অসমীয়া পুৰণি গীতৰ শৰাই
Музыка
⏹️ ⏬ অসমীয়া পুৰণি গীতৰ শৰাই ⏬ ⏹️
🔻🔻🔻🔻🔻🔻🔻🔻🔻🔻🔻🔻🔻🔻🔻
1️⃣ অ চেনাই শুনিছনে নাই 🔶 সন্ধ্যা মেনন
2️⃣ পথে পথে জোনাকে 🔶 কবিতা কৃষ্ণমূৰ্তি
3️⃣ জিলিমিলি জোনাকতে 🔶 মালবিকা বৰা
4️⃣ গাভৰু হোৱাৰে পৰা 🔶 অনিমা চৌধুৰী
5️⃣ তুমি মোৰ মৰমৰ 🔶 চাৰু গোহাঁই,সন্ধ্যা মেনন
6️⃣ লগ দিয়াৰ কথা আছিল 🔶 অনিমা চৌধুৰী
7️⃣ চিলমিল টোপনিত 🔶 সন্ধ্যা মেনন
8️⃣ বগাকৈ ধুনীয়া 🔶 মিতালী চৌধুৰী
Пікірлер: 641
এই গীতসমূহ অসমীয়া জাতিৰ প্ৰাণৰ, হৃদয়ৰ গীত। কেতিয়াও শুনি আমনি নলগা গীত।
Very nice song and sweet voice 🌹🌹❣️🌹❣️❣️🌹❣️❣️❣️🌹🌹🌹
Gaan bor xoni xasakoi bahot vl lagil.
Ki je hundar git❤❤❤hunile amoni nalage purani gitbur❤❤❤❤atia gitbur kiba katha koi
Puranik assamese git Bor bhal lage Baraboo chon thank u
ইমান সুন্দৰ ।
Really, very attractive beautiful song lyrics very nice.
সঁচাই অতুলনীয় । কি যে সুমধুৰ ।
সঁচাকৈ এতিয়াও সকলো লোকৰে মন জয় কৰিব পৰা এই গীত সমূহ। এই গীত সমূহ শুনিলেও আমনি নালাগে বৰঞ্চ মনটো আনন্দত নাচি উঠে। ভাল লাগিল
সৰুৰে পৰা ৰেডিঅ'ৰ অনুষ্ঠান-কল্পতৰু,আকৌ শুনো আহক আদিত এই গানসমূহ শুনি আবেগিক লগতে আমোদ পাইছিলো।হায়! হায়!ক'ত গ'ল সোণালী অতীত!শোকত ভাগি পৰো.....
মনে প্ৰাণে ভালপোৱা গীতবোৰ শুনিবলৈ পাই বহুত ভাল লাগিল, এনেকুৱা গীত বোৰ সদায় চিৰসেউজ হৈ থাকক সকলোৰে মাজত ।
❤❤❤ সেই অতীতৰ দিনবোৰলৈ এই গীতটো শুনিলে মনত পৰি যায় । সচাকৈ এইবোৰ গীতৰ আমেজেই বেলেগ অ । শুনিলে হেঁপাহ নপলায়
@mithuchakravarty8870
2 ай бұрын
Hoy !! Xosakoi ekmot...
@NitulSaikia-ln2bu
Ай бұрын
Good
Bohut val laga purani gunnur suni
Bohut val lagil purani gunbur suni,
পুৰণি গীতৰ মজাই বেলেগ। ভাল লাগিল শুনি।
পুৰণি গান বোৰহে শুনি ভাল লাগে।
@tikumonibarman616
Жыл бұрын
.y6
পুৰণি গীতয়ে আমাৰ অন্ত ৰ চুই যায়।
Old is Gold, so sweer👌
অতি মধুৰ গীত যাৰ ভাষা নায় । শুনিলে মন জুৰ পৰি যায়।
সচাঁকৈয়ে কিবা এটা ভাল লাগি আছে গানবোৰ শুনি শুনি। তালকদাৰক বহুত বহুত ধন্যবাদ। হেৰাই যোৱা দিনবোৰ ফিৰাই পোৱাদি পাইছো যেন লাগিছে। কন্চেপ্টটো ভাল। শঁলাগিছোদেই।
অতি সুন্দৰ গীত, শুনি ভাল লাগিল।
Mojja lage jai,,so old is Gold
ভাল লাগিছে❤️💐💐
Bijoy bhoyan,Santa Uzir,Anima Chodhury And Luna Sonuwal very very good singing.
@pabitrabaruah1996
2 жыл бұрын
Tahanir ganbore mon pran jurai niye
মন ভাল লগা গীত
ধুনীয়া লাগিছে
Bor bhal lagise.
Xosai xundor geet
@mrigendas4230
3 жыл бұрын
Bor Sundar .old is gold 👍👍👍
এই সুমধুৰ গীত বোৰ শুনিলে হীয়া হাত পৰি যায়
Bohut dhunia lagil.
বহুত ভাল লাগিল
পুৰণি গীতৰ মাদকতাই সুকীয়া । বহুত ভাল লাগিল ।
বহুত বহত ভাল লাগিছে
Amar dinor hit gan , thanks from andharpradesh nellore district ❤.
Sweets songs 👌💜💙♥️
খুব ভাল লাগিল
সুন্দৰ গীত
Bohut val lagil,
Mur priyo Geet.bohut bhal lage huni.❤
Old is gold and it's very Sweet
সদায় ভাল লাগে।
Ever green Assamese songs.👍👌
গীত বোৰ ইমান ধুনীয়া
সুন্দৰ ।
অতি সুন্দৰ ৰোমাণ্টিক গীত ।
Heart touching love you Anup Da
Hundor geet
Ati sundar song 🎶🎤🎵
Old is gold. Superb.
Bohut val lagise xuni
Puroni very mur bohut Val lage
Thanks 🙏🙏🙏🙏🙏 বহুত বহুত ধন্যবাদ ।
পুৰণি গীত শুনিলে মনটো থৌকি বাথৌ লাগে।কি যে ভাল গানবো।
Very nice collection.Old is always gold.Many many thanks sir.
Geet bure manot khuub anando diye,...thanks.
অতি সুন্দৰ
Dhunia👍
অতি সুন্দৰ গীত । শুনি থাকিলে হিয়া পৰে শীত ।।
Apunak. Axex .dhonyobad
Purani geet bore suni khube val llage. ❤❤
Hundar 👍👍
সুন্দৰ গীতৰ শৰাই
Very good song 👌
Very.nice
Bhut vl lagil
Bhal Lagise Puroni Geet Huni
Bhal lagil😂😢😮😅😊❤❤
Eman sundar geet amoni nelagei dekhun.
মজাগীত
Mojja
সচাকৈয়ে Old is Gold ❤❤❤❤❤❤❤❤
Wow what the voice.....! I also love this songs....love from sivasagar
Aapurba khub dhunia,eaiburei ami jiaai thaka personal.
প্ৰথমে আন্তৰিক ধন্যবাদ জনালো,ইমান সুন্দৰ গীত বোৰ আমাৰ সকলোৰে মাজত আকৌ এবাৰ শুনিবলৈ সুবিধা কৰি দিয়াৰ বাবে। ❤❤❤❤ প্ৰতিটো গীতেই এক অনন্য অনুপম।
bah mojja lagil xuni. bahu dinor murat xunilo aji .manat pari gol purana kathabor.
গীত সুনি গামন জুৰপৰিগল
Old is gold
Bohut val lagise.
Heart touching song
মন পৰশা হৃদয়ৰ গীত
Supper
Many many thanks for the songs
মনমোহক ।
So beautiful song
বৰ্তমান বহুত ভাল লাগিছে
অনুস্থানটিৰ সমূহ গীত উপভোগ কৰি ভাল লাগিল।
Evergreen assamese songs.
কিমান যে মধুৰ ❤️
@KC_vlogs18
Жыл бұрын
Old is good very nice
Nice
Nice song...
Bohut hundar gan. Huni thikiba mon jai. Hapah napalai
Super hit songs all time for ever and ever all genaration
Old is gold and very sweet.
@bhupenbaruah7460
Жыл бұрын
Old is gold and it's very Sweet
@anoupmoran1325
11 ай бұрын
A,moran
Purani Geet bor suni ki j Val lage good
Nice all song
👌👌👌👌👌❤️❤️❤️❤️❤️dhuniya ❤️❤️❤️❤️❤️. South Delhi.
Bohut bhal lagise huni hepah nopolai.
@purnimabharali9451
4 жыл бұрын
Yes🙏🙏
সচাঁ, পুৰণি গীতৰ মাদকতাই সুকীয়া। বহুত ভাল লাগিলে।
Too sweet songs these are.
Absolutely old is gold.Thank you Talukdar ji.