Afternoon News | কংগ্ৰেছক লৈ কৰা মন্তব্যৰ বিৰুদ্ধে ক্ষোভ উজাৰি অখিল গগৈলৈ ভূপেন বৰাৰ পত্ৰ প্ৰেৰণ |

Afternoon News | কংগ্ৰেছক লৈ কৰা মন্তব্যৰ বিৰুদ্ধে ক্ষোভ উজাৰি অখিল গগৈলৈ ভূপেন বৰাৰ পত্ৰ প্ৰেৰণ |
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#akhilgogoi #bhupenborah #lakhimpurnews #lakhimpur #crime #crimenews2024 #assampolitics #khelmatipolicestation #dhubrifire #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 79

  • @bipulborah2193
    @bipulborah219323 күн бұрын

    এতিয়াই জদি এনে হয় ২০২৬ ত আপোনালোকে একো কৰিব নোৱাৰিব।

  • @labanyadharbaniah5251
    @labanyadharbaniah525123 күн бұрын

    দেশদ্ৰোহী অখিলে ভাবি লৈছে যে দিচাং ৰিচৰ্টত আলোচনা মতে অখিলে মুঙ্গেৰীলালৰ হাচিন স্বপ্ন দেখিছে মুখ্য মন্ত্ৰী হোৱাৰ।

  • @rojoniprovabaruah5461
    @rojoniprovabaruah546123 күн бұрын

    অখিলে Right কথা কৈছে।কেংগ্ৰেছ কেইটা দুই নম্বৰি।BJP ne Congress ধৰিবৈ নোৱাৰি। গৌৰৱ গগৈ কিন্তু ঠিক আছে।

  • @amiyabaruah3534
    @amiyabaruah353423 күн бұрын

    কংগ্ৰেছে বৰ্তমানে বাতৰি ওপৰত নিৰ্ভৰ কৰি লিখিব নালাগিছিল নেকি ।

  • @technicalgameplay6771
    @technicalgameplay677123 күн бұрын

    তহতি এইবিলাকতেই লাগি থাক বদমাছ সাংবাদিক কিতা, ৰাইজৰ দল,, কংগ্ৰেছ,,

  • @PranjalSaikia-yk1lc

    @PranjalSaikia-yk1lc

    22 күн бұрын

    PARTY IS LESS. IMPOTTANT

  • @PranjalSaikia-yk1lc

    @PranjalSaikia-yk1lc

    22 күн бұрын

    PARTY IS LESS. IMPOTTANT

  • @fakrulmazumder7496
    @fakrulmazumder749623 күн бұрын

    VERY GOOD

  • @pranabbaruah7687
    @pranabbaruah768723 күн бұрын

    এইটো একো অস্বাভাৱিক কথা নহয়,কংগ্ৰেছে নিজে যুঁজিব পাৰিব লাগিব।

  • @duluduttadulu2138
    @duluduttadulu213823 күн бұрын

    কথা বিলাক বিৰোধী ঐক্য ৰ বাবে ভাল হোৱা নাই বিজেপিক সুবিধা ল'বলৈ নিদিব

  • @mintisaikia
    @mintisaikia23 күн бұрын

    এটা কথা স্পষ্ট যে এইবাৰৰ নিৰ্বাচন শাসকীয় পক্ষ আৰু বিৰোধীৰ মাজত হোৱা, নাই। নিৰ্বাচন হৈছে ভাৰতৰ জনগণ আৰু শাসকীয় পক্ষৰ মাজত। ফলাফলৰ বাবে ৪ জুনলৈ অপেক্ষা কৰিম।

  • @user-qg9dt9zb1c
    @user-qg9dt9zb1c23 күн бұрын

    একতা বৰ্তাই ৰাখিবলৈ উভয় প ক্ষই দূৰদৰ্শী আৰু সংযমী হবই লাগিব

  • @kalpanadeka6201
    @kalpanadeka620123 күн бұрын

    অখিল গগৈয়ে যি কয় মিছা নকয় | কংগ্রেজৰ মানুহ খিনি দুর্বল মনৰ গৌৰৱ গগৈৰ বাহিৰে | সৎ সাহস ব কিছু অভাৱ

  • @rebasaikia7452
    @rebasaikia745223 күн бұрын

    এইবোৰ হব নালাগে,ভুপন বৰা BJP,মুখী হৈছে, কংগ্ৰেছৰ ভালটো বৰাই নিবিচাৰে,ভুপেন বৰাৰ কথাত ৰাইজে ভোট নিদিয়ে

  • @mohendradohutia
    @mohendradohutia23 күн бұрын

    অনুগ্ৰহ কৰি দুয়ো দলে মিলি থাকক।কোনো দলে যাতে বিষম্বাত সৃষ্টি নকৰে। অন্যথা ২০২৬ ত বেয়াকৈ পস্তাব লাগিব।আৰু অসমৰ ৰাইজে ভাল নাপাব।সময় থাকোতেই বোজাবোজি হওক। ধন্যবাদ।।

  • @mumtazali2453
    @mumtazali245323 күн бұрын

    ব্যক্তি ভাল নহ'লে দল কেনেকৈ ভাল হ'ব। দলৰ দোহাই দি নাগৰিকৰ মন জয় কৰা জৰুৰী কিন্তু পৰাজয়ৰো কাৰণ হৈ যায়।

  • @MoonBora-ni1mc
    @MoonBora-ni1mc23 күн бұрын

    এনেকৈ হলে আকৌ বিজেপি চৰকাৰ হব

  • @hemjeet2023
    @hemjeet202323 күн бұрын

    Akhil gogoi বেছি দেখাই কথা কয়

  • @dianuddinahmed5046
    @dianuddinahmed504623 күн бұрын

    Dalal of BJP still present in Congress. In Congress numbers of Dallal still exists. Congress should not forget AKHIL help in this election.Gaurav gogoi is a honest & perfect Congress man.

  • @nripenborgohain201
    @nripenborgohain20123 күн бұрын

    Result নহোৱা আগতে খিটিংখাটাং কিয় হৈছে ?

  • @LilaGogpi
    @LilaGogpi23 күн бұрын

    অখিল দেৱে নিজৰ ভুলবোৰ কম দেখে বাকী বোৰৰ বেলিকা .......... ।

  • @babuldas4341

    @babuldas4341

    23 күн бұрын

    ঠিক

  • @pratapkalita8894
    @pratapkalita889423 күн бұрын

    অখিল গগৈ সদায় ওপৰত থাকিব বিচাৰে, কিন্তু নোৱাৰে। টেটুফলা চিঞৰৰ বাহিৰে একো নাই। লুৰিন গগৈ তথা এ জে পি ৰ ভবিষ্যত ভাল কাৰনে এতিয়া এ জে পি ৰ লগত merge কৰিব বিচাৰিছে। এ জে পি অকলে পাৰিব বুলি মই ভাবোঁ।

  • @bijoyagogoi6248
    @bijoyagogoi624823 күн бұрын

    কেৱল কংগেছ ত কিয় সংঘাত দেখা যায়। এনেকৈ বিৰোধী ঐক্য মঞ্চ থাকিব গৈ নে???

  • @digambarbhuyan9798
    @digambarbhuyan979823 күн бұрын

    ভূপেন বৰাই এই জনক ভালদৰে বুজি ল ওক।

  • @hirengogoi6431
    @hirengogoi643123 күн бұрын

    এই বোৰ ভালৰ কাৰণে হোৱা নাই। এই সময়ত ধয্য ধৰাটো প্ৰয়োজন । এজন মূৰব্বী হ'লে তেওঁ যঠেষ্ট চিন্তা-চৰ্চা মাজে দি আগবাঢ়িব লাগে। এইটো বিপক্ষক আশ দিয়া হৈছে।

  • @ManujChutia-ig1tm
    @ManujChutia-ig1tm23 күн бұрын

    অখিল গগৈয়ে যি কথা কয় সত্য কথা কয় । ভুপেন বৰা একো কামৰ মানুহ নহয় । ভুপেন বৰাৰ কথা মতে মানুহে ভূত নিদিয়ে

  • @user-fu7ej9sh3n
    @user-fu7ej9sh3n23 күн бұрын

    Akhil Gogoi assumption often true because candidate in Jorhat , Dhuburi , Guwahati are reason in last campain hours for the efficiency and quality of those candidates even also nagaon means most strong n efficient candidatures but the party congress also factor for selection them only for Sjt. Bhupen Bora and AICC , their point of selection very good inthis time 🎉🎉🎉

  • @nirensaikia7017
    @nirensaikia701722 күн бұрын

    Akhil rightly saying. It is a true sprit of democracy. Candidates more significant than the party in politics. The Congress should not take it otherwise.

  • @MridleSaikia
    @MridleSaikia23 күн бұрын

    নিজৰ ভিতৰত কাজিৰা কৰি BJP লগত কি কৰিব। সাধাৰণ কথাত লাগিলে নিজৰ লোকচান হব ।

  • @EtiVr-hk2lj
    @EtiVr-hk2lj23 күн бұрын

    আপোনালোকে জাত্যান্তৰ হৈ যাওক।

  • @ramnathborah7356
    @ramnathborah735623 күн бұрын

    INDIA

  • @AlauddinAhmed-wv7wm
    @AlauddinAhmed-wv7wm17 күн бұрын

    প্ৰশৰ ৰ'দৰ বাবে সকলো দলতে ফাট মেলিছোল,এতিয়া বৰষূন দিছে ,হয়তো পুনৰ ফাট মাৰ যাব । এয়াই হৈছে ৰাজনীতি মানে কব নোৱাৰি " " নীতি ।

  • @monjulahon7712
    @monjulahon771223 күн бұрын

    অখিল গগৈয়ে যি কয় স্পষ্টকৈ আৰু সতয় কথা কয় ইলেকচনটোত অখিল গগৈৰ কেডিত সৰ্বাধিক ।

  • @nirensaikia7017
    @nirensaikia701722 күн бұрын

    Religion and be religious/pious are different things. Now, society need to be religious without extreme Faith towards a particular Religion. This is the only means for absolute peace and hermony in the society.

  • @jyotishmansportschannel5948
    @jyotishmansportschannel594823 күн бұрын

    লাজ লাগিছে

  • @mainudavi9510
    @mainudavi951022 күн бұрын

    ইমান সৰু কথা এটা কিছুমান এজেনদা টিভিচেনেলে সজাই মেলি টিলটোকে টাল বনাই পেলাইছে

  • @Danirojasfc6
    @Danirojasfc623 күн бұрын

    একো নাই.... এইবোৰ নাটক।😅😅 But! #Absolutely 💯 % দল। পাৰ্থি নহয়। 😊

  • @girishphukan2290
    @girishphukan229023 күн бұрын

    Beginning of the end.

  • @ALAKESHHALOI-cm9mh
    @ALAKESHHALOI-cm9mh23 күн бұрын

    Akhil da ki Aapona lokar ufonda ufondi start haolei neki . si si beya dekhi dei .

  • @dwipenhazarika7445
    @dwipenhazarika744523 күн бұрын

    Bohut beya kotha

  • @indrajitbaruah1676
    @indrajitbaruah167623 күн бұрын

    কিয় গৌৰৱৰ লগত দেখোন ঈদৰ নামাজ জালি টুপী পিন্ধি একে লগে কৰিবলৈ গৈছিল। ।। এক প্ৰকাৰ অখিল গগৈয়ে সঁচা কথাই কৈছে ।।

  • @bishnuramdas2708
    @bishnuramdas270823 күн бұрын

    4:54

  • @pronabjyotimahanta4308
    @pronabjyotimahanta430823 күн бұрын

    ৪জুনৰ পিছত অখিল বলিয়া হ'ব

  • @user-rc7vk4ir1k
    @user-rc7vk4ir1k23 күн бұрын

    Akhil.gogoi.bhupen.borah.akialagai.milijuli.thakiabar.lagai

  • @monalishasaiki7842
    @monalishasaiki784223 күн бұрын

    Apunar k mili thaki raijor Kam koribo asha rakhi

  • @lakhikrchintey5693
    @lakhikrchintey569323 күн бұрын

    অখিল গগৈয়ে মানুহথো ভাল কিন্তু কথা সিমা পাৰকৰি কথাকয়

  • @phanindradevagoswami4635
    @phanindradevagoswami463523 күн бұрын

    অখিল ডাঙৰীয়াই নহয় মহাশয়ো,(One of the scholars of Assam) সৰ্বানন্দই মিছা গাম্ভীৰ্য দেখুৱাই প্ৰথমে নিজে আৰু পিচ দুৱাৰেৰে নি হিমন্ত পাষণ্ডক অসমীয়াৰ মূৰত থাপিলে! মাননীয় ভূপেন মহাশয়ক(যাৰ আদৰ্শ থাকে তেৰা মহাশয় হয়)জনোৱা সমৰ্থনত আমাৰ মন ভাল লাগিছিল,আপুনি আমাক নিৰাশ (বেইমানী কৰি) চূড়ান্তভাৱে হিমন্তক জয়ী কৰি থকাৰ বেপাৰ কৰিছে নেকি?(Too much every thing is bad.

  • @mainudavi9510
    @mainudavi951022 күн бұрын

    বিরুধী ঐক্যত ফাট নহয় গডি মেডিয়া গৰাকীয়ে অসমীয়া ভাষা বুজি নোপোৱা বাতৰিহে। কাৰোবাৰ এজেনদা হৈ আনক হেয় নকৰিব।

  • @atimaramorpitrimatriguru8543
    @atimaramorpitrimatriguru854323 күн бұрын

    Ye news hei kya ? Oooooo News 18 . Dhur ____

  • @arupdas8897
    @arupdas889723 күн бұрын

    Akhil Gogoi's view's should not be ignored as seen during the aggressive campaigning during the elections as most of the Congress workers cannot fight aggressively and speaks with power and confidence highlighting the issues unsettled by the ruling party as most of them are seen as traitors before the elections where they should have resisted and fought for the opposition alliance

  • @fourmandoley
    @fourmandoley23 күн бұрын

    Besikoi kom hoise neki.....

  • @lachitgogoi5082
    @lachitgogoi508223 күн бұрын

    Bhupen borai dubabo , ohonkari manuh ...

  • @juriborah3189
    @juriborah318922 күн бұрын

    Hokaluwa news hosa kotha nokae misa misa

  • @johnbora5940
    @johnbora594023 күн бұрын

    Bhopen bora ata mosta panati manuh hoi.

  • @user-fl3em2vg1u
    @user-fl3em2vg1u23 күн бұрын

    Ztumalokar.kebol.khowa.kamura.korithakutei.jaba

  • @nobokumarpatir7979
    @nobokumarpatir797923 күн бұрын

    Kotha besi kamot ke ..😅

  • @kanaklalsutradhar6998
    @kanaklalsutradhar699823 күн бұрын

    Birodhi united hoa babe he Congress r proti manuhar sympathy grow hoise Bora dangoria...Akhil Gogoie thik kothai koise.

  • @sanjoy.sanjoy71
    @sanjoy.sanjoy7123 күн бұрын

    Aji.kali.manu.basi.hikito.jan.ai.karoa.aibur.hii.asa.

  • @anilbora2237
    @anilbora223723 күн бұрын

    😂 😂 😂

  • @GhanshayamTalukdar
    @GhanshayamTalukdar23 күн бұрын

    Akhil pagol

  • @sushantanath7822
    @sushantanath782223 күн бұрын

    Akhil gogoi godi luvi. Pagal.

  • @nobokumarpatir7979
    @nobokumarpatir797923 күн бұрын

    Akhil nijoke bht dangr politicians buli bhabe 😂

  • @mukulbaruah1833

    @mukulbaruah1833

    23 күн бұрын

    Nobo kumar patir, apuni Bjp ne Congress.

  • @aliciadawns8535

    @aliciadawns8535

    23 күн бұрын

    Akhil gogoie raijor karone sinta kore ,ekebarei hubidhabadi nohoi.kisumane bhul buji ja ta montobyo di thake ,kintu hosatu hosai.obosye opriyo xotyo kole xomoyot opriyo huatuei swabhabik.

  • @nobokumarpatir7979

    @nobokumarpatir7979

    22 күн бұрын

    Akhil Gogoi tezpiya nisina Poristiti Sai Rong holoni krib pare 😁😁

  • @ramnathborah7356
    @ramnathborah735623 күн бұрын

    INDIA JINDABAD

  • @Kamalkamal-jj7xz
    @Kamalkamal-jj7xz23 күн бұрын

    শংকৰ সংঘই তেতিয়া হলে সমাজ পতাৰ বিপৰিতে সমাজ ভঙাৰ কামতহে লিপ্ত হোৱাৰ পৰিলক্ষিত হৈছে ৷

Келесі