৪ আৰু ৫ জুলাইত নামনি অসমত ভয়াৱহ হব বান পৰিস্থিতি।

৪ আৰু ৫ জুলাইত নামনি অসমত ভয়াৱহ হব বান পৰিস্থিতি। বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ উদ্বিগ্নতা। NDRF, SDRFক সাজু হৈ থকাৰ নিৰ্দেশ

Пікірлер: 6

  • @soiyadmowsinaktar6415
    @soiyadmowsinaktar64155 күн бұрын

    What about middle Assam?

  • @rantuali6074
    @rantuali60745 күн бұрын

    😂😂😂 এ নাই এনেই কৈ আছা, হিমু মামা কৈছে নহয়, আগত কৈ কিবা বোলে improv হৈছে। আমাৰ একো ভয় নাই।😂😂😂😂😂😂 মামাৰ নিউজ বৰ আনন্দিত আমি , আমাৰ একো ভয় নাই। Inprove ৰ নিউজ পাই আমি ব্ৰহ্মপুত্ৰ নদীত চাৰি বাৰ কৈ সাটোৰিলো, একো এটা নহল 😅😅😅😅 সৰ্গীয় তৰুণ গগৈ ডাঙৰীয়া ই হেনো কৈছিল, আমেৰিকাত ও বানপানী হয়, অসমত নহব কিয়। বানপানী পৰা কিছু পৰিমাণে হাত শাৰী থাকিবলৈ কল গছ ৰোৱা।😢😢😢😢😢 কিয় চাৰ আপুনি improve শব্দটো পোৱা নাই নেকি, কৈ দিলে হল হেঁতেন 😮😮😮😮😮 যোৱা 20 পিছত এইটো সকলোতকৈ ডাঙৰ বানপানী হয়।

  • @probirsharma3703
    @probirsharma37035 күн бұрын

    Himakshi Machhali Palan karo Assam America ban gaya hai😅😅😅

  • @dipjyotisharma7802
    @dipjyotisharma78025 күн бұрын

    Faltu cm

  • @rubiborkakati395

    @rubiborkakati395

    5 күн бұрын

    😢😢😢😢

Келесі