No video

AGNI KANYA | FULL DRAMA | AWAHAN THEATRE 2022-23 | PRASTUTI PORASOR

Script : Avijit Bhattacharya,
Starring : Prostuti Porasor, Jaffy Bakshi, Nirmal Dutta, Jivan Hatikakoti, Moon Saikia, Mrinaldip Goswami, Latumani Bhuyan, Rituraj Mahanta and others..
Music :Ajoy Phukon
Insta Profile 👉 / prastutiporasor
Facebook Page 👉 / prastutiporasorofficial
New to the Channel? Subscribe now 😊
-----------------------------------------------------------------------------------------------------------------------
#Abahantheatre #ProstutiPorasor #theatre

Пікірлер: 643

  • @rimjimsaikia2095
    @rimjimsaikia2095 Жыл бұрын

    শ্ৰেষ্ঠ নাটক, শ্ৰেষ্ঠ সংলাপ কবলৈ ভাষা নাই।মণিষা চৰিত্ৰৰ প্ৰতিটো সংলাপে অন্তৰ চুই গল❤।প্ৰতিটো সংলাপে নাৰীক সাহসী হবলৈ প্ৰেৰণা দিছে।বৰ্তমান সময়ৰ এটি বাস্তব কাহিনী ।বহুত হেঁপাহ আৰু আগ্ৰহেৰে চালো।

  • @himashrikalita1096

    @himashrikalita1096

    7 ай бұрын

    Bahut bhal lagil.

  • @bhabanandakalita7615
    @bhabanandakalita7615 Жыл бұрын

    অতি প্ৰিয় অভিনেত্ৰী গৰাকী 🥰🥰🥰🤗🤗🤗🤗

  • @mbegum5806
    @mbegum5806 Жыл бұрын

    বহুত অপেক্ষা কৰি আছিলোঁ চাবলৈ Love you prostuti baaa❤❤❤❤

  • @abhinabbarman
    @abhinabbarman Жыл бұрын

    এই বছৰৰ শ্ৰেষ্ঠ নাটক "অগ্নিকন্যা"। ❤❤ইমান strong সংলাপ। মনৰ এটা কোণত সদায়ৰ বাবে ৰৈ যাব। প্ৰস্তুতি বায়ে প্ৰত্যেক বছৰে এনেকৈ আমাক এখন ব্যতিক্রমী সোৱাদৰ নাটক দিয়ে বিশেষ কৈ first night ৰ দিনা। ভৱিষ্যতেও আশা থাকিলে বা । 🔥🔥

  • @angshumangoswami6290
    @angshumangoswami6290 Жыл бұрын

    তেজপুৰৰ কলেজিয়েৎ স্কুলৰ প্ৰাঙ্গণত চালো প্ৰথম দিনাই। মন ভৰি উপভোগ কৰিলো আৱাহনৰ সৃষ্টি । একমুখে অনন্য। তুমি আৰু তোমাৰ কৰ্মক লৈ আমি গৰ্বিত চীম্পা । যোৰহটীয়া হিচাপে আৰু গৰ্বিত। ভাল কামবোৰ কৰি যোৱা। ধেৰ মৰম❤❤❤❤

  • @RadhakantaBoruah

    @RadhakantaBoruah

    11 ай бұрын

    Radhà kanta boruah borhat chredeo good

  • @kanishkadas4935
    @kanishkadas4935 Жыл бұрын

    এখন খুব সুন্দৰ সময়োপযোগী নাটক জীৱন্ত অভিনয় ❤

  • @im.pranay_
    @im.pranay_ Жыл бұрын

    ধন্যবাদ বা, বহুত অপেক্ষাৰে ৰৈ আছিলোঁ এই নাটকখনৰ বাবে ❤

  • @gyandeepnath3600
    @gyandeepnath3600 Жыл бұрын

    খুব ভাল লাগিল । এখন সময়োপযোগী নাটক । “মই নাটক কৰা ছোৱালী” খন মিৰ্জাত লাইভ চাইছিলো । কিন্তু বাকী দুখন চাব নোৱাৰিলোঁ । আজি “অগ্নিকন্যা”খন চাই খুবেই ভাল লাগিল । আৱাহনৰ এই জয়যাত্ৰা সদায় অব্যাহত থাকক । জয় আৱাহন । জয় প্ৰস্তুতি পৰাশৰ ❤️ জয়তু ভ্ৰাম্যমাণ থিয়েটাৰ ।

  • @sanjibkashyap5646
    @sanjibkashyap5646 Жыл бұрын

    প্ৰস্তুতি বা অভিনয়ৰ কথাটো কবই নালাগে, মহাৰাণী হয়❤️,আপুনি আৰু আগুৱাই যাওক তাকে কামনা কৰিলোঁ..আপোনাৰ পৰা ৰাইজে আৰু বহু পাবলগীয়া আছে...❤

  • @pabitraentertainmentassam

    @pabitraentertainmentassam

    Жыл бұрын

    😢😢😢😢

  • @nipannath5037

    @nipannath5037

    Жыл бұрын

    হয় বহুত পাব লগা আছে 😭

  • @KalicharanBarman-cn5vq

    @KalicharanBarman-cn5vq

    7 ай бұрын

    😂5 CTC😅 1:50:36 Dr ko in TV J,,,,​@@nipannath5037

  • @bablugohain2314
    @bablugohain2314 Жыл бұрын

    অতি সুন্দৰ হৈছে বাই আপোনাৰ সুস্বাস্থ্য হৈ থাকিবলৈ ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ভগৱানে আপোনাক মঙ্গল কৰক আপুনি আগোৱাই যাওক

  • @dipugogoi118
    @dipugogoi118 Жыл бұрын

    🥰🥰অতি সুন্দৰ🥰🥰 ❤️মোৰ প্ৰিয় অভিনেত্ৰী গৰাকী❤️

  • @gyandeepnath3600
    @gyandeepnath3600 Жыл бұрын

    আজিলৈকে যিমান নাটক চালোঁ গোটেইবোৰৰ ভিতৰত এই নাটকখন মনৰ মাজৰ এটা কোণত সদায় থাকি যাব ❤ ইমান শক্তিশালী সংলাপ , ইমান ধুনীয়া অভিনয় ❤

  • @hirakjyotideka4850
    @hirakjyotideka4850 Жыл бұрын

    বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ জনাইছো...👌👌👌❤❤❤🙏🙏🙏বাকী দুইখনো দিবছোন

  • @jibonpunji7933
    @jibonpunji7933 Жыл бұрын

    অন্তৰ চুই গ'ল বহুত বহুত বহুত বহুত বহুত ভাল লাগিল ছাই শুভ কামনা সদায় আপোনাসৱলৈ 🙏🙏🙏

  • @arpansvlogs5930
    @arpansvlogs5930 Жыл бұрын

    বৰ্তমান ৰাজনীতি বিদ সকলৰ উপযোগী এটা কাহিনী..ৰাইজৰ মনৰ কথা বোৰ কৰিব নোৱাৰা বোৰ এখন নাটকৰ জৰিয়তে যি বাৰ্তা দিলে সঁচাই ভাল লাগিল...🎉🎉 অভিনয় কথা কি নো কম..? ❤ সদাই ভাল পায় আহিছোঁ..ভালেই থাকক সকলো

  • @chabindraborah6151

    @chabindraborah6151

    10 ай бұрын

    বতমান ৰজনিতি বিধৰ লগত এই কটা আৰু কাহিনী তু মিনিটে ❤ ❤ ❤

  • @sgogoi459
    @sgogoi459 Жыл бұрын

    এখন ধুনীয়া নাটক 👌👌❤❤ ৰৈ আছিলোঁ। মন প্ৰাণ চুই গৈছে কাহিনীটো। সংলাপ তামাম 🔥🔥 অভিনয় বৰ সুন্দৰ হৈছে সকলোৰে👍👍

  • @rabideka3846

    @rabideka3846

    Жыл бұрын

    Its.fine

  • @rangilirabha4672

    @rangilirabha4672

    9 ай бұрын

    ​@@rabideka3846jî

  • @nehahani9354
    @nehahani9354 Жыл бұрын

    The energy in you is really appreciated. Ami xorur prai dekhi ahisu . kiman kosto sesta aru pratibha re ekhon natok apuni emn dhunuya kore. Keep it up bring it farther 👍☺️🙏🙏

  • @akashgogoi9395
    @akashgogoi9395 Жыл бұрын

    বহুত সুন্দৰ এখন নাটক ।বাস্তৱত ঘটি থকা কিছুমান সঁচা কাহিনীৰে সমৃদ্ধ ।🙏🙏

  • @NikumaniVlogs
    @NikumaniVlogs Жыл бұрын

    কবলৈ ভাষা নাই প্ৰস্তুতি বাৰ বিষয়ে।।WAITING FOR MOI NATAK KORA SUWALI , LAVITA AND RANANGGINI RADHA. ♥️

  • @bishalbivaanlaskar8433

    @bishalbivaanlaskar8433

    Жыл бұрын

    Lavita change in hoi ronganini Radha hol

  • @bedantasvlogs9274

    @bedantasvlogs9274

    Жыл бұрын

    Moko lage

  • @mausumibasumatari5937

    @mausumibasumatari5937

    6 ай бұрын

    ​d((dddddddddddddddddddddddsss

  • @gitarthasaikia3360
    @gitarthasaikia3360 Жыл бұрын

    ভাল লাগিল নাটখন। বিশেষকৈ প্ৰস্তুতি বাৰ মনপৰশা অভিনয়ে মন চুই গ'ল । বাকী দুখন নাটকৰ বাবেও অপেক্ষা কৰি ৰ'লো ।

  • @bhrigudas7844
    @bhrigudas784425 күн бұрын

    Xundar upasthapan❤❤bor val lagil . God bless you

  • @kandarpanath1533
    @kandarpanath1533 Жыл бұрын

    এই বছৰৰ এখন অনন্য নাটক। ধন্যবাদ আৱাহন থিয়েটাৰৰ টিমটো লৈ।

  • @Dhritisman3479
    @Dhritisman3479 Жыл бұрын

    Bhaswati Bezbaruah ❤❤❤👌🏻👌🏻👌🏻👌🏻❤ইমান ধুনিয়া হৈছে

  • @jagadish9599
    @jagadish9599 Жыл бұрын

    বহুত অপেক্ষাৰে ৰৈ আছিলো। এখন সময়োপযোগী নাটক।

  • @gyandeepnath3600
    @gyandeepnath3600 Жыл бұрын

    আপোনাৰ এই দক্ষ অভিনয়ৰ বাবেই প্ৰতিজন মানুহৰেই সদায় আপুনি প্ৰিয় ❤

  • @baniprovasaikia8849

    @baniprovasaikia8849

    7 ай бұрын

    1:19:52 1:19:53 1:19:54

  • @realkushalmiri7542
    @realkushalmiri7542 Жыл бұрын

    সুন্দৰ সুন্দৰ কবলৈ ভাষা বিছাৰী পোৱা নাই.. ❤❤❤

  • @apurbadeka6823
    @apurbadeka6823 Жыл бұрын

    বহুত বহুত ধন্যবাদ বা। আকৌ এবাৰ চোৱাৰ সুযোগ দিয়া বাবে 😍❤️❤️

  • @bimanbora1351
    @bimanbora13518 ай бұрын

    প্ৰস্তুতি বাৰ কথা কবলৈ তো ভাষা নাই৷ তাৰ মাজতে নতুন অভিনেতা ভাইটি মঞ্জীল বৰুৱা অভিনয় বৰ ধুনীয়া লাগিছে ৷ আৰুু আগুৱাই যোৱা শুভেচ্ছা থানিল ৷

  • @reelsvideo3479
    @reelsvideo3479 Жыл бұрын

    ইমান ধুনীয়া কাহিনী ❤️ মোৰ অতি মৰমৰ অভিনেত্ৰী ❤️🙏🙏🙏🙏🙏🙏🙏love you ba ❤️

  • @kanishkadas4935
    @kanishkadas4935 Жыл бұрын

    সুন্দৰ কাহিনী ❤❤

  • @parashmoniborahofficial7126
    @parashmoniborahofficial7126 Жыл бұрын

    বুজিলো শিকিলো অপেক্ষা তেনে এটা দিনলৈ❤❤আৰু শেষৰ কথা কেইটা মনত ৰাখিম❤❤

  • @pahihazarika3554
    @pahihazarika3554 Жыл бұрын

    বৰ আশাৰে ৰৈ আছিলো। আজিহে শান্তি লাগিছে😍

  • @papuboruahpapuboruah3588
    @papuboruahpapuboruah3588 Жыл бұрын

    সুন্দৰ কাহিনী আৰু সকলোৰে ধুনিয়া অভিনয়।

  • @r.hazarika9231
    @r.hazarika9231 Жыл бұрын

    বহুত হেপাঁহেৰে অপেক্ষা কৰি থকা অগ্নিকন্যা নাটক খন চাই বহুত ভাল লাগিল , সঁচাকৈয়ে সকলোৰে অভিনয় অতি সুন্দৰ, প্ৰস্তুতি অভিনয় সদায়েই অনন্য।❤❤❤

  • @altabvlogs
    @altabvlogs Жыл бұрын

    Aikhon aibar belsorot saiso dhuniya natok❤ Baki dukhon sowa nai

  • @priyankasaikia5515
    @priyankasaikia5515 Жыл бұрын

    Aibar apunar akhonu natok sabo napalu... Thank you for upload 🙏🤍💖

  • @joyshreedas8739
    @joyshreedas8739 Жыл бұрын

    সুন্দৰ অভিনয় ❤কাহিনীটো বহুত ধুনীয়া🥰

  • @debajitkalita5245
    @debajitkalita5245 Жыл бұрын

    বহুত অপেক্ষাৰ অন্ত পৰিল ।

  • @ridipphukan3088
    @ridipphukan30887 ай бұрын

    ক'বলৈ ভাষা নাই। নাটকখনৰ মূল চৰিত্ৰ তথা প্ৰস্তুতি পৰাশ বাইদেউৰ অভিনয় তথা সাৱলীল উপস্থাপন অতি উচ্চ মানদণ্ডৰ। নাটকখনৰ জৰিয়তে আজিৰ সমাজ বিৱস্থা, ৰাজনীতি, দুৰ্নীতি, ভ্ৰষ্টাচাৰ সকলো কথা সুন্দৰকৈ প্ৰতিফলিত হৈছে।

  • @dhiramonikalita555
    @dhiramonikalita5552 ай бұрын

    Dhuniya ❤❤❤

  • @biturajsinger2421
    @biturajsinger2421 Жыл бұрын

    বহুত ভাল লাগিল সুন্দৰ নাটক আৰু সুন্দৰ অভিনয় নাটক খনে বহু কথাই শিকালে।

  • @kaberideka4220
    @kaberideka4220Ай бұрын

    খুব সুন্দৰ নাটক। ৰাজনীতিৰ এক সঁচা গোপন কলা অধ্যায়😢

  • @lachitbarman5268
    @lachitbarman5268 Жыл бұрын

    সচাকৈ এই নাটকখন ৰাজনীতিকৰ নেতা ভন্দামি বিপ্লৱী নেতাৰ বাবে ভন্দামি সংস্থাৰ নেতাৰ গাত লগা গুৰুত্বপূৰ্ণ নাটক সচাকৈ নাটকখন চাই ভাল লাগিছে ৰাতি তিনিটা বজালৈ চালোঁ বাইদেউ নাটকখন বাকী কেইখন নাটক দিব বুলি আশা ৰাখিলোঁ

  • @namitabordoloi9941
    @namitabordoloi9941 Жыл бұрын

    Eman dhuniya xundor kahini......my favorite prostuti ba❤️❤️❤️🥰🥰🥰😘😘😘

  • @indranigogoi4233
    @indranigogoi42332 ай бұрын

    সকলোৰে অভিনয় ইমান যে ভাল হৈছে। ইমান সুন্দৰ সংলাপ, কাহিনী, দুখ, হাহিঁ, কান্দোনে ভৰা। ❤

  • @surajsaikia9327
    @surajsaikia9327 Жыл бұрын

    Dialogue khini mind blowing... Hidoy sui goise... Tq.. Prastuti ba..

  • @udayan0738
    @udayan0738 Жыл бұрын

    J Fi bokxi ক খুব ভাল লাগে

  • @debajitmalakar6916
    @debajitmalakar6916 Жыл бұрын

    খুব সুন্দৰ নাটক ভাল লাগিল ❤️

  • @GhanashyamBora-sq2wu
    @GhanashyamBora-sq2wu Жыл бұрын

    বহুত ভাল লাগিলে বা, আপোনাৰ সংলাপ, অভিনয় অপূৰ্ব।

  • @dipaphukan61
    @dipaphukan6110 ай бұрын

    My favourite actress-. Prostuti Porasor - 💞💞💞💞

  • @Kaushik632
    @Kaushik632 Жыл бұрын

    প্ৰস্ততি বাৰ অভিনয়🔥

  • @dhirenroy7022
    @dhirenroy7022 Жыл бұрын

    বহুত ভাল লাগিল।শ্ৰেষ্ঠ নাটক।চেঙাত চাইচো

  • @jitudas3944
    @jitudas3944 Жыл бұрын

    Okhek Dhonyobad prostuti Baa, sundor protiswabi...

  • @dikshitsarmah4538
    @dikshitsarmah4538 Жыл бұрын

    বৰ সুন্দৰ অভিনয় 👌 আৱাহন থিয়েটাৰৰ জয় যাত্ৰা অখুণ্ণ থাকক

  • @prateetparasarsarma1636
    @prateetparasarsarma1636 Жыл бұрын

    বৰ্তমান সময়ৰ ৰাজনৈতিক পৰিস্থিতিৰ লগত জড়িত এখনি সন্দৰ নাটক। নাটকখনৰ সকলো অভিনেতাৰ অভিনয় চাই অতিকৈ ভাল লাগিল। পিছে কথা এটা উল্লেখ কৰিব খোজো নাটখনৰ 1:12:04 ত দেখা পোৱা বিধায়কজনৰ চৰিত্ৰটোৰ Sony live r Maharani web series ৰ গৌৰী শংকৰ পাণ্ডে চৰিত্ৰটোৰ সৈতে বহুতো মিল দেখা পালো । এইটো মোৰ সম্পূৰ্ণ ব্যক্তিগত পৰ্যবেক্ষণহে মাথু। কোনোৱে যাতে এই কথাষাৰ কোৱাবাবে বেয়া নাপাই। বাকী অসমীয়া নাটৰ উৎজ্বল ভবিষ্যত কামনা কৰি... এজন অসমীয়া থিয়েটাৰৰ অনুৰাগী।

  • @gogoida8705

    @gogoida8705

    2 ай бұрын

  • @aamarjibonbhumika8075
    @aamarjibonbhumika80758 ай бұрын

    বহুত সুন্দৰ বাস্তব কাহিনী ❤❤❤সংলাপ বোৰে মন চুই গল।

  • @himakshidaskalita2572
    @himakshidaskalita2572 Жыл бұрын

    Bht dhunia lgse baa ...❤❤❤❤

  • @minakshiborah2925
    @minakshiborah2925 Жыл бұрын

    Love u baa... Waiting for next drama

  • @mridulnath8654
    @mridulnath8654 Жыл бұрын

    বৰ ভাল লাগিছে Baaaaa💓💓 পৰবৰ্তী নাটক খন ও দি দিব।

  • @bikrambikashdas4057
    @bikrambikashdas4057 Жыл бұрын

    Thanks for uploading.. eager to see Moi natok kora suwali

  • @uddiptamedhi9179
    @uddiptamedhi9179 Жыл бұрын

    Upload korar babey thnq

  • @kakoirajgarhdihanam1592
    @kakoirajgarhdihanam1592Ай бұрын

    দুৰ্দান্ত অভিনয়❤❤সঁচা কৈ কি সুন্দৰ৷ হেপাঁহ নপলায়৷

  • @manjitman2384
    @manjitman2384 Жыл бұрын

    খুব সুন্দৰ কাহিনী , সুন্দৰ অভিনয় বা বহুত ভাল লাগিল 😍❤️

  • @rumiduarah7953
    @rumiduarah7953 Жыл бұрын

    Wonderful ❤

  • @jitenphukon9537
    @jitenphukon95374 ай бұрын

    ভাল লাগিল চাই ❤❤❤❤❤❤😊😊😊😊😊😊😊😊

  • @KuldharRabha
    @KuldharRabha Жыл бұрын

    বলিষ্ঠ সংলাপ আৰু কি দুৰ্দান্ত অভিনয় বাঃ৷ 😍

  • @himangshubhai585
    @himangshubhai585 Жыл бұрын

    বৰ ভাল লাগিল , সময় উপযোগী নাটক, সংলাপ সুন্দৰ, অভিনয় আৰু পৰিচালনা ভাল লাগিছে।

  • @sumanchoudhuryentertainmen4656
    @sumanchoudhuryentertainmen4656 Жыл бұрын

    বহু দিনৰ আশা আছিল নাটকখন চোৱাৰ। আজি চালোঁ। বহুতেই বেছি ভাল লাগিল।

  • @rinkubarman8105
    @rinkubarman8105 Жыл бұрын

    Wait kori asilu..ketiya ahibo buli 🥳 Thank you baa

  • @yamunaYtube
    @yamunaYtube21 күн бұрын

    প্ৰস্তুতি বাৰ অভিনয় শ্ৰেষ্ঠ 😍❤❤❤

  • @aminakhanam1968
    @aminakhanam1968 Жыл бұрын

    I looooooove ur voice baa and the way u talk ❤️ I love ur acting ✨

  • @abhigogoi1406
    @abhigogoi1406 Жыл бұрын

    Bohut besi val lagil Sai natok khon❤️❤️🥰🥰🥰🥰

  • @mayashreechamuah5186
    @mayashreechamuah5186 Жыл бұрын

    এই যে খিৰিকী খন মোৰো প্ৰিয় প্ৰস্তুতি বা❤ ধন্যবাদ আপোনাৰ প্ৰতিটো অভিনয় প্ৰতিখন নাটকেই মোৰ জীৱনত সাহস আৰু প্ৰেৰণা হয় থিয় দিয়ে সদায় 😊😢✊ আৰু তাতেই অভিনয়ৰ প্ৰেয়সী মই কিনো কম শব্দৰ অভাৱ ❤ লগ পোৱাৰ প্ৰবল হাবিয়াস নাজানো কেতিয়া পুৰণ হʼব এখোজ দুখোজকৈ এদিন নিশ্চয় হাবিয়াসে আকাশ চুব❤ আকৌ ধন্যবাদ ভালে থাকক সদায় ❤

  • @snehabaruah666
    @snehabaruah6662 ай бұрын

    খুউব ভাল লাগিল ।❤

  • @ana-mika.
    @ana-mika.10 ай бұрын

    My favourite actress ❤️ love you prastuti ba ❤️😘🥰

  • @krishnachetriy6025
    @krishnachetriy60259 ай бұрын

    Super 🙏❤️🙏

  • @junkaibarta6294
    @junkaibarta6294 Жыл бұрын

    Wow wonderfu ba acting and concepts🎉❤ 🎉❤

  • @karabisaikia460
    @karabisaikia4605 ай бұрын

    🎉🎉🎉

  • @RBPets
    @RBPets4 ай бұрын

    বাঃ । মজ্জা । সময়োপযোগী নাট ।

  • @RaktimaBorah-vo8vx
    @RaktimaBorah-vo8vx10 ай бұрын

    Bohut xundor bohut vl lagil postuti baa tumr ovinoi Sai thakile Sai thakibo mn Jai 🥰🥰

  • @jyotibhabhattacharyya6296
    @jyotibhabhattacharyya62964 ай бұрын

    অতি সুন্দৰ অভিনয় , বৰ ভাল লাগিল । হেঁপাহ পলুৱা নাই । বহু শুভকামনা বাইদেউ

  • @upakulparashar8628
    @upakulparashar8628 Жыл бұрын

    Best drama 🔥🔥🔥

  • @DimpalSaloiCreation
    @DimpalSaloiCreation Жыл бұрын

    অপূৰ্ব 😘😘❤️❤️❤️💐💐তুলনা নাই 👍👍👍love you ba❤❤

  • @s.kvlogsentertainment4630
    @s.kvlogsentertainment4630 Жыл бұрын

    বাস্তৱ কাহিনী, সুন্দৰ অভিনয়।❤

  • @ambarishbora4737
    @ambarishbora4737 Жыл бұрын

    Speechless 😶❤

  • @hirakbhuyan5283
    @hirakbhuyan5283 Жыл бұрын

    My Favourite Assamese Actress Prastuti Porasor Baa 🥰❤️🥰

  • @hemlatasarma7050
    @hemlatasarma70502 ай бұрын

    বহুত ভাল কাহিনী লগতে‌‌ অভিনয় ।

  • @alivadas6424
    @alivadas6424 Жыл бұрын

    A good story line with excellent dialogue play

  • @Taralibaishya729
    @Taralibaishya729 Жыл бұрын

    Dhuniya hoise ❤

  • @srimontasaikia1487
    @srimontasaikia1487 Жыл бұрын

    কাহিনী আৰু অভিনয় দেখি আপ্লুত হলো ।

  • @assameserecipesandvlogs8956
    @assameserecipesandvlogs8956 Жыл бұрын

    Kahini and acting outstanding 👌👌

  • @buddyproject8458
    @buddyproject8458 Жыл бұрын

    Aisss Moza baaa ki km r vakha nih...😢😢😢😍😍💓💓❤

  • @pabitrabornilofficial123
    @pabitrabornilofficial123 Жыл бұрын

    সদায় প্ৰিয় হৈ থাকক বাইদেউ ❣️❤️, মই নাটক কৰা ছোৱালী সোনকালেই আগবঢ়াব বুলি আশা কৰিলো

  • @Dance_Defenders7
    @Dance_Defenders7 Жыл бұрын

    Finally 😊❤

  • @jurinath1518
    @jurinath1518 Жыл бұрын

    Best drama ba tumar acting bhut bhal lage ❤❤❤

  • @user-id3oh7uk9q
    @user-id3oh7uk9q Жыл бұрын

    ইমান ধুনীয়া কাহিনী... বহুত ভাল লাগিল চাই...

  • @jyotikaphukan9395
    @jyotikaphukan9395 Жыл бұрын

    Apuni hodaiye priyo baa❤❤

  • @RajibDas-wj3cb
    @RajibDas-wj3cb Жыл бұрын

    বহুত ভাল লাগিল বা সকলোৰে দুৰ্দান্ত অভিনয় আপোনাৰ শ্ৰেষ্ঠ সংলাপ অন্তৰ চুই গ'ল । বিশেষকৈ অৰুণ বৰা দা আৰু মঞ্জিল বৰুৱা ফালি দিছে ।

  • @supriyakachari5560
    @supriyakachari5560 Жыл бұрын

    বহুত বহুত বহুত ভাল লাগিল নাটক খন । বাকী কেইখন নাটকো সোনকালেই চাবলৈ পাম বুলি আশাৰে বাট চাই ৰ'লো । Waiting ..... Best wishes for upcoming season 2023-24....4m titabar , jorhat....💐🥰🥰💐🌹💕💖

  • @animasharma7994
    @animasharma7994 Жыл бұрын

    Mur moromloga prastuti baa❤❤❤

Келесі