Kaita man seu bojaise bahut vl vl dhuliyai u bojabo nuaribo . Vl lgil lora jonor protiva dekhi.
@hirujyotigogoi7197 Жыл бұрын
Xundor lagil.Manuhjone sokure nedekhe kintu eman dhuniyakoi dhul ti bojaise kiba eta val lagise.Vogowane axirbad korok teu jate enekoie hodai hahi furti kori thake
Пікірлер: 156
বৰ মূল্যবান ব্যক্তি , প্ৰতিভা ভৰপুৰ আছে । উচিত ঠাই পালে সন্মানিত হব । ৰাইজে গুৰুত্ব দিব লাগে ।
@barman9935
2 жыл бұрын
🙏
@dized2203
2 жыл бұрын
🙏🙏
@kalpajyotiboruah8489
2 жыл бұрын
🙏
@nabadeep_
2 жыл бұрын
🙏
@dibrugarhlora9570
2 жыл бұрын
Umm 🤔💗
চকু দুটাহে নিদিলে ভগবানে ..কিন্তু কল্পনা কৰা পৃথিবী খন আৰু প্ৰতিভাবোৰ সুন্দৰ কৈ দিচে
সঁচাকৈ তুলনা কৰিব নোৱাৰা প্ৰতিভা । এইয়া হৈছে ভগৱানৰেই দান। সাধাৰণতে আমি চকুৰে নেদেখা অন্ধ মানুহক বহুত বেয়া চকুৰে বা বেয়া ব্যৱহাৰ কৰোঁ। কিন্তু আজি চকুৰে নেদেখা মানুহ জনে যি প্ৰতিভা দেখুওৱালে তেখেতৰ প্ৰতিভাক সন্মান কৰিব লাগে,আৰু তেখেতক ভাল সুবিধা দিব লাগে। কোনোবাই যাতে ভাল সুবিধা দিয়ে তাৰেই ভগৱনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ 🙏🙏🙏
সুন্দৰ প্ৰদৰ্শন। চৰকাৰে এনেবোৰ শিল্পীক আগুৱাই যাবলৈ সুবিধা কৰিব লাগে।
সুন্দৰকৈ বজায়ছে ভগবানে কুশলে ৰাখক👍👍
মানুহ জনক সকলোৱে উৎসাহিত কৰা উচিত
অতি কৈ সুন্দৰ কন্ঠ | ধুলীয়া জনলৈ মোৰ ফালৰ পৰা আগতীয়াকৈ ৰঙালী বিহুৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলো | কৃষ্ণ কৃষ্ণ |
অভূতপূৰ্ব প্ৰদৰ্শন ! সুন্দৰ ঢোল বাদন ! অঞ্চলটোৰ সমাজখনে এইগৰাকী ঢোল বাদকক উপযুক্ত সুবিধা আৰু সন্মান দিলে বহু সুনাম কঢ়িয়াই আনিব বুলি আশা কৰিছোঁ !!🙏🙏🙏
Krishno krishno krishno bor hundor lagesay🙏🙏🙏🙏
সুন্দৰ বহুত বহুত বহুত সুন্দৰ ভাষা নাই সঁচাকৈ অপূৰ্ব বহুত বহুত ভাল লাগিল সেৱা জনাইছোঁ আপোনাৰ প্ৰতিভাক ।❤❤❤❤❤
ভাষা নাই বৰ্ণনা কৰিবলে 🙌 অতি অপূৰ্ব
Kaita man seu bojaise bahut vl vl dhuliyai u bojabo nuaribo . Vl lgil lora jonor protiva dekhi.
Xundor lagil.Manuhjone sokure nedekhe kintu eman dhuniyakoi dhul ti bojaise kiba eta val lagise.Vogowane axirbad korok teu jate enekoie hodai hahi furti kori thake
জয় জয়তে ঢোলিয়াজনলৈ বিহূৰ হিয়াভৰা মৰম যাচিলো। লগতে দীৰ্ঘায়ু কামনা কৰিছো। শেষত অসমবাসিলৈ ঐক্যৱদ্ধ এক পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে মোৰ আকুল আহ্বান। from sodiya.
বৰ ধুনীয়া কৈ বজাইচে ।।।❤️🔥❤️
যিসে বজাইছে উজাই ও পট্টা নাপাব so amazing 😱😱😱😱😱😱
ঢোলৰ ওজা। ভাল খুন্দিছে
Ta ghuri ghuri thak,,,,,,, tamam vai.... Hatsoff
Bohut val lagil Dada
কন্ঠও খুব সুন্দৰ 😍
আপোনাক মোৰ প্ৰণাম 🙏🏻 আপোনাৰ মুখৰ হাঁহি চাই মই নিজকে বুজালো কাৰণ আপোনাৰ কিবা এটা কম থকাৰ পিছত অ আপুনি ইমান সুখী আৰু মই চব থকাৰ পিছত অ দুখি 🙏🏻 আজিৰে পৰা মই আৰু দুখী হৈ নাথাকো 🙏🏻
অতি সুন্দৰ কবলৈ ভাষা নাই
🙏🙏🙏🙏🙏🙏🙏🙏ভাগ্যবান নহলো মই নহলে হয়তো এই প্ৰতিভাক মই সন্মুখৰ পৰা উপভোগ কৰিব পাৰিলোঁ হয়।।আশীৰ্বাদ কৰিছোঁ আপোনাৰ chennel টো আৰু আগুৱাই যাওক আৰু এই video টো 1milionহব লাগে সকলোৱে share কৰক।।🙏🙏🙏
প্ৰণাম জনালোঁ দাদা । আপোনাৰ প্ৰতিভা বিশ্বজনীন হওক ।
@binoykhatowal93
2 жыл бұрын
:-!=)=)=)=)=):-!=)=)=)@-)
অতিধুনীয়া🥰🥰🥰🥰❤️❤️👍👌
Oti hundor Hyse
KZreadr জনক ধন্যবাদ জনালোঁ। যিবিলাক মানুহে video টো চাইছে please share কৰক।
@parthaprotimneogbahi1681
2 жыл бұрын
Thank you so much
Dhunia hoise hundr
Happy Rongali bihu All..Sob happy thakok vale kukhole
Iman dhunuake bajaise..video tu hompurnokoi nasai nowarilo..😍
খুৱ সুন্দৰ
Bohut hundor dei,god bless you
Bohut ae val lagile.dadak pronam
Bhut vl lagil aru aguwai juwa
এনে প্ৰতিভাক সন্মান জনাইছোঁ,🙏
ভগৱানৰ আশীৰ্বাদ আছে,এদিন সকলোৱে চিনি পাব
বহুত উৎসাহ আছে তেখেতৰ
চকু থকা হ'লে ,বৰ দুখ লাগে। খুব ধুনীয়াকৈ বজাইছে।
Really awesome...
Val val dhuliyat koi val bojaise....iman bur sapor eke logei..ultimate...
আপোনাক শতকৌতি প্ৰণাম জনালো
শুনদৰ
Bohut dhulia dekhilu...kintu aijon hokolutkoi uporot rakhilu...
gd bless u.
Hundor
💜💜𝙗𝙝𝙪𝙩 𝙙𝙝𝙪𝙣𝙞𝙮𝙖....
Moja lagil
আচলতে প্ৰতিভা এইয়াই।।
Dada vogobane apunak hodai vale rakhon tare kamona korilu🙏. Inam dhuniea dhul bojaise apuni❤. Apunar potiva dekhi montu val lagi gol ❤❤.
Bes furtiban manuh dai ❤️❤️
Bohut dhunia lagil
Hosakoi dhulor Sapor huni apluto holu💞💞💞
Mojjaaaaa 👍🙏🙏🙏
Mojja dada
Thank God bless you bro up God ne aur gyan se var de taki up ko kisi ka kami na ho
এওঁৰ প্ৰতিভা সুন্দৰ
Kamal da 💥💥
Bhut val lagil dhul badon tu.. Parile aru ata video diok val lagibo.. Akha korilu pam buli
Mozza
O m g 😳😳😳👏👏👏
ঢোলৰ ৰগৰ কিন্তু মানিব লাগিব🙏
Khub val bojaise.....👍👍
Moza
সুন্দৰ, তেখেতৰ কুশল কামনা কৰিলোঁ।
💝🔥🔥🔥🔥dise re
বহুত মজ্জা
Sundar .vogobane teuk xohai korok
Ufff dada ❤️❤️
Hosakoi bhal lagel
অভিনন্দন ডাঙৰীয়া লৈ
God bless u
Uja ❤
Emn Dhuneya dhulor sapor
Bohut bhal
So nice da da
Nice bro
আমি সকলোৱে সহায় কৰিব লাগে মানুহ জনক, ভগৱানে তেওঁক দিৰ্ঘজিবি কৰক,
Vere.Nice. Good.
Salute sir
super
He. Is real hero
👍
আচৰিত প্ৰতিভা...
Val lagil
Best sir...
Nice ❤❤❤
moja
Aasorit palu.
Amazing video
Khub dhunia hoisy
সুন্দৰ 👍👍
Sadhu sadhu val lagil vdo tu chai
Bhut hundra ooo
A mojja mojja
Nice
Aaa moja
Iswar maya
Awww nice 👍👏👏👏👍👍👍😊
🙏
সুন্দৰ
@jonakhhh8987
2 жыл бұрын
Dhuniah 👌