অসম আন্দোলনত জে’ল খোৱা এগৰাকী জ্যেষ্ঠ ৰাজনীতিক,মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে 'জনমত'

অসম আন্দোলনত জে’ল খোৱা এগৰাকী জ্যেষ্ঠ ৰাজনীতিক
১৬ মাহ ধৰি অসম আন্দোলনত জে’ল খাটিছিল তেওঁ
এসময়ৰ বি বৰুৱা মহাবিদ্যালয়ৰ শ্রেষ্ঠ তাৰ্কিক আছিল তেওঁ
আজি লোকসভা নিৰ্বাচনৰ প্রাৰ্থী তেওঁ
নীৰৱে, নিৰেল প্রচাৰত ব্যস্ত তেওঁ
প্রাৰ্থীগৰাকীৰ স্থিতি আৰু বয়সক লৈ ধাৰাবাহিক আক্রমণ প্রতিপক্ষৰ
প্রতিপক্ষৰ আক্রমণক মুঠেও গুৰুত্ব দিয়া নাই তেওঁ
এসময়ত দেশৰ ভিতৰতে কনিষ্ঠতম বিধায়ক আছিল তেওঁ
লোকসভাৰ দুবাৰৰ সাংসদো আছিল তেওঁ
দৰং-ওদালগুৰিৰ কংগ্রেছৰ প্রাৰ্থী মাধৱ ৰাজবংশী
আজি ‘জনমত’ত সেইগৰাকী সাংসদ প্রাৰ্থী LIVE
মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে 'জনমত'

Пікірлер: 72

  • @khargeswarbaruah8139
    @khargeswarbaruah8139Ай бұрын

    এই সকলহে প্ৰকৃত ৰাজনৈতিক নেতা যিয়ে দলৰ সুখৰ দিনতো আৰু দুখৰ দিনতো দলৰ লগত থাকে।Salute to Madhab Rajbongshi.

  • @user-lg9ry1ed4d

    @user-lg9ry1ed4d

    Ай бұрын

    Salute Madhab Rajbongshi Dada

  • @jahidulhaque8357

    @jahidulhaque8357

    Ай бұрын

    Right

  • @NARENPHUKAN

    @NARENPHUKAN

    Ай бұрын

    😊​@jahidulhaque8357 ➿ A 😊 as 😊 loop ➿

  • @user-bu2yx5ku9v
    @user-bu2yx5ku9vАй бұрын

    কথা শুনি ইমান ভাল লাগিছে, সঁচাকৈয়ে তেখেতৰ স্মৃতি শক্তি সবল হৈ আছে আজিও। আশীৰ্বাদ থাকিল। 25:40

  • @bhupendranath9600

    @bhupendranath9600

    Ай бұрын

    আপোনাৰ ৰাজনৈতিক আদৰ্শৰ কথা শুনি বহুতভাল লাগিল ৷ আপোনাক সদায় শ্ৰদ্ধাৰে সোঁৱৰি থাকিম ৷

  • @tulumonigogoi8385
    @tulumonigogoi8385Ай бұрын

    ❤ ejon upojukto sangsad....atya khub proyujon apunalukor dore gyani lukor...nohole ai sorkar khone amak bor beya koi thogise...luti nise... আপোনালৈ সন্মান আৰু শ্ৰদ্ধা উপজিছে ছাৰ। খুব ভাল লগা অনুষ্ঠান এইটো। নিতুমণি শইকীয়া ছাৰ আপুনিও আমাৰ প্ৰিয়।

  • @RudroBorua-xp2mx

    @RudroBorua-xp2mx

    Ай бұрын

    1000%right

  • @pgoswami5378
    @pgoswami5378Ай бұрын

    মাধৱ ৰাজবংশী অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এটা অতি চিনাকি নাম। তেখেতৰ নীতি আদৰ্শগত বলীষ্ঠ ৰাজনৈতিক চিন্তাৰ যথাৰ্থ মূল্যায়ন হৈ এইবাৰ বিজয়ী হোৱাৰ শুভকামনা থাকিল।

  • @gobindastidar2082
    @gobindastidar2082Ай бұрын

    কথোপকথন খিনি দেখি-শুনি লগতে ৰাজবংশী ডাঙৰীয়াৰ স্পষ্ট ৰাজনৈতিক আৰু গণতান্ত্ৰিক ভাৱৰ বিশ্লেষণাত্মক দৃষ্টি ভঙ্গী সচাকৈ অতি উচ্চ খাপৰ যিটো সকলো পৰ্যায়ৰ লোকেই বিনা দিধাই গ্ৰহণ কৰিব । তেখেত এগৰাকী সৎ ৰাজনীতিবিদ আৰু ভাল সাঙসদ ৰুপে সমাজত স্ৱীকৃত হৈ ৰ'ব । অসমৰ বাবে নিশ্চিত ভাবে তেখেত আগন্তুক লোক সভাৰ নিৰ্বাচনত বিজয়ী হোৱাটো অতি প্ৰয়োজন বুলি ভাবো।

  • @madhuphukan1718
    @madhuphukan1718Ай бұрын

    Congress jindabad

  • @kshirodnathyogi9851
    @kshirodnathyogi9851Ай бұрын

    জীৱনৰ প্ৰথম বাৰ ৰাজনৈতিক নেতাৰ জনমত শেষ কৰি চালো। আমি তেওঁৰ সমষ্টিৰে হয়। এজন ভাল মানুহ।

  • @bikicgakradgara25
    @bikicgakradgara25Ай бұрын

    আচৰিত স্মৃতি শক্তিৰ

  • @arupjyoti6084
    @arupjyoti6084Ай бұрын

    ১০০% সত্য কথা কৈছে । এনে ব্যক্তিত্বৰ ৰাজনীতি কৰা ব্যক্তি বৰ্ত্তমান নাই, দুৰ্ভাগ্য কিযে হব ভবিষ্যত !

  • @PradipBaruah-td7xi
    @PradipBaruah-td7xiАй бұрын

    ৰাজবংশীৰ দৰে লোক জয়ী হোৱাতো দেশৰ কাৰণে প্ৰয়োজনীয়।

  • @bhogendrapagag245

    @bhogendrapagag245

    Ай бұрын

    1:02:52

  • @bhogendrapagag245

    @bhogendrapagag245

    Ай бұрын

    Bhal manuhar bhal kotha .Aadarshabadi neta. Bhal lagil.

  • @arabindakrnath4326

    @arabindakrnath4326

    Ай бұрын

    13:20 13:20

  • @mohidulislam4707
    @mohidulislam4707Ай бұрын

    মই আচৰিত ইমান তাৰিখ বোৰ কেনেকৈ মনত ৰাখিব পৰিছে

  • @lilimai43
    @lilimai43Ай бұрын

    Bhut val manuh raj bangsi

  • @MAINULHOQUE-cc8fi
    @MAINULHOQUE-cc8fiАй бұрын

    Joi Madhab Rajbongshi.

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4goАй бұрын

    মই হীৰালাল পাটোৱাৰীৰ ওচৰত বাসিন্দা,তেখেত ঢুকাইতে মঈলদৈত প্ৰথম আন্দোলন হৈছিল,পিইউৰ ছাত্র,জেলৰ ভাত খাইছিলো,আজিও পাহৰা নাই প্ৰফুল্ল মহন্ত বাহিনীক এক নং ঢোকাবাজ অসমীয়াৰ,নিৰিশ লোক ঢুকাল,দুশ কোটি অভাৰ ড্ৰাফ,দশ বছৰ চাকৰি বন্ধ অসমত চুক্তি কৰিছিল,বিদেশী এজনো নগল,হায়,সুবিধাবাদী

  • @probhawotiboruah586
    @probhawotiboruah586Ай бұрын

    ❤মাধৱ ৰাজবংশী ডাঙৰীয়ালৈ অশেষ ধন্যবাদ ইমান সহজ সৰল আদৰ্শ স্থিতপজ্ঞ লোক ভগৱান নিশ্চিত ভাবে সহাই হব।

  • @NasirAli-rw9fu
    @NasirAli-rw9fuАй бұрын

    Madhab Rajbangshi Sir zindabad

  • @element8674
    @element8674Ай бұрын

    Madhab Rajbongshi Jindabad 🎊 ♥️

  • @midulhoquedeny9272
    @midulhoquedeny9272Ай бұрын

    Madhab Rajbongshi jindabad

  • @nabajyotichetia51
    @nabajyotichetia51Ай бұрын

    Madhav Rajbanshi Jindabad

  • @baharulkhandakar5811
    @baharulkhandakar5811Ай бұрын

    Man sui gol dumunichowkir pora bohot bohut khuvesya aru Maram jasilu madhab sir

  • @jdintegratedfarm6990
    @jdintegratedfarm6990Ай бұрын

    সুন্দৰ

  • @Nikita-nh5go
    @Nikita-nh5goАй бұрын

    তেওঁ আশাবোৰ পুৰণ হওক এয়ে কামনা কৰিলোঁ । লগতে বহুত বহুত শুভেচ্ছা জনালোঁ ।

  • @khargeswarbaruah8139
    @khargeswarbaruah8139Ай бұрын

    ৰাজবংশী ডাঙৰীয়াই ডিঙিত অসমীয়াৰ স্বাভিমান গামোছা খন ললে বৰ ভাল লাগিল হেঁতেন।

  • @umaroy4090

    @umaroy4090

    Ай бұрын

    Ga m osa r rajniti A ho- Mia r politics ?????!!!!!!!!!

  • @NK-activ
    @NK-activАй бұрын

    Great personality 😊

  • @user-oy7ef9tb1m
    @user-oy7ef9tb1mАй бұрын

    নিতুমনি শইকীয়া আপুনি জনমত অনুষ্ঠানত এখেতক আনি অতি সুন্দৰ কাম কৰিলে ৷ মাধৱ ৰাজবংশী মহোদয়ক নতুন প্ৰজন্মক তেখেতৰ বিষয়ে অৱগত কৰোৱাৰ বাবে আপোনাৰ শলাগ লৈছোঁ ৷ এখেত সকলৰ দৰে মূল্যবোধৰ ৰাজনৈতিক নেতাৰ সাম্প্ৰতিক সময়ত প্ৰয়োজন হৈছে ৷ মাধৱ ৰাজবংশী মহোদয় জিকিলে মানসিক শান্তি পাম !

  • @jakirali6986
    @jakirali6986Ай бұрын

    Dada anekuwa Manuh matibo lage

  • @sopiqulislam1627
    @sopiqulislam1627Ай бұрын

    Bhal lagil interview to sai

  • @narendradas5609
    @narendradas5609Ай бұрын

    Good

  • @doleysvlogs1720
    @doleysvlogs1720Ай бұрын

    Zindabad

  • @madhuphukan1718
    @madhuphukan1718Ай бұрын

    Congress win

  • @barunbarman4965
    @barunbarman4965Ай бұрын

    বুঢ়াৰ কথা নুশুনা ডেকা খালত পৰি কি কেকা অসমীয়াত কথা এষাৰ আছে

  • @LiquiD-yp6gp

    @LiquiD-yp6gp

    Ай бұрын

    Age doesn't matter kid Talent matters.

  • @ALAKESHHALOI-cm9mh
    @ALAKESHHALOI-cm9mhАй бұрын

    Rajbonshi Da saluate you and zindabad .

  • @kailashdas1140
    @kailashdas1140Ай бұрын

    Val lagil prgm2

  • @HiteshwarDas-hk5tn
    @HiteshwarDas-hk5tnАй бұрын

    Very good topic

  • @user-qm1bp7fd7j
    @user-qm1bp7fd7jАй бұрын

    বহ দিনৰ মূৰত ভাল অনুষ্ঠান এটা দৰ্শন কৰিবলৈ পালো।

  • @ritasaikia1354
    @ritasaikia1354Ай бұрын

    Amio ejon bhal sangsad bisaro

  • @charudas947
    @charudas947Ай бұрын

    Janamat chai bahut val lagil Charu das ghy

  • @kismatkour436
    @kismatkour436Ай бұрын

    Bohut Bohut Bhal Laagil

  • @akhilgoswami1140
    @akhilgoswami1140Ай бұрын

    Very gentleman knowlage person

  • @dayarambharali7710
    @dayarambharali7710Ай бұрын

    এইটো এটা উল্লেখযোগ্য জাতীয় নেতাসকলে সজাগ হৈ দেশ মাতৃক বচ্চন দিয়া হৈছিল যদিও কামত একো ভবাৰ পৰিৱৰ্তে বিপৰিত গতি কৰে আমি বোৰে সোনৰ অসম দেখা নহ'ল কিয়

  • @JyotishKumar-fz6sf
    @JyotishKumar-fz6sfАй бұрын

    Thank you

  • @prafullahazarika5789
    @prafullahazarika5789Ай бұрын

    Good .Best of luck.

  • @joyprakashtamuli4627
    @joyprakashtamuli4627Ай бұрын

    ভাল লাগিল

  • @monalishadeori8779
    @monalishadeori8779Ай бұрын

    Good sir

  • @baputibaro2582
    @baputibaro2582Ай бұрын

    We are with you pls don't divert yourself to bjp

  • @Mijanur__x
    @Mijanur__xАй бұрын

    Madhab Rajbangshi Zindabad

  • @labanyadevi3172
    @labanyadevi3172Ай бұрын

    জিন্দাবাদ মহাশয়❤❤❤

  • @RudroBorua-xp2mx
    @RudroBorua-xp2mxАй бұрын

    Hosai aji moi onutopto😂😂😂😂😂😂❤❤❤

  • @monalishasaiki7842
    @monalishasaiki7842Ай бұрын

    Teu prokrit sudokhya rajnitik neta,boyasatkoi basi nipon, active,hotash nohobo,apunar joy nicchit

  • @jetukimech3484
    @jetukimech3484Ай бұрын

    সফল হওক তাৰেই কাম না

  • @user-ux7gk1lb6b
    @user-ux7gk1lb6bАй бұрын

    BJP hatao desh bachao Modi hatao desh bachao

  • @LiquiD-yp6gp
    @LiquiD-yp6gpАй бұрын

    Madhab Rajbangshi Zindabad ❤️

  • @dilipkalita4387
    @dilipkalita4387Ай бұрын

    Sai aru shuni bhal lag8l

  • @user-oy7ef9tb1m
    @user-oy7ef9tb1mАй бұрын

    মাধৱ ৰাজবংশী জিকাটো খাতাং

  • @user-fb6ji8qi6m
    @user-fb6ji8qi6mАй бұрын

    Can't be most youngest. It should be youngest.

  • @sopiqulislam1627

    @sopiqulislam1627

    Ай бұрын

    The youngest 😂

  • @prafullabezbaruah6440
    @prafullabezbaruah6440Ай бұрын

    Madhv.R..v.

  • @apurbabhuyan8121
    @apurbabhuyan8121Ай бұрын

    Modi ❤

  • @dreamassam3344
    @dreamassam3344Ай бұрын

    CONGRESS JINDABAD

  • @SusmitaDeka-pg8ve

    @SusmitaDeka-pg8ve

    Ай бұрын

    Iam very very satisfied.

  • @bipulbhagabati8292
    @bipulbhagabati8292Ай бұрын

    Joi Madhab Rajbongshi Sir

  • @JibeswarDeka
    @JibeswarDekaАй бұрын

    Good

Келесі