অসমৰ অৰ্কিড মানৱ শ্ৰীযুত টংকেশ্বৰ দলৈ/ Orchids/কপৌফুল/বহাগ বিহু

নমস্কাৰ গ্ৰহণ কৰিব। এই video টোত মই আপোনালোকক এনে এজন‌ ব্যক্তিৰ সৈতে চিনাকি কৰাই দিবলৈ ওলাইছো, যিজনে প্ৰায় ৩০ বছৰ ধৰি প্ৰায় ১৪০ বিধ থলুৱা অৰ্কিডৰ সংৰক্ষণ কৰি আহিছে । আৰু ইয়াৰ উপৰিও তেখেতে ঘৰৰ বাৰীত আমাৰ অসমীয়া সমাজৰ পৰা হেৰাই যাবলৈ ধৰা কেতেকীফুল, কৌপাত আদিৰো সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিছে । আৰু তাকেই আমি আপোনালোকৰ আগত সংক্ষেপে উপস্থাপন কৰিবৰ বাবে চেষ্টা কৰিছো । আশা কৰো আপোনালোকে এই ক্ষুদ্ৰ প্ৰচেষ্টাটোক আকোঁৱালি ল'ব ।
ধন্যবাদ
শ্ৰীযুত টংকেশ্বৰ দলৈ
ঠিকনা- নলনিপাম, ধেমাজি
যোগাযোগ-8011918033
----------------------------------------------------------------------------------
in this video
Music by / ikson
Track - Shore [Official]
Music Provided by Ikson®
Listen: • #199 Shore (Official)
Orchids
কপৌফুল
বহাগ বিহু
ৰঙালী বিহু
assamese gardening
how to care plant in assamese

Пікірлер: 135

  • @AchiniBoruah
    @AchiniBoruah2 ай бұрын

    Address ---ধেমাজি, নলনিপাম Phone no--80119 18033

  • @AnkurjDeka
    @AnkurjDekaАй бұрын

    ❤i love gardening❤

  • @indramalatigogoi8395
    @indramalatigogoi8395 Жыл бұрын

    বৰুৱা আজি দাদাৰ ওচৰ গৈ আহিলো,বহুত পুলি কিনি আনিলো লগতে ফাৰ্ণ কিনি আনিলো ,আপোনাক বহুত বহুত ধন্যবাদ চিনাকি কৰাই দিয়াৰ বাবে ,দলৈদা মানুহজন ইমান সহজ সৰল ,তেওঁৰ পত্নী আৰু পুতেকজনো বহুত ভাল ,পুনৰ যাম বুলি কথা দি আহিলো

  • @AchiniBoruah

    @AchiniBoruah

    Жыл бұрын

    আপুনি উপকৃত হ'ল বুলি জানিব পাৰি নথৈ আনন্দিত হলো 🙏

  • @ajoyhazarika71
    @ajoyhazarika71 Жыл бұрын

    বৰ সুন্দৰ প্ৰচেষ্টা তেখেতৰ 👏

  • @anjalideori
    @anjalideoriАй бұрын

    Bohut bohut val lagil thank you🙏

  • @JITABARKAKATI
    @JITABARKAKATI2 ай бұрын

    ভাল লাগিল

  • @anupomawonderfuldas1031
    @anupomawonderfuldas1031 Жыл бұрын

    বৰ সুন্দৰ

  • @user-ow1to8se4w
    @user-ow1to8se4w2 ай бұрын

    Beautiful ❤️❤❤❤

  • @Queenpallabisvlogs
    @Queenpallabisvlogs2 ай бұрын

    বৰ ধুনীয়া কপৌফুল ৰ বাৰি খন❤

  • @rsbblogs9126
    @rsbblogs9126Ай бұрын

    Ai sob o koppu phul niki😮 aji he gom palu thanks ❤❤❤

  • @user-fx4pl3ib1r
    @user-fx4pl3ib1rАй бұрын

    Beautiful😍😍

  • @smritigogoi
    @smritigogoiАй бұрын

    Hundor 🌸🌺

  • @christinamarak6097
    @christinamarak60972 ай бұрын

    Nice Sir

  • @kabitahazarika7624
    @kabitahazarika7624 Жыл бұрын

    Nice

  • @bibhabodo3919
    @bibhabodo3919 Жыл бұрын

    Emn bhal lagile sai mur tat thoka fool keita dekhi aru besi bhal lagile

  • @user-up1qj5gi3v
    @user-up1qj5gi3v2 ай бұрын

    বৰ সুন্দৰ লাগিছে

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    ধন্যবাদ 🙏

  • @AnkurjyotiGogoi-mh2pc
    @AnkurjyotiGogoi-mh2pc2 ай бұрын

    2023 r video aji viral hoise i ki asorit 😢

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    Haha কি কৰিবা বিধিৰ বিধান😂

  • @GodAvi92
    @GodAvi922 ай бұрын

    Bor sundor ❤️❤️❤️❤️❤️❤️❤️

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    ধন্যবাদ

  • @pulamachetia1547
    @pulamachetia15472 ай бұрын

    দেখি ভাল পালোঁ ।ইমান অৰ্কিড ৰ প্ৰজাতি আছে

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    ধন্যবাদ

  • @reenabaruahapol.sciencepro2999
    @reenabaruahapol.sciencepro2999 Жыл бұрын

    কি যে সুন্দৰ!!!!!!!!!!!!!

  • @AchiniBoruah

    @AchiniBoruah

    Жыл бұрын

    আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাটোক আকোঁৱালি লোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ বাইদেউ 🙏🙏

  • @sanr2512
    @sanr25123 ай бұрын

    সংৰক্ষণ কৰাৰ বাবে ধন্যবাদ ❤

  • @ridipduarah1427
    @ridipduarah1427 Жыл бұрын

    বহুত ভাল লাগিল ।

  • @AchiniBoruah

    @AchiniBoruah

    Жыл бұрын

    ধন্যবাদ

  • @ridipduarah1427
    @ridipduarah1427 Жыл бұрын

    অতি সুন্দৰ লাগিছে নাৰ্চেৰী খন ।🙏🙏

  • @AchiniBoruah

    @AchiniBoruah

    Жыл бұрын

    ধন্যবাদ 🙏

  • @arindamdekaartandmusic4505
    @arindamdekaartandmusic4505 Жыл бұрын

    Mjjaa lgil

  • @AchiniBoruah

    @AchiniBoruah

    Жыл бұрын

    Thank you

  • @jitenjaan370
    @jitenjaan3702 ай бұрын

    Moza

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    Thanks

  • @dhrubabarman4600
    @dhrubabarman4600Ай бұрын

    Really I appreciate his work and dedication ❤❤❤ Bohut val lagil

  • @AchiniBoruah

    @AchiniBoruah

    Ай бұрын

    🙏

  • @indramalatigogoi8395
    @indramalatigogoi8395 Жыл бұрын

    ভিদিঅটো বহুত ভাল লাগিল ,দলৈদাৰ লগত আজি কথা পাতিলো লগতে তেওঁৰ ওচৰলৈ গৈ ফুল আনিম বুলিও জনালোঁ … আপোনাক অশেষ ধন্যবাদ ভিদিঅৰ জৰিয়তে চিনাকি কৰাই দিয়াৰ বাবে

  • @AchiniBoruah

    @AchiniBoruah

    Жыл бұрын

    আপুনি উপকৃত হ'ল বুলি গম পাই নথৈ আনন্দিত হলো

  • @junubora2324
    @junubora2324 Жыл бұрын

    Hundar

  • @AchiniBoruah

    @AchiniBoruah

    Жыл бұрын

    ধন্যবাদ

  • @gayatridevi6960
    @gayatridevi69602 ай бұрын

    ভাল লাগিল মোৰ ঘৰত ও 4 বিধ আছে। ধন্যবাদ ।

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    অ হয় নেকি, বহুত ভাল লাগিল শুনি

  • @gayatrigohain6485
    @gayatrigohain64852 ай бұрын

    Boga jupa Amar ghorot ase dada

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    অ হয় নেকি?? দিবা দেই

  • @jyotsnadehingia5436
    @jyotsnadehingia5436 Жыл бұрын

    বহুত ধূনীয়া লাগিলে ফুল বোৰ

  • @AchiniBoruah

    @AchiniBoruah

    Жыл бұрын

    ধন্যবাদ

  • @jyotsnadehingia5436

    @jyotsnadehingia5436

    Жыл бұрын

    @@AchiniBoruah আপোনাৰ ঠাই দুখৰৰ নাম কি বাৰু

  • @mrd870
    @mrd870 Жыл бұрын

    Moyo bohut val paw. Amar ear jangal ot bisari thako

  • @AchiniBoruah

    @AchiniBoruah

    Жыл бұрын

    অ হয় নেকি?? ভাল ভাল collection কৰি থাকা

  • @utpalutpal3983

    @utpalutpal3983

    Жыл бұрын

    kio collect kribo jonghol pora Natural habitat r pora uthai onatu oporadh

  • @barnalinainavlog5903
    @barnalinainavlog5903 Жыл бұрын

    বহুত বেছি ভাল লাগিল ফুলবোৰ। নতুন friend হলো দেই। আশা কৰোঁ মোকো আগবাঢ়ি যোৱাত নিশ্চয় সহায় কৰিব

  • @AchiniBoruah

    @AchiniBoruah

    Жыл бұрын

    ধন্যবাদ দেই বাইদেউ,,,,আপোনিও আগুৱাই যাওক তাৰে কামনা কৰিছো

  • @bibhabodo3919
    @bibhabodo3919 Жыл бұрын

    Amar tat ase yare tinita prajati

  • @moloyaborkotoky2818
    @moloyaborkotoky2818 Жыл бұрын

    Ami Dhemaji t asilu 6 yrs , tetiya tekhet e ei kam tu start korisil , moi o.loisilu teo r pora , Plz tekhet r logot jugajug koriboloi Ph no tu pam ne ? Dr Borkataky buli kole chini pabo nischoi .

  • @AchiniBoruah

    @AchiniBoruah

    Жыл бұрын

    অ হয় নেকি? আপোনাৰ কথাষাৰ শুনি বহুত ভাল লাগিল । আপুনি এইটো নম্বৰত যোগাযোগ কৰক 80119 18033

  • @kalpajyotisaikia5385
    @kalpajyotisaikia53854 ай бұрын

    বগা মোৰ. লগতে আছে কিন্তু মই নতুন কে লগাইছো হে এজোপা😊😊

  • @AchiniBoruah

    @AchiniBoruah

    4 ай бұрын

    মোকো এজোপা লৈ দিব পাৰিবা নেকি??

  • @chumpigayan6850
    @chumpigayan6850 Жыл бұрын

    Dhemaji kun jega t ase nu nursery khon

  • @AchiniBoruah

    @AchiniBoruah

    Жыл бұрын

    ধেমাজিৰ নলনিপামত

  • @mondakinisonowal9191
    @mondakinisonowal9191Ай бұрын

    Owao 140!! Ami baru kinibo paru ne? Kenekoi janabosun.

  • @AchiniBoruah

    @AchiniBoruah

    Ай бұрын

    পাৰিব । তাতে contact no দিয়া আছে

  • @bharotiphukan8488
    @bharotiphukan8488 Жыл бұрын

    বহুত সুন্দৰ। আপোনাৰ ম'বাইল নাম্বাৰ টো দিবচোন

  • @ShreeyanshRao
    @ShreeyanshRao2 ай бұрын

    Dhekiya gos kot kenekoi pam , apunar phn nos dibo. Muk dutaman projati lage.plz jonabo add tu dibo epak goi ahim .

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    80119 18033 Dhemaji Nalanipam address tu

  • @pranjalkalita4477
    @pranjalkalita44773 ай бұрын

    Mok Kopou phool lage.urgent. dist.Bongaigaon .dbo paribo nki eikedin t.

  • @AchiniBoruah

    @AchiniBoruah

    3 ай бұрын

    আপুনি ফোন এটা কৰি চাবচোন তেখেতক 80119 18033

  • @nkbodosa1839
    @nkbodosa1839 Жыл бұрын

    Did he sell orchid

  • @AchiniBoruah

    @AchiniBoruah

    Жыл бұрын

    Yes....you can contact him.

  • @DEADLYgamming
    @DEADLYgamming2 ай бұрын

    ঠাই খন ক'ত

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    Dhemaji

  • @Queenpallabisvlogs
    @Queenpallabisvlogs2 ай бұрын

    মোৰ ৩ প্ৰজাতিৰ আছে

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    অ হয় নেকি? ভালকে ৰাখিবা দেই

  • @joyofgreenlife1683
    @joyofgreenlife16833 ай бұрын

    Val lagil bohut sai.. Tmr fb t ki buli asy account Tu koba

  • @AchiniBoruah

    @AchiniBoruah

    3 ай бұрын

    মোৰ fb নাই নহয়

  • @leenabordoloi8045
    @leenabordoloi80453 ай бұрын

    Bambow orchid common hoi .

  • @AchiniBoruah

    @AchiniBoruah

    3 ай бұрын

    Yes

  • @dhanjitblock4348
    @dhanjitblock43482 ай бұрын

    বগা কপৌ আমাৰ বহুত আছে ,মই ভূটান পাহাৰৰ এডাল গছৰ পৰা আনিছো 🎉

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    দিব পাৰিব নেকি??

  • @dhanjitblock4348

    @dhanjitblock4348

    2 ай бұрын

    @@AchiniBoruah মোৰ ঘৰ baksa mushalpur -nikashi ত , আপোনাক যদি লগে মই কিদৰে দিম বাৰু, পিছে পইচা নালাগে 🎉

  • @babyphukan3912

    @babyphukan3912

    2 ай бұрын

    Apunak kene dore contact koribo parim jonabosun?

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    ​@@dhanjitblock4348 Instagram ত‌ DM কৰিব ।‌ achini boruah বুলিয়ে আছে ।

  • @dhanjitblock4348

    @dhanjitblock4348

    2 ай бұрын

    @@babyphukan3912 phane nambar lage Jodi di dibo paro🙏🙏🙏🙏🙏

  • @aparnasengupta3593
    @aparnasengupta35932 ай бұрын

    Dada Aponar phone no.aru address tu diba. Address pale ebar Aponak lag pam,chabo jam.

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    এয়া ধেমজিৰ নলনিপামত আছে , আপুনি তেখেতৰ লগত যোগাযোগ কৰিব পাৰে 80119 18033

  • @KusumBora-ni7qq
    @KusumBora-ni7qq2 ай бұрын

    Muk patla saldhia full alp dibne

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    কোন ঠাইৰ আপুনি??

  • @adriburagohain8156
    @adriburagohain81562 ай бұрын

    ঘৰৰ ঠিকনা ??

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    Dhemaji নলনিপাম

  • @minasaikia3698
    @minasaikia36982 ай бұрын

    কি দৰে যতন লৈ নজনালে।‌মোৰ জেঠুৱা কপৌ আছে।

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    অন্য video ত কৈছে

  • @topisaikia4128
    @topisaikia41282 ай бұрын

    পুলি কিনিবলৈ মন, ঠিকনা জনাবছোন

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    Dhemaji নলনিপাম 80119 18033

  • @sharmisthasrivastava859
    @sharmisthasrivastava8592 ай бұрын

    Sir, can you send some plants to me on payment basis

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    Please contact him 80119 18033

  • @dipalisonowal2432
    @dipalisonowal24323 ай бұрын

    Kot ase nursarykhan Contract Numbertu dibosun

  • @AchiniBoruah

    @AchiniBoruah

    3 ай бұрын

    Dhemaji t ase....+918011918033

  • @Susmita_chetia
    @Susmita_chetia2 ай бұрын

    Kinibloi diye neh

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    অ পাৰিব

  • @Munus_art_and_craft
    @Munus_art_and_craft2 ай бұрын

    Kanakoi pam

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    80119 18033 contact কৰিব

  • @JITABARKAKATI
    @JITABARKAKATI2 ай бұрын

    কেতেকী ফুল ৰ পুলি পাব নেকি

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    পাব contact কৰিব 80119 18033

  • @nilarai6309
    @nilarai63092 ай бұрын

    আপুনি কপৌ বেছে নেকি

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    Video ত দেখুওৱা মানুহ জনেহে বিকে

  • @nijarabaruah2277
    @nijarabaruah22772 ай бұрын

    আপোনাৰ ঘৰ ক'ত জনাবচোন

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    মোৰ ঢকুৱাখনাত

  • @moloyaborkotoky2818
    @moloyaborkotoky2818 Жыл бұрын

    Moi bor axa kori roi asu , ph no tu dibo plz

  • @AchiniBoruah

    @AchiniBoruah

    Жыл бұрын

    নিশ্চয়

  • @purnanathborah2729
    @purnanathborah27292 ай бұрын

    গাই আৰু বলধ শব্দটো ব্যৱহাৰ নকৰিলে ভাল ৷

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    মই এজন ন শিকাৰু সেয়েহে এই ভুলটো কৰিলো তাৰ বাবে আপোনাৰ ওচৰত ক্ষমা বিচাৰিছো

  • @kakugogoi9009
    @kakugogoi9009 Жыл бұрын

    Nabar to diba sun khura jonor

  • @AchiniBoruah

    @AchiniBoruah

    Жыл бұрын

    80119 18033

  • @mayuribaruah1562
    @mayuribaruah156211 ай бұрын

    সদায় ফুলে নেকি?

  • @navajitgogoi5754

    @navajitgogoi5754

    2 ай бұрын

    Nufule

  • @rajkonwarbarnana9170
    @rajkonwarbarnana9170 Жыл бұрын

    Mur ghorot bamboo orchid aase. Tekhetor phone number aaru adress Tu jonabo parile

  • @AchiniBoruah

    @AchiniBoruah

    Жыл бұрын

    Dhemaji ৰ নলনিপামত তেখেতৰ nursery আছে । 80119 18033

  • @utpalutpal3983
    @utpalutpal39835 ай бұрын

    jodhe modhe wild orchid collect kri biki koribo nuware tu action lua hbo

  • @AchiniBoruah

    @AchiniBoruah

    5 ай бұрын

    নহয় তেখেতে নিজেই propagation কৰে আৰু সেইবোৰ হে বিক্ৰী কৰে

  • @sanr2512

    @sanr2512

    3 ай бұрын

    তেখেতে সংৰক্ষণ কৰিছে।প্ৰকৃতিত সংৰক্ষণৰ অভাৱত হেৰাই যাব দিয়া নাই।❤

  • @archanabora3774

    @archanabora3774

    2 ай бұрын

    😅😅​@@AchiniBoruah

  • @krishnadevi6209

    @krishnadevi6209

    2 ай бұрын

    tekhete bohut val kam korise... Aneke conserve korar dorkar ase bohut

  • @user-mk8lj7gq9e

    @user-mk8lj7gq9e

    2 ай бұрын

    Teo dhonkho kra nai nhy ...save he krise..

  • @renuphukon3590
    @renuphukon3590 Жыл бұрын

    মোৰ নাচনীয়ে লোৱা কপোফুল কিজোপা পুলি নাই বঢ়া কিয় ? এজোপাই আছে । কি কৰিম পৰামৰ্শ দিব ।

  • @AchiniBoruah

    @AchiniBoruah

    Жыл бұрын

    মই বৰ‌ এটা নাজানিম এইবিষয়ে। NPK spray কৰি চাওকচোন

  • @deepanjaliphukan7016
    @deepanjaliphukan7016 Жыл бұрын

    Biki Karin neki

  • @AchiniBoruah

    @AchiniBoruah

    Жыл бұрын

    হয় কৰে

  • @rupamonigogoi592
    @rupamonigogoi592Ай бұрын

    বৰ সুন্দৰ

  • @AchiniBoruah

    @AchiniBoruah

    Ай бұрын

    ধন্যবাদ

  • @topisaikia4128
    @topisaikia41282 ай бұрын

    পুলি কিনিবলৈ মন, ঠিকনা জনাবছোন

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    Dhemaji নলনিপাম

  • @topisaikia4128
    @topisaikia41282 ай бұрын

    পুলি কিনিবলৈ মন, ঠিকনা জনাবছোন

  • @AchiniBoruah

    @AchiniBoruah

    2 ай бұрын

    ধেমাজি নলনিপাম 80119 18033

Келесі