১০ লাখ ভোটত জয়ী হৈও ৰাইজৰ ৰোষৰ সন্মুখীন ৰকিবুল হুছেইন।

১০ লাখ ভোটত জয়ী হৈও ৰাইজৰ ৰোষৰ সন্মুখীন ৰকিবুল হুছেইন। ৰকিবুল হুছেইনক নাওৰ ওপৰতে থকা-সৰকা কৰিলে জনতাই। ক্ষুব্ধ হৈ পৰিল বানাক্ৰান্ত।
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: dy365
Like Us on Facebook: dy365
Follow Us on Instagram: dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Пікірлер: 132

  • @naturevdo
    @naturevdo3 күн бұрын

    ৰকিবুল মন্ত্ৰী থাকোতেই তেওঁ একো কাম কৰা নাই, এতিয়া কব বিৰোধী mp মই।

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k3 күн бұрын

    আজমলৰ চুয়া চেলাকা হয় এইবিলাক আজমলক অসমৰ পৰা বিদায় দিয়া কাৰণে ৰকিবুল হুছেইন‌ক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেইবিলাক আজমলৰ চুয়া চেলাকা হয় আজমলৰ‌ হাজিৰা কৰা মানুহ হয় সেইবিলাক

  • @toyzulislam2204

    @toyzulislam2204

    3 күн бұрын

    sala aitya ajmal manuh hol ne vote jatya loisa tatya ajmal manuh kio kow nai

  • @apurbadas4151

    @apurbadas4151

    3 күн бұрын

    আজমলৰ কটি চেলেকিব দে!! টাৰ ভৰি ধোৱা পানি খাব দে!! আজমলে mp নহৈ যিখিনি সহায় কৰিব, তাৰ ১% ৰকিবুলে মিনিষ্টাৰ হৈ নোৱাৰে!!! বাকি নহৰুৰ কটি এখনেই😃😀😃😄😄

  • @user-mt9xb1lv7i

    @user-mt9xb1lv7i

    2 күн бұрын

    দাদা মা আৰু দেউতাই মোক কিবা ভুল হ'লে গালি পাৰে তাৰ মনে এইটো নহয় যে মা আৰু দেউতাই মোক বেয়া পায় ।

  • @apurbadas4151

    @apurbadas4151

    2 күн бұрын

    @@user-dg4vz2sl1k toi hoi nak- kan kati roja huwa bdn,,, nohoba mogol jak ahume koti dhuwake rakhisil!!!

  • @sagardeeppatowary4440
    @sagardeeppatowary44404 күн бұрын

    Ajmol r manoh

  • @TarunPayeng
    @TarunPayeng3 күн бұрын

    এইবোৰ হল ৰাজনীতি,, কেইদিন হল,,সাংসদ uha,,MAL jon kot ase

  • @user-mt9xb1lv7i
    @user-mt9xb1lv7i2 күн бұрын

    বানপানীৰ বিষয়টোৰ ওপৰত আপুনি বিশ্লেষণ কৰক আমি দহ ঘন্টা শুনিম । কিন্তু ৰকিবুল হুছেইন কৰ পৰা আহিল । ৰকিবুল হুছেইন চৰকাৰ নহয় ।

  • @surenboruah3241
    @surenboruah32413 күн бұрын

    আজমল ৰ মানুহ

  • @kushalkalita7921
    @kushalkalita79213 күн бұрын

    সকলো নিউজ চেনেল লে নিউজ টো এনেকুৱা কেই পাহিছে যেন বিৰাট কিবা এটা হল,লাজ পাব লগে বিৰোধি নেতা ইজনে কি কৰিব পাৰে তেওঁ কথা খিনি উত্থাপন কৰিব পাৰে ,কিবা কৰা টো শশকীয়া পক্ষৰ কাম হয়,ইআৰ পৰা গম পাই যে নিউজ চেনেল বোৰে কৰ সুত্ৰলিপি মতে কাম কৰে

  • @pankajdoley6348
    @pankajdoley63483 күн бұрын

    Ajmol team hobo ..kunu kota nai

  • @nakebuzzaman6858
    @nakebuzzaman68583 күн бұрын

    Aiudf r manush

  • @pranjal1393
    @pranjal13933 күн бұрын

    চাবলৈ গৈছে কমছে কম, বাকী সাংসদ সকলক দেখাও পোৱা নাই।

  • @hirakrocks567
    @hirakrocks5673 күн бұрын

    Media stop politics. Shame shame godi media.

  • @rinkushivam8759
    @rinkushivam87594 күн бұрын

    ভোট দি জিকাইছো এতিয়া পা মজাটো

  • @AbdulHannan-if5mn
    @AbdulHannan-if5mn3 күн бұрын

    Azmal jindabad

  • @bulbulbora-cw1el
    @bulbulbora-cw1el3 күн бұрын

    আচলতে এওঁলোকে ৰকিবু হুছেইনক ভোট দিয়া নাই । এই কি দিনতে সাংসদ গৰাকীয়ে কি কৰি দিব পাৰে। আৰু এই ঠাইতে যে সাংবাদিক আগৰ পৰাই আছিল নে সাংসদ গৰাকীৰ লগতে গৈছিল? সেইটোহে বোধগম্য নহ'ল ।

  • @montudutta7017

    @montudutta7017

    3 күн бұрын

    তুমি ঠিক সন্দেহ কৰিছা 👍 ভোট দিয়া হেতেন কেতিয়াও এনেকৈ নকয় পাৰিলে মৰিয়েই যাব কেতিয়াও ৰকিবুলক বেয়া নাপায় 👍 ৰকিবুলক বেয়া পাই যদি কাজিৰঙাৰ গড় কেইটাইহে বেয়া পায় 👍👍👍

  • @bulbulbora-cw1el

    @bulbulbora-cw1el

    3 күн бұрын

    @@montudutta7017 নিশ্বয়।

  • @apurbadas4151

    @apurbadas4151

    2 күн бұрын

    @@bulbulbora-cw1el ৰকিবুলৰ সহোঁদৰ নে বাংলাদেশীৰ সহোঁদৰ??? তাহানি নিজৰ ৰাজ-পাত ধৰি ৰাখিবলৈ নিজৰ ঘৰৰ মানুহক নাক-কান কাটিছিল!!! এতিয়া আহোম ৰজা হবলৈ অসমীয়াৰ নাক-কান কাটিছে!! তৰুণ গগৈৰ দিনত নামনি অসম মিনি বাংলাদেশ বনাই গ'ল,, কাৰ ভ্ৰক্ষেপ আছে??? উজনিৰ মানুহ খিনিয়ে তো ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট কেইখনকে অসম বুলি ভাবি ল'য়!! #অসমীয়া অসমীয়া বুলিসআবেগিক কৰি উজনিৰ বড়ো জনগোষ্ঠীৰ মানহ মৰাণ-মটক-কছাৰী, মিচিং সকলৰ মাথাত কঠাল ভাঙি খাই আছে এটা বিশেষ জনগোষ্ঠীয়ে!!! কিয় আজি শ শ বছৰ ৰাজত্ব কৰাৰ পিছতো এই বড়ো জনগোষ্ঠীৰ উত্তৰণ হোৱা নাই!! নিজৰ জাতিৰ মানুহ cm নহ'লে উজনি-নামনিৰ ৰাজনীতি বামুন, কলিতাৰ ৰাজনীতি!!!

  • @mizanur317
    @mizanur3173 күн бұрын

    Ajmol ৰ মানুহ 😂😂😂

  • @JunAliKumarAshique
    @JunAliKumarAshique3 күн бұрын

    Rakibul sir ki koribo 10 dinot aji 15/20 bosore bjp aru ajmole lutila

  • @DibharaniRabha-ny9rg
    @DibharaniRabha-ny9rg4 күн бұрын

    😂😂😂😂😂 moja tu paise. Rakibul kiman selfish aru soitan manuh

  • @diman6591

    @diman6591

    3 күн бұрын

    Are rakibul jeta kaiden hol agot ajmol ke kore sea

  • @ChayanikaSaikia-kl8fs

    @ChayanikaSaikia-kl8fs

    3 күн бұрын

    আপুনি তাৰ মানে আজমলৰ মানুহ

  • @sadagorali1079
    @sadagorali10793 күн бұрын

    এই গৰাকী MP জনৰ ধুবৰীৰ বাবে একো কৰিবলগীয়া নাই ॥ কাৰণ আমাৰ আগৰ MP চাচাই সকলো সমস্যা সমাধান কৰিয়ে গৈছে দেখন ॥

  • @nuralomhoque1898

    @nuralomhoque1898

    3 күн бұрын

    তোৰ চাছাই কিডাল চিঙিচে

  • @sadagorali1079

    @sadagorali1079

    3 күн бұрын

    @@nuralomhoque1898 চাচাই জলেশ্বৰৰ পৰা দক্ষিন পাৰৰ বাংলা দেশৰ সীমালৈ নদীৰ গড়াখহনীয়া স্হায়ী প্রতিৰোধ কৰিছে ।ধুবৰী ফুলবাড়ী দলং নিজস্ব টকাৰে নির্মান কৰি আছে। লগতে কিমান নিবুনোৱাক ডুবাই , সৌদি আৰবত নিজৰ কোম্পানীত চাকৰী দিছে ।আৰু কিমান কম ॥ কাঁজু , খেজুৰৰ কথা কোৱাই নহল ॥

  • @sanjibdas3774
    @sanjibdas37743 күн бұрын

    কেইদিন হল জিকিব

  • @apurbadas4151
    @apurbadas41513 күн бұрын

    অহাবাৰ ১২লাখ ভোটত হাৰিব!! আজমলে মিনিষ্টাৰ নহৈ যিখিনি কৰিব তাৰ ১% কৰিবৰ অকাড নাই এই গড় হত্যা কাৰি ব্যৰ্থ মন্ত্রী জনৰ!! কেইজন acs, aps বনাই পাইছে ৰকিবুলে?? কেইজন ডা: বনাই পাইছে ৰকিবুলে???

  • @FaridaBegum-f6e
    @FaridaBegum-f6e3 күн бұрын

    Go and help them how much it is possible

  • @DilAfruza-zq6dr
    @DilAfruza-zq6dr17 сағат бұрын

    Rokibul go back

  • @jamirahmed379
    @jamirahmed3793 күн бұрын

    Mja pa

  • @digantachangmai1076
    @digantachangmai10763 күн бұрын

    ৰকিবুল হুছেইন ধুবুৰীৰ পৰা জিকি অহা নো কেইদিন হৈছে ইমান সোনকালে যিকোনো ধৰণৰ সমস্যা সমাধান কৰিব পাৰে জানো চিঞয় বাখৰ কৰা মানুহবোৰ আজমলৰ মানূহ

  • @NabajitDas-eo5wz

    @NabajitDas-eo5wz

    3 күн бұрын

    Right

  • @Ranjitchetia-my9yh

    @Ranjitchetia-my9yh

    3 күн бұрын

    Right

  • @prasantakrmech3612

    @prasantakrmech3612

    3 күн бұрын

    Rught

  • @kudratali7466
    @kudratali74663 күн бұрын

    Ajmal jindabat

  • @FaridaBegum-f6e
    @FaridaBegum-f6e3 күн бұрын

    Go and help them Hussain ji

  • @AbdulHannan-if5mn
    @AbdulHannan-if5mn3 күн бұрын

    Mojja

  • @NripenThakuria
    @NripenThakuria3 күн бұрын

    এতিয়া ধুবুৰীৰ উন্নয়নেই উন্নয়ন ৷

  • @promudborgohain7920
    @promudborgohain79203 күн бұрын

    অন্য ঠাইৰ কোনো নিউজ নাই ৰকীৰ পকৰত বিশেষ সম্প্ৰদায় বাবে নহয়নে???

  • @nozmulkarim4261
    @nozmulkarim42613 күн бұрын

    3 class ledar of assam

  • @harikantaphukan2784
    @harikantaphukan27843 күн бұрын

    হেৰৌ মোৰ সম মহা মুৰুখ ভোটাৰ বোৰ এইয়া তোৰ মোৰ দৰে মানুহৰ কাৰণেহে বানপানী ৰাজনীতিৰ লিদাৰ বোৰৰ কাৰণে এইয়া জলকেলি বা মনোৰঞ্জনৰ সমল।

  • @user-ok4ks3vk7l
    @user-ok4ks3vk7l3 күн бұрын

    Ajmoljindabad

  • @harinarayandeori3813
    @harinarayandeori38132 күн бұрын

    সেই খিনি আজমলৰ মানুহ .....

  • @AbdulHakim-islamic981
    @AbdulHakim-islamic981Күн бұрын

    হয় মন্ত্রী থাকতেই একো করা নাই এতিয়া কি করিব

  • @manashhira7222
    @manashhira72223 күн бұрын

    সুন্দৰ😂😂

  • @rahulamin659
    @rahulamin6593 күн бұрын

    সাংসদ পুজি পাব দিয়া মিঞা মুৰত মাল নাই,

  • @MinecraftGamer-ks9ki
    @MinecraftGamer-ks9ki3 күн бұрын

    আৰু ভোট দি মজাটো পা

  • @Putulbhuyan
    @Putulbhuyan3 күн бұрын

    প্ৰত্যেক ক্ৰিয়াৰ এক বিপৰীতমূখী প্ৰতিক্ৰিয়া আছে 😊

  • @budhinkalyangogoi1481

    @budhinkalyangogoi1481

    3 күн бұрын

    Sir Aijak nuton

  • @samsulhoque4699
    @samsulhoque46993 күн бұрын

    নাওত উঠি গুৰি আছে

  • @bishaldas3964
    @bishaldas39643 күн бұрын

    Ebostha alut duy eta beya posa alu thakeye...tarey udaharan eytu...are bhai mp hobo kiman din hol he..news jenekehe korisa januba rakhibule he banpani anise 😂😂

  • @upenchdas3686
    @upenchdas36864 күн бұрын

    শিৱ ৰথত উঠি গুৰি আছে ভক্তই উৰুলি দিছে

  • @gbb702
    @gbb7022 күн бұрын

    এইবোৰ এনেই আজমল বাহিনী

  • @krishnakantrabha1829
    @krishnakantrabha18293 күн бұрын

    new mp akoi dibo nuarilew hantona dibo pari mp mohakhoy

  • @MadanRajbongshi-c9u
    @MadanRajbongshi-c9u3 күн бұрын

    Ok ok 😅😂

  • @MujakkirBarbhuiya-uv2xr
    @MujakkirBarbhuiya-uv2xr3 күн бұрын

    Congress party vote diar fol pabo lagibo too ekon Dhubri voters hokoly

  • @sudangsubarman346
    @sudangsubarman3463 күн бұрын

    Aru vote diok

  • @MufidulIslam-iw3px
    @MufidulIslam-iw3px3 күн бұрын

    Asali Miyan geda hol aibur axomor kal

  • @azadali9794
    @azadali97943 күн бұрын

    Ei keidinot taolokok nikah korai Dibo

  • @toyzulislam2204
    @toyzulislam22043 күн бұрын

    wow moja paisa no raij aru paba olp din jabloi dya

  • @mridulsaikia7875
    @mridulsaikia78753 күн бұрын

    Raaj niti nokoriba bondhu 😂

  • @julhasuddin2869
    @julhasuddin28692 күн бұрын

    Ei keijon Aiudf dolor maanuh.

  • @bijusaikia5372
    @bijusaikia53723 күн бұрын

    godi media.

  • @user-mt9xb1lv7i
    @user-mt9xb1lv7i2 күн бұрын

    যি তি নিউজ নকৰিব।

  • @JLI321
    @JLI3213 күн бұрын

    Rakibule ki koribo lage aulukok ,jikibole aji kednmn hoisehe

  • @Myassammycar14
    @Myassammycar143 күн бұрын

    Amar dike aya nao ta ghurya ru gya ajmal diker sa pani khaya laura 😂

  • @deepshikhamalakar7803
    @deepshikhamalakar78033 күн бұрын

    সি তাৰ বডি দেখাব গৈছে,বানত ডুবি থকা মানুহৰ কাৰণে একো অনা নাই.

  • @ChayanikaSaikia-kl8fs

    @ChayanikaSaikia-kl8fs

    3 күн бұрын

    পিয়ুছ এ কি লৈ গৈছিল, আৰু সর্বাই একা

  • @user-by5ub2bq8p
    @user-by5ub2bq8p3 күн бұрын

    Khei khakal ajmalar family..

  • @MultiCreationAssam
    @MultiCreationAssam3 күн бұрын

    এই সকল অসমীয়া

  • @abdussattar6766
    @abdussattar67663 күн бұрын

    Manuh keita burbok neki kiman din nu hol haghodod huwa emandin ki korisel nu manuh keita .......ehot sage AIUDF r manuh hob pare sage heikarone .....anekua korise.......

  • @lachitsenapati8110
    @lachitsenapati81103 күн бұрын

    কথাটো যদি হয় তেন্তে ডাঙৰ ভুল হৈছে

  • @user-by5ub2bq8p
    @user-by5ub2bq8p3 күн бұрын

    Ki fulto News kri asa....kiman din hoise...

  • @user-rs5bx1di6w
    @user-rs5bx1di6w3 күн бұрын

    Keijon man BJP log

  • @user-xi6jc5my4n
    @user-xi6jc5my4n3 күн бұрын

    বিৰোধীৰ চক্ৰান্ত

  • @dulalchandrabora2128

    @dulalchandrabora2128

    2 күн бұрын

    Haan ekdm sob modi a korise

  • @JunAliKumarAshique
    @JunAliKumarAshique3 күн бұрын

    Aibilak ajmol aru hemontor manuh

  • @itzsalman386
    @itzsalman3863 күн бұрын

    good

  • @mousin4
    @mousin43 күн бұрын

    Ki je hbo

  • @topanday935
    @topanday9353 күн бұрын

    Iman chhubay kio

  • @jahanuddin2018
    @jahanuddin20183 күн бұрын

    গৰুচোৰ কেইটামানৰ কথা শুনক হাহি আছে মানে তেওলোকে বুজাই আছে মানে বাল ছিঙিছো । ৰকিবুলক আমালোকে নামিব দিয়া নাই হুজুৰ ।

  • @TamimIslam-ss2nh
    @TamimIslam-ss2nh3 күн бұрын

    Ajmol public

  • @MinecraftGamer-ks9ki
    @MinecraftGamer-ks9ki3 күн бұрын

    ৰকিবুল এজন দুইনমৰী আৰু ভোট দি

  • @Lakhya2026INC
    @Lakhya2026INC3 күн бұрын

    অবুজ মানুহ এই বিলাক

  • @shahirulislam3340
    @shahirulislam33403 күн бұрын

    Rokibul m.p dlal kamni go back

  • @daiudibrhim5195
    @daiudibrhim51953 күн бұрын

    Ajmol parte gali porisa

  • @user-mt9xb1lv7i
    @user-mt9xb1lv7i2 күн бұрын

    অলপ ভাল নিউজ কৰক‌ । যদি কৰিবলৈ নিউজ নাই চেনেলটো বন্ধ কৰক ।

  • @mamusambitisgoodborah9898
    @mamusambitisgoodborah98983 күн бұрын

    Aku nai hiu Miya hoi aru hihotiu Miya hoi aku nohoi...dhuburi Miya rakibul husain..

  • @travellingfoodparty3702
    @travellingfoodparty37023 күн бұрын

    😂😂😂😂😂

  • @kohinurname3684
    @kohinurname36843 күн бұрын

    Bodoror manuh

  • @Myassammycar14
    @Myassammycar143 күн бұрын

    Jonota sob ajmal r manus

  • @bhoveshpathak9782
    @bhoveshpathak97823 күн бұрын

    😂😂😂

  • @nandacharoh5391
    @nandacharoh53913 күн бұрын

    কি হল ভন্তী নিউজ দিলে কবলা কথা এবাৰেই কলে ভাল হয়।

  • @gautamsarma8897
    @gautamsarma88973 күн бұрын

    Tahat aei nahai aru pabi maja , aru hak tuhatar.

  • @kohinurname3684
    @kohinurname36843 күн бұрын

    Godi Live

  • @aminrahul1977
    @aminrahul19774 күн бұрын

    O O

  • @SahinurIslam-ir6df
    @SahinurIslam-ir6df3 күн бұрын

    Next time anekuwa faltu ....fotuwa news nkoriba ....

  • @JunAliKumarAshique
    @JunAliKumarAshique3 күн бұрын

    Fotua neuz

  • @SahinurIslam-ir6df
    @SahinurIslam-ir6df3 күн бұрын

    Oi faltu gerek nike dewa nage na ki ..oi media man ...kta da xini jana to mok ....jod nika lage kapor kani kini nei rat o mela hol

  • @babluali1806
    @babluali18063 күн бұрын

    Ajomlr miya panda.

  • @jupango460
    @jupango4603 күн бұрын

    🤣😂😂😂😂😂🤣

  • @eyakubali7184
    @eyakubali71843 күн бұрын

    Ajmol baba

  • @7gc970
    @7gc9703 күн бұрын

    ৰকিবুল হুছেইনে আগতেউ ভাল কাম কৰাৰ নাই এতিয়াও একো কাম নকৰে ধুবুৰী বাসীৰে এতিয়া মজা পাব ।

  • @Myassammycar14

    @Myassammycar14

    3 күн бұрын

    Ajmal r dalal😂

  • @probirsharma3703
    @probirsharma37033 күн бұрын

    Congress ka Itihaas Raha notice ka Logon Ko gaddari karna to yah kya rakibul Hussain kya chij hai yah to😅 Aap Hamare Asam Ke Jo Rocky Gulshan Ji ko vote Diya Hai unko takatak takatak 11 8000😅 Hamare notice ka jo badh ka samasya hai vah 45 Sal aur Desh Azad 276 Salon Ki samasya Nahin ho to

  • @paragthakuria1995
    @paragthakuria19953 күн бұрын

    😂😅😂

  • @user-re8xj7hr1o
    @user-re8xj7hr1o3 күн бұрын

    Bjp newse

  • @nanditadeuri
    @nanditadeuri3 күн бұрын

    Batori napali aur

  • @bitulphukan2812
    @bitulphukan28124 күн бұрын

    😛

  • @dwipendrachandrasingha3527
    @dwipendrachandrasingha35273 күн бұрын

    শুনক অখিল গৌৰৱ গগৈ গগৈ ভাই ধুবুৰীৰ ৰাইজৰ আৰ্তনাত সুদাহাতে আহি এবাৰতে মুধা মাৰি গ'ল । ২৬-ত কি হব টেঙা নে মিঠা ।

  • @bulbulbora-cw1el

    @bulbulbora-cw1el

    3 күн бұрын

    মিঠা হ'ব।

  • @user-kf6sm4rn8q
    @user-kf6sm4rn8q3 күн бұрын

    R Husain jikar kiman din hol . Anmol sudur vai ki kori asil eman din .ai kotha noko kio oi ankor bonoru

  • @sabitarabha4663
    @sabitarabha46633 күн бұрын

    Ajmolor golam hoi aibilak

  • @babitasonowal4088
    @babitasonowal40883 күн бұрын

    Jot jikise 80% Miya voter .

  • @golaphussain8864
    @golaphussain88643 күн бұрын

    Rokibul go back