Assam: Cotton University to sell land?

Assam: Cotton University to sell land?
Watch the full clip to know more about this story.
#pragnews #assam #cottonuniversity #landsell
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Пікірлер: 115

  • @gumragpegu4306
    @gumragpegu430620 күн бұрын

    মাটি বিক্ৰী আৰু মাতৃ বিক্ৰী কৰা একেই। সেয়াই বিজেপি চৰকাৰৰ পৰিবৰ্তন। দহ বছৰে বিজেপি চৰকাৰে দেশৰ সম্পত্তি বিক্ৰী কৰি আছে। গতিকে শিক্ষানুষ্ঠানৰ মাটি বিক্ৰী কৰাটো সাধাৰণ কথা।

  • @bijusaikia5372
    @bijusaikia537220 күн бұрын

    এইটো এটা উজুহাট মাত্ৰ । মাটি যিয়েই নিকিনক সময়ত কিন্তু মালিক কোনোবা এজনেই হব । সকলোৱে জানে ।

  • @KABIR78600
    @KABIR7860020 күн бұрын

    আৰু বেছিকে (ৰাম মন্দিৰ) বা আৰু মন্দিৰ বনাওক চোন । BJP চৰকাৰ খনে এইবোৰক চকু দিব নোৱাৰে CCCC লাজ লাগিছে(দুঃখ😢) দেই এনে NEWS শুনি BJP চৰকাৰ খনৰ কোনো কাম নাই। এই চৰকাৰ খনক উফৰাই দিয়া উচিত। নহলে এই BJP চৰকাৰ খনে অসম তথা ভৰতৰ বৰ্ষ খনক বেছি পেলাব।

  • @monwarbarlaskar1793
    @monwarbarlaskar179320 күн бұрын

    গোটেই ছাত্ৰ সমাজ জোৰদাৰ আন্দোলন কৰি এনোকা লাজ লগা ঘটনাৰ বিৰুদ্ধে জোৰদাৰ আন্দোলন কৰিব লাগে

  • @hemantaborgohain4493
    @hemantaborgohain449320 күн бұрын

    কথাবোৰ বহুত বেয়াৰ দিশে গৈ আছে কিন্তু । ১৫০০/= টকীয়া বোৰেই এনে হঠকাৰী সিদ্ধান্ত লবলৈ সাহস দিছে ।

  • @aparadevisarma5797
    @aparadevisarma579720 күн бұрын

    সিতাধীকাৰী আঁচনী দিয়াতকে কটন কলেজখনধৰি ৰাখক

  • @bipuldas6466
    @bipuldas646620 күн бұрын

    Every Assamese should protest against it.

  • @jitubarman6162
    @jitubarman616220 күн бұрын

    কাৰোবাৰ ঘৈণীয়েকৰ বাবে এইবোৰ সিদ্ধান্ত লবলৈ ওলাইছে নেকি ?

  • @jibongogoi6940
    @jibongogoi694020 күн бұрын

    ৰিনিকি ভূঞা শৰ্মা ক্ দি দিব পাৰে

  • @bijusaikia5372
    @bijusaikia537219 күн бұрын

    " ভিনীয়ে মাটি বেচি হলেও বাইক কিন্তু সুখত ৰাখিছে "

  • @janardanbora2803
    @janardanbora280320 күн бұрын

    অসমৰ শিক্ষা মন্ত্ৰী জন কত মৰি আছে গৈ হয়

  • @jatindoley4002

    @jatindoley4002

    20 күн бұрын

    3rd class education minister.give up the education minister post to another one

  • @jireality.6377
    @jireality.637719 күн бұрын

    আমি নোৱাৰিম দক কিনিব অসমৰ একমাত্ৰ মাটি ক্ৰয় ব্যক্তিজনক খবৰ কৰক । "" দুৰ্ভাগ্য আমাৰ বাবে"

  • @JituHaloi-ln3xm
    @JituHaloi-ln3xm19 күн бұрын

    মামা-মামীৰ বাহীৰে কোনেও কিনিব নোৱাৰে ।

  • @sanjibbora1789
    @sanjibbora178920 күн бұрын

    চৰু বেছি ভাত খোৱা চৰকাৰে কি অন্য প্ৰাণীৰ মুখত আহাৰ যোগান ধৰিব।বিশ্ববিদ্যালয় ৰ ছোৱালী সকলক পাৰিলে চৰকাৰে 1250/, আৰু লৰা 250/ কৈ দিব হে চেষ্টা কৰিব।

  • @indirabaruah8033

    @indirabaruah8033

    20 күн бұрын

    100% right.

  • @ramdhenu578
    @ramdhenu57820 күн бұрын

    মামায়ে কটনক University বনোৱা পৰা অধপতনে গৈছে। Result টো Stand নকৰায়ে হ'ল

  • @janardanbora2803

    @janardanbora2803

    20 күн бұрын

    অসমৰ শিক্ষা বিভাগ কত মৰি আছে গৈ শিক্ষা মন্তিয়ে অতি হুনকলে পদত্যাগ কৰিব লাগে তেওঁ থাকি একো লাভ নাই

  • @p.musicgo1658
    @p.musicgo165820 күн бұрын

    BJP Go back....

  • @tilokgogoi5847
    @tilokgogoi584719 күн бұрын

    ঘৰখনৰ মূৰব্বী জনে ঘৰ চলাব নোৱাৰিলে আত্মসমৰ্পন কৰিব লাগে।স্থাৱৰ সম্পত্তি লৈ চকু ফুৰাব নালাগে।

  • @amarjeetkalita360
    @amarjeetkalita36020 күн бұрын

    Kidney ketiya bikibo dada hei2 breaking news 2 sonkle dile val palu hoi

  • @user-mz4cs2qu3l
    @user-mz4cs2qu3l20 күн бұрын

    কটনৰ মাটি বিক্ৰী কৰিবলৈ যিখন কমিটিয়ে সিদ্ধান্ত লৈছে মাটি খিনি সিহঁতৰ বাপেকৰ সম্পত্তি আছিল নেকি?

  • @cinematictravel4522
    @cinematictravel452219 күн бұрын

    World worst education minister,,,dhui

  • @kardongjyotisri9773
    @kardongjyotisri977320 күн бұрын

    কেলেই তেওঁলোকে মাটি বিক্ৰী কৰিব পাৰিব। Student সকলে ধৰনা দিব লাগে।

  • @ManjuPhukon-nc9cn
    @ManjuPhukon-nc9cn20 күн бұрын

    কটন বিশ্ববিদ্যালয়ে এবাৰ যেনিবা মাটি বিক্রী কৰিলে, তাৰ পিছত কি বিক্রী কৰিব ?শিক্ষানুষ্ঠান এখন দুদিনৰ অনুস্থান নহয় ।দুখ লগা বাতৰি ।চৰকাৰে সঠিক সিদ্ধান্ত গ্ৰহণ কৰি অনুস্থান খনি ৰক্ষা কৰে যেন

  • @tankswargohain6701
    @tankswargohain670117 күн бұрын

    মাটি বিক্ৰী কৰিব নালাগে, চৰকাৰে বিশ্ববিদ্যালয় খনক আথিক ভাবে সহায় কৰিব লাগে। কিয়নো এবাৰ এনে সিদ্ধান্তই ভবিষ্যত ডাঙৰ প্ৰভাৱ পৰিব।

  • @jyotishmansportschannel5948
    @jyotishmansportschannel594820 күн бұрын

    পাগল চৰকাৰৰ সিদ্ধান্তক সকলো লোক দল সংগঠন ওলাই আহি বাধা দিব লাগে।

  • @user-ko9ie1gk9s
    @user-ko9ie1gk9s20 күн бұрын

    চৰকাৰখন জীয়াই আছে নে মৰিলে?মুখমন্ত্ৰী,শিক্ষামন্ত্ৰীয়ে দেখোন তাতে পঢ়া বুলি কয়।এতিয়া তেওঁলোকৰ লাজ নালাগিবনে?

  • @lifeofafouji1264
    @lifeofafouji126419 күн бұрын

    That's called development

  • @subhashsut2215
    @subhashsut221517 күн бұрын

    এয়া এটা ভয়ঙক আৰু লাজ লগা খবৰ অসমৰ বাবে ।

  • @manojtalukdar6647
    @manojtalukdar664719 күн бұрын

    সাৱধান হ'বৰ হ'ল 🙏🙏🙏

  • @jaychankarboro4439
    @jaychankarboro443919 күн бұрын

    Why people will vote for BJP? All are requested to think of this.

  • @linadutta9905
    @linadutta990519 күн бұрын

    Panbazar khon kak lage ..... medical College khon gol

  • @promudborgohain7920
    @promudborgohain792019 күн бұрын

    জাতিয় সংগঠনৰ নেতা বিলাকে এই খবৰ পাই নে???

  • @namalchbasumatary577
    @namalchbasumatary57719 күн бұрын

    Why Assamese people are considering HBS/BJP Govt.

  • @Bg22224
    @Bg2222420 күн бұрын

    মাটি খিনি মামীৰ পচন্দ হৈছে চাগে

  • @gutungdipakpegu2134
    @gutungdipakpegu213417 күн бұрын

    আৰু কি কি বিক্ৰি, ব্যক্তিগতকৰণ কৰিব ,কৰা হ'ব এই বোৰ কথাও প্ৰকাশ কৰা হ‌ওক ।

  • @nirmalimalakar2364
    @nirmalimalakar236420 күн бұрын

    College hisape eta high reputation thokar pisoto University loi upgrade koratoei adil wrong decission.

  • @durlovkalita7343
    @durlovkalita734320 күн бұрын

    We should avoid bad BJP

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j20 күн бұрын

    ২০২৬ ত ইয়াৰ উত্তৰ দিব ৰাইজে ৷ আমাৰ মানুহ সোপাই সময়ত কথাবোৰ পাহৰি যায়। সেইটোৱে ডাঙৰ প্ৰব্লেম ৷ ইলেকচন গ’ল সাংবাদিকে এতিয়াহে গম পালে ৷

  • @anitadutta7582

    @anitadutta7582

    20 күн бұрын

    Kot dibo pahori jabo. Guwahatir assomiya aru Assomr assomiy , Assom aru assomiya r karone nohoi. Nijok ketiabei pahorile.

  • @JJB-uc5ev
    @JJB-uc5ev19 күн бұрын

    Arunudoi dibole, free sawul dibole sorkaror poisa ulai. Kintu university/Education r khetrot poisa nai

  • @DILIPBORI-ck8mu
    @DILIPBORI-ck8mu19 күн бұрын

    বিজেপি হিমন্তই কি ভাবে।

  • @linadutta9905
    @linadutta990519 күн бұрын

    Bodmasi

  • @kamalkumargogoi5137
    @kamalkumargogoi513720 күн бұрын

    Assam ot aru ki ki bikibole asegoi..?

  • @ajitgogoi6878
    @ajitgogoi687819 күн бұрын

    এইবোৰ সিদ্ধান্ত ভাল হোৱা নাই।

  • @duluduttadulu2138
    @duluduttadulu213820 күн бұрын

    বিজেপি চৰকাৰ খন অসমৰ ৰাইজে কি কাৰণে পাতিছিল ঐ এতিয়া নিজৰ থকা মাটি খিনিও এৰি দিব লাগিব আৰু বেছিদিন নাই ঐ

  • @bishallahkar4517
    @bishallahkar451719 күн бұрын

    Aru vote de tohot BJP K

  • @anilhazarika8872
    @anilhazarika887220 күн бұрын

    দেশৰ বাবে লজ্জাজনক হব।

  • @linadutta9905
    @linadutta990519 күн бұрын

    Panbazar khon kak lage seituhe asol question., medical College khon gol

  • @user-uy8fy4pl1d
    @user-uy8fy4pl1d20 күн бұрын

    ডক্টৰেট ডিগ্ৰী ধাৰি মুখ্যমন্ত্ৰীৰ শাসনত কটনৰ মাটি বিক্ৰী হবলৈ গৈ আছে! দক্ষ মুখ্যমন্ত্ৰীৰ এয়া কাম নেকি? থুই.........

  • @SD-ff1wc

    @SD-ff1wc

    20 күн бұрын

    ডক্টৰেটৰ ওপৰত তেওঁ বৰ্তমান তেওঁৰ ডিগ্ৰী “ডিক্টেটৰ“৷

  • @aparajitatamuli7273
    @aparajitatamuli727320 күн бұрын

    Ccccccc অতি লাজ লগা কথা ৰাজ্যৰ বাসীৰ বাবে,সকলোৱে প্ৰতিবাদ কৰিব লাগে

  • @chitrakumarhazarika6622
    @chitrakumarhazarika662220 күн бұрын

    তীব্ৰ প্ৰতিবাদ হ'ব লাগে। আচৰিত কথা।

  • @bhabanikumar7230
    @bhabanikumar723020 күн бұрын

    Evry cottonian should protest against that metter

  • @NirjumoniDuttaBharali
    @NirjumoniDuttaBharali20 күн бұрын

    Very sad news

  • @rupakkumarojah1343
    @rupakkumarojah134320 күн бұрын

    Uf ki je hobo.enekua din ahibo buli voba nacilu.amar assam khn emn tolale gol ne.

  • @gauravborgohain3874
    @gauravborgohain387419 күн бұрын

    Cm go back

  • @rajib457
    @rajib45720 күн бұрын

    aru ki nokora mama

  • @manujkumarbora8901
    @manujkumarbora890120 күн бұрын

    Sob jabo axomr atiyau jodi amar axomiya manuh khiniye vabi nesai ketiyao huna puwa nasilu dei bor dukhor ktha

  • @kulodharborah9285
    @kulodharborah928520 күн бұрын

    মন্দিৰৰ ত থকা টকা বোৰ এতিয়া কি কৰিব ? এতিয়া মন্দিৰ বিলাকৰ পৰা ল'ব লাগে।

  • @mukulbaruah1833

    @mukulbaruah1833

    20 күн бұрын

    Kuladhar Bora Mondirar Dhon r uparat kebol sayambhu eswar Bamunr he adhikar asey,apuni moi kebol Ghanta bojai vikkhari hom aru Bamun kutipati,arobpati habo.

  • @user-ei5wy4tr8r
    @user-ei5wy4tr8r20 күн бұрын

    Mati sage mami e kinibo

  • @utpalboraa9484
    @utpalboraa948419 күн бұрын

    education minister buba hol ne ki?

  • @information4uvictorragnork617
    @information4uvictorragnork61718 күн бұрын

    aru bjp k vote de hemanta biswa sarma r dore bodmas nai

  • @gauravchoudhury8693
    @gauravchoudhury869320 күн бұрын

    Boniar onkoo Xomot hoise bakoi 😢

  • @aktarkhan5096
    @aktarkhan509620 күн бұрын

    Mati mami kinibo nki ?

  • @minakshimahanta8687
    @minakshimahanta868719 күн бұрын

    Aru kimn praman lage SAMUSERE d BELSA Mari Loise...

  • @user-kj5xz7jy9g
    @user-kj5xz7jy9g20 күн бұрын

    Mama kineb ne.......😅

  • @chrismartin1231
    @chrismartin123120 күн бұрын

    Stop spending money on useless rallies and events. Shame!

  • @chrismartin1231

    @chrismartin1231

    20 күн бұрын

    TRILLIONS OF DOLLARS SPENT ON ELECTIONS BUT NONE LEFT FOR EDUCATION. SHAME AGAIN.

  • @vic49759
    @vic4975920 күн бұрын

    Very nice. I like it. 👍

  • @ilovemybharatdesh5697
    @ilovemybharatdesh569720 күн бұрын

    Vir Lashit Sena, AASU, Yubo Chatra Parisod .....?

  • @HaveAGreatXay

    @HaveAGreatXay

    10 күн бұрын

    sobei dhongxo korile cotton'k. ihotor student politics'r dadagirir karone val students bur axomot nothoka hol

  • @user-zk4ns4th1l
    @user-zk4ns4th1l20 күн бұрын

    Kyo Mati bikri koribo Lage?

  • @borchetia
    @borchetia20 күн бұрын

    লাভ নাই,, দেশ উন্নতিৰ পথত

  • @PutoliGogoi-fp7dz
    @PutoliGogoi-fp7dz18 күн бұрын

    অসম চৰকাৰ ৰখাতলে গল

  • @ranjitkalita2558
    @ranjitkalita255820 күн бұрын

    পৰিবৰ্তন বিজেপি চৰকাৰৰ এইবোৰ পৰিবৰ্তন।

  • @mukulbaruah1833
    @mukulbaruah183320 күн бұрын

    Cotton College r mati Axomr main Lakhpati baideo goraki a kiniba jen paisu.

  • @ArunKumar-kl2jw
    @ArunKumar-kl2jw20 күн бұрын

    যি বিলাক মানুহে বিজেপিৰ বিৰুদ্ধে মুখ মেলি আছে, হিমন্তবিশ্বই সেই সকলোকে ১২৫০ টকাৰ অৰুণোদয়ৰ সোপা দিয়ক। যাৰ মুখ খন বেছি বহল ১২৫০ টকাতকৈও ডাঙৰ সোপা দিয়ক। তেতিয়া আৰু চিন্তা নাই, মুখ মেলিব নোৱাৰিব। ইমান বেয়া মানুহ বোৰ নহয়নে? পাব নহয় তেতিয়া মজাটো। হাঃ হাঃ হাঃ .......

  • @luhitkumarbora809
    @luhitkumarbora80920 күн бұрын

    Joysagar Shah?

  • @madhujyagogoi8793
    @madhujyagogoi879320 күн бұрын

    লাজ লগা কথা হৈছে।

  • @bapanrajbongshi6637
    @bapanrajbongshi663720 күн бұрын

    যোশোদাবেন মোদী ,নৰেন্দ্ৰ মোদীৰ পত্নী আছিল । তেখেত এগৰাকী শিক্ষয়িত্ৰী আছিল । মোদীৰ লগত পত্নী নাথাকে। মোদী বৰ বেয়া মনৰ মানুহ , সেই কাৰণে ভাৰতবৰ্ষত স্কুল, কলেজ এইবিলাক বন্ধ কৰি আছে।

  • @prabin_brahma
    @prabin_brahma20 күн бұрын

    Atu kanone Assam ot manu aru BJP bahal pai Boriya ❤ u mama

  • @hickhemoff6245
    @hickhemoff624520 күн бұрын

    Sarkar G Koraye Bhalor Karone Koraye Ami Ako Himantak Vote Dim 2026t

  • @MunmiKakatimedhi
    @MunmiKakatimedhi20 күн бұрын

    Dukh laga kotha ....assam emn durvikshya hoise .... cotton university bikri kori khabo loga hoise

  • @gogoiready6853
    @gogoiready685320 күн бұрын

    Haha sarkar r onumoti obhione mati biki kribo dom asa ne ha... Sob politics..... Tat atya flat bnabo kar flat hbo sobe jnibo..

  • @DaisyBaruah-jr9jl
    @DaisyBaruah-jr9jl20 күн бұрын

    ''Cottonian hoi tibra gori hona disu

  • @lakhyajyotibaruah240
    @lakhyajyotibaruah24019 күн бұрын

    অসম শেষ আৰু

  • @AS16KVLOGS
    @AS16KVLOGS19 күн бұрын

    Sob hemonto er chal 😂😂

  • @himangshuhibora1596
    @himangshuhibora159620 күн бұрын

    Aru BJP k vote dibi paiso

  • @apurbadas4151
    @apurbadas415120 күн бұрын

    চৰকাৰে বিক্রি কৰিব পাৰে নেকি কোন মূৰ্খ সেইকেইটা??? কিয় তাত ছাত্ৰ একতা সভা খন গাণ্ড মাৰিবলৈ গঠন হৈছিল??? লাজ পাই কেছ কৰিব 😁😁😁

  • @user-lc6rb2pb1q
    @user-lc6rb2pb1q20 күн бұрын

    Take. Koi. Poripoton. Sorkar😂

  • @prabin_brahma
    @prabin_brahma20 күн бұрын

    Boriya sob bikri kori kowa

  • @sankarmitra1044
    @sankarmitra104420 күн бұрын

    This is an example only which clearly indicates that this Govt. Will sell the entire Axom as well as people of Axom. Entire people of Axom should stand against this illegal approach of Himanta govt. BJP murdabad and go back from Axom.

  • @BinapaniKalita-tm4rc
    @BinapaniKalita-tm4rc19 күн бұрын

    Mami a lob mati khini ako nohai da

  • @palpaldilkepas3566
    @palpaldilkepas356620 күн бұрын

    সুন্দৰ পদক্ষেপ । জনতাৰ উন্নতিহে লাগে, মাতি নহয় ।

  • @nivasaikia2249
    @nivasaikia224918 күн бұрын

    Bjp go bsck

  • @latifali9650
    @latifali965020 күн бұрын

    Joi Himanta jai modi

  • @dandiram4545
    @dandiram454520 күн бұрын

    Joy joy hbarat mata ki joy , Assam ki bikash

  • @ruralstarvlog
    @ruralstarvlog20 күн бұрын

    Akoi ebar BJP SARKAR

  • @ranjanray8182
    @ranjanray818220 күн бұрын

    Bjp jindabad jindabad

  • @TCF573
    @TCF57320 күн бұрын

    Si si laj loga khobor 😅😅pise matikhini . Riniki yei lobo sage nohoi 😅

  • @Sksjhdebsbsgs
    @Sksjhdebsbsgs19 күн бұрын

    আৰু বেয়া দিন আহক সেয়াই কামনা করো 😡😡 ।

  • @lastbreathff2136
    @lastbreathff213620 күн бұрын

    Mandir bonabo Toka thky kintu coton or Dory oitihakihik colage or karone sarkar tat poisa ni dukh loga kotha bohut 😢

  • @aaronbaro9233
    @aaronbaro923320 күн бұрын

    Konei kinib riniki bhuya ne adani amnbani😅😅😅😅😅bjp ki din me I sb brbaad ho gaya

  • @mukulbaruah1833
    @mukulbaruah183320 күн бұрын

    Bjp hol khilonjia birudhi, kheibabe Bjp a Sikssa bibhag ses kari khilonjiak sakor ( Gulam) bonaba bisarise. Bjp aru Rss r mul bisardhara hol Sikssa bibhag ses kora.

  • @promudborgohain7920
    @promudborgohain792019 күн бұрын

    জাতিয় সংগঠনৰ নেতা বিলাকে এই খবৰ পাই নে???

Келесі