhor barikhat Kela pukhuri hise, bhaal khoob bhal parile brahmaputra hisithak bohu rohoshyo ulai poribo.
হয়তো পুখুৰীত পাব পাৰে
Assam Drishyam
Atia newst okol sunil gogoi e ulai thake.
Hello geetashri, how are you
aaEibaar Puukhoori Sisaaa Thikaa😅
Sunil aru ghainieke mili katise
Majuli nodit uluajon charaideo ajon teacher hoii
Ata kotha ke kiman bar kowa he
Sunilar tirir pokarat ,kathal ba anarash khomaba lage
Same as crime patrol
Jitna ho sake social media Se dur raho Janata ko Kah Raha Hun main bhi dur rahunga.......... Insaniyat khatm Ho Gaya Duniya Se aur jaldi yah Duniya bhi khatm ho jaega......... Baki hai do log__ Is Duniya mein aane ki.......?
Thank
বেলটো পায়েই" DN A ৰিপৰ্তটো জাহাংগীৰৰ মিতদে হলনেকী উলতা ক"ৰ মাৰিছেনেকী অ চৰকাৰে !
ৰৌ বালি জৰিত। ২ জনেকে মাৰিলে।
কাম নাই
L
Junmanir case 2 anekoi kio lagi nethakila. Gu khoa xokol
Kam nai
ইমান দিনে পুলিছে কি ছিঙি আছিল ?
আগতে ও সিচা বুলি বাতৰি সম্প্ৰচাৰিত কৰিছিল দেখোন
Junmoni Radhar kesti bondh Holl niki
Sunil gogoi mora dina kuneu jahanigiror ktha kuw nasil. Mane 1st prai ghrr mnuhe jane je jolaj dia jon jahangir hoi
Majulit jodi sunilor dedbodi pai tetiya hole rohoishya brlegjen lage kijani sunilok fosabole jahangirokmari sunilok kprobale ni marise ba pasot janibole batsairobolagibo.
ঠিক নাই আকৌ কাৰোবাক মাৰি তাৰ কাপোৰ পিন্ধাই উটাই দিব পাৰে
মোৰ ব্যক্তিগতো কথা মোৰ এটা ধাৰণা হয়,সন্দে ওপজে ,মোৰ মতে সুনিলৰ পত্নীয়ে সব গমপায় কি জানি//নহব পাৰে // জাহাঙ্গীৰ আৰু সুনিলৰ পত্নীৰ লগত কিবা পৰকীয়া লিপ্ত হোৱা দেখা পালে নেকি সুনীলে, হেই খঙতে সুনীলে জাহাঙ্গীৰ মূৰটো কাটি জ্বলাই দিলে নেকি ওচৰত সুনিলৰ চেণ্ডেল যোৰ থৈ , তাৰ পিছত সুনীলে ফাচিবো বুলি পত্নীক কলে নেকি মইততো তাক মাৰি পেলালো,এতিয়া তহঁতে কবি এইটো সুনীলৰ ডেডবডি তেতিয়া হে ৰক্ষা পাবি আৰু মই ইণ্ডিয়াৰ বাহিৰত যাওঁ পিছত আহিম। যিহেতু য়াতে থাকিলে জেল হব মোৰ , পত্নীক কৈ গলে নেকি নাটক টো কৰি থাক।
suiside koribo dhora nidie bhai