শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী আনতকৈ কিয় পৃথক ?

শংকৰদেৱ শিশু নিকেতন, দেৰগাঁৱত অন্তৰংগ আলাপ...
baartalaap
baarta_laap
Baartalaapdotin/
baartalaap.in/
#baartalaap #chakrapaniparashar #assam #dergaon #shankardevshishuniketan #trending

Пікірлер: 43

  • @bhakhikas.gofficial9616
    @bhakhikas.gofficial9616 Жыл бұрын

    শংকৰদেৱৰ ছাত্ৰী হিচাপে গৌৰৱ অনুভৱ কৰোঁ ❤️ সেই ভাল লগা সময়বোৰ সদায়েই মনত পৰিব। আৰু সুবিধা হ'লে আমিও এনেদৰে এদিন প্ৰাক্তন ছাত্ৰী হৈ আহিব লাগিব।

  • @mousumibora8028
    @mousumibora8028 Жыл бұрын

    শঙ্কৰদেৱ শিশু নিকেতনৰ ছাত্ৰী হিচাপে সদায় গৌৰৱ অনুভৱ কৰোঁ। নিকেতনখনৰ পৰা যিখিনি পাইছো সেইয়া সদায় সজীৱ কৰি ৰাখিম আৰু চক্ৰপাণি পৰাশৰ ছাৰ আপোনাক প্ৰথম বাৰৰ বাবে লগ পালো বহুত বেছি ভাল লাগিল। আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো।

  • @monikharava6950
    @monikharava6950 Жыл бұрын

    শংকৰদেৱৰ ছাত্ৰী হিচাপে গৌৰৱ অনুভৱ কৰোঁ। ইমান সুন্দৰ অনুষ্ঠান চাই স্কুলখনলৈ মনত পৰি গল। বহুত স্মৃতি আছে। সেই ভাল লগা সময়বোৰ এতিয়াও মনত পৰে

  • @prahelikasaikia1395
    @prahelikasaikia1395 Жыл бұрын

    এটা খুব ভাল লগা দিন...বাৰ্তালাপ নিয়মীয়াকৈ চাওঁ , কেতিয়াবা যে আমিও এনেদৰে ইয়াৰ অংশ হ'বলৈ পাম ভবাই নাছিলোঁ...খুব ভাল লাগিল পুৰণি স্মৃতিবোৰ ৰোমন্থন কৰি ❤️

  • @ansumankalita5549
    @ansumankalita5549 Жыл бұрын

    ধন্যবাদ চক্ৰ দা আমাৰ বিদ্যালয় খনলৈ অহাৰ বাবে ধন্যবাদ বাৰ্তালাপ

  • @mediniboruah5026
    @mediniboruah5026 Жыл бұрын

    Ssvn❤️ zindabad 🥰

  • @Riyaaa234
    @Riyaaa234 Жыл бұрын

    Proud to be a shankardevian❤️

  • @amulyamedhi5243
    @amulyamedhi5243 Жыл бұрын

    শংকৰদেৱৰ ছাত্ৰী হিচাপে গৌৰৱ অনুভৱ কৰোঁ 🙏🏻❤️

  • @boroshasaikia5242
    @boroshasaikia524211 ай бұрын

    গৌৰৱ অনুভৱ কৰো শঙ্কৰ দেৱৰ ছাত্ৰী হিচাপে ❣️

  • @navajit43
    @navajit43 Жыл бұрын

    নিকেতন❤️❤️❤️

  • @Nenichancreantion3
    @Nenichancreantion3 Жыл бұрын

    শংকৰদেৱ শিশু নিকেতন ৰ ছাত্ৰী হবলে পাই গৌৰৱ অনুভৱ কৰোঁ। নিকেতন খন য়ে আমাক বহু ক্ষেত্ৰত অনুপেৰণা দিলে । সদায় নিকেতন খন আমাৰ বাবে মন্দিৰ হৈ থাকিব । কিয়নো আমাৰ জীৱনৰ আৰম্ভনি শংকৰদেৱ শিশু নিকেতন দেৰগাঁও ❤️

  • @monkeydyuvi23
    @monkeydyuvi23 Жыл бұрын

    Love from shankardev Shishu Niketan, Rangia ❤

  • @kakalithakuria6607
    @kakalithakuria6607 Жыл бұрын

    শংকৰদেৱৰ ছাত্ৰী হিচাপে গৌৰৱ অনুভৱ কৰো❤

  • @rumidevirumidevi7498
    @rumidevirumidevi7498 Жыл бұрын

    সঁচাই বহুত বেছি আপোন এই শংকৰ দেৱ শিশু নিকেতন সন বহুত বেছি আপোন হৈ সোণোৱালি হৈ দিন বোৰ বদাই মূহুৰ্ত বহুত বেছি দুখৰ হৈ আৰু সেই পঢ়া যিমান জেনেকুৱা নহওঁক কিয় আপুনি কোৱা দৰেই বহুত ভাল লাগে

  • @rekharajbongshi2941
    @rekharajbongshi2941 Жыл бұрын

    Bohut bhal lagil .🙏🙏❤️🙏🙏

  • @rumikolita6334
    @rumikolita6334 Жыл бұрын

    শংকৰদেৱৰ প্ৰাক্তন ছাত্ৰী হিচাপে সদায় গৌৰৱ অনুভৱ কৰোঁ

  • @biduytbikashsarmathakur1620
    @biduytbikashsarmathakur1620 Жыл бұрын

    Val lagile

  • @jintumahanta3094
    @jintumahanta3094 Жыл бұрын

    Bohut bhal lagil ❤️🌹

  • @antaramahanta4530
    @antaramahanta4530 Жыл бұрын

    Proud to be Shankardevian 💕✨🥰

  • @riyansriyaworld7148
    @riyansriyaworld7148 Жыл бұрын

    Lost of love 💕 Bartalap❤️

  • @hrisikashbora8729
    @hrisikashbora8729 Жыл бұрын

    ভাল লাগিল মই ও ছাত্ৰ আছিলোঁ নিকেতন খনৰ সদায় আপোন প্ৰতিগৰাকী আচায্য❤️

  • @munubora8514
    @munubora8514 Жыл бұрын

    Ssvn 🥺 Love 💕..1st comment...1st viewer

  • @trinayansaikia2800
    @trinayansaikia2800 Жыл бұрын

    ❤️❤️

  • @durnakantadas4091
    @durnakantadas4091 Жыл бұрын

    Fast comments. Val lgil sai.

  • @porishmakbhorali6309
    @porishmakbhorali6309 Жыл бұрын

    Val lagel

  • @hridayrabha8706
    @hridayrabha8706 Жыл бұрын

    Mozza

  • @kangkanarajkhowa3842
    @kangkanarajkhowa3842 Жыл бұрын

    ❤️❤️❤️

  • @santanusvlogs7520
    @santanusvlogs7520 Жыл бұрын

    Proud to be a niketanian ❤️🥺

  • @k-yl3gc
    @k-yl3gc Жыл бұрын

    ExSSVNian ❤️

  • @monalishakumari6121
    @monalishakumari612111 ай бұрын

    ♥️

  • @rupomentertainment
    @rupomentertainment Жыл бұрын

    Moja

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL Жыл бұрын

    ❤️❤️🙏

  • @asthadutta7299
    @asthadutta7299 Жыл бұрын

    SSND ❤️

  • @paridhihazarika9307
    @paridhihazarika9307 Жыл бұрын

    Niketon✨❤️🕊️

  • @barnitamedhi1174
    @barnitamedhi1174 Жыл бұрын

    🙏Niketan r student hispe nijok ae bohut besi proud feel koro lgte aetiya moi nije 1 jn acharya nije porhi oha niketan khn r.

  • @malatidevi3020
    @malatidevi30207 ай бұрын

    কবিতা আচৰ্যা ভালেই বোলে আমাৰ হে কবিতা আচৰ্যা একেবাৰে 😂😊

  • @thenarayan12345
    @thenarayan12345 Жыл бұрын

    Ssn❤

  • @domborugogoi971
    @domborugogoi97111 ай бұрын

    Mur shoishab ghurai dilekisu homoyor babe😊😊❤❤😂😂😂

  • @sumon9077
    @sumon9077 Жыл бұрын

    SSND❤❤

  • @manoshda
    @manoshda Жыл бұрын

    SSND🥰

  • @bedantagondhia1332
    @bedantagondhia1332 Жыл бұрын

    Mike doliowa kahinitu hunible bixora Jone sage onusthan 2 val napale . Emn dhunia onusthan manuhe bixare thke ru kisuman ne hoxake.

  • @gogoimadhusmita270
    @gogoimadhusmita270 Жыл бұрын

    9bosar pem kori moi u biya hoisu.

  • @namitabarman1253
    @namitabarman12538 ай бұрын

    Proud to be a shankardevian❤