২০২৬ ত কংগ্ৰেছৰ চৰকাৰ! টিকট ঘোষণা হ'ব কেতিয়া? হেলিকপ্টাৰেৰে আকাশ মাৰ্গত ভূপেন বৰাৰ সাক্ষাৎকাৰ।

উজনিত অভূতপূৰ্ব ফলাফল দেখুৱাব কংগ্ৰেছে।
কেৱল লোকসভা নিৰ্বাচনেই নহয়, ২০২৬ ৰ নিৰ্বাচনক লৈয়ো সাজু কংগ্ৰেছ।
লোকসভা নিৰ্বাচনৰ পিছতেই ঘোষণা হ'ব ১২৬ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম।
চাহ জনগোষ্ঠীয় দুগৰাকী নেতাৰ প্ৰাৰ্থীত্ব কৰ্তনৰ ফল পাব বিজেপিয়ে।
চাহ জনগোষ্ঠীয়ে ভোটাৰে ভোট দিব কংগ্ৰেছক।
ভূপেন বৰাৰ সৈতে আকাশমাৰ্গত NB NEWS EXCLUSIVE

Пікірлер: 2

  • @AfrujaRahman-xd5ph
    @AfrujaRahman-xd5ph26 күн бұрын

    Nice

  • @kabitaborah5208
    @kabitaborah5208Ай бұрын

    Congress zindabad

Келесі